KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Жазылу
Rashmi Konwar
Hi !
I am Rashmi Konwar from Sivasagar, Assam.This is my vlog channel where I upload videos about my life and travelling. HOPE you will enjoy this channel.
Thank You.
For business inquiries:
[email protected]
instagram - phukonpritom
13:57
ছোৱালী বিয়া দিলোঁ//কিন্তু আজি কান্দিছোঁ😭//2025 ৰ আৰম্ভণি এনেকৈ😭/Assamese vlog/rashmi konwar
4 сағат бұрын
10:44
Bamboo shoot & pork recipe/Testy 😋/সহজে বনাব পাৰিব/বোৱাৰীৰ বাবে ৰান্ধিলো/Assamese vlog/rashmikonwar
7 сағат бұрын
10:56
মই হেনো মুনুৰ বস্তু ভাঙিলো🙄//ভাড়া ঘৰত মাত্ৰ দুটা কোঠা//তাত কেনেকৈ নাপায়টো মানিব//Assamese vlog/blog
12 сағат бұрын
14:25
আজি আলহীৰ বাবে এনেকৈ ৰান্ধিলোঁ😋/চেংনাঙ বহুত দুষ্ট হৈছে🙄/ঘৰখন আজি ঠাণ্ডা😥/Assamese vlog/Rashmi konwar
14 сағат бұрын
13:00
আকৌ এটা জন্মদিন♨️/veg pulao Recipe😋//চেংনাঙৰ স্ফূৰ্তি💃/স্মৃতি হৈ ৰব💕/Assamese vlog/Rashmi konwarvlog
16 сағат бұрын
14:55
বোৱাৰীৰ জন্মদিন উদযাপন Longdingত/মনত থকাকৈ লটি-ঘটি হল😥/Assamese vlog/Arunachal/Longding/Rashmikonwar
19 сағат бұрын
3:01
শুভ জন্মদিন মুনো'মা♨️//Happy Birthday/Merry Christmas 🎄//Rashmi konwar/Assamese vlog
21 сағат бұрын
13:18
মুনো বোৱাৰী হওঁতে আমাৰ ঘৰখন//ভগা বিচনা😥//কেনেকুৱা ঘৰত লক্ষ্মী নাথাকে/Assamese vlog//rashmikonwar
Күн бұрын
9:53
চেংনাঙৰ স্কুল//মুনুৱে দেউতাকক যিহে কৰিলে😂//হাঁহি মৰিব//Assamese vlog//Rashmikonwar
Күн бұрын
16:24
বোৱাৰীৰ ক্ষমতা কম নহয়🙄//বাপেক পুতেকৰ ঘৰুৱা কামবোৰ//নতুন বস্তু এটা ললোঁ🤗/Rashmi konwar/Assamese vlog
Күн бұрын
15:01
মুনুৰ গেছৰ সমস্যা/ঘৰুৱা সামগ্ৰীৰে মাত্ৰ দুই মিনিটত ভাল কৰি দিলোঁ/ৰিজাল্ট দেখি আচৰিত হব/Assamese vlog
14 күн бұрын
15:04
ভতিজা'জী ঘৰৰ শুদ্ধি/নামটো কেনে লাগিছে/তেওঁক মই কেনেকৈ বিয়নী কম🙄/Assamese vlog/rashmi konwar
14 күн бұрын
12:23
বোৱাৰীক মৰম কৰা বাদ দিলোঁ/চল পাই মূৰৰ ওপৰত উঠিল😡/কুকুৰক মৰম দিলে কেতিয়াও নাপাহৰে/Assamese vlog
14 күн бұрын
14:35
শহুৰৰ লগত একেলগে বহে😡/মাকৰ ঘৰত একো শিকি নাহিলে/আজি লাই ঠাৰিৰ আঞ্জা বনাম/#rashmikonwar#viralvideo
