KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Жазылу
Aroma of Northeast Kitchen
নমস্কাৰ!
আপোনালোকক মোৰ চেনেলটোত স্বাগতম জনাইছোঁ৷ এই চেনেলটোৰ জৰিয়তে আপোনালোকক আমাৰ পৰম্পৰাগত ব্যঞ্জনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰন্ধনৰ সৈতে চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিম৷ আমাৰ উঠি অহা প্ৰজন্মক আমাৰ থলুৱা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য সম্ভাৰসমূহৰ লগত পৰিচয় কৰি দিয়া তথা ক্ৰমাৎ অচিনাকি হ’ব ধৰা অলেখ অসমীয়া খাদ্যৰ ৰন্ধন প্ৰণালীক ইউটিউবৰ পৃষ্ঠাত সংৰক্ষণৰ বাবে মোৰ এক ক্ষুদ্ৰ প্ৰয়াস বুলিও ক’ব পাৰে৷ ৰন্ধা-বঢ়া কৰি ভাল পাওঁ, সেয়ে নিজে যি জানোঁ আনক শিকাইও ভাল পাওঁ৷ মোৰ ৰন্ধন প্ৰণালীৰ ৰেচিপি কিছুমান নিয়মীয়া বাৰ্তাৰ বাঁহি/সুকন্যা, প্ৰিয় সখী, আইনা, বিভিন্ন স্মৰণিকা, ই আলোচনী আদিত প্ৰকাশ হৈছে৷ ৰন্ধন প্ৰকৰণৰ বাবেই শ্ৰদ্ধাৰ শ্ৰীযুত হোমেন বৰগোহাঞিদেৱৰ 'কথা বাৰ্তা' অনুষ্ঠানটোত তেওঁৰ সন্মুখত বহি কথা পতাৰ মোৰ সৌভাগ্য ঘটিছিল৷ এই চেনেলটোৰ জৰিয়তে অসমীয়া খাদ্য-সম্ভাৰক বিশুদ্ধ ৰূপত উপস্থাপন কৰাৰ যত্ন কৰিম৷ অৱশ্যে তাতো মোৰ নিজা কিছু সংযোজন থাকিব৷ অসমীয়া পৰম্পৰাগত ৰন্ধন প্ৰকৰণক সংৰক্ষণ তথা প্ৰচাৰ দিয়াৰ এই সামূহিক দায়িত্বক আমি সকলোৱে কান্ধ পাতি লওঁ আহকচোন৷ আশা কৰিছোঁ, আপোনালোকে মোৰ চেনেলটোক আদৰি ল’ব তথা আশীৰ্বাদ কৰিব৷
5:47
ৰঙালাও আগ আৰু কঁঠালগুটিৰে ৰন্ধা ৰৌ মাছৰ আঞ্জা // ASSAMESE TRADITIONAL FISH CURRY WITH PUMPKIN LEAVES
Ай бұрын
6:08
কেঁচা আম আৰু পদিনাৰে ৰন্ধা মাছৰ আঞ্জা ASSAMESE TRADITIONAL MACHOR TENGA / FISH CURRY WITH RAW MANGO
Ай бұрын
5:46
কচু আৰু জাতিলাওৰ লগত ৰন্ধা পাভ মাছৰ টেঙা আঞ্জা // PABHO FISH CURRY WITH TARO AND BOTTLE GOURD
2 ай бұрын
6:00
কেঁচা হালধি আৰু নৰসিংহ পাতেৰে ৰন্ধা ৰৌ মাছৰ আঞ্জা / FISH CURRY WITH FRESH TURMERIC AND CURRY LEAVES
3 ай бұрын
7:52
নতুন সোৱাদৰ ঘিলাপিঠাৰ জুতি লৈ চাওঁ আহক, এবাৰ খালে বাৰে বাৰে খাবলৈ মন যাব // ASSAMESE PITHA RECIPE
3 ай бұрын
6:52
সহজতে ৰান্ধিব পৰা ছাগলী মাংসৰ টেষ্টী ৰেচিপি // VERY TASTY AND EASY MUTTON RECIPE
3 ай бұрын
6:13
