Пікірлер
@amardas236
@amardas236 2 күн бұрын
ভাল লাগিল
@xobdoxomoy6777
@xobdoxomoy6777 2 күн бұрын
ধন্যবাদ যাচিলোঁ।
@Bobitadutta-et3cs
@Bobitadutta-et3cs 3 күн бұрын
Nice 🎉🎉
@xobdoxomoy6777
@xobdoxomoy6777 3 күн бұрын
Thank you so much 🙏
@bondonaduttagolaghat
@bondonaduttagolaghat 6 күн бұрын
অনুপম
@xobdoxomoy6777
@xobdoxomoy6777 6 күн бұрын
ধন্যবাদ যাচিলোঁ 🙏
@ProbhatBorah-z6c
@ProbhatBorah-z6c 7 күн бұрын
সুন্দৰ।
@xobdoxomoy6777
@xobdoxomoy6777 7 күн бұрын
কবিতাটি শুনি মন্তব্য দিয়াৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ যাচিলোঁ।
@swapnalikolita8024
@swapnalikolita8024 8 күн бұрын
কবিতাটো এখন নাটক হ'ব পৰাকৈ ভাললগা। কণ্ঠ শক্তিশালী।🙏🙏
@xobdoxomoy6777
@xobdoxomoy6777 7 күн бұрын
আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে। ধন্যবাদ 🙏
@Nicefragyt124
@Nicefragyt124 8 күн бұрын
Dunia Mon Sui Juwa❤
@xobdoxomoy6777
@xobdoxomoy6777 8 күн бұрын
কবিতাটি শুনি মন্তব্য দিয়াৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ যাচিলোঁ ❤️
@monishasaikia7982
@monishasaikia7982 21 күн бұрын
Very nice ❤🎉❤ .
@xobdoxomoy6777
@xobdoxomoy6777 20 күн бұрын
Thank you so much 🙏
@surshreedutta8451
@surshreedutta8451 23 күн бұрын
Today is my compition on this poem😌😌😌
@xobdoxomoy6777
@xobdoxomoy6777 23 күн бұрын
All the very best 👍👍👍 - Purnima Baruah
@surshreedutta8451
@surshreedutta8451 24 күн бұрын
Such a emotion voice❤️❤️love from Assam,sivsagar🥰
@xobdoxomoy6777
@xobdoxomoy6777 24 күн бұрын
Thank you so much 🙏
@BASANTACHUTIA-co7dq
@BASANTACHUTIA-co7dq 24 күн бұрын
❤❤
@xobdoxomoy6777
@xobdoxomoy6777 24 күн бұрын
Thank you so much.....
@MoniDoley-ul8ot
@MoniDoley-ul8ot 26 күн бұрын
Moja❤❤❤❤❤❤
@xobdoxomoy6777
@xobdoxomoy6777 26 күн бұрын
Thank you so much 🙏
@MinaBorkotoky
@MinaBorkotoky 27 күн бұрын
Thanks for this emotional &sweet voice❤
@xobdoxomoy6777
@xobdoxomoy6777 27 күн бұрын
Thank you so much 🙏
@rajkamal821
@rajkamal821 29 күн бұрын
অতি সুন্দৰ 😊
@xobdoxomoy6777
@xobdoxomoy6777 28 күн бұрын
কবিতাটি শুনি মন্তব্য দিয়াৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@swapnalikolita8024
@swapnalikolita8024 29 күн бұрын
কি যে মধুৰ তোমাৰ কণ্ঠ আৰু আবৃত্তি। মন তৃপ্ত কৰিলোঁ।❤️❤️❤️
@xobdoxomoy6777
@xobdoxomoy6777 28 күн бұрын
আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে। ধন্যবাদ যাচিলোঁ ❤️
@sneha8631
@sneha8631 2 ай бұрын
Nice ❤❤❤❤❤
@xobdoxomoy6777
@xobdoxomoy6777 2 ай бұрын
Thank you so much 🙏
@nabakantarabha892
@nabakantarabha892 2 ай бұрын
সুন্দৰ সংকল
@xobdoxomoy6777
@xobdoxomoy6777 2 ай бұрын
আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে। ধন্যবাদ যাচিলোঁ 🙏
@kuntaladeka375
@kuntaladeka375 2 ай бұрын
Nice 👍
@xobdoxomoy6777
@xobdoxomoy6777 2 ай бұрын
Thank you so much 🙏
@loknath230
@loknath230 2 ай бұрын
Nice
@xobdoxomoy6777
@xobdoxomoy6777 2 ай бұрын
Thank you.
