Пікірлер
@user-zx2fq4jq1g
@user-zx2fq4jq1g 20 сағат бұрын
কি ভাবে নিতে পারি
@tagarpator1878
@tagarpator1878 Күн бұрын
Bahut val lagil bandhabi holu
@budhasordas3270
@budhasordas3270 2 күн бұрын
Very nice
@deepjyotinath5909
@deepjyotinath5909 2 күн бұрын
মই নগালেণ্ডৰপৰা আধাকেজি শুকান খৰিচা কিনি আনিছো ৷ এতিয়া এইখিনি কেনেকৈ খাম! আচাৰ বনোৱাৰ পদ্ধতি? অকল ভোট জনকীয়াই নে তেল দিব পৰা যাব!
@RupanjaliRonganoi
@RupanjaliRonganoi 2 күн бұрын
আমাৰ দেউতাই গাহৰি মাংস,মাছ আৰু দাইলৰ লগত ৰান্ধি দিলে খাই ভাল পাইছিল । চাটনি আৰু আচাৰৰদৰেও খাইছিল । শুকান খৰিচাৰ আচাৰত একো মছলা নিদিওঁ । মিঠাতেল আৰু জলকীয়াই দিওঁ । কেতিয়াবা নহৰু কেইফোটামান ভৰাই দিওঁ । নগা থলুৱা খাদ্যৰ ভিডিঅ’ চালে উপকৃত হবা বুলি ভাবিছোঁ ।
@dharitreechamuah3058
@dharitreechamuah3058 4 күн бұрын
Moi aji atia ruki boyamot vorai tholu. Kaile rofot di hukuale hobo nai baru. Reply koribo dai
@RupanjaliRonganoi
@RupanjaliRonganoi 4 күн бұрын
হ’ব ।
@PabitraPhukan-is8ic
@PabitraPhukan-is8ic 6 күн бұрын
Apunar namber to dibo neki baideou
@RupanjaliRonganoi
@RupanjaliRonganoi 3 күн бұрын
FB messenger ot dim
@KitanjaliKataki123
@KitanjaliKataki123 7 күн бұрын
Baideu poka polue kalmaroli diya r pist u bah nolole ki koribo lage kouk sn
@RupanjaliRonganoi
@RupanjaliRonganoi 6 күн бұрын
পলু পকিলে বাহ বান্ধিবই । টৰ্চ যদি নেথাকে তেতিয়াহলে মোবাইলটো লুটিয়াই টৰ্চটো জ্বলাই পলুটো থৈ ভালদৰে নিৰীক্ষণ কৰিবা । পকা পলুটোৰ ভিতৰখন আইনাৰদৰে চফা হয় । তেতিয়াহে কলমাৰলিত দিবা । কিছুমানে পকিলেও বাহ নেবান্ধে । সেইবোৰক কাপোৰেৰে ঢাকি থবা । নিজেই ৰঙচুৱা লেটাৰ ৰূপ যেতিয়া লব,তেতিয়া কঠিয়া ৰাখি পখিলা হবলৈ দিয়াৰ সলনি খোৱাৰ বাহিৰেতো উপায় নাই !
