মই ডা° ৱাছিম হক , পেছাত এজন ফিজিঅ’থেৰাপিষ্ট , অসম মেডিকেল কলেজ , ডিব্ৰুগড়ৰত কৰ্মৰত ৷
ফিজিঅ’থেৰাপি মূলতে আধুনিক চিকিৎসা বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ ৷ "Physio Diha" চেনেলটোৰ যোগেদি ফিজিঅথেৰাপিৰ ওপৰত ৰাইজৰ সজাগতা আনিবলৈ চেষ্টা কৰিছো ৷ আশা ৰাখিছো ৰাইজে মোক সহাঁৰি জনাব ৷ ধন্যবাদ ৷৷
Contact Details :-
Dr Washim Hoque (Pt)
G M Physiotherapy Clinic
Mankotta Road ,
opp Hanuman Mandir
Dibrugarh ,Assam
Ph no :- 08822470633(whatsapp)
09854342956
Email :-
[email protected]