Пікірлер
@pratimchangmai740
@pratimchangmai740 2 сағат бұрын
ধন্যবাদ PMB mix ❤️
@latumonisaikia8401
@latumonisaikia8401 4 сағат бұрын
মোৰ অতি শ্ৰদ্ধাৰ অতি আদৰৰ লুলু দা,,, ভগৱানে অপোনাক কুশলে ৰাখক
@pradyutsharmapradyut5535
@pradyutsharmapradyut5535 5 сағат бұрын
যদু দা মেইন ❤️❤️❤️❤️
@AnkurBaruah-jo6uc
@AnkurBaruah-jo6uc 6 сағат бұрын
mohakal pis tu kor hoi baru 😁😎😎
@PMBMix
@PMBMix 6 сағат бұрын
নাজানো... গাঁৱৰে হয় চাগৈ
@AnkurBaruah-jo6uc
@AnkurBaruah-jo6uc 6 сағат бұрын
@@PMBMix mmm
@d_s__assam8599
@d_s__assam8599 4 сағат бұрын
​@@AnkurBaruah-jo6uc Gau r a hoiii
@MadhujyaBorah-bs9gr
@MadhujyaBorah-bs9gr 7 сағат бұрын
❤❤
@gyanjyotigogoi3699
@gyanjyotigogoi3699 7 сағат бұрын
@Flutegaming2012
@Flutegaming2012 7 сағат бұрын
Om namah shivai❤🎉
@MadhujyaBorah-bs9gr
@MadhujyaBorah-bs9gr 8 сағат бұрын
❤❤
@utpalgoswami6334
@utpalgoswami6334 9 сағат бұрын
যদু দা, প্ৰাণদ্বীপ দা 🔥🔥🔥
@PulinSarma-e1v
@PulinSarma-e1v 9 сағат бұрын
❤😊
@dg_art_work
@dg_art_work 10 сағат бұрын
Voice ❤
@sanjibhandique6021
@sanjibhandique6021 12 сағат бұрын
গাৰ নোম শিয়ঁৰি উঠে এখেতৰ অভিনয় দেখিলে,আংগিক মুদ্ৰা , সংলাপ প্ৰক্ষেপন,,,,চকুৰ সঞ্চালন অদ্বিতীয় 🔥🔥,আপোনাৰ যোগেদি লুলু নেওগ দেৱৰ মনৰ কথাখিনি জানি ভাল লাগিল,,,,ভাওনা সংস্কৃতিৰ ধ্বজাবাহক প্ৰজন্মৰ উত্তৰণ ল'ৰা দুটিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ❤❤ ,শিৱসাগৰৰে আন এজন দক্ষ অভিনেতা ভাওনা, থিয়েটাৰৰ মঞ্চ কপাঁই যোৱা অভিনয় তেখেতৰ,,, মহেশ বৰা দেৱকো এদিন আপোনাৰ মজিয়ালৈ আনিব বুলি আশা কৰিলোঁ,,
@lukuborgohain4554
@lukuborgohain4554 12 сағат бұрын
Lulu Dak Val dharana cini paw ag bahi jak
@SubhashDas-u6e
@SubhashDas-u6e 12 сағат бұрын
কৃষ্ণ সুন্দৰ
@bishwajitphukon6968
@bishwajitphukon6968 12 сағат бұрын
মেঘৰঞ্জনী বিখ্যাত অভিনেত্ৰীৰ বাৱে দিত লগত প্ৰৱেশ নকৰিলে নেকি নে এই নাটক নতুনকৈ লিখিলে ইমান ডাঙৰ অভিনেত্ৰীৰ বচন পাহৰি যোৰ লাজৰ কথা আমি লৰা বোৰে মাইকী সাজি কাছি ভাওনা কৰাটো কিমান কষ্ট হয় মেঘৰঞ্জনী আইদেউ বুজিছে কিজানি তেওঁলোকে চিনেমাৰ চিৰিয়েলৰ মানুই তাতে ভাল লাগে । ভাওনা মুকলি অভিনয় থিয়েটাৰ বা চিৰিয়েলৰ দৰে নহয় আজিকালি বৈঠকিৰ পৰা বচন কৈ দিযা দিন নাই আৰু কিন্ত চেলিবেট অভিনেত্ৰীক বচন পমটাৰ কৰাটো লাজৰ কথা বুলি মই ভাবো ভাওনা এখন বেয়া হলে কিছুমান কমিটিয়ে মাইকী ভাওৰীয়া জনক দোখ দিযে ৰিহাচল নোজোৱৰ বাৱে কিন্ত এই গৰাকী অভিনেত্ৰী যি খন বচন গালে পৃথিৱীৰ ভুল আৰু ভাওনাত নেটৰ চাদৰ বা নেটৰ কাপোৰ পিন্ধা ভুল বুলি কোৱা ভু- পন্দিত সকল এতিয়া নিমাত কিয়
@Borah_tora
@Borah_tora 12 сағат бұрын
Moi u vauna kri Bohut val pau 💖 ai team tur lgt keneke contact krim nu please reply 😢
@chetiavaii3417
@chetiavaii3417 13 сағат бұрын
সকলোলৈ মৰম যাচিচু ।।।। সকলো ভালে থাকক❤
@AnshumanDutta-xu8wc