@KitanjaliKataki123
@KitanjaliKataki123 6 күн бұрын
​@@RupanjaliRonganoiধন্যবাদ বাইদেউ। 🙏
@Divyadarsan1008
@Divyadarsan1008 7 күн бұрын
Mantra padisene ? গান নিচিনা লাগিছে
@STANDARDGURUDEV
@STANDARDGURUDEV 8 күн бұрын
Fram location kot baido
@RupanjaliRonganoi
@RupanjaliRonganoi 6 күн бұрын
বগীনদীৰ তাৰিয়নীত ।
@DilipDas-dt7cv
@DilipDas-dt7cv 9 күн бұрын
Val lagil🙏🙏
@banamalidaspubali15
@banamalidaspubali15 10 күн бұрын
Second coment
@runimaskitchenandvlog9140
@runimaskitchenandvlog9140 10 күн бұрын
𝗦𝘂𝗺𝗺𝗲𝗿 𝗵𝗲𝗮𝗹𝘁𝗵𝘆 𝗱𝗿𝗶𝗻𝗸 😋
@samikshyanath7386
@samikshyanath7386 12 күн бұрын
Nimokh dibo parine Baideu
@RupanjaliRonganoi
@RupanjaliRonganoi 11 күн бұрын
আমি নিমখ নিদিওঁ ।
@arutirabha2862
@arutirabha2862 12 күн бұрын
Buhut val lagil Baidew 💋💋💋
@user-lv4dh2df6e
@user-lv4dh2df6e 12 күн бұрын
মজা লাগিল
@prabinshrutikar
@prabinshrutikar 12 күн бұрын
વ Video to chai bhal lagil 😢😮😅😊
@sweetysonowal3121
@sweetysonowal3121 12 күн бұрын
Gosor pora carbon dioxide nulai nki baideo
@cvmahesh5116
@cvmahesh5116 14 күн бұрын
❤🎉
@dipalikakoty8793
@dipalikakoty8793 15 күн бұрын
পাহাৰৰ কাক বাঁহৰ গাজ ভাল হয়
@munumunu6223
@munumunu6223 15 күн бұрын
👌👌
@HappykitchenFamily
@HappykitchenFamily 15 күн бұрын
আপোনাৰ video বিলাক চাই ভাল লাগে বাইদেওঁ। ❤🎉❤
@nabinmachahary7815
@nabinmachahary7815 15 күн бұрын
Very nice
@user-cb8dj6ef4l
@user-cb8dj6ef4l 15 күн бұрын
আপোনি পৰিমানটো দিলে ভাল আছিল ।
@sidheswarbailung5073
@sidheswarbailung5073 16 күн бұрын
মই আজি বনাবলৈ চেষ্টা কৰিছো
@RupanjaliRonganoi
@RupanjaliRonganoi 16 күн бұрын
নিশ্চয় ভাল হ’ব !
@runumeekalita1393
@runumeekalita1393 17 күн бұрын
মই পানী নিদিওঁ।এনেয়ে বনাও
@bhobaniborgohain1721
@bhobaniborgohain1721 18 күн бұрын
ভাল লাগিল নজনা কথা জানিব পাৰিলো বাইদেউ বহুত বহুত ধন্যবাদ
@jyotimalabordoloi8745
@jyotimalabordoloi8745 18 күн бұрын
বৰ ভাল লাগিল বাইদেউ।আমিও এনেকৈ খোৱাৰ অভ্যাস কৰিম
@debasishkotoky5070
@debasishkotoky5070 19 күн бұрын
Baidew, want more videos of different tholuwa Chutneys ....
@debasishkotoky5070
@debasishkotoky5070 19 күн бұрын
Nice video Baidew, but emaaaan ustadi kilo apunar 😅
@RupanjaliRonganoi
@RupanjaliRonganoi 19 күн бұрын
তুমি ইংৰাজীতে অসমীয়া লিখোতে যেনেকৈ ভুল কৰিলা,তেনেকৈয়ে ময়ো মোৰ মনৰ খুদুৱনিত কথা সুধিলোঁ । সেইটো উস্তাদি নহয় ।🤣
@debasishkotoky5070
@debasishkotoky5070 19 күн бұрын
Hahaha, I understand but when you are making a video on cooking of others, let them cook.... anyways, it's an old video.... so forget it. typed fast, so it's typographical mistake, sorry about that!
@dayenadas9821
@dayenadas9821 19 күн бұрын
Pani diyar importance ase niki???
