Пікірлер
@indiandeuri29
@indiandeuri29 4 сағат бұрын
পশ্চিম দিশত পাকঘৰ থাকিলে ভাল নে বেয়া
@ashrumalasrecitationstorie119
@ashrumalasrecitationstorie119 18 сағат бұрын
ভাল লাগিল দেখি আৰু শুনি
@JintuDas-w4k
@JintuDas-w4k 21 сағат бұрын
Dada amar sotalt pub dishat ati shiv mandir ase mandiror murti tu du fut ukha val beya jonab sun
@santusartacademy3054
@santusartacademy3054 Күн бұрын
ঘৰৰ টিনপাত orange । সমস্যা হব নেকি?
@nitulabang9240
@nitulabang9240 Күн бұрын
Dada mur pak gharor dargar Lagot kuwa ase beya neki Jana basun. Ratipuwa Darja Khalile prathame kuwa tu dekha paw
@PranitaKalita-f6j
@PranitaKalita-f6j Күн бұрын
দাদা মই প্ৰনিতাই কৈইছো , মোৰ ঘৰত অনবৰতে এটা এৰি এটা অসুখ হৈ থাকে ৷মোৰ অলপবেছি হয়৷কৰণটো কি জনাবোছো ৷
@sewalihazarika3088
@sewalihazarika3088 2 күн бұрын
উত্তৰ পূৱত ঘৰৰ পাছফালে দৰ্জা ভাল নে বেয়া জনাব।
@ManiramKalita-x3t
@ManiramKalita-x3t 2 күн бұрын
এনে ধৰনৰ ভি ডিও মাজে সময়ে পা ম বুলি আশা কৰিলো
@ManiramKalita-x3t
@ManiramKalita-x3t 2 күн бұрын
কথা খিনি শুনি ভাল পাইছো
@ManumotiBoro-q1r
@ManumotiBoro-q1r 2 күн бұрын
❤❤❤
@Minecraft_Un-Official
@Minecraft_Un-Official 2 күн бұрын
পশ্চিম মুখী ঘৰ হলে পানী টেংকীটো আগ ফালে হলে কেনেকুৱা লাগিব বাৰু
@majuligamer5163
@majuligamer5163 2 күн бұрын
Bohut bhal lagise
@BalinBorurah
@BalinBorurah 3 күн бұрын
আমাৰ উত্তৰ পূবত ভৰাল আছে জনাব ছোন
@jibonjyotidutta622
@jibonjyotidutta622 3 күн бұрын
সুন্দৰ
@dipakamsong1826
@dipakamsong1826 3 күн бұрын
দক্ষিণ পশ্চিম দিশৰ বিষয়ে সম্পূৰ্ণ জনাব।
@JyotirmoyeeKalita-ev6pn
@JyotirmoyeeKalita-ev6pn 3 күн бұрын
কোনো বাস্তু বিদে নোকোৱা কথা এটা কলে পূব দক্ষিণ পূব ত টয়লেট,বহাব পাৰি, আপুনি সহজভাৱে ইমান সুন্দৰকৈ বুজায় দিয়ে বহুত ভাল লাগে 🙏
@Debabratnath-h8o
@Debabratnath-h8o 4 күн бұрын
দক্ষিণ -পশ্চিম আৰু দক্ষিণ-পূবৰ দক্ষিণ দুটাৰ ঠাইত লেটিন বাথৰুম বনোৱা হৈছে। এতিয়া টেংকি ক'ত বনালে ভাল হব।বনাৱ পৰা সুবিধা বেলেগত নাই।ভুল হ'ল নেকি?
@lipikaburagohain1669
@lipikaburagohain1669 4 күн бұрын
Thank you for your great job Ei Dix bur kiman degree t thake
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 4 күн бұрын
ভাল লাগিল দিশ কেইটাৰ বিষয়ে জানিব পাৰি।
@tapanjitdeka800
@tapanjitdeka800 4 күн бұрын
❤❤❤
@ramchandradas6326
@ramchandradas6326 4 күн бұрын
Good Morning
@ManumotiBoro-q1r
@ManumotiBoro-q1r 4 күн бұрын
Nice 👌👌👌
@ManumotiBoro-q1r
@ManumotiBoro-q1r 4 күн бұрын
Nice 👌👌👌
@hiranlahary3153
@hiranlahary3153 4 күн бұрын
ছাৰ মোৰ ঘৰৰ মেইণ গেট খন দক্ষিণ পচিম দিশত যিহেতু পথৰ গালিটো সেই দিশত যদিহে ৰিমেডি নাই তেন্তে কি হব?