@meenakshichoudhury5214
@meenakshichoudhury5214 2 ай бұрын
Antor chui! Jua kabita bartomanor jibonor kabita
@xobdoxomoy6777
@xobdoxomoy6777 2 ай бұрын
কবিতাটি শুনি মন্তব্য দিয়াৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@Debusweetcake
@Debusweetcake 2 ай бұрын
বহুত ভাল লাগিল। ❤❤❤🎉🎉🎉
@xobdoxomoy6777
@xobdoxomoy6777 2 ай бұрын
আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@Debusweetcake
@Debusweetcake 2 ай бұрын
বহুত সুন্দৰ ❤❤❤❤❤❤🎉🎉🎉
@xobdoxomoy6777
@xobdoxomoy6777 2 ай бұрын
ধন্যবাদ।
@bharatiboruah6461
@bharatiboruah6461 3 ай бұрын
সুন্দৰ। মন চুই যায়।🙏🙏🙏
@xobdoxomoy6777
@xobdoxomoy6777 3 ай бұрын
কবিতাটি শুনি মন্তব্য দিয়াৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@bimanborah7971
@bimanborah7971 3 ай бұрын
কবিতাটি গোৱা খেলামেলি হ’ল
@arupjyotigogoi2092
@arupjyotigogoi2092 3 ай бұрын
ওলোটা হৈছে
@swapnalibhuyan4905
@swapnalibhuyan4905 3 ай бұрын
ভাল লাগিল
@xobdoxomoy6777
@xobdoxomoy6777 3 ай бұрын
আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@hiranbhuyan6482
@hiranbhuyan6482 3 ай бұрын
কি যে সুন্দৰ অনুভৱ। হৃদয় চুই গ'ল । আবৃত্তিকাৰৰ মধুৰ কন্ঠত সোণত সুৱগা চৰাইছে। ৰেকৰ্ডিং সুন্দৰ হৈছে। প্ৰিয় কবি সহ আবৃত্তিকাৰলৈ শুভেচ্ছা সহ অভিনন্দন জ্ঞাপন কৰিলোঁ 🙏
@xobdoxomoy6777
@xobdoxomoy6777 3 ай бұрын
আপোনাৰ মন্তব্যই উৎসাহিত কৰিছে। আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@schoolteacherkhs14
@schoolteacherkhs14 3 ай бұрын
কবিতাৰ শব্দ আৰু আবৃত্তিৰ কণ্ঠই হৃদয়খন চুই গ'ল।
@xobdoxomoy6777
@xobdoxomoy6777 3 ай бұрын
আপোনাৰ মন্তব্যই উৎসাহিত কৰিছে। ধন্যবাদ যাচিলোঁ 🙏
@gitanjaliborkotokybhagawat9596
@gitanjaliborkotokybhagawat9596 3 ай бұрын
হৃদয়স্পৰ্শী❤
@xobdoxomoy6777
@xobdoxomoy6777 3 ай бұрын
আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@anjumaneog3863
@anjumaneog3863 3 ай бұрын
শুনি ভাললাগিল
@xobdoxomoy6777
@xobdoxomoy6777 3 ай бұрын
❤️❤️❤️
@RupKumarSarma-kd3ri
@RupKumarSarma-kd3ri 3 ай бұрын
অতীতৰ বাস্তৱ প্ৰতিচ্ছবি, অতি সুন্দৰ কাব্যিক প্ৰকাশভঙ্গীৰে ফুটি উঠিছে। ভাল লাগিল।
@xobdoxomoy6777
@xobdoxomoy6777 3 ай бұрын
আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@nabaratineog443
@nabaratineog443 3 ай бұрын
Very nice
@xobdoxomoy6777
@xobdoxomoy6777 3 ай бұрын
Thank you so much 🙏
@khaninnath9717
@khaninnath9717 3 ай бұрын
কবিতাটো শুনি বুকু খন উদং হ'ল যেন লাগিল।আপোনাআপুনি চকুৰ পৰা সাৰি পৰিল চকুলো।বুকুখন বিষাইছে।
@xobdoxomoy6777
@xobdoxomoy6777 3 ай бұрын
কবিতাটি শুনি মন্তব্য দিয়াৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ যাচিলোঁ। কবিতাৰ বিষয়বস্তু আৰু কবিৰ ভাষা দুয়োটাই এনেকুৱা যে সকলোৰে মনবোৰ দুখেৰে ভৰি পৰে।
@jamunamali1946
@jamunamali1946 4 ай бұрын
খুবেই ভাল লাগিল ।
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
কবিতাটি শুনি মন্তব্য দিয়াৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@diptynath7099
@diptynath7099 4 ай бұрын
দেশৰ কথা দহৰ কথা শুনিছনে নাই শাৰীটোৰ পাছত এই দেশত আৰু বেছি দিন শাৰীটো হে হ'ব লাগে উৎস মৰুৱা ফুল
@schoolteacherkhs14
@schoolteacherkhs14 4 ай бұрын
শব্দ সময়ে কঢ়িয়াই অনা প্ৰতিটো কবিতাৰ শব্দ বোৰে ,আবৃত্তিৰ মধুৰতাই হৃদয়খন চুই যায় ।
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
আন্তৰিক ধন্যবাদ যাচিলোঁ। আপোনাৰ মন্তব্যই আমাক উৎসাহিত কৰিছে।
