Пікірлер
@SmilingDenimJacket-bj8wm
@SmilingDenimJacket-bj8wm 2 күн бұрын
দাদা মোৰ লিখাত ভূল হৈছে হুলা বাৰি বন বোলি কয় আমাৰ ইয়াত গোটা বন । ওখ হয় ফালে গুতি হয়
@SmilingDenimJacket-bj8wm
@SmilingDenimJacket-bj8wm 2 күн бұрын
দাদা শালি ধানত বন মৰা ঔষধ দিলে পানী থাকিব লাগে নে নাই আৰু কিছুমান সাৰ দোকানীয়ে কয় দেখোন বুলা বাৰি বন নামৰে বোলি কথাতো হয় নে নহয় ৰিপলে দিবচোন দাদা
@SmilingDenimJacket-bj8wm
@SmilingDenimJacket-bj8wm 2 күн бұрын
দাদা মোৰ ৰোৱা তুলিত বহুত বন গুজিছে কি ঔষধ দিলে বন বিলাক মৰি যাব
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 2 күн бұрын
24-D Ethyl Ester 38/ EC chemical থকা ঔষধ যেনে hpm company (Heera44) দিব পাৰে। 2ml 1li water. বা Bayer company Council activ .11.25gm 20 li water.
@PranjitMili-ig4sd
@PranjitMili-ig4sd 2 күн бұрын
Mukhot tolorpora nola vorai toise
@anjanchoudhury8659
@anjanchoudhury8659 3 күн бұрын
Ketia rubo pari
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 3 күн бұрын
February to June
@hanifali7021
@hanifali7021 6 күн бұрын
কেলা কি তই তই খেতিয়ক মাতিছো নিজকে বিৰাট ডাঙৰ ভাবা
@bhugirambaruah8459
@bhugirambaruah8459 8 күн бұрын
কিমান মাটিত কি পৰিমানৰ বা কি অনুপাতে সাৰবোৰ প্ৰয়োগ কৰিব লাগে সেই বিষয়ে নকৈ থুলমূলকৈ কোৱা কথা বোৰে কৃষক সমাজক বিভ্ৰান্ত হে কৰিব।
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 8 күн бұрын
সেই বিষয়ে আগতেই ভিদিও দিয়া আছে।
@PranjitMili-ig4sd
@PranjitMili-ig4sd 9 күн бұрын
Nice
@PranjitMili-ig4sd
@PranjitMili-ig4sd 10 күн бұрын
Super
@PranjitMili-ig4sd
@PranjitMili-ig4sd 10 күн бұрын
Nice 👍
@himantaboruah3861
@himantaboruah3861 11 күн бұрын
দাদা 6 ইঞ্চি 8 ইঞ্চি কৰে ৰুলে ধানৰ গছহে হব ধানৰ থোক চুটি হ'ব।
@tanmoychatterjee5348
@tanmoychatterjee5348 11 күн бұрын
darun❤❤❤bondhu❤❤❤
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 11 күн бұрын
Thank you
@tanmoychatterjee5348
@tanmoychatterjee5348 11 күн бұрын
@@dalgomafarmerhelp7142 ❤
@TaraTara-gd5bd
@TaraTara-gd5bd 12 күн бұрын
O da Khorali rongalaw ki bij vlll ahise
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 12 күн бұрын
Atiao ona nai anim
@rajkumarsahani7196
@rajkumarsahani7196 12 күн бұрын
Dada, dhanor pukha besi kenekoi besi koribo lage
@Ijajul_Vlog
@Ijajul_Vlog 13 күн бұрын
apunar dukanto kot ase
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 13 күн бұрын
Goalpara
@abhijitgogoimusical5037
@abhijitgogoimusical5037 14 күн бұрын
ভাত কেৰেলা মতা গছত ভাত কেৰেলা হয় নেকি ?