14 күн бұрын
11:00
সফলতা বিফলতা ভাগ্যৰ লিখন/আমি success হলো💃/জীৱনটোত বহুতো Tips প্ৰয়োজন হয়👍/Assamese vlog
14 күн бұрын
13:12
এনেকুৱা বোৱাৰী ক'ত দেখিছে🙄/হাত ভৰি ভগা হলে😥/এটা ভাল বস্তু কিনিলোঁ👍/Assamese vlog/rashmikonwar/AGARO
14 күн бұрын
13:12
পো-বোৱাৰী ফুৰি আহিল/নাতিনীৰ যত্ন/এইবোৰতে সুখ থাকে/Assamese vlog/Rashmi konwar
21 күн бұрын
11:56
বোৱাৰীৰ বাবে বিশেষ আয়োজন//ঘৰখন আকৌ উদুলি-মুদুলি//শৰাই সজাই আগবঢ়াই আনিব লাগে জানো🤔//Assamese vlog
21 күн бұрын
13:08
ভতিজা জী'ৰ কচুজ্বাল দিলোঁগৈ/কি আছিল ভাতৰ কাঁহীত/Testy😋/আমাৰ নিয়মবোৰ/Assamese vlog/Rashmi konwar
21 күн бұрын
13:29
মুনো নহলে মই কিদৰে কাম কৰোঁ/গোৰোহা ফটা ভাল কৰক মাত্ৰ দুবিধ সামগ্ৰীৰে/Assamese vlog/Rashmi konwar
21 күн бұрын
12:28
বিয়নীয়ে মুনুহঁতক লৈ গ'ল/যোৱাৰ সময়ত এই কামটো কৰে নে/আজিৰ বিয়াখনত বাবলুক দেখিব🤗/Rashmikonwar/vlog
21 күн бұрын
8:11
মোৰ বয়স কিমান/বয়সত মানুহজনৰ মৰম কমে নেকি/লাজ নকৰাকৈ সকলো কম/বিয়নীও আহিল/Assamese vlog/Rashmi konwar
21 күн бұрын
11:25
বোৱাৰীক আজি পাকঘৰৰ পৰা খেদিছোঁ/হাতখন নাই বুলি ধৰিব পাৰি নে/দিব্যাংগ বুলি বহুতে নাজানে /Assamese vlog
21 күн бұрын
15:32
মুনুক লৈ চিন্তা/বেয়া পালেও কবলৈ বাধ্য/কিমান দিন নো হৈছে তাই বোৱাৰী হোৱা🤔/Assamese vlog/Rashmi konwar
28 күн бұрын
16:30
দেৱৰ'ৰ ঘৰলৈ মুনো,চেংনাঙক লৈ গলো/ককাই-ভাইবোৰ বিয়াৰ পিছত কিয় সলনি হৈ যায়😥/Assamese vlog/Rashmi konwar
28 күн бұрын
18:36
দিব্যাংগ পংকজ/ দৃষ্টিহীন পৰিয়ালটোৰ পৰা বহুত শিকিব পাৰিব/Blind family/Assamese vlog/Rashmi konwar
Ай бұрын
10:31
ইমান কান্দিলে তাই😥/হাঁহি-কান্দোনেৰে ভৰপূৰ এটা ভিডিঅ💕❤️/Rashmi konwar/Assamese vlog
Ай бұрын
16:49
শাহু-বোৱাৰী মিলি আজি লেট্ৰিন prank/হাঁহি হাঁহি পেট বিষাই গল😂/Assamese vlog/Rashmi konwar
Ай бұрын
9:58
চেংনাঙৰ কথাবোৰ💕/এখন নিমন্ত্ৰণী পত্ৰই কন্দুৱালে মোক😭/কি লিখা আছিল /Assamese vlog/Rashmi konwar
Ай бұрын
Пікірлер
@jaanmoniduarah6497
Сағат бұрын
ইংৰাজী নতুন বছৰৰ বহুত মৰম থাকিল ❤❤ আমি ও নতুন বছৰ বুলি বহুত গাহৰি খালো দেই 😅😅