@dilipkumar1267
@dilipkumar1267 4 ай бұрын
আৰু নকব
@banumonibhattacharyya7358
@banumonibhattacharyya7358 4 ай бұрын
অতি দুখৰ কবিতা, মানে আবেগিক কৰি তুলিলে।সঁচাকৈ বৰ্তমান এইয়াই জীৱন।
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
হয়। কবিতাটি শুনি মন্তব্য দিয়াৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@syedayasminrahman9905
@syedayasminrahman9905 4 ай бұрын
সাংঘাটিক ভাল লাগিল। মন ভৰি গ'ল। চকুৰ আগেয়ে যেন এটি এটিকৈ সঁচা ছবিবোৰ পাৰ হৈ গ'ল।
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
কবিতাটি শুনি মন্তব্য দিয়াৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@kanikadeka2837
@kanikadeka2837 4 ай бұрын
খুুবে ভাল লাগিল অন্তৰ খন ছুই গল
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
ছাৰৰ কবিতাটি শুনি মন্তব্য দিয়াৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@manosibaruah2352
@manosibaruah2352 4 ай бұрын
বৰ ভাল লাগিল সুন্দৰ আবৃত্তি
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
কবিতাটি শুনি মন্তব্য দিয়াৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@ChayaPragyaLiveLoveDance
@ChayaPragyaLiveLoveDance 4 ай бұрын
সুন্দৰ কবিতা, সুন্দৰ আবৃত্তি ❤
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
কবিতাটি শুনি মন্তব্য দিয়াৰ বাবে আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@dulumonisaikiaborah6552
@dulumonisaikiaborah6552 4 ай бұрын
বৰ সুন্দৰ অনুভৱ। হৃদয় চুই গ'ল,,,,
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
ধন্যবাদ যাচিলোঁ 🙏
@ranjitmahanta1565
@ranjitmahanta1565 4 ай бұрын
হৃদয়স্পৰ্শী ৷ আজিৰ সমাজৰ জীয়া প্ৰতিচ্ছবি ৷
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
ছাৰৰ কবিতাটি শুনি মন্তব্য দিয়াৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@schoolteacherkhs14
@schoolteacherkhs14 4 ай бұрын
এটা অন্তৰ স্পৰ্শ কৰা কবিতাৰ আবৃত্তি শুনি বৰ ভাল লাগিল ।
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@arotiborah2733
@arotiborah2733 4 ай бұрын
Nice🙏
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
Thank you so much
@milandevigoswami9311
@milandevigoswami9311 4 ай бұрын
সুন্দৰ
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
অশেষ ধন্যবাদ।
@chintamayeesarangi3167
@chintamayeesarangi3167 4 ай бұрын
Great..this is the reality of life i…
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
Thank you so much for watching...
@gautamroychoudhury2735
@gautamroychoudhury2735 4 ай бұрын
আবৃত্তি আৰু কথাখিনি, ইটোতকৈ সিটো চৰা। মনতো বৰ ভাল লাগিল। আপোনাক ধন্যবাদ।
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
আন্তৰিক ধন্যবাদ যাচিলোঁ। ভাগৱতী ছাৰৰ কবিতাটিয়ে শ্ৰোতাৰ মাজত এনেদৰে সমাদৰ পোৱাত মই বৰ সন্তোষ পাইছোঁ।
@user-ls5sy4qk4q
@user-ls5sy4qk4q 4 ай бұрын
সুন্দৰ হৃদয় স্পৰ্শ ❤
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
ধন্যবাদ যাচিলোঁ 🙏
@rimkibhattacharjya7627
@rimkibhattacharjya7627 4 ай бұрын
হৃদয়স্পৰ্শী
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
আন্তৰিক ধন্যবাদ যাচিলোঁ 🙏
@moyurimelody7437
@moyurimelody7437 4 ай бұрын
সুন্দৰ অতীত ৰোমন্ঠন । বৰ ভাল লাগিল।
@xobdoxomoy6777
@xobdoxomoy6777 4 ай бұрын
কবিতাটি শুনি মন্তব্য দিয়াৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ যাচিলোঁ বাইদেউ 🙏