@RupanjaliRonganoi
@RupanjaliRonganoi 19 күн бұрын
পানীখিনিয়ে preserve কৰি ৰাখে ।
@hiramonichoudhury6855
@hiramonichoudhury6855 20 күн бұрын
মই বনোৱা বাঁহ গাজ খিনিৰ ওপৰ ভাগটো ক'লা হৈ গল | খাব পাৰিনে জনাবচোন
@RupanjaliRonganoi
@RupanjaliRonganoi 20 күн бұрын
পাৰিবা । ফিল্টাৰ পানী দিলেও এটা সময়ত ক’লা পৰি যায় । তেতিয়াও আমি খাওঁ । ধুই খাওঁ ।
@aratigohain5885
@aratigohain5885 22 күн бұрын
ভাল লাগিল
@PankajKumar-pu4rv
@PankajKumar-pu4rv 22 күн бұрын
মই সদাই খাওঁ ।❤❤
@bhobaniborgohain1721
@bhobaniborgohain1721 23 күн бұрын
Val lagisha bidew
@gagankonwarkonwar7975
@gagankonwarkonwar7975 23 күн бұрын
👍👍👍
@user-Jeri
@user-Jeri 23 күн бұрын
Congratulations 🎉👏
@SuriyaBegum-w6n
@SuriyaBegum-w6n 24 күн бұрын
কেনেকৈ খায় জনাব ছোন
@RupanjaliRonganoi
@RupanjaliRonganoi 24 күн бұрын
নামচিং পিটিকা Namsing Pitika - How to make Dry Fish Chutney | Ethnic Food of Assam #নামচিং kzbin.info/www/bejne/hqm2oauvp56AgZY
@jyotishmanborahjuju5201
@jyotishmanborahjuju5201 25 күн бұрын
Bonabo lagibo moiu dhuniya lagise baideo
@RupanjaliRonganoi
@RupanjaliRonganoi 24 күн бұрын
নিশ্চয় ভাল হ’ব ।
@namitadeka8477
@namitadeka8477 25 күн бұрын
Very simple but careful preparation. Many many thanks to Rupanjali Baidew.
@RupanjaliRonganoi
@RupanjaliRonganoi 24 күн бұрын
🙏❤️
@runimaskitchenandvlog9140
@runimaskitchenandvlog9140 25 күн бұрын
Tenga mitha nemu asar dhuniya hoise 👍👍
@dhrubajyotidas2351
@dhrubajyotidas2351 25 күн бұрын
@rashmibordoloi6243
@rashmibordoloi6243 25 күн бұрын
Muru ajupa ase kintu Fula nai ronga pori goise.Besi rod boroxun puar babe neki jonabo sun baidew
@RupanjaliRonganoi
@RupanjaliRonganoi 24 күн бұрын
গুৰিটো অলপ চফা কৰি দিবা ।
@nanidas7420
@nanidas7420 26 күн бұрын
Val lagil
@lyndansyiem4471
@lyndansyiem4471 26 күн бұрын
Looks lovely. Tastes great.
@DIMBESWARIDUTTA
@DIMBESWARIDUTTA 28 күн бұрын
ধুনীয়া।
@krishnagogoi8918
@krishnagogoi8918 28 күн бұрын
Omorakhini brkhun btrt hunukale ki krim nu baideu
@RupanjaliRonganoi
@RupanjaliRonganoi 28 күн бұрын
বতৰ বেয়া হলে কপাহী কাপোৰেৰে ঠাৰিৰে সৈতে গোটাবোৰ এটা এটাকৈ মুচি কপাহী কাপোৰ পাৰি ৰাতিটো ফেনৰ তলত ৰাখি দিয়া । একেবাৰে শুকাই গলে গোটাকৈয়ে নিমখ দি বতাহ নোসোমোৱাকৈ দিব্বা এটাত থৈ মাজে মাজে জোকাৰি দিবা । কেবাদিনলৈ একো নহয় । ৰ'দ যেতিয়াই দিয়ে নিমখৰপৰা উলিয়াই দিবা । এদিনত নুশুকালে আচাৰৰ তেল গৰম কৰোতে দুইমিনিটমান সিজাই দিবা । উপায়তো নাই । ঠাণ্ডা হবলৈ দি মছলা সানিবা । পৰাপক্ষত নিসিজোৱাকৈ হয় নেকি চাবা । মাত্ৰ এদিন ৰ'দ পালেই আচাৰ কেবাবছৰলৈ ভাল হৈ থাকিব । মজিবলৈ কেইদিনমান ৰ'দত দিবা । টান ৰ'দ পালে চৰিয়া এটাত উলিয়াই দিবা । Good Luck
@krishnagogoi8918
@krishnagogoi8918 28 күн бұрын
​@@RupanjaliRonganoibhut bhut dhoiniobad baideu.
@manjulabaruah1362
@manjulabaruah1362 Ай бұрын
Bar bhal lagil Sai. Apunar videobur Sai khub bhal lage
@simpibora6772
@simpibora6772 Ай бұрын
🙏🙏
@PabitraPhukan-is8ic
@PabitraPhukan-is8ic Ай бұрын
Apunar namber to dibo neki baideou
@spgaming6647
@spgaming6647 Ай бұрын
হদায়দিথাকিবা ❤🎉😊