KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Жазылу
UMESH Dear Tips
মোৰ এই Umesh Dear Tips KZbin Channel ত খেতি-বাতি আৰু গোটেই Farming বিষয়ৰ পৰামৰ্শ সমূহ পাই থাকিব । অসমীয়া নতুন Video পাই থাকিব । আৰু নতুন পৰামৰ্শ সমূহ পাই থাকিব । মোৰ এই Umesh Dear Tips KZbin Channel টু সকলোৱে চাব বুলি আশা ৰাখিলোঁ । Keep Receiving Suggestions I Assamese will Also be getting new Video I i hope to see । Umesh Dear Tips I আৰু মোৰ এই Umesh Dear Tips Channel টু অনুগ্ৰহ'কৰি সকলোৱে Subscribe কৰিবা । আৰু Like Share কৰিবা ।
1:39
ক'লা পুলি বেগত ভোট জলকীয়া লাগিছে ।
Ай бұрын
16:31
জিকা ৰঙা'লাও গুটিবোৰ কেনেকৈ পছোৱাব ।
4 ай бұрын
18:36
ভোট জলকীয়া গুটিবোৰ কেনেকৈ ক'কপিট কেচু'সাৰত পছোৱাব ।
6 ай бұрын
2:19
কাৰ'বাক ভোট জলকীয়া পুলি লাগিলে । ফোন নম্বৰত যোগাযোগ কৰিব । King Chilli Plan Nursery । Tamulpur ।
6 ай бұрын
12:33
সৰু জলকীয়া পুলি কেনেকৈ প্ৰস্তুত কৰা হয় । জলকীয়া গুটি'বোৰ কেনেকৈ যোগাৱ । Cultivation.
9 ай бұрын
5:14
পুলি'বোৰ / বহি ৰাজ্য বেপাৰীৰ / পুলি ক্ৰয়'কৰাৰ আগত সাৱধান । Cultivation.
11 ай бұрын
5:54
ভোট জলকীয়া পুলি / অমিতা পুলিৰ বাবে কেনেকৈ মাটি প্ৰস্তুত কৰিব? Cultivation।
11 ай бұрын
3:48
সৰু'কৈ ভোট জলকীয়া পুলিৰ নাৰ্চাৰী কেনেকৈ আৰম্ভ কৰিব ।
11 ай бұрын
4:42
হাইব্ৰিড অমিতা পুলি । জাত, Chakra/চক্ৰ । Cultivation .
Жыл бұрын
4:54
মৌ-মাখি জুলৰ বাবে যোগাযোগ । Bee Farming Cultivation ।
Жыл бұрын
4:43
চাংলা ও/ জিকা /তিয়হ তিতা'কেৰেলা/ লতা'জাতিয়া পুলি বিক্ৰী কৰি উপাৰ্জন ।
Жыл бұрын
8:00
মৌ-মাখিৰ পৰা কেনেকৈ ৰস সংগ্ৰহ কৰিব । Honey / Bee farming ।
Жыл бұрын
9:01
চাৰি হাজাৰ ভোট জলকীয়া পুলিত ভয়ানক ভেঁকুৰনাশক বেমাৰ । King Chilli Plan Fangiside/Cultivation ।
Жыл бұрын
6:26
ৰেড'লেডী অমিতা পুলিচৰ বাবে সাৱধান, ঠোগন দিলে মোক। Red'Lady Plan Cultivation । Assamese New Video ।
Жыл бұрын
8:38
খেতি পথাৰত কেনেকৈ সহজ পদ্ধতিত ভোট জলকীয়া পুলি ৰুপন কৰিব । Assamese New Video Cultivation ।
Жыл бұрын
4:04
ভোট জলকীয়া পুলি । আজি প্ৰথম খেতিৰ ঠাইত পঠোৱা হৈছে । Assamese New Video । Cultivation ।।
Жыл бұрын
8:20
King Chilli Plan/ ভোট জলকীয়া পুলিৰ বাবে যোগাযোগ কৰিব পাৰিব । Assamese New Video/ Cultivation ।
Жыл бұрын
3:01
Chakra Plan/ চক্ৰ জাতৰ অমিতা পুলি বিক্ৰী কৰি কম'দিনত উপাৰ্জন ।Cultivation of tamarind seedlings ।।
Жыл бұрын
8:31
