Пікірлер
@KironDuwarah
@KironDuwarah 3 сағат бұрын
ককাই দুৱৰা উপাধিৰ বিষয়ে অলপ জনাব নেকি, কোৱা শুনিছোঁ সাতঘৰীয়া ভিতৰত দুৱৰা ও পৰে বোলে সঁচা নে কথাষাৰ।
@anamikaphukan2211
@anamikaphukan2211 3 күн бұрын
দাদা চকলংৰ ওপৰত এটা ভিডিঅ' দিবচোন
@trustme2m501
@trustme2m501 4 күн бұрын
Gogoi👑👑🌎
@SimiSaikiaKonwar
@SimiSaikiaKonwar 4 күн бұрын
কোঁৱৰ সকল কোন ফৈদৰ হয়
@SaifulSheikh-si2yr
@SaifulSheikh-si2yr 5 күн бұрын
সুন্দর লাগিল❤❤❤
@AjitGogoi-q5u
@AjitGogoi-q5u 5 күн бұрын
বুঢ়াগোহাঁই ডাঙৰীয়া , বুঢ়াগোহাঁই, বৰগোহাঁই, বৰফুকন, বৰবৰুৱা, বৰপাত্ৰগোঁহাই, চাংমাই , চাওদাং, বৰা শইকীয়া আদিবোৰ ৰজাঘৰীয়া বিষয়বাব হে উপাধি নহয় ৷ ৰজাঘৰীয়া বিষয়বাব নথকা আহোম মানুহবোৰেই আচলতে আহোম ৰাজত্ব কালত সাধাৰণ ভাৱে গগৈ উপাধি লিখিছিল ৷ অৰ্থাৎ Gogoies are common title of Ahom community. আপুনি কথাবোৰ তথ্যসমৃদ্ধ আৰু শুদ্ধভাৱে কলে ভাল পাম ৷
@pitwoboruah5742
@pitwoboruah5742 9 күн бұрын
Nice 🎉
@nobingogoi5619
@nobingogoi5619 11 күн бұрын
Amar kokai Ahom upadhi likhisil... Ami gogoi likhu......
@SaratLukhurakhan-b1p
@SaratLukhurakhan-b1p 11 күн бұрын
Arpuni lukhurakhan. Bisori jonabo sun.
@ani_trades
@ani_trades 13 күн бұрын
Bohut bhal lagile
@lahon_crypto
@lahon_crypto 13 күн бұрын
"Lahon" upadhir bikhoai viedo ata bonabo Gohain dau🙏
@TutuPhukan-uf8vp
@TutuPhukan-uf8vp 13 күн бұрын
❤❤😂😂😂😂
@mridupabanchetia2670
@mridupabanchetia2670 17 күн бұрын
আপোনাৰ ভিডিঅ'বোৰ চাই যথেষ্ট কথা জানিব পাৰিছো। তাৰ বাবে ধন্যবাদ। চেতিয়া উপাধিটোৰ বিষয়ে অলপ জনাব।
@dineshachandrarabha7158
@dineshachandrarabha7158 18 күн бұрын
লাচিত বৰফুকন যি জনগোষ্ঠীৰেই নহওঁক তেওঁক আমি অসমৰ বীৰ আৰু স্বদেশপ্ৰেমী বুলি শ্ৰদ্ধা কৰোঁ।
@deepdutta3207
@deepdutta3207 18 күн бұрын
Bohut hundarkoi apuni bakhya kori dise agonto projonmor Gyan arjitor khub hundar Chanel 😊
@dineshachandrarabha7158
@dineshachandrarabha7158 19 күн бұрын
প্ৰকৃততে ঐতিহাসিক এনে ভাষ্কৰ্য্য শিল্প প্ৰাচীন সমলবোৰ ভিডিঅ' হিচাপে নিৰ্মাণ কৰাটো এক পবিত্ৰ আৰু সৎ প্ৰচেষ্টা বুলিবই লাগিব।
@dineshachandrarabha7158
@dineshachandrarabha7158 19 күн бұрын
এই তলাতল ঘৰলৈ জীৱনত দুবাৰ মাথোঁ গৈছিলো।
@dineshachandrarabha7158
@dineshachandrarabha7158 20 күн бұрын
আন্তৰিক ধন্যবাদ।
@dineshachandrarabha7158
@dineshachandrarabha7158 20 күн бұрын
ভিডিঅ' নিৰ্মাতালৈ আন্তুৰিক ধন্যবাদ জনাইছোঁ।
@dineshachandrarabha7158
@dineshachandrarabha7158 20 күн бұрын
অবিভক্ত শিৱসাগৰ জিলাৰ বহু ঠাই আগতে পৰিভ্ৰমণ কৰিছিলো যদিও তদানীন্তন অনাৱিষ্কৃত বহু ঐতিহাসিক সমল নতুনকৈ আৱিষ্কৃত হৈছে!