@mirathakuria8564
Сағат бұрын
Happy new year 🙏🙏🙏
@TCF573
Сағат бұрын
Aibur ami khayei thaku ki notun kothatu??? Akhomiya manuhe sobe bonabo jane 😂😂
@RitaGogoi-s4t
2 сағат бұрын
সকলোলৈকে বহুত বহুত মৰম ❤❤❤❤❤❤❤❤
@r.hazarika9231
2 сағат бұрын
Happy New year ❤❤❤🥰🥰🥰🥰
@nirmalikalita7376
2 сағат бұрын
লোভ লাগি গৈছে দেই খুড়ী❤❤❤❤❤
@BabiSaikia-f6g
3 сағат бұрын
Dekhi kaw kow lagise ba❤❤❤
@aprajitaboruah154
3 сағат бұрын
❤❤❤
@SaraswatiDigal-w4h
16 сағат бұрын
Hundor video very nice🎉❤
@RashmiKonwar
8 сағат бұрын
Many many thanks
@JitumoniGogoi-v8b
17 сағат бұрын
❤❤❤
@RashmiKonwar
8 сағат бұрын
❤️
@Nizara586
18 сағат бұрын
আমি প্ৰতি বছৰে স্কুলৰ পুখুৰীৰ মাছ ধৰি সকলোৱে একে লগে খাওঁ
@RashmiKonwar
17 сағат бұрын
👍
@PlabitaKonwar-e6j
18 сағат бұрын
Munu bow hokot hoise
@RashmiKonwar
17 сағат бұрын
উম
@ParinitaBuragohain-f3t
18 сағат бұрын
আমি নাপালো এইবোৰ দিন এতিয়া বহুত ভাল লাগে দেখি ।।
@RashmiKonwar
17 сағат бұрын
তোমাৰ কমেণ্ট যে কেতিয়াবা নাপাওঁ 🤔।।। ভালে থাকা
@PopiMoni-g4i
18 сағат бұрын
Ges t pura bostu khabo nlge bule.mi o sidina gm paisu . seikarane apunalokk o kolu
@RashmiKonwar
17 сағат бұрын
গেছত ভাত বনাইয়ে খাব নালাগে ,কিন্তু আজিকালি উপায় নোহোৱা হৈছে অ । ধন্যবাদ মন্তব্যৰ বাবে
@jungogoi1875
19 сағат бұрын
Hoi hoi ba gadi hikibo lage mur beti duijoni bike, gadi solia munu t k horu hobo, mur dujoni a suwali, but I proud my daughters
@RashmiKonwar
19 сағат бұрын
@@jungogoi1875 সদায় কুশলে থাকা ❤️
@jungogoi1875
19 сағат бұрын
Happy new year all family, Munu k gardi hikabo val hobo
@RashmiKonwar
17 сағат бұрын
উম
@rffgvideo6521
19 сағат бұрын
Happy new year... ❤❤
@RashmiKonwar
17 сағат бұрын
❤️
@prostutihazarika5302
19 сағат бұрын
❤
@RashmiKonwar
19 сағат бұрын
❤️
@MoonGogoi-i8q
20 сағат бұрын
Happy new year
@RashmiKonwar
20 сағат бұрын
Same to you
@GAMING.F10FK
20 сағат бұрын
Adin log pam borma moi Dibrugarh ot thaku
@RashmiKonwar
20 сағат бұрын
