Пікірлер
@rubidevi2364
@rubidevi2364 29 күн бұрын
Bor dhuniya lagise ❤🙏🏻
@Jagadeepshorts1.0
@Jagadeepshorts1.0 29 күн бұрын
Iyar 3 sapori aru khor sapori diya nai pare jodi dibo neki
@lakshmideviray7406
@lakshmideviray7406 Ай бұрын
জয় মা দূৰ্গা দেৱী 🙏🙏🙏
@deepjytidas223
@deepjytidas223 Ай бұрын
Hii😢😮😅😅
@BinuSarmah-e1b
@BinuSarmah-e1b Ай бұрын
Kali pujar nam dioksn 🙏🙏
@MonikaBoruah-vb4mq
@MonikaBoruah-vb4mq Ай бұрын
সুন্দৰ পৰিবেশন ❤ পাৰিলে মোৰ ভিদিঅ বিলাকো চাব চোন 🙏
@hare_krishna_7502
@hare_krishna_7502 Ай бұрын
কৃষ্ণকৃষ্ণ 🙏🙏 আগতে পাইছো আপোনাৰ ভিডিঅ'❣️ সুন্দৰ কন্ঠ
@AnimaBorah-c6y
@AnimaBorah-c6y Ай бұрын
তিনি আৰু খৰ দিব নেকি বাইদেউ ? আমি আশা কৰি আছো 🙏❤
@hare_krishna_7502
@hare_krishna_7502 Ай бұрын
মতামত জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো। আগলৈ কিবা বিচাৰিলে এনেকৈ Comment কৰি জনাব।দুয়োটাই মই দিছো। তিনি আৰ খৰ বুলি লিখি দিয়া নাই।চেনেলটো চাবস্ক্রাইব কৰি চাই লব ৷ কৃষ্ণকৃষ্ণ🙏🙏🙏
@AnimaBorah-c6y
@AnimaBorah-c6y Ай бұрын
ধন্যবাদ বাইদেউ । ❤🎉
@santanakalita961
@santanakalita961 Ай бұрын
তিনি চাপৰি আৰু খৰ চাপৰি খেনী দিব
@AnimaBorah-c6y
@AnimaBorah-c6y Ай бұрын
বাইদেউ বৰ ধুনীয়া হৈছে দেই । 🎉❤🙏
@hare_krishna_7502
@hare_krishna_7502 Ай бұрын
কৃষ্ণকৃষ্ণ🙏🙏সেৱাহে জনালোঁ🙏🙏🙏
@KaushikDEKA-b9q
@KaushikDEKA-b9q Ай бұрын
Val hoise
@hare_krishna_7502
@hare_krishna_7502 Ай бұрын
🥰🥰🥰
@papubarman8776
@papubarman8776 Ай бұрын
গূৰু হৰিদেৱৰ নাম এটি লিখিত ৰূপত দিবো
@hare_krishna_7502
@hare_krishna_7502 Ай бұрын
কৃষ্ণ কৃষ্ণ🙏🙏 দিবলৈ চেষ্টা কৰিম
@MridulaSonowalGogoi
@MridulaSonowalGogoi Ай бұрын
সুন্দৰ
@hare_krishna_7502
@hare_krishna_7502 Ай бұрын
কৃষ্ণকৃষ্ণ🙏🙏
@papubarman8776
@papubarman8776 Ай бұрын
লিখিত ৰূপত দিবো
@hare_krishna_7502
@hare_krishna_7502 Ай бұрын
কৃষ্ণকৃষ্ণ🙏🙏🙏 দিবলৈ চেষ্টা কৰিম
@gitanjalidutta6746
@gitanjalidutta6746 Ай бұрын
নামসাৰ বৰ সুন্দৰ , অলপ সুৰ , লয় আৰু সুৱলাকৈ গালে আৰু ভাল হ'ব 🙏🙏
@KaushikDEKA-b9q
@KaushikDEKA-b9q Ай бұрын
❤❤❤❤
@hare_krishna_7502
@hare_krishna_7502 Ай бұрын
🙏🙏🙏
@KaushikDEKA-b9q
@KaushikDEKA-b9q Ай бұрын
Moja
@hare_krishna_7502
@hare_krishna_7502 Ай бұрын
🥰🥰🥰
@KaushikDEKA-b9q
@KaushikDEKA-b9q 2 ай бұрын
Val hoise
@hare_krishna_7502
@hare_krishna_7502 2 ай бұрын
কৃষ্ণকৃষ্ণ🙏🙏🙏
@KaushikDEKA-b9q
@KaushikDEKA-b9q 2 ай бұрын
Bhoriya
@hare_krishna_7502
@hare_krishna_7502 2 ай бұрын
কৃষ্ণকৃষ্ণ🙏🙏🙏
@MaramiPatowary-zn8zi
@MaramiPatowary-zn8zi 2 ай бұрын
Dhuniya hoise diya
@hare_krishna_7502
@hare_krishna_7502 2 ай бұрын
কৃষ্ণকৃষ্ণ🙏🙏🙏
@MaramiPatowary-zn8zi
@MaramiPatowary-zn8zi 2 ай бұрын
Xar saari dibo son
@hare_krishna_7502
@hare_krishna_7502 2 ай бұрын
কৃষ্ণকৃষ্ণ🙏🙏🙏
@KarunaKakati-xq4kp
@KarunaKakati-xq4kp 2 ай бұрын
Xundar hoise
@hare_krishna_7502
@hare_krishna_7502 2 ай бұрын
কৃষ্ণকৃষ্ণ🙏🙏🙏
@PurnimaDutta-m1h
@PurnimaDutta-m1h 2 ай бұрын
বৰ সুন্দৰ হৈছে, আই সকললৈ মোৰ ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ 🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ....
