Ramen Baruah LIVE
5:36
14 күн бұрын
Bhupen Hazarika ( Tribute Song)
6:55
Пікірлер
@sanjibkumarkalita1272
@sanjibkumarkalita1272 3 минут бұрын
ল'ৰালি কাললৈ মনটো উৰা মাৰে কিবা ৰিঙা,ৰিঙা ভাবেৰে ❤
@sanjibkumarkalita1272
@sanjibkumarkalita1272 5 минут бұрын
ল'ৰালি কাললৈ মনটো উৰা মাৰে কিবা ৰিঙা,ৰিঙা ভাবেৰে
@123creation70
@123creation70 Сағат бұрын
0:12
@alinurislam9622
@alinurislam9622 Сағат бұрын
Super fantastic songs my favourite songs hoy o
@user-rj1ns7rn6o
@user-rj1ns7rn6o 2 сағат бұрын
Heart touching Evergreen songs 🎉🎉🎉❤🙏
@BiswajitGogoi-zx2rd
@BiswajitGogoi-zx2rd 2 сағат бұрын
My hert❤
@user-wv1sq5qj1y
@user-wv1sq5qj1y 4 сағат бұрын
Mur bohut val lage ai geetti
@AnantaSinha-hc4ri
@AnantaSinha-hc4ri 7 сағат бұрын
Yes yes ---- huniow aaru huniboloi mon A bichari thake
@ronjitborah1997
@ronjitborah1997 16 сағат бұрын
Proyo gaieka.
@Dakshata700
@Dakshata700 17 сағат бұрын
My fabret songs❤🎉😊
@Naimishasaikia
@Naimishasaikia 17 сағат бұрын
Kun cinemar Gaan jonabo sun. Name tu mur ma-deutai pahorisu koise.
@SmilingArcticBirds-lf4ii
@SmilingArcticBirds-lf4ii 17 сағат бұрын
Assamese Old Songok bohu dhanyabaad xundar koi upload korar babe. 🙏
@pranabgogoi6283
@pranabgogoi6283 17 сағат бұрын
Ei geet tur moi regular sruta.
@binachakraborty9974
@binachakraborty9974 Күн бұрын
👍
@lakhijan2366
@lakhijan2366 Күн бұрын
Great ❤
@lakhijan2366
@lakhijan2366 Күн бұрын
Great ❤
@azaharahmed8663
@azaharahmed8663 Күн бұрын
Love this songs
@Nabajit-pm8ew
@Nabajit-pm8ew Күн бұрын
💜💙❤🥀🥀🥀BeautifulGoodGanTumar🥀🥀🥀❤💙💜🦚
@Ravisen8165
@Ravisen8165 Күн бұрын
my best favourite song on my young time !! 🙏❤️❤️
@dipsikhachoudhury1791
@dipsikhachoudhury1791 Күн бұрын
Moja❤❤❤
@hemantahazarika9715
@hemantahazarika9715 Күн бұрын
সেই তেতিয়াৰ কথা, যেতিয়া আছিলো শৈশৱৰ ৰজা, য'ত নাছিল নোপোৱাৰ বেদনা, পোৱাৰ বাসনা , তেতিয়াৰ দিন সেইয়া, সুধাকণ্ঠৰ গীত অমিয়া মাদকতাই গাওঁখনৰ পৰিৱেশ সলনি কৰিছিল, দিনটোৰ আৰম্ভণি হৈছিল সুধাকণ্ঠৰ কন্ঠেৰে, আৰু সন্ধিয়াৰ বেলি মাৰ গৈছিল সুধাকণ্ঠৰ কন্ঠ শুনিয়েই, মোৰ স্পষ্ট মনত আছে , আমাৰ ঘৰত থকা ৰেডিঅ খনত বাজি থকা সুধাকণ্ঠৰ কন্ঠৰ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এই বৰগীত ভাগ, সাৰ পাইছিলো বিচনাৰ পৰা , সচাঁই কি যে দিন আছিল, ভাৱিয়েই কিবা ভাৱ লাগে, ❤❤❤❤❤❤❤❤❤
@harishchandradas3706
@harishchandradas3706 Күн бұрын
সুন্দৰ❤
@HemantaBezbaruah-fk6pj
@HemantaBezbaruah-fk6pj Күн бұрын
লোকগীতৰ দুয়োজন বাঘ
@AltafHussain-wn6yf
@AltafHussain-wn6yf Күн бұрын
আজি নন্দেৰ ঘৰে......... সুন্দৰ ❤
@binudvauquline
@binudvauquline Күн бұрын
ৱাহঃ কাহানিও নুশুনা আন এটি সুন্দৰ গীত শুনি আজি মোৰ ৫২ জন্ম দিন পূৰ্ণ হ'ল
@AnubhavBora-vz4wj