পোৰা বেঙেনাৰ লগত ৰন্ধা ৰৌ মাছৰ আঞ্জা / FISH CURRY WITH BRINJAL / ASSAMESE FISH CURRY
4 ай бұрын
7:31
এনেকৈ মেথি শাক ৰান্ধিলে ভাত বা ৰুটিৰ লগত মাছ-মাংস একোৱে নালাগে // VERY TASTY METHI MATAR MALAI CURRY
4 ай бұрын
5:52
মটৰ আৰু পনিৰৰ আঞ্জা, এবাৰ খালে কেতিয়াও নাপাহৰে / TASTY MATAR PANEER RECIPE
5 ай бұрын
6:42
মানিমুনি আৰু পালেং শাকৰ লগত ৰন্ধা পনিৰৰ আঞ্জা // MANIMUNI WITH PALAK PANEER // TASTY PANEER RECIPE
5 ай бұрын
7:10
মাশ্বৰুমৰ এটা টেষ্টী ৰেচিপি // গাৰ্লিক মাশ্বৰুম আৰু ব্ৰ’কলি // GARLIC MUSHROOM AND BROCCOLI
5 ай бұрын
7:47
পনিৰৰ নতুন ৰেচিপি // বাটাৰ গাৰ্লিক চ’চেৰে ৰন্ধা চিলি পনিৰ // CHILLI PANEER WITH BUTTER GARLIC SAUCE
5 ай бұрын
6:42
কাঠআলুৰ নতুন ৰেচিপি, এবাৰ খালে সদায়ে খাবলৈ মন যাব // KATH ALOOR TASTY RECIPE // GREATER YAM RECIPE
6 ай бұрын
7:04
মাশ্বৰুমৰ সুস্বাদু ব্যঞ্জন মাশ্বৰুম বাটাৰ মচলা // MUSHROOM BUTTER MASALA // MUSHROOM RECIPE
6 ай бұрын
6:14
তেল নিদিয়া কৰ্দৈৰ এই আচাৰ এবাৰ খালে বাৰে বাৰে খাবলৈ মন যাব OIL FREE STAR FRUIT PICKLE / KORDOI ACHAR
6 ай бұрын
7:15
হাঁহ মাংসৰ জালুকীয়া আঞ্জা // DUCK CURRY WITH BLACK PEPPERS //HANH MANGKHOR JALUKIYA ANJA
7 ай бұрын
5:32
মাশ্বৰুমৰ এটা টেষ্টী ৰেচিপি, এবাৰ খালে সদায়ে খাবলৈ মন যাব // SPICY AND TASTY MUSHROOM RECIPE
7 ай бұрын
3:35
চুকা শাকৰ চাটনি // Indian Sorrel Leaves Chutney // Chuka Shakor Chutney //Assamese Chutney Recipe
7 ай бұрын
3:01
Our special day, Happy birthday Krish 🧁🎂🍫 Aroma of North East Kitchen
7 ай бұрын
5:09
টেঙামৰা গুটিৰ টেষ্টী চাটনি // Roselle fruits chutney // Tengamora gutir tasty chutney
8 ай бұрын
7:39
চিতল মাছৰ মুইঠ্যা / চিতল মাছৰ কোফ্টা কাৰী / CHITAL FISH KOFTA CURRY # CHITAL MACHER MUITHA
8 ай бұрын
7:31
#চিকেন কাবাব #শামি কাবাব #CHICKEN KABAB #SHAMI KABAB #AROMA OF NORTHEAST KITCHEN
9 ай бұрын
5:45
#ভেকুৰি বেঙেনাৰে ভাঙোন মাছৰ জুতি #BHEKURI TITA AND SMALL FISH RECIPE #ASSAMESE TRADITIONAL RECIPE
9 ай бұрын
7:11
হোটেলৰ দৰে মগু দাইলৰ হালোৱা সহজতে কেনেকৈ প্ৰস্তুত কৰিব? #MOONG DAAL HALWA #sweetrecipe
