KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Жазылу
North East Taste with Taru Phukan
Easy ,Simple, Assamese
Traditional, food vlog. নমস্কাৰ , ঘৰখনৰ এগৰাকী গৃহিণী মাক ,পত্নী ,বোৱাৰী কাৰোবাৰ জী হিচাপে আমাৰো বহুত কৰণীয় কাম থাকে| এটি শিশুৰ ঘাই আৰু প্ৰথম পঢ়াশালি হৈছে ঘৰখন | এগৰাকী গৃহিণীয়ে ঘৰৰ চাৰিবেৰ পাৰ আৰম্ভ কৰি সকলোবোৰ কাম যেনে চাকৰি ,
লেখিকা …ইত্যাদি ইত্যাদি ক্ষেত্ৰত থাকিলেও অহৰহ এটি চিন্তা থাকে |পৰিয়ালটিক কেনেকৈ সময় দিয়া লগতে সুস্বাদু স্বাস্হ্যকৰ খাদ্য ৰান্ধি খোৱাও … তাতে শিশুটিক সঠিক খাদ্য ঘৰতে তৈয়াৰ কৰি নিদি হোটেল ,বজাৰৰ পৰা কিনি আনি খুৱালে কিমান পুষ্টিহীনতা ভোগে ,কিমান বেমাৰে লগ দিয়ে সেয়া মই বেলেগে কোৱা প্ৰয়োজনে নেথাকে | সেয়ে কম সময়তে তেল মচলা কমকৈ ব্যৱহাৰ কৰি নিজ হাতেৰে ৰান্ধি -বাঢ়ি আপোনাৰ আপোনজনক খুৱাবলৈ জানো মন নেযায় |মোৰো ক্ষেত্ৰতো একে |সেয়ে ঘৰত যিদৰে ৰান্ধো সেই ৰন্ধন পদ্ধিতকে আপোনালোকৰ সহজ হওঁক বুলি চেয়াৰ কৰো | আপোনালোকৰ মৰম চেনেহবোৰে মন ভৰাই তোলে …বহুতো ডেকা-গাভৰু ,কিশোৰ -কিশোৰীয়ে গাহৰি ( pork)মাংস বিচাৰি থকা বাবে ভাবিলো উপকাৰী হোৱাকৈ ৰেচিপি সমূহ আগবঢ়াই দিও… ♥️🌹
6:55
কাচকলৰ পিটিকা আৰু মচন্দৰী চাট্ নি | আইৰণ ,ভিটামিন সহজতে ঘৰতে পোৱা যায়|Assamese cuisine #Taruphukan
2 жыл бұрын
6:58
Mango pickle একদম কম তেলত |ভিনেগাৰ , ৰঙ জলকীয়া গুড়ি নিদিয়াকৈ ৫বছৰ থওঁক|ধুনীয়া সুগন্ধি বৰ বেচি ভাল হয়
2 жыл бұрын
7:12
Spicy Pork Recipe | Zero oil মেজেঙা পাত দিয়া বহুত বেচি ভাল পাব |হোটেল, ধাবা ক'তো নেপাই এই জুতি@Assam
2 жыл бұрын
8:36
Assamese Tholua Ahar | Pork লগত ঢেঁকীয়া , সৰু বিলাহী মাছৰ চাট্ নি ,জুতিৰে ৰন্ধা দাইল@TaruPhukan
2 жыл бұрын
8:13
এতিয়ালৈকে যিসকলে তিল পিঠা তৈয়াৰ কৰা নাই সহজতে বনাব পৰাকৈ | Bihu Special Til Pitha complete process
2 жыл бұрын
5:37
Assamese Style Pork Recipe |বিহুত এবিধ শাকৰ লগত গাহৰি মাংস খাই খাবচোন |💯%ভালপাব |Taru phukan recipe
2 жыл бұрын
6:59
Bihu Special Bhapot diya pithaমিঠা নিমখীয়াকৈ সহজে পাৰিব চুপি ,গিলাচ, কাপ,বাতিত|videoচালে সহজ হৈ পৰিব
2 жыл бұрын
4:57
পিঠাগুড়িৰ সুস্বাদু লাৰু|পকামিঠৈ বিহুৰ অন্যতম এবিধ ৰেচিপি |Bihu Special|Assamese Rice flour gur ladoo
2 жыл бұрын
7:16
Bihu Special |Bahog Bihuত তৈয়াৰ কৰিব পৰা দুবিধ পৰম্পৰাগত #চেৱা পিঠা #কেটলিমুখৰ পিঠা|Assamese Recipes
2 жыл бұрын
6:02
Bihu Special | Assamese প্ৰিয় দুবিধ তেলপিঠা একেলগে দিছো |কোমল ফুলি থকা পিঠা দুবিধ Top two Tel pitha
2 жыл бұрын
6:30
কল পচলা ,সান্দহ গুড়িৰে গাহৰি মাংস😋 এবাৰ খাই চাই কব দেই | Pork curry with banana stem & handoh guri
2 жыл бұрын
7:50
Pork Curry with Raw Jackfruit |গাহৰি মাংসৰ লগত কঁঠালৰ মুচি|খাটি অসমীয়া ভাষাত টিকাত গোৰ মাৰিলেও নেৰে😋
2 жыл бұрын
4:42
Egg Curry with Bottle Gourd | জাতিলাউ কণীৰ দমৰ জুতি নিজে লোৱা লগতে হঠাৎ অহা আলহীক ৰান্ধি দি চাওঁক
2 жыл бұрын
4:04
দোৰোণ শাকৰ জুতিলগা খাৰৰ ব্যঞ্জনখন |Assamese Traditional khar Curry|North East taste with Taru phukan
2 жыл бұрын
4:01
Domestic Silk Worm Fry | এৰী লেটা শুকান ভাজিৰে এসাঁজ | দাইল ,চাটনি,ভাজি Assamese Traditional thali
2 жыл бұрын
5:57
Pork Boil With Tomato & green chilli/spicy সম্পূৰ্ণ বইল গাহৰি মাংস |তেল মচলা নাই Assamese pork Curry
2 жыл бұрын
6:46
Bottle gourd | 3Recipes|জাতিলাউৰে মাছ ,ঔটেঙাৰে মচুৰ দাইল,মটৰে ভাজি North East Taste with Taru Phukan
2 жыл бұрын
7:41
Pork with Bamboo shootৰে শুভাৰম্ভ কৰিলো মোৰ নতুন চেনেল #North East Taste with Taru Phukan
2 жыл бұрын
Пікірлер