নমস্কাৰ বন্ধু সকল।মোৰ নাম MRIDU PABAN আৰু আপোনালোক সকলোকে এই channel ত স্বাগতম।এই channel ত বৰ্তমান মই ভ্ৰমণ তথা মনোৰঞ্জনৰ ওপৰত বিভিন্ন video দি আছো। video বোৰ চাই আপোনালোকৰ ভাল লাগিলে তথা কিবা সহায় হ'লে Video টো বনোৱাৰ কষ্ট খিনি সাৰ্থক হয়।সকলো Subscriber ক ধন্যবাদ এই যাত্ৰাত সংগ দিয়াৰ বাবে।অনাগত দিনত আপোনালোকৰ বাবে আৰু ভাল ভাল Video বনাবলৈ চেষ্টা কৰি যাম।Channel টো আগ বঢ়াই নিয়াত ক্ষেত্ৰত কিবা ক'বলৈ তথা আপোনালোকৰ মতামত জনাবলৈ
[email protected] ত mail কৰিব পাৰিব।ধন্যবাদ।
Hello friends my name is MRIDU PABAN and welcome to my KZbin channel.Right now I am uploading videos related to travel and entertainment.Thanks to all my Subscribers for your support in this journey.I always try to make videos for your knowledge and entertainment and if my videos help you a little bit I am very happy.Your advices regarding my channel and videos always welcome.
For business related enquiry mail me @
[email protected].
Thank You