9 ай бұрын
4:36
#কেকোঁৰা আৰু ভোট জলকীয়াৰ চাটনি #CRABS AND KING CHILLI CHUTNEY #ASSAMESE CHUTNEY #KEKURA CHUTNEY
9 ай бұрын
5:45
দহি কচুৰ লগত ব্ৰয়লাৰ মাংসৰ জুতি লৈ পাইছেনে / DOHI KOCHU AND CHICKEN RECIPE
10 ай бұрын
5:57
কলপচলা আৰু হাঁহ মাংসৰ জুতি // KOLPOSOLA ARU HANH MANGKHOR JUTI // DUCK MEAT RECIPE WITH BANANA STEM
10 ай бұрын
5:56
কচু ফুলৰ ৰেচিপি // কচু ফুলৰ বৰ // TARO FLOWER FRITTERS // TARO FLOWER RECIPE // KACHU PHOOL RECIPE
10 ай бұрын
5:30
দীঘাৰ ঢেউসাগৰত গৈ কি কি দেখিলোঁ? A BEAUTIFUL EVENING AT DHEUSAGAR, DIGHA
10 ай бұрын
Пікірлер
@Trishna80
23 сағат бұрын
Val lagise recipe tu try korim
@ranjitcharingia4232
2 күн бұрын
❤
@mousumiskitchen2025
3 күн бұрын
Bohut bhal lagil sai
@krishnavcharingia
3 күн бұрын
❤
@akmmovies7709
3 күн бұрын
😂
@aromaofnortheastkitchen9110
3 күн бұрын
@@akmmovies7709 😊
@mitalidutta6295
8 күн бұрын
Nice❤
@aromaofnortheastkitchen9110
3 күн бұрын
ধন্যবাদ
@simaranidas5902
8 күн бұрын
Pagol neki tumi kumura masor anjat tenga diye ,,
@monalishapatraofficeal2379
14 күн бұрын
বাইদেউ শুকতি আচাৰ বনাই দেখাব ৷ plz
@aromaofnortheastkitchen9110
3 күн бұрын
Ok
@Porigupta-il9ie
16 күн бұрын
😅😊h
@aromaofnortheastkitchen9110
3 күн бұрын
😊
@pollakgoigoi6455
26 күн бұрын
কচুৰ সিয়লি যে .. লতাৰ দৰে যে সেইবোৰ জানে নাই ৰান্ধিব ?
@aromaofnortheastkitchen9110
26 күн бұрын
kzbin.info/www/bejne/jZXUiZZ_rJKMrLc মই ৰন্ধা কচুৰ লতি৷ লিংকটো খুলি চাব৷
@NirjumoniLekharu
29 күн бұрын
খুব সুন্দৰ হৈছে।❤
@aromaofnortheastkitchen9110
29 күн бұрын
ধন্যবাদ
@deepbhuyan7021
Ай бұрын
ভাল লাগিল বাইদেউ । বনাই চাও এবাৰ
@aromaofnortheastkitchen9110
29 күн бұрын
ধন্যবাদ৷ বনাই খাব😊
@Sushilboro1239
Ай бұрын
Wow super
@aromaofnortheastkitchen9110
29 күн бұрын
Thank you
@haripriyasaikia7657
Ай бұрын
Tasty recipe
@haripriyasaikia7657
Ай бұрын
Eh MOJJA
@haripriyasaikia7657
Ай бұрын
Uff...iman dhunia hoise.
@haripriyasaikia7657
Ай бұрын
Bahut dhunia hoise ba. Bonam robo.