উম লগ পাম
@KankanaDeviDeka-oy1nc
20 сағат бұрын
ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালো বা ভিনদেউ লগতে পৰিয়ালৰ আটাইলৈ। চেংনাং বৈষ্ণব লৈ বহুত মৰম।
@RashmiKonwar
20 сағат бұрын
বহুত মৰমেৰে ধন্যবাদ কংকনা❤️❤️❤️।। শুভেচ্ছা তোমালৈও❤️
@mintuhaloi3111
21 сағат бұрын
Happy birthday 🎂 apunar dare Sahu paboloi bhagaio lagib❤❤❤
@RashmiKonwar
20 сағат бұрын
❤️
@JahnabiKakoty
21 сағат бұрын
Happy new year🎉❤
@RashmiKonwar
20 сағат бұрын
Same to you
@PadmoGogoiVlog
22 сағат бұрын
সুন্দৰ ভিডিও ভাল লাগিল👌
@RashmiKonwar
20 сағат бұрын
ধন্যবাদ
@Jobshrm-ze2ue
23 сағат бұрын
মানুহ বিলাকৰ কিবা নহৈ কিবা কম্প্লেন থাকেই। মানুহ বোৰ কথা শুনিলে খং উঠে
@RashmiKonwar
23 сағат бұрын
তাকে অ
@Jobshrm-ze2ue
23 сағат бұрын
সঁচাকৈ বাইদেউ ইমান ধুনীয়া কৈ কথাবোৰ সহজ সৰল।ভাল লাগিল। ভগৱানে এনেকৈ শক্তি দিয়াক।
@RashmiKonwar
23 сағат бұрын
আন্তৰিক ধন্যবাদ জনালোঁ
@Jobshrm-ze2ue
23 сағат бұрын
ইমান ধুনীয়া পৰিবেশ,, ইমান সুন্দৰ হাহুয়েকৰ মৰম স্নেহ, গোটেই পৰিবেশ টো। বোৱাৰীয়েকক ইমান মৰম, গতিকে বোৱাৰীয়েকেও বুজি পাব লাগিব। যাতে সহু হাহুয়েক জীৱনটো শেষৰ দিন ফালে যাতে হত ব্যৱহাৰে বোৱাৰীয়েকে দায়িত্ব লই।
@RashmiKonwar
23 сағат бұрын
হয় আপুনি ঠিকে কৈছে
@Jobshrm-ze2ue
23 сағат бұрын
Apunar video bilak jodi kunu hahu bure sai,, tenedore apunar video pora hiki lobo lage,,iman morom seneh buwarik loi,, good status your family
@RashmiKonwar
23 сағат бұрын
ধন্যবাদ জনালোঁ
@Jobshrm-ze2ue
23 сағат бұрын
Hosakoi baideo anekuwa hahu hobo lage,, tetiyahe buwariyeke kunu din kosta nidiye hahu hokolok.. bohut vaal ata adorkh dekhaise dorkhokok
@RashmiKonwar
23 сағат бұрын
ধন্যবাদ
@Sultanathakuria
Күн бұрын
❤❤❤❤❤
@RashmiKonwar
Күн бұрын
❤️
@munmisonowal24
Күн бұрын
নতুন বছৰৰ শুভেচ্ছা জনালোঁ মা আৰু আপোনালোকৰ পৰিয়াললৈ🎉❤ মা বুলিয়ে কৈছোঁ ইমান মৰমিয়াল আপুনি ❤
@RashmiKonwar
Күн бұрын
বহুত বহুত মৰম❤️❤️❤️🌺
@beautibora8008
Күн бұрын
Happy New year ❤️❤️
@RashmiKonwar
Күн бұрын
Same to you!