@hare_krishna_7502
@hare_krishna_7502 2 ай бұрын
কৃষ্ণকৃষ্ণ🙏🙏🙏
@Rinasaloi7769
@Rinasaloi7769 2 ай бұрын
🙏🙏
@anjalikalita2296
@anjalikalita2296 2 ай бұрын
ভাল লাগিছে ❤❤ এক চাপৰি কোনটো
@Muhammad.rafikulali
@Muhammad.rafikulali 2 ай бұрын
লিখিত ৰূপে দিব চোন, পদ বিলাক বুজি নাপায়, বৰ ভাল লাগিছে শুনি
@Nancy_Deoraja
@Nancy_Deoraja 2 ай бұрын
Buji pua njai ... lyrics dibo sun 😢
@hare_krishna_7502
@hare_krishna_7502 2 ай бұрын
কৃষ্ণকৃষ্ণ🙏🙏 দিবলৈ চেষ্টা কৰিম🙏🙏
@hare_krishna_7502
@hare_krishna_7502 Ай бұрын
এই নামটিৰ .... lyrics দি দিছো আপুনি পাইছে নে?
@sabita7938
@sabita7938 2 ай бұрын
এক / দুই চাপৰিহে পালো ।তিনি আৰু খৰ ধ্বনী বিছাৰী য়ে নাপালোঁ ।
@hare_krishna_7502
@hare_krishna_7502 2 ай бұрын
কৃষ্ণকৃষ্ণ🙏🙏তিনি চাপৰি আৰু খৰ চাপৰিটো ও দিয়া আছে। চেনেলটো চাবস্ত্রাইব কৰি চাই লব পাৰিব।
@bhabakantanath
@bhabakantanath 2 ай бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ নাম পৰিৱেশন কৰিলে। আৰম্ভনিৰ পৰা সামৰণিলৈ বৰ ভাল লাগিছে। পাঠকৰ সৈতে সতীৰ্থ সকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সুস্বাস্থ্যৰ দীৰ্ঘায়ু আৰু উজ্জ্বল উন্নতিৰ সফলতা কামনা কৰিলোঁ।
@hare_krishna_7502
@hare_krishna_7502 2 ай бұрын
কৃষ্ণকৃষ্ণ🙏🙏সেৱাহে🙏🙏 আপোনাৰ উৎসাহিত মন্তব্যই অনুপ্রানিত কৰিলে
@GajenDeka-r7g
@GajenDeka-r7g 2 ай бұрын
Kri sina krisina
@hare_krishna_7502
@hare_krishna_7502 2 ай бұрын
কৃষ্ণ কৃষ্ণ🙏🙏 সেৱাহে🙏🙏
@nirmalidevi-2668
@nirmalidevi-2668 2 ай бұрын
এক চাপৰি আৰু খৰ চাপৰিৰ নাম ভাগ নিদিলে যে
@hare_krishna_7502
@hare_krishna_7502 2 ай бұрын
এক চাপৰি আৰু খৰ চাপৰিৰ নাম ভাগ দিয়া আছে। ও প্রভূ নাৰায়ণ ... বুলি আপুনি চাই লব। খৰ চাপৰিটো ও পাব
@anjalikalita2296
@anjalikalita2296 2 ай бұрын
নাম টো ভাল লাগিছে
@anjalikalita2296
@anjalikalita2296 2 ай бұрын
আধা আধা নাম কিয় দিয়ে বাইদেউ গোটেই তিনি দিব
@manimalasharma2174
@manimalasharma2174 2 ай бұрын
ভাল লাগিল শুনি তিনি চাপৰি আৰু খৰ চাপৰি খিনি দিলে ভাল আছিল । কৃষ্ণ
@hare_krishna_7502
@hare_krishna_7502 2 ай бұрын
দিবলৈ চেষ্টা কৰিম🙏🙏🙏
@buledeka3548
@buledeka3548 2 ай бұрын
Vl hoise naam to Khor sapori r naam to dibo sun
