Пікірлер
@rumiduarah7953
@rumiduarah7953 Сағат бұрын
🙏🏻🙏🏻🙏🏻
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 14 сағат бұрын
কৃষ্ণ প্ৰভু দয়াময় দয়া কৰিবা।তোমাৰ নাম গুণৰ ভক্তিৰ ৰস লবলৈ কৃপা কৰিবা।তুমি প্ৰভু কৃপা ৰসেৰ সাগৰ এ ..দিয়া মোক তুৱা পদ চাইয়া তলে ঠাই ৰাম ৰাম ......।
@priyalataphukan4619
@priyalataphukan4619 Күн бұрын
কৃষ্ণ কৃষ্ণ 🙏বাপজনা আপোনাৰ অভয় চৰণত মোৰ অন্তৰৰ পৰা প্ৰণাম জনাইছো❤️🙏❤️🙏
@R3quaiN
@R3quaiN Күн бұрын
কৃষ্ণ, নমস্কাৰ। ব্যাখ্যা শুনি আপ্লুত হৈছো।এইখন্ডটিত যানবাহনৰ শব্দ প্ৰায়েই শুনা গৈছে। পাৰিলে কিছু প্ৰদূষণ মূক্ত পৰিবেশত ৰেকৰ্ডিং কৰাৰ অনুৰোধ জনালো। কৃষ্ণ
@dhananjayray4049
@dhananjayray4049 Күн бұрын
হরেকৃষ্ণ হরেকৃষ্ণ ভারত আসাম হোজাই
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t Күн бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু কি অদ্ভুত মহিমা প্ৰভু ভগৱন্তৰ।তাতে আপোনাৰ অতি সুন্দৰ,ৰসাল জ্ঞান ,ব্যাখ্যা আৰু ভাগৱতৰ,শাস্ত্ৰৰ শ্লোকৰ যি অপৰিসীম বৰ্ণনা কৰিলে বৰ আমোদ পালো।এনেকৈ সদায় প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবলৈ, ভক্তিৰ সাগৰত ডুব যাবলৈ শক্তি দিব লাগে আৰু আৰ্শীবাদ কৰিব লাগে।প্ৰতি ক্ষণত যেন প্ৰভুৰ নাম গুণ লবলৈ হৃদয় ব্যাকুল কৰে যেন তাক কৃপা কৰিব লাগে।ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ, কৃষ্ণ কৃষ্ণ ৰাম ৰাম .....
@PrabinNath-h9l
@PrabinNath-h9l 3 күн бұрын
Krishna Krishna Gurudev Sahashra koti koti pranam nibedan kariso 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 4 күн бұрын
গোপাল গোবিন্দ যদু নন্দন,কৃষ্ণৰ চৰণে লৈলো শৰণ ...।কৃষ্ণ ৰাম নাৰায়ন গোবিন্দ জয় জয়....।প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ ভক্তিৰ ৰস লবলৈ ,শ্ৰৱণ কীৰ্তন কৰিবলৈ শক্তি দিয়ে যেন।
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 4 күн бұрын
সুন্দৰ,অতি সুন্দৰ ব্যাখ্যা প্ৰভু।ভাগৱতৰ প্ৰভু কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কৰি বহুত জ্ঞান আৰু আনন্দ পালো।প্ৰভু ভগৱন্তই এনেকৈ সদায় গীতা , শাস্ত্ৰৰ,ভাগৱতৰ জ্ঞান লবলৈ ,ৰস পান কৰিবলৈ, শ্ৰৱণ কীৰ্তন কৰিবলৈ শক্তি দিব লাগে আৰু আৰ্শীবাদ কৰিব লাগে।আপুনি ধন্য।ভগৱানে আপোনাক কৃপা কৰক।আপোনাৰ আদৰ্শৰে আগবাঢ়ি যাবলৈ বহুখিনি সক্ষম হৈছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ,কৃপা কৰিব।
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 5 күн бұрын
প্ৰভু কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন শুনি বহুত আনন্দিত হলো।বহুত জ্ঞান লাভ কৰিবলৈ সক্ষম হলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 5 күн бұрын
প্ৰভু,আপোনাৰ ভাগৱত, শাস্ত্ৰৰ ব্যাখ্যাৰ পৰা বহুতখিনি কথা শিকিলোঁ ,বুজিব পাৰিলো।কথাবোৰ বিতং ভাবে জানিব পাৰি সন্তোষ লভিলোঁ।আপোনাৰ অপৰিসীম জ্ঞানে ,ভক্তিৰ ৰস লবলৈ,এনেকৈ সদায় শ্ৰৱণ কীৰ্তন কৰিবলৈ শক্তি দিয়ে যেন।ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ, কৃষ্ণ কৃষ্ণ ৰাম ৰাম
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 6 күн бұрын
হে জ্ঞানী মহান প্ৰভুজনা,আপোনালৈ শ্ৰদ্ধা নিবেদন কৰিলো।আপোনাৰ ভাগৱতৰ অসীম জ্ঞানৰ ,সুন্দৰ ব্যাখ্যাৰ শ্ৰৱণ কীৰ্তন শুনি বহুত উপকৃত হলো।সদায় এনেকৈ ভাগৱতৰ শ্ৰৱণ কীৰ্তন শুনিবলৈ ,জ্ঞান লাভ কৰিবলৈ প্ৰভু ভগৱন্তই কৃপা কৰে যেন।ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ, ৰাম ৰাম,হৰি ৰাম ৰাম ৰাম ......
