অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি চন্দ্ৰ ধৰ বৰুৱা হ'ব । মোৰ কোওতে ভূল হৈছে।
@migangcpasung511423 күн бұрын
17 নং প্ৰশ্ন উত্তৰটো ভুল আছে। অসম সাহিত্য সভাৰ দ্বিতীয় জন সভাপতি চন্দ্ৰধৰ বৰুৱা হব। এনেকুৱা ভুল উত্তৰ দিব নালাগে ভাই। ভালদৰে পঢ়া শুনা কৰিহে উত্তৰ দিব লাগে।
@GK_STUDY_2.0-p2i23 күн бұрын
Sorry mor kowte vul hoise
@jabidbarbhuiya168023 күн бұрын
Sorry sir Bharat and pakistan. Red Cliff line
@GK_STUDY_2.0-p2i23 күн бұрын
ভাৰত স্বাধীন হোৱাৰ পিছত পাকিস্তান দুটা ভাগত বিভক্ত হৈ পৰে পূৱ পাকিস্তান আৰু পশ্চিম পাকিস্তান ১৯৭১ চনত পূৱ পাকিস্তান বাংলাদেশ হৈ পৰে আৰু বিকল্প কেইটাত পাকিস্তান যদি নাথাকে বাবে ভাৰত -বাংলাদেশ সীমান্ত ৰেখা ৰেডক্লিফ লাইন হ'ব ।