@AnubhavBora-vz4wj Күн бұрын
Bor Val lage।
@mudabbirahmed1847
@mudabbirahmed1847 2 күн бұрын
EX- Muslim since 1993. Civil Engineer CACHAR ASSAM Bariknagar Pt-2 NEAR N.I.T SILCHAR ASSAM BHARAT JOY HIND JOY HINDUSTANI 🇮🇳🚩🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🫀💘💝💞♥️🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
@ALOKBANERJEEAlok
@ALOKBANERJEEAlok 2 күн бұрын
অনবদ্য সৃষ্টি
@ranjitbaruah5870
@ranjitbaruah5870 2 күн бұрын
অতি সুন্দৰ❤️
@RajibNath-o1o
@RajibNath-o1o 2 күн бұрын
Excellent, I hope you are justified for good future.😅
@user-pn1ir4yr7t
@user-pn1ir4yr7t 2 күн бұрын
ৰাতি তুপনি মাৰিলে এবাৰ শুনি আৰু হে তুপনি জাৱা হয়
@pranjalhazarika1121
@pranjalhazarika1121 2 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@manalisharabha8318
@manalisharabha8318 2 күн бұрын
One of my favourite song ❤❤
@indiborburagohain6317
@indiborburagohain6317 2 күн бұрын
অপূৰ্ব। কথা,সুৰ আৰু কণ্ঠত চিৰসেউজ প্ৰাণৰ স্পন্দন।
@livingmomentsamimsultana1096
@livingmomentsamimsultana1096 2 күн бұрын
❤❤❤❤❤❤❤
@user-mx6hb5gq9i
@user-mx6hb5gq9i 2 күн бұрын
@KamalKalita-wn2pe
@KamalKalita-wn2pe 2 күн бұрын
Aitu gaan xunile kiyo ba dukh lage 😢
@banajitdutta6721
@banajitdutta6721 2 күн бұрын
Gaan to suni thakileo hepah napalai
@MukutKolita-s1f
@MukutKolita-s1f 2 күн бұрын
My best songs
@AshokHazarika-rg4wx
@AshokHazarika-rg4wx 3 күн бұрын
কথা,সুৰ আৰু কণ্ঠৰে গোৱা এই গীতটি সঁচা ই ভাল লগা, শুনি শুনি আমনি নালাগে । ৰমেন দাক ঘূৰি আহিবলৈ অনুৰোধ জনালোঁ।
@salinaahmed5996
@salinaahmed5996 3 күн бұрын
Lyrics please 🙏🌹
@salinaahmed5996
@salinaahmed5996 3 күн бұрын
🙏❤️🙏❤️🙏❤️🙏 🙏🌹
@rupamonidas277
@rupamonidas277 3 күн бұрын
পাপনৰ মাতৃ। এনে অপূৰ্ব প্ৰতিভাৰ গৰ্ভৰ পৰা পাপনৰ দৰে হীৰাৰ টুকুৰাৰ আৱিৰ্ভাব স্বাভাবিক। শতকোতি প্ৰনাম অৰ্চনা দাস বাইদেউ, ❤
@bonfulbharadwaz1693
@bonfulbharadwaz1693 3 күн бұрын
Mur Ma e ei gantu khub val paisil....praye Ma e gungunai thake ...aji xuni Ma le bht besi mnt porise....😢😢😢
@specialofabinash9128
@specialofabinash9128 3 күн бұрын
2024 /08/25 anyone ❤
@AnuskhaSarmah
@AnuskhaSarmah 3 күн бұрын
😊😊😊😊❤❤❤😊❤❤❤🎉😊😊😊😊❤
@nazimuddinahmed5550
@nazimuddinahmed5550 3 күн бұрын
বাইদেউ আপোনাৰ গীত বহু দিনৰ পাছত শুনি বৰ ভাল লাগিল।আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।একালৰ নৰ্মালৰ মই আপোনাৰ ছাত্ৰ নাজিমুজিন আহমেদ।বহুত বহুত শুভেচ্ছা জনালোঁ
@jadumonigoswami4833
@jadumonigoswami4833 3 күн бұрын
আমনি নলগা❤
@rubihazarika992
@rubihazarika992 3 күн бұрын
খুব সুন্দৰ
@Nusaiba514
@Nusaiba514 3 күн бұрын
মা আছে তাই এতো কষ্ট নিয়ে ও বেঁচে আছি। মা কষ্ট পাবে জেনে এতো ব্যথা বুকে তাও কাউকে বলি না।