@neerubora9639
Ай бұрын
Nice
@binadutta4474
Ай бұрын
Testy recipe ❤❤
@aromaofnortheastkitchen9110
Ай бұрын
ধন্যবাদ
@SangitaDas-94
Ай бұрын
Poka mithoi recipe tu moi bohu dinor pora bisari asilu, apunr vlog t pai vaal.lgil. dhoinyobad
@aromaofnortheastkitchen9110
Ай бұрын
ধন্যবাদ৷ বনাই খাব৷
@ameegogoi5002
Ай бұрын
পচলাৰ লগত ৰঙালাও? পচলাৰ নিজৰে সোৱাদ আছে।
@aromaofnortheastkitchen9110
Ай бұрын
পচলা আৰু ৰঙালাও দুয়োটাৰে নিজৰ সোৱাদ আছে৷ সদায় একে ধৰণেৰে খাই জানো আমনি নালাগে? কেতিয়াবা অলপ বেলেগ ধৰণেৰে ৰান্ধিলে নতুন জুতি পোৱা যায়৷
@aromaofnortheastkitchen9110
Ай бұрын
নতুন সোৱাদ যদি বিছাৰে খাই চাবচোন৷
@hemantapatar3992
Ай бұрын
বনাও মই ও
@aromaofnortheastkitchen9110
Ай бұрын
বঢ়িয়া
@ratuldeka5958
Ай бұрын
Aaji banam tenekai agate aada naharu disilu aji dekha jaok ki hay
@aromaofnortheastkitchen9110
Ай бұрын
ভাল হ’ব৷
@sunnyborah9508
Ай бұрын
Bahut vl lgil dei recepie tu
@aromaofnortheastkitchen9110
Ай бұрын
ধন্যবাদ৷ ভালনে?
@sunnyborah9508
Ай бұрын
@@aromaofnortheastkitchen9110 asu Pinki ba..apunalukor??
@pinkuray7585
Ай бұрын
Keidinman pisot suti goi asu ,aibar ghorot Mrs bonabo dim .
@aromaofnortheastkitchen9110
Ай бұрын
আম পকাৰ আগতে আহিলেহে খাব পাৰিব৷ খাই কেনি পালে জনাব৷
@pinkuray7585
Ай бұрын
Bohut luvonio resepi ....val lagil ....
@aromaofnortheastkitchen9110
Ай бұрын
ধন্যবাদ জলালোঁ৷
@anantakumar9464
Ай бұрын
bhal lagise..kintu kimaan tenga khai thakim ......
@aromaofnortheastkitchen9110
Ай бұрын
ধন্যবাদ৷ বতৰৰ বস্তু বতৰতে নাখালে কেতিয়া খাম? মাছৰ টেঙা অসমীয়াৰ পৰিচয় অসমৰ বাহিৰত৷
@Nanu-ow5mc
Ай бұрын
High blood pressure thoka manuhe nu kene koi khai. 😢😢😢😢😢😢😢
@aromaofnortheastkitchen9110
Ай бұрын
ব্লাড প্ৰেচাৰ হাই থাকিলে নাখাব৷ খাব পৰা লোকৰ বাবে ৰেচিপিটো দিয়া হৈছে৷ অৱশ্যে মোৰ নিজৰো BP high আছে৷ নোখোৱাকে নাথাকো৷
@sumusfoodgallery5423
2 ай бұрын
Tasty❤
@aromaofnortheastkitchen9110
Ай бұрын
THANK YOU
@dancingborahsisters6964
2 ай бұрын
বহুত ভাল লাগে খাই
@aromaofnortheastkitchen9110
2 ай бұрын
হয়
@user-hh3th5bg8g
2 ай бұрын
A moja
@aromaofnortheastkitchen9110
2 ай бұрын
Thanks
@binandadas9565
2 ай бұрын
Murgi nohoi kukura akimiyat
@aromaofnortheastkitchen9110
2 ай бұрын
মোৰ শহুৰৰ ঘৰখনত কুকুৰা কয়, কিন্তু সৰুৰে পৰা মুৰ্গী কৈ আহিছোঁ বাবে মুৰ্গী বুলিয়ে কওঁ৷ মুৰ্গীয়ে হওঁক বা কুকুৰায়ে হওঁক কেনেকৈ ৰান্ধিলোঁ সেইটো দেখুৱাটোহে মোৰ আচল উদ্দেশ্য হ’ব লাগে নহয়নে বাৰু?
