Namaskar
I make vlog video in Assamese language on different topics.
নমস্কাৰ
মোৰ নাম বিপুল খনিকৰ, আপোনাক সকলোকে মোৰ এই চেনেলটো লৈ স্বাগতম জনোৱাৰ লগতে আন্তৰিক অভিন্দন জনালোঁ। মোৰ এই চেনেল টো খোলা মুখ্য কাৰণ হল - পৰিৱেশ সুৰক্ষা বাবে সকলোকে সজাক কৰা লগতে চৰকাৰী বিভিন্ন আঁচনি বিষয়ে অৱগত কৰোৱা ।
My contact and mail
[email protected]