মাননীয় কৃষি মন্ত্ৰী মহোদয় আমি কৃষি জীৱি শ্ৰমিক যিটো সময়ত খতিয়া দিৱ লাগে এই সময়ত নিদিয়াত বাৱে আপোনাৰ ভাষন খিনি সোভা নেপাই।কাৰণ আমি খেতিয় কৃষি জীৱি নিজ উৰ্পাৰজন কৰো? কীন্তু২০০০ টকা চাৰি মাহত পাই ।কীন্তূ সন্তোষ কৰিৱ নোৱাৰে চৰকাৰে হলে আমি ভাল পাওঁ।আপোনাৰ ভাষন সন্তুোষ নহয়।কথাতে মিঠা কামত একো কৰিৱ নোৱাৰে?কৃষি সজোলি একো কে পোৱা নাই
@SahilKhan-u8h1t29 күн бұрын
😂😂কেইদিন মান পিছত অসম দেৱলীয়া হৱ 😂😂
@BhaskarGogoi-k2c29 күн бұрын
অসম খনক কিমান ধাৰোৱা কৰিলে সেই কথাতো কওক।
@TapanKumarsingaАй бұрын
CM, sir Assam home guard regular korok
@mousumibhuyan2576Ай бұрын
sir আমি ১ বছৰ drop দি NEET ৰ coaching কৰি কি ভুল কৰিলোঁ? বিগত ৩ বছৰ ধৰি coaching কৰা ছাত্ৰ ছাত্ৰীয়ে scooty পাই আহিছে কিন্তু এইবোৰ হঠাৎ coaching কৰা ছাত্ৰ ছাত্ৰীক Scooty দিয়া নহব বুলি কিয় কলে? আমি তো লিখা পঢ়া বাদ দিয়া নাই,লিখা পঢ়া মানে কি এয়াই যে BA/BSc ত নাম লগোৱা? যেতিয়া আমাৰ নাম প্ৰথম merit list ত আহিছে আমি কিমান আনন্দিত হৈছিলো,তাৰ পিছত ইতিমধ্যে district wise, college and dealer ৰ pora যি list ওলাইছে তাতো আমাৰ নাম আহিছে, কিন্তু আজি এই বাতৰি এ আমাৰ মন ভাঙি পেলাইছে। যদি এই আঁচনি ৰ অধীনত coaching ৰ students নপৰে তেন্তে আমাক কিয় শিক্ষা বিভাগএ জনোৱা নাই? ইমান আশা কিয় দিলে আমাক? Sir আমি আপোনাৰ ওচৰত অনুগ্ৰহ কৰি কৈ আছোঁ পৰবৰ্তী আপুনি এই আঁচনি ৰ সাল সলনি কৰিব কিন্তু বিগত বৰ্ষৰ দৰে এইবাৰ ও আমাক Scooty দিয়ক 🙏. Sir আপুনি অসম ৰ প্ৰত্যেক জিলা তে যি Medical College স্থাপন কৰিব ওলাইছে তাৰ বাবে আমি আপোনাৰ শলাগ লও কিন্তু এই মেডিকেল কলেজ ত এই আমি পঢ়িব ৰ ইচ্ছা ৰে coaching কৰিবলৈ বেলেগ কলেজ ত নাম লগোৱা নাই । আপোনাৰ ওচৰত আমাৰ আহ্বান আপুনি এই বিষয়টোৰ উপৰত অলপ চকু দিয়ক, নহলে আমি বহুত demotivate hoi jam🙏
@pratimasarma1737Ай бұрын
লোকৰ কথা ক'ব নালাগে, নিজেই নিজৰ চৰিত্ৰৰ ছবি আঁকি আছে দেখোন।
@SanilSaddaАй бұрын
Tor soritro kenekua xaitu janibo baki nai belegor kotha koat expert aru toi
@AlakaLahkarАй бұрын
Moar ration card khon ahi powa ni 28 December.tarikhe diba buli koise ....kintu arunodai apply koriba pora ni je ki kora jaji atiya janana sn .
@AbhijitDoley-ot3hoАй бұрын
Gaurav Gogoi Zindabad 💯 🎉
@pabitrasharma3233Ай бұрын
Khudra shah khatior babay asani Graham karak
@SudeshnaSutBoruahАй бұрын
Mama apuni je poisa dibo nuwara khinike sohai kori thake covidor nisina kothin poristhit ami bht kosto koriu loanr dhar Mari thakilu amaku vlke dhar morar baby kiba sadharonke holeu sahaijyo ata dibo parile htn amaru montu amaru vl lagil htn
@dibyapachung965Ай бұрын
Muru loan asil 25000 Toka
@tutumonibaishya4235Ай бұрын
🎉🎉🎉🎉
@MonikrDasАй бұрын
Misa kotha koise mamai. Amar ucharr kunau pua nai. Koi ata kore ata.