KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Жазылу
প্ৰাৰ্থনা নলবাৰী গন্ধিয়া
19:04
তুলসীৰ নাম ( তুলসীৰ জন্ম)
Ай бұрын
14:35
তুলসীৰ নাম (বৃন্দা বিৱৰণ)🙏
2 ай бұрын
12:25
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ (খণ্ড ২)
2 ай бұрын
18:30
লক্ষ্মীদেৱীৰ নাম 🙏 ( কমলা উপাখ্যান)
2 ай бұрын
15:24
লক্ষ্মীপূজা উপলক্ষে এভাগ লক্ষ্মীদেৱীৰ নাম 🙏
3 ай бұрын
8:31
শ্ৰী শ্ৰী দূৰ্গা দেৱীৰ মহাঅষ্টমী পূজাৰ নাম 🙏
3 ай бұрын
12:34
দূৰ্গা পূজা উপলক্ষে বিজয়া দশমীৰ দূৰ্গাদেৱীৰ নাম এভাগ আগবঢ়ালো ।।
3 ай бұрын
14:48
Durga Devir Naam(শ্ৰী শ্ৰী দূৰ্গা দেৱীৰ ষষ্ঠী পূজাৰ নাম 🙏)
3 ай бұрын
13:07
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ (১ম খণ্ড)
4 ай бұрын
22:03
Yogmayar janma ( পলম কৈ হ'লেও ভাদ মহীয়া নামত গাব পৰা এটি নাম আগ বঢ়ালো )
4 ай бұрын
15:46
Biswakarmar Naam ( বিশ্বকৰ্মা পূজা উপলক্ষ্যে এটি বিশ্বকৰ্মাৰ নাম 🙏)
4 ай бұрын
13:06
Krishna Naam (শ্ৰীকৃষ্ণৰ শিশু লীলা)
4 ай бұрын
17:14
গনেশ পূজা উপলক্ষে এভাগ গনেশৰ নাম🙏
4 ай бұрын
15:37
শ্ৰীকৃষ্ণৰ শিশু লীলা ( কৃষ্ণৰ নাম 🙏 )
4 ай бұрын
21:11
( দধি মন্থন )পবিত্ৰ ভাদ মাহত গাব পৰাকৈ শ্ৰীকৃষ্ণৰ শিশু লীলাৰ নাম এভাগ আগবঢ়ালো ।
4 ай бұрын
21:23
আৰু এটি কৃষ্ণ জন্মাষ্টমীৰ নাম (চামতা টেকেলা পাৰা কৃষ্ণ মন্দিৰৰ আয়তি সকলৰ লগত)
4 ай бұрын
14:16
শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে কৃষ্ণ জন্মৰ নাম এভাগ আগবঢ়ালোঁ 🙏
4 ай бұрын
12:08
মাধৱ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে এফাকি নাম শৰণ ।
5 ай бұрын
9:03
মাধৱ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে গোপাল মন্দিৰৰ আয়তি সকলৰ লগত আনন্দৰ মূহুৰ্ত
5 ай бұрын
17:08
Krishnar Naam ( পবিত্ৰ ভাদ মাহ উপলক্ষে আৰু এটি কৃষ্ণ নাম শুনো আহক)
5 ай бұрын
13:23
Krishna Naam (পবিত্ৰ ভাদ মাহৰ আৰম্ভণি এটি কৃষ্ণ নামেৰে)
5 ай бұрын
18:54
শাওণৰ সোমবাৰ উপলক্ষে আকৌ এটা শিৱনাম
5 ай бұрын
12:50
Shiva Naam(শাওণৰ সোমবাৰ উপলক্ষ্যে এটি শিৱ নাম)
5 ай бұрын
7:11
Krishnar Bhajan( কৃষ্ণৰ ভজন , নামঘোষাৰ পৰা)
6 ай бұрын
5:14
Krishnar Naam(নামঘোষাৰ পৰা)
7 ай бұрын
8:19
Prarthana (নামঘোষাৰ পৰা) লিখিত ৰূপত
7 ай бұрын
16:09
Shivar Naam (শিৱৰাত্ৰিৰ ব্ৰতৰ নাম)
8 ай бұрын
12:50
কৃষ্ণৰ নাম( তাৰা তাৰি পোহাৰী গৃহ মুখে যায় )
8 ай бұрын
26:03
Krishnar naam( নন্দই দিলা নিমন্ত্ৰণ গোপীৰ ঘৰে ঘৰে)
9 ай бұрын
Пікірлер
@dwijenkalita9370
15 сағат бұрын
Olp vlkoi ussaron koribo xobdo bilk nohole nagabo
@runumadevi123
15 сағат бұрын
Mane ????
