My respected Prof. Dr. Ankuran Dutta sir, you are a real hero from the land of mighty Brahmaputra, Ma Kamakhya & Sankara-Madhavadeva ! Salute you sir...
@ShilpgramNEZCCMediaNabaKrBhara3 күн бұрын
গুৰুজনাৰ ৫৭৬সংখ্যক আৱিৰ্ভাৱ তিথিভাগ এইবেলি কলম্বোতো আয়োজনৰ লগতে আমাৰ বাবে গৌৰৱৰ সূচনা কৰি তেৰাৰ 'নাৰায়ণ কাহে ভকতি…' শীৰ্ষক বৰগীতভাগি সিংহলী ভাষালৈ অনুবাদৰ লগতে পৰিৱেশনৰ প্ৰয়াস কৰা হৈছে৷ কলম্বোস্থিত ভাৰতীয় উচ্চ আয়োগৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত উক্ত মহৎ কামটি সম্পন্ন হৈছে৷ কালি বৰগীতভাগি মূল আৰু সিংহলী ভাষাৰ শ্ৰাব্য সংস্কৰণৰ চিডি কালি শ্ৰীলংকাত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ এই মহৎ প্ৰচেষ্টাৰ আঁৰৰ শ্ৰীঅংকুৰণ দত্ত ডাঙৰীয়া তথা সিংহলী ভাষাৰ শিল্পী প্ৰমুখ্যে প্ৰতিগৰাকী সন্মানীয় ব্যক্তিলৈ অসমবাসীৰ হৈ অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ এনে প্ৰচেষ্টাৰ ধাৰা অব্যাহত থাকক সমাগত দিনবোৰতো, এয়াই আমাৰ কামনা৷
Now, this is truly what Gurujona's efforts meant.. All his preachings and contribution is for the world and those lessons must not just remain confined within a particular geographic location. Great yet necessary step.. We feel proud and responsible equally.. Joy Guru Xonkor. 🙏 Krishno.. ✨
@RajaMusic-474 күн бұрын
Krishno❤
@nibirdas2974 күн бұрын
❤️ no words to describe the step
@rajmanoranjan.12345 күн бұрын
জয় গুৰু শংকৰ
@rupamjyotinath9185 күн бұрын
Joy Jagatguru Shrimanta Shankardeva. জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱI
@raktimlahkar82905 күн бұрын
জয় আই অসম ❤
@Munu-pv3hx5 күн бұрын
🙏🙏🙏🙏🙏🙏
@pranabjyotihazarika71455 күн бұрын
অতি সুন্দৰ, জয় গুৰু শংকৰ 🙏🙏🙏
@BimalMalakar-p4d6 күн бұрын
Congratulations to you for performing in sri Lanka