@wearebestfriends5847
Күн бұрын
Apunar porialtiloi notun bosoror bohut huvokamona jonalu
@RashmiKonwar
Күн бұрын
ধন্যবাদ জনালোঁ
@snigdhagogoi4439
Күн бұрын
ভাল লাগিল।
@RashmiKonwar
Күн бұрын
ধন্যবাদ
@PinakhiHandiqui
Күн бұрын
Happy new year khuri ..❤❤❤❤❤❤
@RashmiKonwar
Күн бұрын
Same to you
@PinakhiHandiqui
21 сағат бұрын
Thank you
@Ritacreationchandan22
Күн бұрын
নতুন বছৰৰ বহুত বহুত মৰম আৰু শুভেচ্ছা জনালো ঘৰৰ সকলোকে ❤❤চেংনাঙ মৰম ❤❤❤🥰🥰
@RashmiKonwar
23 сағат бұрын
ধন্যবাদ জনালোঁ
@memyself9764
Күн бұрын
Happy New year ❤
@RashmiKonwar
Күн бұрын
ধন্যবাদ 🙏
@BabiSaikia-f6g
Күн бұрын
Happy new year xokaluloike ❤❤❤
@RashmiKonwar
Күн бұрын
Same to you
@pragyakhidasixb3617
Күн бұрын
Hoi
@RashmiKonwar
Күн бұрын
ধন্যবাদ
@ranjitpatar.channel8338
Күн бұрын
খুৰী আপুনি বৰ ধুনীয়াকে নাচিব জানে ভাল লাগিলে
@RashmiKonwar
Күн бұрын
ধন্যবাদ জনালোঁ
@r.hazarika9231
Күн бұрын
ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা লগতে মৰম তোমাৰ লগতে পৰিয়ালৰ সকলোলৈকে জনালোঁ। ভগৱন্তই সকলোকে কুশলে ৰাখক,মনে বিচৰা ধৰণে আশা বোৰ পূৰণ কৰক তাৰেই কামনা কৰিলোঁ ❤️❤️❤️
@RashmiKonwar
Күн бұрын
মৰম বা ❤️🌺
@BobiPhukan
Күн бұрын
Kiman moram thakile ane dore kandibo pare na ?
@swapnasonowal8888
Күн бұрын
নতুন বছৰৰ বহুত বহুত শুভেচ্ছা। ঘৰ খনৰ মৰম বোৰ সদায় এনেকৈয়ে থাকক। ❤❤
@RashmiKonwar
Күн бұрын
❤️
@babluhero2256
Күн бұрын
Hah mangkhor hoite joha kumura/lukel masor hoite kordoi.......khalu dei khuri,,,,apuna lukor poriyalor logote hokolure agantok din bur vale kukhole par hoi jauwk take vogabanor usorot parthona jonalu ....aru notun bosor aantorik huvetsa jonalu;
@RashmiKonwar
23 сағат бұрын
বহুত বেছি ধন্যবাদ
@nirmalikalita7376
Күн бұрын
নতুন বছৰৰ বহুত মৰম আৰু শুভকামনা খুড়ী আপোনাৰ পৰিয়ালৰ সকলোলৈকে❤❤আপোনাৰ ভবিদ্যালয় ৰ খানা আৰু ফুৰ্তি বোৰ বৰ ভাল লাগিল দেই❤মুনুৰ বৰ ফুৰ্তি আজি গাড়ী চলাবলৈ পাই নতুন বছৰৰ প্ৰথম দিনটোত।মাইকী মানুহ বা ছোৱালী বোৰে গাড়ী চলোৱাটো মোৰ বৰ ভাল লাগে।আপোনালোকৰ ঘৰত গাড়ী আছে যেতিয়া ভালেই।আমি কালি ঘৰৰ ওচৰতে খানা খালোঁ খুড়ী।মুৰ্গী মাংস😅😅মৰম ❤❤❤❤❤❤
@RashmiKonwar
23 сағат бұрын
👍🌺❤️
@gitikakalita6549
Күн бұрын
🥺🥺🥺
@RashmiKonwar
23 сағат бұрын
😲
@jaanmonichetia2503
Күн бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@RashmiKonwar
23 сағат бұрын
❤️❤️❤️
@bharatibarkataki7592
Күн бұрын
নতুন বছৰৰ শুভকামনা জনালোঁ ❤ ভগৱানে ছাত্ৰীগৰাকীক সোনকালে সুস্থ কৰে যেন তাৰেই কামনা ৷
@RashmiKonwar
23 сағат бұрын
অশেষ ধন্যবাদ
@kumkumbegum499
Күн бұрын
Happy New year ❤
@RashmiKonwar
23 сағат бұрын
Same to you 😊
@NizaraDeka-vi2hy
Күн бұрын
Happy new year ba । Aponi kowa aei bisona shadar khanr katha to mai ভাবিছিলো । কিয় বা তেনেকৈ ৰাখিছে । আজি বুজি পালোঁ বা । ভিন্দেও happy new year
@RashmiKonwar
23 сағат бұрын
মৰম❤️❤️❤️