@PuspaDeka-yd2hm
22 күн бұрын
Jey ma lakhi
@AnjuBaishya
23 күн бұрын
❤
@dipalithakuria9521
Ай бұрын
বহুত বহুত ভাল লাগিল 🙏🙏🙏
@runumadevi123
Ай бұрын
মন্তব্য দি উৎসাহিত কৰাৰ বাবে ধন্যবাদ ।
@sabita7938
Ай бұрын
আপোনা লোকৰ নাম শুনি ভালে লাগিছে ।কিন্তু এক চাপৰিৰ পদ অকণ মান কমাই দিয়ক ।বহুত দীঘল হৈছে । আকৌ নাম দি থাকিব ।বহুত-বহূত ধন্যবাদ থাকিল ।
@runumadevi123
Ай бұрын
@@sabita7938 দিহা নামত এক পদৰ পৰা ভাঙনিত গাব লাগিব । সেয়েহে......... মন্তব্য দি উৎসাহিত কৰাৰ বাবে ধন্যবাদ ।
@RebotiDas-f4e
Ай бұрын
সুন্দৰ হৈছে বাইদেউ❤❤❤
@chandanadevi4214
2 ай бұрын
নামতী আই নামটো লিখিত ৰূপত দিব
@puspalatasharma
2 ай бұрын
নমস্কাৰ আইসকল বৰ সুন্দৰ নাম হৈছে
@runumadevi123
2 ай бұрын
মন্তব্য দি উৎসাহিত কৰাৰ বাবে ধন্যবাদ
@bhayolinakalita8524
2 ай бұрын
Jai maa মনসা
@PadumiDas-h7l
2 ай бұрын
Ba nambar llikhi dibsn
@RitaParoi
2 ай бұрын
Yei gantu likhit hisape lage
@RitaParoi
2 ай бұрын
এই গানটি লিখিত হিচাপে লাগে
@amalsarma8866
2 ай бұрын
Nam to likhi diba
@chandanadevi4214
2 ай бұрын
নাম শুনি ভাল লাগিল
@runumadevi123
2 ай бұрын
মন্তব্য দি উৎসাহিত কৰাৰ বাবে ধন্যবাদ
@chandanadevi4214
2 ай бұрын
বহুত ভাল লাগিল | 2য় ভাগটো সোনকালে দিব |
@runumadevi123
2 ай бұрын
kzbin.info/www/bejne/poHMg36Bdp5sjJosi=qKNK2hi89-EywEn2
@RebotiDas-f4e
2 ай бұрын
সুন্দৰ হৈছে বাইদেউ❤❤❤
@SakuntalaBarman-j4g
2 ай бұрын
Likhito rupot diyok baido
@BhanitaPatowary-f1g
2 ай бұрын
Jay Maa Lakshmi Devi
@gitudevi3043
2 ай бұрын
val lgel deya
@gitudevi3043
2 ай бұрын
jaganth nam deba
@rangiaboyvlogs6477
2 ай бұрын
ওঁমঃ নমঃ শিৱায়ঃ
@GitanjaliDas-o2f
3 ай бұрын
Bidew namto likhi dibosun
@rangiaboyvlogs6477
3 ай бұрын
হৰ হৰ মহাদেব ওম নম শিবায় হে মহাদেৱ প্ৰভু ভোলানাথ মোৰ মনৰ আশা পূৰণ কৰা প্ৰভু
@runumadevi123
3 ай бұрын
🤣
@runumadevi123
3 ай бұрын
নিশ্চিয় কৰিব
@swarnalataboruah8368
3 ай бұрын
🙏🙏🙏
@AnimaBorah-c6y
3 ай бұрын
বহুত ধুনীয়া হৈছে ❤❤❤❤🎉🙏
@monjulasarmah7414
3 ай бұрын
জটাক জাৰিতে দেৱী পৰিলা মাটিত ইয়াৰ পাছৰ দুশাৰী লিখি দিবচোন বাইদেউ । নামখিনি ভাল হৈছে আপোনালোকৰ ।
@runumadevi123
3 ай бұрын
মৃত্তিকা স্পৰ্শনে বৃক্ষ ভৈলা পৃথিৱীত ।। আচম্বিতে বৃক্ষ ভৈলা শিৱৰ ওচৰে ।
@LilaDeka-s1k
3 ай бұрын
পুতুনা বধৰ নাম আছে যদি দিব
@ParishmitaDas-t7j
3 ай бұрын
জয় মা লক্ষ্মী
@MonikaBoruah-vb4mq
3 ай бұрын
সুন্দৰ পৰিবেশন ❤ নতুন বান্ধৱী হলো দেই আশাকৰোঁ আপোনা সবেও হ'ব 🙏