সৰু ভোট জলকীয়া পুলি কেনেকৈ বুলন দিব । পুলি বেগত ।। Cultivation of small vote pepper seedlings
Жыл бұрын
10:12
Fungicide ।। ভোট জলকীয়া সৰু পুলিত ভেঁকুৰনাশক বেমাৰ কেনেকৈ সমাধান কৰিব । How to solve fungicide ।।
Жыл бұрын
6:41
নূন্যতম ভোট জলকীয়া পুলিৰ বাবে কেনেকৈ নাৰ্চাৰী আৰম্ভ কৰিব । King Chilli Plan Nursery I CultivationI
Жыл бұрын
12:47
অমিতা গুটিবোৰ কেনেকৈ সহজ পদ্ধতিত পুলি বেগ / গিলাচত যোগাৱ । Tamarind Seeds / Tamarind Cultivation ।
Жыл бұрын
4:30
মৌ-মাখি যাক'বোৰত কেনেকৈ পোক'পোৰুৱাৰ পৰা নিয়ন্ত্ৰণত ৰাখিব । Assamese New Video I Bee Farming ।।
Жыл бұрын
4:26
ভোট জলকীয়া পুলি । বজাৰত বিক্ৰী কৰিব'লৈ লাজ নকৰিব । king Chilli Plan । Umesh Dear Tips I Assamese ।
Жыл бұрын
4:27
ভোট জলকীয়া পুলি বিক্ৰী, অতি'কম দিনত উপাৰ্জন কৰিব পাৰি । Bhut Jalokiya puli. Assamese New Video I
Жыл бұрын
5:24
মৌ-মাখি'বোৰে, কি অসুবিধা ঠাইত চাক বান্ধিছে, এবাৰ চাওক। Bee Farming Video I Assamese New Video I
Жыл бұрын
2:22
ধান খেতি । বাইচমঠি বিধানৰ বাবে খেতিয়কৰ অতি দুখ লগা অৱস্থা হৈছে । Rice Cultivation । Umesh Dear Tips
Жыл бұрын
0:52
ৰাম ছাগলী পালন কৰাৰ বাবে উপযোগী হয় । আৰু জীৱনত সফল হবা । Goat Farming । Umesh Dear Tips I
Жыл бұрын
5:02
গৰমত মৌ-মাখি যাক উৰি যাবলৈ বিচাৰিছে । কেনেকৈ ধৰি ৰাখিব ? Bee Farming#Umesh Dear Tips# New Video 2022
Жыл бұрын
Пікірлер
@jayantablogs
11 күн бұрын
Aponar number tu dib .
@jayantablogs
11 күн бұрын
Nice ciddo .
@user-km5dg7ov5l
13 күн бұрын
Video tu. Dekhi Val lagile.
@user-km5dg7ov5l
13 күн бұрын
Very nice video.
@user-km5dg7ov5l
13 күн бұрын
Nice video. Thanks.
@sureshkumarmalik9107
28 күн бұрын
Very nice post
@umeshdeartips
27 күн бұрын
আপোনালৈ ধন্যবাদ থাকিল ।
@HimashreeDeka-ow6ph
Ай бұрын
Val lagil mur video sabo
@umeshdeartips
Ай бұрын
ধন্যবাদ থাকিল । হ'ব দিয়া ।
@bipashasonowal5678
Ай бұрын
Aaru aagloi video dib sun
@umeshdeartips
Ай бұрын
ভিডীও আহিব ।
@foodtradition..5133
Ай бұрын
Phn no tu dibosun..
@MohanPatgiri-ry3uy
2 ай бұрын
Next
@user-um5mr9xn5v
2 ай бұрын
Very. Nice
@umeshdeartips
2 ай бұрын
আপোনা'লৈ ধন্যবাদ থাকিল ।
@sadanandarabha1096
2 ай бұрын
Bosta dukhn 10 din pist he atorai disa nki
@sadanandarabha1096
2 ай бұрын
Mane dhaki Diya bosta dukhn
@Kabangkisanatoz
3 ай бұрын
Apuna gor kott
@umeshdeartips
3 ай бұрын
Tamulpur .