@tulyaboruah7078
@tulyaboruah7078 20 күн бұрын
Laokhula buli kole kiba bhal nalage . Anya nam eta dibo nuwari neki. Jeheto roja asil teo. Beya napai jen kothatur babe
@rajumoni2388
@rajumoni2388 20 күн бұрын
ভাল লাগিল কথাবোৰ জানি। মৃতকৰ মৈদাম দিয়া প্ৰথা আমি এতিয়াও প্ৰচলন কৰোঁ ।
@khagengogoi5951
@khagengogoi5951 22 күн бұрын
𑜁𑜝𑜤𑜆𑜫 𑜄𑜂𑜫
@TangkoPhukan
@TangkoPhukan 22 күн бұрын
ফুকন উপাধিৰ অতিগুৰি কি , জনাব নেকি দাদ।
@satrughnagogoi1028
@satrughnagogoi1028 23 күн бұрын
Vl lagil
@Adnant732
@Adnant732 24 күн бұрын
আজিকালি আহোমৰ মাজত একতাও নাই ,গাত শক্তিও নাই ।টকা পইচাও নাই ।মদ -ভাং খাই লেৰেলা -চেৰা হ'ল ।আহোম এতিয়া মিউজিয়ামত
@kirangogoi5086
@kirangogoi5086 24 күн бұрын
Ahum raja hakalar hakar atee maramar kaki matesil tarpara gogoi hol bulee
@queensonowal3635
@queensonowal3635 25 күн бұрын
Saund kom ahise🙏
@r.t.gassam45
@r.t.gassam45 25 күн бұрын
ডেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় চৌহদৰ ভিতৰত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰ এটা পাটনাদ আছে ।
@randeepsaikia2554
@randeepsaikia2554 19 күн бұрын
উম হয়
@prasannabora7644
@prasannabora7644 25 күн бұрын
Heibilak thoi dibo lagisile.......besi dile kio
@MGofficial495
@MGofficial495 25 күн бұрын
ভাল লাগিল দেখি
@hemantahazarika9715
@hemantahazarika9715 27 күн бұрын
গেন্ধেলা বৰবৰুৱা ওৰফে কৃতিচন্দ্ৰ বৰবৰুৱা এজন খুবেই বুদ্ধিমত্তা থকা ব্যক্তি আছিল সেইটো সচাঁ, কিন্তু তেওঁৰ ব্যক্তিত্ব বৰ বেছি নিকা আৰু স্বচ্ছ নাছিল, ক্ষমতাৰ বাবে তেওঁ বহু সময়ত বহু অনৈতিক কাৰ্য্য কৰিছিল বুলি বুৰঞ্জীয়ে মত দিয়ে,,
@pranjalGogoi-bp2mt
@pranjalGogoi-bp2mt 28 күн бұрын
তই মোৰ টোত একো নাই।
@RakshyaAksh
@RakshyaAksh 28 күн бұрын
Gogoi asolte ahomor tulilua putro
@tailover5082
@tailover5082 Ай бұрын
Val lgil jani moi ako harmoti moidam vabisilu
@SisuramNeog-z4c
@SisuramNeog-z4c Ай бұрын
ATI nolun ka khon da moidamor video laga
@satrughnagogoi1028
@satrughnagogoi1028 Ай бұрын
Apuni video Nidia hol soon
@r.t.gassam45
@r.t.gassam45 Ай бұрын
বহু কথা জানিব পাৰিলোঁ ।
@gupensaikia
@gupensaikia Ай бұрын
বহুত ধন্যবাদ
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef Ай бұрын
আপোনাৰ বক্তব্য সত্যতা প্ৰমাণ আছে। ভাল লাগিল 🙏।
@ATRACKMAN-b7i
@ATRACKMAN-b7i Ай бұрын
Intersting video l Like it's thankyou so much Dada 🙏
@ATRACKMAN-b7i
@ATRACKMAN-b7i Ай бұрын
Vary motivational story 🙏
@kamalabailong7557
@kamalabailong7557 Ай бұрын
লাউখোলাটো দেখিবলৈ পাম বুলিহে চাইছিলো
@tailover5082
@tailover5082 Ай бұрын
Val lagil