@runumadevi123
3 ай бұрын
নিশ্চয়
@AkonKonwar-m7l
3 ай бұрын
🙏🙏🙏
@DharitriRongpi
3 ай бұрын
Good
@runumadevi123
3 ай бұрын
ধন্যবাদ
@bharatchandranath433
3 ай бұрын
ATI sundar dihanam very nice
@runumadevi123
3 ай бұрын
মন্তব্য দি উৎসাহিত কৰাৰ বাবে ধন্যবাদ ।
@bijoykrishnagogoi7841
3 ай бұрын
🙏🙏🪔🪔 জয় লক্ষ্মী আই🌺🌺
@kamalamisra6858
3 ай бұрын
বৰ শুৱলা হৈছে নাম ভাগি
@runumadevi123
3 ай бұрын
ধন্যবাদ
@SukanyaLahkar-p3l
3 ай бұрын
Baideu anugrah Kari siba bandana likhit rupe di dibasun dhanyabad
@SukanyaLahkar-p3l
3 ай бұрын
অনুগ্ৰহ কৰি বন্দনাটো লিখিতৰূপত দিব পাৰিব নেকি। ধন্যবাদ।
@nirmalidevi-2668
3 ай бұрын
আপোনাৰ আগৰ নাম কেইটিও লিখিত ৰূপে দিয়ে যেন
@nirmalidevi-2668
3 ай бұрын
বহুত ভাল লাগিল
@monjulasarmah7414
3 ай бұрын
Deve bule o probhu ai dihatur pod khinir pratham line tini sarilikhi dibosun bideu beya napai jodi apunalukor naam khini suni bor val lage
@monjulasarmah7414
3 ай бұрын
Deve bule o probhu ai dihatur first line
@monjulasarmah7414
3 ай бұрын
Aru ase brikhor nanm yer passor khini likhi dobosun
@kamalapatar1465
3 ай бұрын
বহুত ভাল লাগিছে ❤
@kamalamisra6858
3 ай бұрын
বৰ সুন্দৰ হৈছে নাম ফাকি৷
@runumadevi123
3 ай бұрын
মন্তব্য দি উৎসাহিত কৰাৰ বাবে ধন্যবাদ
@nirmalidevi-2668
4 ай бұрын
লিখিত ৰূপে দিয়ে যেন
@RebotiDas-f4e
4 ай бұрын
বাইদেউ লিখিত ৰূপত দিব ভাল লাগে নাম বোৰ শুনি❤❤❤❤❤
@RebotiDas-f4e
4 ай бұрын
অ বইদেও বৰ সুন্দৰ হৈছে। কোন খন পুঠিৰ পৰা লৈছে বাইদেউ ব্য়ো নেপাই যদি কবনেকি❤❤❤
@runumadevi123
4 ай бұрын
নাম ভাগ মই নিজেই যুগুতাইছো কাহিনী ভাগ সাৰাবলী (বঙালী )ৰ পৰা পঢ়িছো ।
@BinuSarmah-e1b
4 ай бұрын
Durgar nam dibsn🙏🙏
@runumadevi123
3 ай бұрын
kzbin.info/www/bejne/nV6oq4qVbpuMrdUsi=ArJjvHYDJAn7tv1U
@BinuSarmah-e1b
4 ай бұрын
Val lagise nam vag ❤❤
@runumadevi123
4 ай бұрын
ধন্যবাদ
@AnimaBorah-c6y
4 ай бұрын
বাইদেউৰ নামভাগ বহুত ভাল লাগিচে আৰু বৰ সুন্দৰ হৈছে । আপোনালোকৰ নামৰ পুথিখনৰ নামটো দিব নেকি ? 🙏 ❤🎉
@runumadevi123
4 ай бұрын
নাম সমূহ মই নিজ যুগুতাইছো কিছুমান নাম( দিহানামৰ শৰাই )নাম দি এখন পুঠি প্ৰকাশ কৰি উলিয়াইছো আৰু কিছুমান নাম প্ৰকাশৰ পথত আছে ।প্ৰকাশ হলে জনাম বাৰু। ধন্যবাদ
@AnimaBorah-c6y
4 ай бұрын
ধন্যবাদ ❤🙏
@funnnyvideo-tt1kv
4 ай бұрын
বহুত ভাল লাগে আপোনাৰ নাম শুনি।
@runumadevi123
4 ай бұрын
মন্তব্য দি উৎসাহিত কৰাৰ বাবে ধন্যবাদ ।