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 14 күн бұрын
ফুলহে হয় ফল নধৰে ।
@PranjitMili-ig4sd
@PranjitMili-ig4sd 15 күн бұрын
Nice video ❤❤❤
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 15 күн бұрын
Thank you ❤️❤️❤️❤️❤️
@PranjitMili-ig4sd
@PranjitMili-ig4sd 17 күн бұрын
Super
@PranjitMili-ig4sd
@PranjitMili-ig4sd 18 күн бұрын
Nice video sir
@sukuramkachari72
@sukuramkachari72 19 күн бұрын
Dam kiman ai dhan
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 19 күн бұрын
680 pkt
@sukuramkachari72
@sukuramkachari72 19 күн бұрын
@@dalgomafarmerhelp7142 এক এক মোনত কিমান দাম
@rajkumarsahani7196
@rajkumarsahani7196 20 күн бұрын
Dada, bondha gobhi guti Kun mahit posabo Lage agotiya koi
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 20 күн бұрын
Aito jowa baror video. Khetyokor shubidhar Babe atia arilo
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 20 күн бұрын
August mahot hole besi vl hoi
@eldrinkoch3656
@eldrinkoch3656 20 күн бұрын
আপোনাৰ পৰামৰ্শৰ পৰা কৃষক নিশ্চয় উপকৃত হ'ব
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 20 күн бұрын
ধন্যবাদ
@Abstatus610
@Abstatus610 21 күн бұрын
Dada Apunar Dukan Khon kot ase Address tu Jonabo Sun ? Dada Moi abar Pan Zamuna 804 3 tinita Pack anisu 4 bighar Matir Babe ?
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 21 күн бұрын
Goalpara
@rajkumarsahani7196
@rajkumarsahani7196 23 күн бұрын
Dada min to hol session tu kobo ji kunu khetir
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 23 күн бұрын
Atia Rama jika koribo pari
@rajkumarsahani7196
@rajkumarsahani7196 23 күн бұрын
Dada, Pani Lao gadda est West or bhal hobo July mahit
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 23 күн бұрын
Hobo
@BimanNath-lf5yq
@BimanNath-lf5yq 28 күн бұрын
মোৰ ভেন্দি দৰাত ৰঙা পোক পৰিছে আৰু পাতবোৰ হালধীয়া হৈছে কি কৰিলে ভাল হব জনাবচোন
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 28 күн бұрын
আজি কিছু দিন আগত এটা ভেনদীৰ ভিদিও দিয়া আছে চাব।
@nuruddinali5001
@nuruddinali5001 Ай бұрын
আপোনাৰ ফোন নম্বৰটো দিবছোন দাদা
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 29 күн бұрын
8402041530
@pinkukalita9206
@pinkukalita9206 Ай бұрын
কি ধান এতু
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 27 күн бұрын
Advanta 807
@pinkukalita9206
@pinkukalita9206 Ай бұрын
ধানৰ বিধান ১ পেকেটত দিবা নোৱাৰি মোক
@rajkumarsahani7196
@rajkumarsahani7196 Ай бұрын
Dada, dap khaaror Kam ki matit, sspr Kam ki mopr Kam ki koi dibo sun dada aru ai khar bilak matit kiman din liye ke thake
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 Ай бұрын
Pisot vdo Kori jonam
@rajkumarsahani7196
@rajkumarsahani7196 Ай бұрын
Dada
@rajkumarsahani7196
@rajkumarsahani7196 Ай бұрын
28,30 35 din
@rajkumarsahani7196
@rajkumarsahani7196 Ай бұрын
Dada,dhanor kothiya palang kori logale bhal hoy
@Ritom_boro
@Ritom_boro Ай бұрын
Right dada
@arondaimary6345
@arondaimary6345 Ай бұрын
Dada apuner store dukanot ijong dhan bij pabo naki ? Judi nai..kot pabo ,?