@Kabangkisanatoz
3 ай бұрын
Hello apuna gor kott
@nabakumargoswami1915
3 ай бұрын
Very much informative & useful vdo.
@umeshdeartips
3 ай бұрын
আপোনালৈ ধন্যবাদ থাকিল ।
@gunajitdas8176
3 ай бұрын
পুলি পামনে জনাব মোক লাগিছিল
@umeshdeartips
3 ай бұрын
পুলি পাব ।
@gunajitdas8176
3 ай бұрын
@@umeshdeartips কেনেকৈ পাম ভাল কৈ জনাৱ
@umeshdeartips
3 ай бұрын
আপোনাৰ ঘৰ কোন ঠাইত ?
@user-km5dg7ov5l
13 күн бұрын
Um
@rupaslifestyle7836
3 ай бұрын
সুন্দৰ হৈছে
@umeshdeartips
3 ай бұрын
আপোনালৈ ধন্যবাদ থাকিল ।
@pankajgogoi5395
4 ай бұрын
Very good very very nice ❤❤❤❤❤ thank you so much beautiful 💕💕💕💕💕
@umeshdeartips
4 ай бұрын
আপোনালৈ ধন্যবাদ থাকিল ।
@pankajgogoi5395
4 ай бұрын
Super so beautiful 💕💕💕💕💕 very good very very nice
@goutamjaanassamesevlogs6423
4 ай бұрын
ভাল লাগিল
@umeshdeartips
4 ай бұрын
আপোনালৈ ধন্যবাদ থাকিল ।
@tayungaao3167
4 ай бұрын
Very nice
@umeshdeartips
4 ай бұрын
আপোনালৈ ধন্যবাদ থাকিল ।
@axomiabuwari
4 ай бұрын
Very nice
@umeshdeartips
4 ай бұрын
আপোনা'লৈ ধন্যবাদ থাকিল ।
@ArunKonch-ur4zh
5 ай бұрын
Tricus fungicide ৰ পৰিৱৱৰ্তে বেলেগ ফাংগিচাইদৰ ঔষধ প্ৰয়োগ কৰিব পাৰিনে ?
@umeshdeartips
5 ай бұрын
Mob. No. 9395386537.
@banamalibhattacharjya5995
5 ай бұрын
Contact number tu diba
@umeshdeartips
5 ай бұрын
Mobile no. 9395386537 .
@umeshdeartips
5 ай бұрын
পাৰিব ।
@inushzrabha7391
6 ай бұрын
Dada puli kiman koi glasst
@umeshdeartips
6 ай бұрын
এক পিচত 8 টকা'কৈ ।
@sriprakashsarania5213
8 ай бұрын
Dada bhut jolokiya r puli lagesel 1000 man hobo nyki
@umeshdeartips
8 ай бұрын
দেৰি হ'ব । 1 মাহ লাগিব ।
@sriprakashsarania5213
8 ай бұрын
@@umeshdeartips hoi nyki polom hobo dekhun logowat
@umeshdeartips
8 ай бұрын
গুটিবোৰ আগুটিয়াকৈ পোৱা নাছিলো, সেই'বাবে দেৰি হ'ব ।
@pabitrakhakhalary226
9 ай бұрын
Kun jagar hoi pulitu
@umeshdeartips
9 ай бұрын
ঠাই, তামুলপুৰ বাক্সা, ধন্যবাদ থাকিল ।
@RunumiBorah-bh8ed
9 ай бұрын
Dada apunar ghar kot hoi
@umeshdeartips
9 ай бұрын
Tamulpur .