@user-pw4oy4dk9h
2 ай бұрын
Moi aponar vdiotu salo ba aru asaru bonaisu
@aromaofnortheastkitchen9110
2 ай бұрын
ধন্যবাদ দেই৷
@pinkuray7585
2 ай бұрын
Very nice
@aromaofnortheastkitchen9110
2 ай бұрын
Thank you
@lalitas1989
2 ай бұрын
lubh lagi goise
@aromaofnortheastkitchen9110
2 ай бұрын
😊😊
@shreyasdancingchanel6953
2 ай бұрын
Mooja hoise❤
@aromaofnortheastkitchen9110
2 ай бұрын
Thank you
@tutumonibaishya4235
2 ай бұрын
Bapre
@aromaofnortheastkitchen9110
2 ай бұрын
😊😊
@hemalatadutta6360
2 ай бұрын
Masor anjakhan dekhiboloi val lagise khaboloi bhal lagibo
@aromaofnortheastkitchen9110
2 ай бұрын
Thank you
@benipegu2302
2 ай бұрын
মজা❤❤❤
@aromaofnortheastkitchen9110
2 ай бұрын
Thank you
@VC_27
3 ай бұрын
1:05 - Bahirot bandor! 🐵 Monkey outside the window 😂
@aromaofnortheastkitchen9110
3 ай бұрын
বান্দৰে আচাৰ খাইনেকি?
@monikakakoti8711
3 ай бұрын
Very nice👍👍👍👍
@aromaofnortheastkitchen9110
3 ай бұрын
Thank you
@pradipronghang4974
3 ай бұрын
❤Wow
@aromaofnortheastkitchen9110
3 ай бұрын
Thank you
@anantakumar9464
3 ай бұрын
BHAL ALGISE..AHA BAR MASOR SORSORI BONAI DEKHABOSUN
@aromaofnortheastkitchen9110
3 ай бұрын
sure
@putaliburagohainduarah7348
3 ай бұрын
Bohiya
@aromaofnortheastkitchen9110
3 ай бұрын
Thank you
@aromaofnortheastkitchen9110
3 ай бұрын
Thank you
@haripriyasaikia7657
3 ай бұрын
Very very tasty pitha.
@aromaofnortheastkitchen9110
2 ай бұрын
Thank you
@neerubora9639
3 ай бұрын
Tasty rcp
@aromaofnortheastkitchen9110
2 ай бұрын
Thank you
@prativapatgiri8879
3 ай бұрын
খুব সুন্দৰ হৈছে কিন্তু খাব কেনে হৈছে নাজানো
@aromaofnortheastkitchen9110
3 ай бұрын
আগতে কাঠৰ চামুচত তেতেলীৰ আচাৰ মৰ্টনৰ দৰে বিক্ৰী কৰিছিল৷ আমি খুউব খাইছিলোঁ কিনি৷ সেই আচাৰৰ সোৱাদটো এই আচাৰত পাব৷ গতিকে খাব কেনে হৈছে বুজাই নকলেও হ’ব নহয়নে😊 মন্তব্যৰ বাবে ধন্যবাদ দেই৷
@anantakumar9464
3 ай бұрын
Asomiya manuhor mitha koshori pitha
@aromaofnortheastkitchen9110
3 ай бұрын
পুৰ দিয়া ঘিলাপিঠা
@hiteshnath9931
3 ай бұрын
Mojja
@aromaofnortheastkitchen9110
3 ай бұрын
Thanks
@hiteshnath9931
3 ай бұрын
Mojja
@aromaofnortheastkitchen9110
2 ай бұрын
Thank you