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 Ай бұрын
Bortoman powa najabo.Time nai
@tinumoniboruah2829
@tinumoniboruah2829 Ай бұрын
Apunar number tu diok sun dada
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 Ай бұрын
8402041530
@SmilingDenimJacket-bj8wm
@SmilingDenimJacket-bj8wm Ай бұрын
ধন্যবাদ দাদা ৰিপলে দিয়াৰ বাবে
@SmilingDenimJacket-bj8wm
@SmilingDenimJacket-bj8wm Ай бұрын
দাদা ধান খেতিত ফছফৰাছ আৰু জি ্ ক কি কাৰনে দেই নো দাদা
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 Ай бұрын
ফলন বৃদ্ধি আৰু জিঙকৰ অভাৱত কেতিয়াবা কেতিয়াবা ধানৰ পাট ৰঙা পৰি যায় লগতে ধানৰ গুটি বোৰ ভাল হয়।
@rajkumarsahani7196
@rajkumarsahani7196 Ай бұрын
Dada ,sali dhan khetit ki ki khar dibo Lage bigha proti
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 Ай бұрын
Video t diso saai loba
@user-fu3ui9gh5y
@user-fu3ui9gh5y Ай бұрын
তেখেতক ধন্য বাদ দিলোঁ। দাদা আমাৰ ড মাতি আইৰণ আছে ধানৰ গছ বেছিকৈ হয় গুটি কমকৈ হয় কি কৰিব লাগিব কি সাৰ দিব লাগিব
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 Ай бұрын
ইউৰিয়া কমকৈ দিব। পটাছ অলপ বেছিকৈ দিবচোন।
@mileswarbhuyan7110
@mileswarbhuyan7110 Ай бұрын
বাও খেতি শালি খেতি লগত হয় আপোনি ধান বিক্ৰী কৰিব পাৰে আপোনা খেতি বিষয়ে জ্ঞান নাই বুলি ভাবোঁ
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 Ай бұрын
মই ভিদিওটোত কি কৈছোঁ আৰু এবাৰ চাব ।
@mileswarbhuyan7110
@mileswarbhuyan7110 Ай бұрын
ধাননী পথাৰ দেখুৱাই দিয়ক ধান কেনেকুৱা হয় এনেদৰে কলে কেনেকৈ হ'ব । আৰু আপুনি ধান বিলাক স্পষ্ট কৈ দেখুৱাই নিদিয়ে কিয় আপুনি কেৱল ধানৰ জাতৰ কথা উল্লেখ কৰিছে কোনটো ধান কেনেকুৱা হয় পাথাৰত গৈ ফটো আনিব লাগে ।
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 Ай бұрын
ধান বোৰ ৰুৱা হওক। প্ৰত্যেকটো প্ৰজাতিৰ ধানৰ এটা এটাকৈ ভিদিও বনাই দেখুৱাম ।
@mileswarbhuyan7110
@mileswarbhuyan7110 Ай бұрын
দাদা এই ধান সচলে লাগিছিল কেনেকৈ পাম দয়া কৰি জনাব চোন
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 Ай бұрын
এতিয়া আৰু পোৱাৰ আশা নাই।অহা বাৰ খবৰ কৰিবা ।
@pradipbasumatary8235
@pradipbasumatary8235 Ай бұрын
Yes
@anitakachary2873
@anitakachary2873 Ай бұрын
Right
@sumansarkar6368
@sumansarkar6368 Ай бұрын
Bangalaxmi astha kmn dhan hoi
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 Ай бұрын
20/25 mon
@sumansarkar6368
@sumansarkar6368 Ай бұрын
1 bighai
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 Ай бұрын
20/22mon
@golapdeka4455
@golapdeka4455 Ай бұрын
দাদা বানপানীত ধান তল যোৱাৰ পিছত ধানৰ পাতবোৰ বগা হয় যায় পিছত মৰি যায় তাৰ প্রতিকাৰ হিচাপে কি প্রয়োগ লাগিব জনাবচোন
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 Ай бұрын
সেই কাৰণে যমুনা ৮০৪ ৰুব লাগে। নেতিভ নামৰ দানা জাতীয় ঔষধ এটা ১০ গ্ৰাম ১৬ লিটাৰ পানী প্ৰয়োগ কৰিব।
@golapdeka4455
@golapdeka4455 Ай бұрын
Thank you
@SmilingDenimJacket-bj8wm
@SmilingDenimJacket-bj8wm Ай бұрын
দাদা কিছুমান সাৰ দোকানীয়ে কৈ দেখোন ডি এ পি সাৰ দিলে বেলেগ সাৰ আৰু দিব নালাগে
@Anonymous-jo2te
@Anonymous-jo2te Ай бұрын
That's stem borer (Scirpophaga incertulus)..not case worm the photo you have shown with the insect in hand.
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 Ай бұрын
Thank you very much.
@mastofaahmed2081
@mastofaahmed2081 Ай бұрын
মোৰো এনেকুৱা পোক লাগিছে লেচেৰাত আলফা প্লাছ দিছোঁ একো কাম দিয়া নাই,ইটকা দিলে ভাল হব নে
@dalgomafarmerhelp7142
@dalgomafarmerhelp7142 Ай бұрын
আলফা প্লাচত কাম নহ'ব। Admire (Bayer company) দিব লাগিব। 2 gm 10 Li water.