@XubarnaMoran
9 ай бұрын
ধন্যবাদ দাদা, আপোনাৰ নতুন দৰ্শক মই 😅
@umeshdeartips
9 ай бұрын
ধন্যবাদ থাকিল ।
@garimamatunath6676
9 ай бұрын
Nice sharing😊
@umeshdeartips
9 ай бұрын
ধন্যবাদ থাকিল ।
@buhutmorom8600
9 ай бұрын
Vut jolokiya kimn time lage gujali meloty
@buhutmorom8600
9 ай бұрын
Dada gutir pora gujali melowty kimn den mn lage kobi sun
@umeshdeartips
9 ай бұрын
ভোট জলকীয়া গুটি'বোৰ গুজালি মেলটে, 10/12 দিন লাগে । আৰু সৰু জলকীয়া গুটি'বোৰ, 6/7 দিন লাগে । ধন্যবাদ থাকিল ।
@buhutmorom8600
9 ай бұрын
@@umeshdeartips ধন্যবাদ থাকিল দাদা, Mne mur aji 7 Dey hol eteaw gugali dea ni ,
@umeshdeartips
9 ай бұрын
মাটিৰ জিব নাই'চাগে, যদি জিব নাথাকে তেতিয়া'হলে পানী দিব লাগিব ।
@buhutmorom8600
9 ай бұрын
@@umeshdeartips ও কম হৈছে কিজানি পানী দিয়া আৰু দিব লাগিব ৰ, আৰু ওলপ বেছিকৈ দিলেই তু একো নহ'ব দাদা
@buhutmorom8600
9 ай бұрын
ভূত জলকীয়া হয় না লাহেকৈ গজালি মেলিব চাগে
@hiranyarabha8867
9 ай бұрын
Per pis kiman k বিক্ৰী কৰে দাদা
@umeshdeartips
9 ай бұрын
100, পিছত Rs. 120, 150. কৈ বিক্ৰী কৰা হয় । এই পুলি'বোৰ ভোট জলকীয়া পুলি নহয়, আৰু 50, পিচ 100 পিচ চিষ্টেমত বিক্ৰী কৰা হয় । তোমালৈ ধন্যবাদ থাকিল ।
@user-ug2lq3rx2j
9 ай бұрын
Umash da phon numbartu debo bole akha rakhelo
@umeshdeartips
9 ай бұрын
Mobile no. 9395386537, । আৰু আপোনালৈ ধন্যবাদ থাকিল ।
@sriprakashsarania5213
10 ай бұрын
Dada bhut jolokiya puli Pam nyki aponar tat
@umeshdeartips
10 ай бұрын
October, শেষত 20/25, মানত পাব । ধন্যবাদ থাকিল ।
@garimamatunath6676
10 ай бұрын
Sundor😊
@umeshdeartips
10 ай бұрын
Thanks.
@rituponboruahvlogs9602
10 ай бұрын
Nice Dada 👍♥️🌱
@umeshdeartips
10 ай бұрын
তোমালৈ ধন্যবাদ থাকিল ।
@limarlimar6011
10 ай бұрын
dada puli bur kheti te logo pisut bimar lage ki medicine use kori bo ,pora detail vidio eta bonabo
@umeshdeartips
10 ай бұрын
প্ৰথমে আপোনালৈ ধন্যবাদ থাকিল, আৰু খেতি পথাৰত ভোট জলকীয়া পুলি ৰুপন কৰাৰ পিছত, ফল ধৰা'লৈকে কি কি ঔষধ প্ৰয়োগ কৰিব লাগে, তাৰ বিষয়ে সম্পূৰ্ণ ভিডীও দিয়া'হব । ধন্যবাদ ।
@limarlimar6011
10 ай бұрын
@@umeshdeartips buji bo paranai dada ,english or hindi
@umeshdeartips
10 ай бұрын
Kheti potharot, Bhut jolokiya puli Loguwar pichut, ki, ki, medicine marib Lage, Aru Fol'dhoraloike Details Video diya hob . Thanks
@goutamjaanassamesevlogs6423
11 ай бұрын
দাদা মই বালিত পছাই চু ভোতজলকীআ পুলি ওলাইছে কিন্তু দাঙৰ হোৱা নাই জনাব চুন
@umeshdeartips
11 ай бұрын
ডাঙৰ হ'ব, গুজালি মেলাৰ পৰা 15 দিন লাগিব । আৰু 15 দিনৰ পৰা সম্পূৰ্ণ 35 দিনত ডাঙৰ হ'ব ।
@umeshdeartips
11 ай бұрын
আৰু এই নম্বৰত 9395386537 যোগাযোগ কৰিব ।
@goutamjaanassamesevlogs6423
11 ай бұрын
Thank
@garimamatunath6676
11 ай бұрын
Sundor😊
@goutamjaanassamesevlogs6423
11 ай бұрын
Saaf,marile hobo ne please
@goutamjaanassamesevlogs6423
11 ай бұрын
Dada krilaxyl gold, nohole saaf,babistin marile hobone please jonabo
@umeshdeartips
11 ай бұрын
এবাৰ মাৰি চাব'চোন, আৰু কাম'নিদিলে বেলেগ মাৰিব ।
@SujitDas-jj5md
11 ай бұрын
Bhoot jalokia poli powa jabo neki dada?
