মই এগৰাকী মাতৃ। বেলেগ মাতৃৰ দৰে বহুতো অভিজ্ঞতাৰে ভৰা মোৰ মাতৃত্ব জীৱন, শিশু মোৰ বৰ প্ৰিয়। শিশুসকলৰ যতনৰ ক্ষেত্রত নতুনকৈ হোৱা মাতৃসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে বিভিন্ন মাধ্যম তথা মোৰ অভিজ্ঞতাৰে লাভ কৰা মোৰ জনা কথাবোৰ সহজভাবে বুজাই দিবৰ বাবে KZbinৰ জৰিয়তে এটা প্ৰয়াস কৰিছো নাজানো কিমান সফল হও কিন্তু মোৰ চেষ্টা সদায়ে অব্যাহত থাকিব।
My present identity is I m a mother. I need do some work for help another new assamese mother who very worry about their baby.. I will help them with my experience, google, book, etc..i don't know how much I will be success bt i try my best forever
For Business & Collaboration Email Me :
👇
[email protected]Website: dvsacademy.com
Mobile Number: 8876526993