বহু বছৰৰ মূৰত লুইত দাক ইমান সুস্থ সবল ৰূপে দেখা পাই অতি সন্তোষ পালোঁ,, বহুমূলীয়া বক্তব্যৰ বাবে ধন্যবাদ ❤️
@aparajitatamuli7273Күн бұрын
❤অতি সুন্দৰ পদক্ষেপ
@aparajitatamuli7273Күн бұрын
❤ 100%ই সঁচা,আজিৰ বিহু বিহু হৈ থকা নাই,ৰাজনীতি দলৰ দৰেই বিহুৰ দল ভিত্তিক হল ,অতি দুখৰ বিষ য় ❤😢
@hridyanshugogoi2943Күн бұрын
সচা কথা বেছি সঙখ্যক মানুহৰ পৰা বিহু বিকৃত ৰূপত যাব ধৰিছে কম সঙখ্যক খিনিয়ে কিমান বুজাব
@ProbalKhataniarКүн бұрын
যতে প্ৰতিযোগিতা তাতে ২য় নম্বৰী সচাঁ কথা,এক মত।
@uttamkumargogoi1972Күн бұрын
Bor hundar kotha koise bihut kunu tal loi neoum thakibo nelage
@guninduttaveryattractive4771Күн бұрын
Hudha kotha koise.100%❤❤❤❤
@putulgogoi98722 күн бұрын
Best program of the year
@SwarnalataSaikia-g1z2 күн бұрын
❤❤❤❤ sirohotya
@gobindastidar20822 күн бұрын
এটা কথা ক'বই লাগিব ২০১০ বৰ্ষ মানৰ পৰাই "বিহু" বিশেষকৈ ব'হাগ বিহুৰ পৰিৱেশতে শদিয়াৰ পৰা ধুবুৰীলৈ ব'হাগী বা ৰঙালী উৎসৱ পালনৰ নামত যিবিলাক অপসঙস্কৃতি মন্সই মন্সই স্থান পাইছিল, মদৰ ৰাগিত বিহু মন্সত জুবিন গাৰ্গৰ দৰে শিল্পীয়ে যিধৰনে নৰ্তঙকীৰ অভিনয় কৰি জাতীয় কৃষ্টিক সচেতন ৰাইজৰ সন্মুখত লজ্জানত কৰি তোলাৰ পৰিৱেশ তৈয়াৰ কৰি সকলোৰে চকু কপালত তুলিছিল, (এই ক্ষেত্ৰত জুবিলী বৰুৱাৰো কিছু অৰিহনা আছিল) তেনেবোৰ কাৰণতেই " বিহু সুৰক্ষা সমিতি" খন গঠন হোৱাটো নিশ্চিত ভাবে গঠিত হোৱাটো অতি স্বাভাবিক কথা আছিল আৰু থকাটো আৱশ্যক । ৰাইজে হয়তু পাহৰা নাই এটা ঘটনা হয়তু ২০১৪/১৫ চনত পূব গুৱাহাটী বিহু সন্মিলনীৰ মন্সৰ পৰা জুবিলী বৰুৱা নামৰ শিল্পী গৰাকীক নিৰ্দিষ্ট শিল্পীৰ বস্ত্ৰ নকৰাত নমাই দিয়া হৈছিল । গতিকে কেতবোৰ শিল্পীৰ কৰ্মকাণ্ডই এই অনুস্থানৰ জন্ম দিয়াত উৎসাহিত কৰিলে । জাতীয় অনুস্থানটোৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনেও যেন compromise নকৰে । জয় আই অসম ।
@SusantaVlog762 күн бұрын
অতি সুন্দৰ বিশ্লেষণ।ধন্যবাদ।জাতীয় ।এটা শব্দ খুব ভাল লাগিল "compromise" সঁচাকৈয়ে জাতীয় কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত এই অপসংস্কৃতিৰ বিৰুদ্ধে থিয় হোৱাটো খুব প্ৰয়োজন।বিশেষকৈ জাতীয় সংগঠন বিলাক নিচ্ছুপ হোৱাটো অতি পৰিতাপৰ কথা😭😭😭
@KangkanDas-x9t2 күн бұрын
Nic
@pravachutia9312 күн бұрын
সত্য কথা, বিহু হল মুক্ত ভাবে মনত ভাহি প্ৰেম, আবেগ অনুভূতি গীত। বৰ্তমান যেন বিহুক লৈ বেপাৰ কৰিছে। চিন্তিত _