@umeshdeartips
11 ай бұрын
ভোট জলকীয়া পুলি পাব, কিন্তু October মাহত পাব ।
@buhutmorom8600
9 ай бұрын
@@umeshdeartips dada vut jolokiya Puli pm ne ni aru
@umeshdeartips
9 ай бұрын
অলপ দেৰি হ'ব । November মাহত হ'ব ।
@goutamjaanassamesevlogs6423
11 ай бұрын
Dada Cocopith panit dhoi rodat hukuabo lageneki jonabo sun
@umeshdeartips
11 ай бұрын
গাট্টি পেকেট'হলে পানীত তিয়াই থব লাগে । আৰু পানীৰ পৰা উঠাই আনি মাঘা'টো ভাঙি / বা গুৰা কৰি ৰ'দ শুকাই দিব লাগে ।
@goutamjaanassamesevlogs6423
11 ай бұрын
Dada voot jolokia ruboloi mati dorat ki ki har dibo Lage, kesu har,gubor,horihor kholi hoi dibo pare ne
@umeshdeartips
11 ай бұрын
দিব পাৰিব ।
@goutamjaanassamesevlogs6423
11 ай бұрын
Dada kesu har radot hukuabo lage ne sa jegat hukuabo lage
@umeshdeartips
11 ай бұрын
যদি জিপা জিপা আছে, তেতিয়া'হলে অক'মান ৰ'দ শুকাই দিব ।
@goutamjaanassamesevlogs6423
11 ай бұрын
Dada mati nidile hobone, cocopith,kesu har dile hobone
@umeshdeartips
11 ай бұрын
পুলিৰ বাবে হ'ব ।
@goutamjaanassamesevlogs6423
11 ай бұрын
Saaf maribo parine
@umeshdeartips
11 ай бұрын
স্প্ৰে কৰিব পাৰিব ।
@krishnathapa7389
11 ай бұрын
Dada bhut jolokiar Puli bor daam kiman jonabu suun pls
@umeshdeartips
11 ай бұрын
এজোপাত খুচুৰা 10 টকা'কৈ বিক্ৰী কৰা হয় । আৰু বেছি'কৈ নিলে এজোপাত 8 টকা'কৈ ধৰা হয় । ধন্যবাদ থাকিল ।
@krishnathapa7389
11 ай бұрын
@@umeshdeartips Dada kuntu mahot Puli bor logala bhal hoi
@umeshdeartips
11 ай бұрын
প্ৰথম কাতি'মাহত ভোট জলকীয়া পুলি ৰুপন কৰিব পাৰিব । যেনে 2/3 । আৰু ইঙৰাজী October / 20/21 । যদি উখা ঠাই হয়, তেতিয়া'হলে ভোট জলকীয়া খেতি বাৰ'মাহে হ'ব ।
@krishnathapa7389
11 ай бұрын
@@umeshdeartips Dadi bhut jolokia kon tu jati hai aru 1000man Puli Lola kiman rate dhoribo
@umeshdeartips
11 ай бұрын
7 টকা, এজোপাত ।
@krishnathapa7389
11 ай бұрын
Dada bhut jolokiar Puli bor daam kiman jonabu suun