@hare_krishna_7502
@hare_krishna_7502 2 ай бұрын
কৃষ্ণকৃষ্ণ🙏🙏🙏 নিশ্চয় দিম
@manimalasharma2174
@manimalasharma2174 2 ай бұрын
আপোনালোকৰ নাম ভাল লগে ।কিন্তু নাম কেইটা এক চাপৰি তিনি চাপৰি আৰু খৰ চাপৰিত গাব লাগে ।আপোনালোকে এটা চাপৰিত নাম শেষ কুৰি দিয়ে
@hare_krishna_7502
@hare_krishna_7502 2 ай бұрын
এই নামটোৰ এক চাপৰি আৰু তিনি চাপৰি ভাগ আগত দিয়া আছে
@AnimaBorah-c6y
@AnimaBorah-c6y 2 ай бұрын
বাইদেউ আপোনাৰ আন এটা নাম আছে আগতে পাইছিল নামটো বহুত ভাল লাগিছিল । শিব পুত্র গনপতি হে আগে পাবা পূজা । এবাৰ লিখিত ৰূপত দিবলৈ অনুৰোধ জনালো ।
@MaramiPatowary-zn8zi
@MaramiPatowary-zn8zi 2 ай бұрын
তোলনিত বিয়াত গুয়া নাম লিসিটরুপাত দিবো 😅
@MoromiDas-ly1lc
@MoromiDas-ly1lc 2 ай бұрын
❤❤❤
@MoromiDas-ly1lc
@MoromiDas-ly1lc 2 ай бұрын
❤❤❤❤
@swapnachoudhury2172
@swapnachoudhury2172 2 ай бұрын
ভাল লাগিল❤
@minakshideka1470
@minakshideka1470 2 ай бұрын
Krishna krishna ram ram
@hare_krishna_7502
@hare_krishna_7502 2 ай бұрын
কৃষ্ণ কৃষ্ণ🙏🙏🙏
@Bedantaofficial-wo4fq
@Bedantaofficial-wo4fq 2 ай бұрын
Val lagil khuni 703 krilu bk kriba
@anjalikalita2296
@anjalikalita2296 2 ай бұрын
Nice👏👏👏
@hare_krishna_7502
@hare_krishna_7502 2 ай бұрын
Thank you😌😌😌
@bhaskarmusic4190
@bhaskarmusic4190 3 ай бұрын
Mojja ❤
@anjalikalita2296
@anjalikalita2296 3 ай бұрын
বাইদেউ আপুনি কিয় নাম বিলাক আধা আধা দিয়ে
@hare_krishna_7502
@hare_krishna_7502 3 ай бұрын
কৃষ্ণকৃষ্ণ🙏🙏🙏 সম্পূর্ণ দিবলৈ চেষ্টা কৰিম
@anjalikalita2296
@anjalikalita2296 3 ай бұрын
ধুনীয়া হৈছে। আগৰখিনি দিব বাইদেউ🙏🙏🙏
@hare_krishna_7502
@hare_krishna_7502 3 ай бұрын
কৃষ্ণকৃষ্ণ🙏🙏🙏নিশ্চয় চেষ্টা কৰিম
@anjalikalita2296
@anjalikalita2296 3 ай бұрын
লিখিত ৰুপত দিব বাইদেউ
@anjalikalita2296
@anjalikalita2296 3 ай бұрын
নম শিৱাই নামটো লিখিত ৰুপত দিব বাইদেউ🙏🙏🙏
@hare_krishna_7502
@hare_krishna_7502 3 ай бұрын
দিবলৈ চেষ্টা কৰিম
@anjalikalita2296
@anjalikalita2296 3 ай бұрын
❤❤❤❤
@nirmalidevi-2668
@nirmalidevi-2668 3 ай бұрын
খৰ চাপৰিৰ নাম ভাগ নিদিলেচোন আধাতে শেষ কৰিলে কিয়?
@hare_krishna_7502
@hare_krishna_7502 3 ай бұрын
দিব লাগিব।