@MinakshiKaruna
@MinakshiKaruna 4 күн бұрын
Uttar pubar pub dishat bharalghar ashe rakhib parine
@nijudowarah4123
@nijudowarah4123 5 күн бұрын
সুন্দৰ 🙏🏼
@ashrumalasrecitationstorie119
@ashrumalasrecitationstorie119 6 күн бұрын
ভাল লাগিল দেখি আৰু শুনি
@jibonjyotidutta622
@jibonjyotidutta622 7 күн бұрын
সুন্দৰ
@omprakashbora993
@omprakashbora993 7 күн бұрын
দাদা, আমাৰ উত্তৰ পূব কোণত গোঁসাই ঘৰ আৰু এখন দোকান আছে, গোঁসাই ঘৰ বগা ৰঙৰ আৰু দোকান ঘৰ হালধীয়া আছে, আপুনি কিবা কব নেকি ইয়াৰ ওপৰত।
@ManumotiBoro-q1r
@ManumotiBoro-q1r 7 күн бұрын
👌👌👌
@majuligamer5163
@majuligamer5163 8 күн бұрын
Thanks
@upasonatalukdar3561
@upasonatalukdar3561 8 күн бұрын
Amar kesa Ghar ki kri
@biswabrahmanda3164
@biswabrahmanda3164 8 күн бұрын
🙏🙏🙏পশ্চিম সিংহ মুখীৰ মাটিৰ সম্পূৰ্ণ খণ্ড এটা আশা কৰিলো। আকৌ কলো পশ্চিম মুখী লগতে সিংহ মুখী, মানে আগফাল ডাঙৰ(বহল) পিছফাল সৰু(ঠেক)। প্লিজ্ বাইদেউ🙏🙏🙏
@prosenjitsarmabaruah401
@prosenjitsarmabaruah401 8 күн бұрын
👍🏻
@DipaMoniMoran-w9f
@DipaMoniMoran-w9f 8 күн бұрын
🙏🙏
@csggamerchanakya7659
@csggamerchanakya7659 9 күн бұрын
Uttar dikhot draying room thakiba parena
@phanidharthakuria588
@phanidharthakuria588 9 күн бұрын
এই সকলো বিলাক ভ্রম কাৰণ আমি জানো শাস্র চৈধ্য বিধ বাস্ত শাস্র আমি নিজেই বনাই লোবা দিশ দহটাহে আগৰ দিনৰ ঘৰত ৰঙ নচিলেই
@anjugogoi2390
@anjugogoi2390 9 күн бұрын
Robi.da.valkotha.koise
@mondakinisonowal9191
@mondakinisonowal9191 10 күн бұрын
Yellow colour flower thakile ki hob.
@nabajyotibora919
@nabajyotibora919 10 күн бұрын
নমস্কাৰ অপ‘ণ দাদা ৷মই আপোনাৰ অনুষ্ঠান চাও ৷আমাৰ ঘৰৰ লেটিনৰ trinki nw side ত আছে ৷আমাৰ এটা নতুনকৈ ঘৰ বনাইছো ৷ পূব side য়ে এটা লেটিনৰ prant বহুয়াব লগা হল ৷ কিবা অসুবিধা হব নেকি ? উত্তৰ টোলৈ agrahore বাট চাই থাকিম৷
@hemalatahandique96
@hemalatahandique96 10 күн бұрын
জানি ভাল পালো ।
@tapanjitdeka800
@tapanjitdeka800 10 күн бұрын
Thanx❤
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 10 күн бұрын
DHANNYBAAD
@BinaGohain-un2ot
@BinaGohain-un2ot 10 күн бұрын
Video bht vl pao
@sensowa3666
@sensowa3666 11 күн бұрын
মোৰ ঘৰটো পূৱমুখি পূৱতে গেট আছে।পূৱৰ পৰা ৰাস্তাটো আহি উওৰ ফালে গৈছে কিন্তু সেই কেকুৰিটোৰ পৰা গলিটো পুনে পুনে আহি মোৰ গেটট খোন্দা মাৰিছে, মানে ৰাস্তাটো গলিটো একেবাৰে পুন হৈ আছে।ভাল নে বেয়া ছাৰ জনাবচোন? দ্বিতিয়তে- সেই কেকুৰিতো পৰা সোমাই আহোতে দুটা ঘৰ পাৰ হৈ মোৰ ঘৰটো পাই । শেষৰ ঘৰটোৱেই হৈছে মোৰ। গলি শেষৰ ঘৰ হব নালাগে নেকি ছাৰ। যদি নালাগে কি কৰিব লাগিব জনাবচোন।
@kamaldas7804
@kamaldas7804 11 күн бұрын
South dikhat pukhuri ase ki upai karibi lagib
@namitadsr9255
@namitadsr9255 11 күн бұрын
Sir namaskar..moi janib bisarisilo je ataitkoi best ghorkhnr konto dikh val hoi mane ghrale khumuwa main getkhn kon dikhta hole val jonabsun anughr kori🙏
@TuladharmurariTuladharmurari
@TuladharmurariTuladharmurari 12 күн бұрын
Bahut bahut val lagise
@binudguwala8566
@binudguwala8566 13 күн бұрын
Moi natun ka ghor bonabo loisu.dokhin Fala rod poresa,Mai get khon kun khinet Dela Val habo.40feet wide asa.gate khon kun2 point Dela Val hoi.
@animabharalideka3712
@animabharalideka3712 13 күн бұрын
ভাল লাগিল।দক্ষিণ পূৱ ত গাড়ী ৰাখিব পাৰি নে জনাব।