@AnshumanDutta-xu8wc 13 сағат бұрын
Ogosthi jon val ni loga
@user-nk1qs7co9k
@user-nk1qs7co9k 14 сағат бұрын
😢 9:33
@Mrinmoyraj-r2n
@Mrinmoyraj-r2n 14 сағат бұрын
Lokhai🎉
@armygirljupi4237
@armygirljupi4237 14 сағат бұрын
Ankur da main❤
@madhujyasaikia5078
@madhujyasaikia5078 14 сағат бұрын
barpathar tengani tat accident hoyei thake
@Rishe_516
@Rishe_516 18 сағат бұрын
ভাল লাগিল ❤🎉
@user-ne9sn5bu6u
@user-ne9sn5bu6u 20 сағат бұрын
Xundor❤❤
@MahendranathMon
@MahendranathMon 21 сағат бұрын
Ritunjoy neog lage
@AnandaBorah-uo7lg
@AnandaBorah-uo7lg 21 сағат бұрын
@arupjyotigogoi4651
@arupjyotigogoi4651 Күн бұрын
Nayan da aru satyam Dak lage joldi
@Ancrassambaruah-w6c
@Ancrassambaruah-w6c Күн бұрын
কি বুলি কম বা লিখিম ভাষা বিচাৰি নাপালো তথাপি মোৰ কপালখনো অলপ বেলেগ ❤❤❤❤❤❤❤
@bipulborah6543
@bipulborah6543 Күн бұрын
সুন্দৰ মনৰ অধিকাৰী ❤
@joydeepdutta200
@joydeepdutta200 Күн бұрын
সুন্দৰ
@nirrdeepsaikiaokhom6800
@nirrdeepsaikiaokhom6800 Күн бұрын
সংস্কৃতিবান ❤ গোটেই ঘৰখন 🙏🏼🙏🏼 তেওঁলোকক ভগৱানে মঙ্গল কৰক
@pranabslife7657
@pranabslife7657 Күн бұрын
Kindly nat khinr pdf dibo pribo nki
@PMBMix
@PMBMix 7 сағат бұрын
Mur usorot nai
@AnkitaBorah-nm9kt
@AnkitaBorah-nm9kt Күн бұрын
Moija♥️
@pinkukalita5649
@pinkukalita5649 Күн бұрын
ভাল লাগিল লুলু দা ইমন আৰু মনকলি
@madhurjyaborah8814
@madhurjyaborah8814 Күн бұрын
Ankur Saika k ketia anibo?
@PMBMix
@PMBMix Күн бұрын
Ahibo ahibo
@fhh3285
@fhh3285 Күн бұрын
Mojaa hoise vaiti
@pawanborah2748
@pawanborah2748 Күн бұрын
Bhesm,durnasajya ,kipasarjya kt
@priyankuborah6132
@priyankuborah6132 Күн бұрын
অহা খণ্ডত দিপাংক(গদ্‌) ককাইদেউক আনিব।
@devasaikia5087
@devasaikia5087 Күн бұрын
Bhal lagil
@junumagohain6519
@junumagohain6519 Күн бұрын
Bohu dinor murot sinaki sai val lagil...ane Dore jate sinaki soli thake.......bohut val lagile ❤❤
@PMBMix
@PMBMix Күн бұрын
Soli thakibo... Dhanyabad
@puspaborahazarika5439
@puspaborahazarika5439 Күн бұрын
ভাল লাগিল দাদা
@joonnath1722
@joonnath1722 Күн бұрын
ভাওঁনা জগতখনত এজন অতি শ্ৰদ্ধাশীল ব্যক্তি লুলু নেওগ ডাঙৰীয়াৰ কথাখিনি অতি গুৰুত্বপূৰ্ণ। বিতৰ্কৰ পৰা সদায় আতঁৰত থকা নেওগদেৱৰ পৰা বহু শিকিবলগীয়া আছে। তেখেত সুস্বাস্থ্যৰ অধিকাৰী হওঁক। সদায় এনেদৰে জিলিকি থাকক।
@anantaborabora2801
@anantaborabora2801 Күн бұрын
nayan nibir aru satyamk lage hunkale
@chawduduahom5537
@chawduduahom5537 Күн бұрын
Khub hundor 🙏
@ANIRBAN__CHUTIA
@ANIRBAN__CHUTIA Күн бұрын
❤❤❤❤❤❤
@ranipriyaboruah6760
@ranipriyaboruah6760 Күн бұрын
🙏🏻🙏🏻
@user-lr4ti5me7e
@user-lr4ti5me7e Күн бұрын
কৃষ্ণ। সুন্দৰ।
@DipaBaruah-zb5ki
@DipaBaruah-zb5ki Күн бұрын
অতুল বঢা বাপলৈ সেৱাধৰিলো❤