🎉Khel Maharan 2.0🥇
0:08
14 күн бұрын
Пікірлер
@madhurjyadutta5581
@madhurjyadutta5581 Жыл бұрын
ভাল লাগিল
@ROHDOIHIGHSCHOOL-mi5hm
@ROHDOIHIGHSCHOOL-mi5hm Жыл бұрын
সুন্দৰ বাৰ্তালাপ। "ইতিহাসৰ পম খেদি--নাজিৰা " ৰ আলোচ্য বিষয়ত তিনিওজন বক্তাই দিয়া নিজ নিজ বক্তব্যৰে বহু কথা উন্মোচন কৰিলে। নাজিৰা মহকুমাৰ প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱসৰ দিনা এটা সুন্দৰ বিষয় উন্মোচন হ'ল । ইতিহাসৰ পদধ্বনি নৱ প্ৰজন্মৰ মাজলৈ নিশ্চয়কৈ এনে আলোচনাই কঢ়িয়াই নিব । আলোচক ক্ৰমে সন্দিকৈ, সন্দিকৈ ফুকন আৰু বৰুৱাদেৱলৈ আন্তৰিক অভিনন্দন জনালোঁ।
@mainakausick
@mainakausick Жыл бұрын
এই অনুষ্ঠানতো বাগিছাৰ লাইনৰ মাজত হোৱা হ'লে ভাল লাগিল হ'য় আৰু কথাবতৰা বিলাক লাইন বিলাকত বসবাস কৰা সকলৰ লগত পাতিব লাগিছিল কি সমস্যা আছে বা নাই ।আৰু চৰকাৰৰ কৰনীয় সকলো খিনিয়ে কৰিছে,কিন্তুু অতবছৰ ধৰি এই বাগিছাৰ কোম্পানীবিলাকে ব্যৱসায় কৰি আছে কিন্তুু সামাজিক ভাৱে কি কি কৰিছে welfare যেনেকৈ ONGC য়ে CSR আচনিৰ অধীনত কৰি আহিছে।সেইখিনি জানিবলৈ পোৱা হ'লে ভাল আছিল।
@RonabhRoshanBora
@RonabhRoshanBora Жыл бұрын
❤❤
@muziburrohman9342
@muziburrohman9342 Жыл бұрын
Verynice
@asomigogoi3675
@asomigogoi3675 Жыл бұрын
খুউব সুন্দৰ অনুষ্ঠান।
@shambho6
@shambho6 Жыл бұрын
Wonderful initiative ❤