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 6 күн бұрын
হে প্ৰভুজনা ,আপোনাৰ ভাগৱতৰ সুন্দৰ ব্যাখ্যা শুনি বহুত জ্ঞান লাভ কৰিবলৈ সক্ষম হলো।শ্ৰৱণ কীৰ্তন শুনি বহুত আনন্দিত হৈছো প্ৰভু।ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ, প্ৰভু ভগৱন্তই কৃপা কৰে যেন।
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 6 күн бұрын
কৃষ্ণ প্ৰভু,আপোনাৰ ভাগৱতৰ সুন্দৰ ব্যাখ্যা শ্ৰৱণ কীৰ্তন শুনি বহুত জ্ঞান পালো।আৰু আই গৰাকীৰ সুন্দৰ, শুৱলা কণ্ঠৰ ভাগৱতৰ পাঠ শুনি বহুত ভাল লাগিল।ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ, ৰাম ৰাম ৰাম
@rajaniBuragohain-g9f
@rajaniBuragohain-g9f 6 күн бұрын
Krishna krishna probhu hewa jonalu
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 6 күн бұрын
অদ্ভুত,একেবাৰে সত্য ভাষ্য।বৰ সুন্দৰ ব্যাখ্যা, শুনি সন্তোষ লভিলো।হে প্ৰভুজনা,সুন্দৰ ব্যাখ্যাৰ পৰা ভাগৱতৰ পৰা বহুত জ্ঞান, ৰস,আনন্দ পালো।ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ,হৰি হৰি ৰাম ৰাম ......
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 7 күн бұрын
হে প্ৰভুজনা,মোৰ অল্প জ্ঞাণে ভাবো যে, এই বাস্তব জীবন বোৰেই চাগৈ সৰ্গ,নৰক,বৈকুণ্ঠ।নহলে কিয় কিছুমান ইমান পাপি,কিছুমানৰ মাজত সুখ দুখ,তাৰ মাজতে আকৌ জ্ঞানী,গুণী,মহান ব্যক্তি আছে।পাপিবোৰ চাগে নৰকৰ,গুণী জ্ঞানী মহান ব্যক্তি বোৰ চাগৈ বৈকুণ্ঠৰ,বাকীবোৰ.....।নহলে কিয় সকলো ভিন্ন ভিন্ন। গতিকে বাস্তব জগতখনেই নেকি বাৰু সৰ্গ,নৰক,বৈকুণ্ঠ..........।ভুল হলে ক্ষমা প্ৰাৰ্থনা ....কৃষ্ণ
@priyalataphukan4619
@priyalataphukan4619 7 күн бұрын
কৃষ্ণ কৃষ !প্ৰভু বাপজনা আপোনাৰ অভয় চৰণত শত কুটি প্ৰণাম জনাইছো🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 7 күн бұрын
বৰ ৰস পালো শুনি, কৃষ্ণ কৃষ্ণ কৃষ্ণ ....
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 7 күн бұрын
হে জ্ঞানী, গুনি মহান প্ৰভুজনা,আপোনাৰ অসীম জ্ঞানৰ সুন্দৰ ব্যাখ্যা শুনি বহুত জ্ঞান আৰু আনন্দ পালো।আপোনাৰ ভাগৱতৰ সুন্দৰ শ্লোক, ব্যাখ্যা,শ্ৰৱণ কীৰ্তন শুনি থাকিলে প্ৰভু ভগৱন্তৰ ওচৰত থকা যেন লাগে।ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ, কৃষ্ণ কৃষ্ণ ৰাম ৰাম ......
@priyalataphukan4619
@priyalataphukan4619 7 күн бұрын
কৃষ্ণ কৃষ প্ৰভুজনা !আপোনাক অদেখাজনে এইদৰে শক্তি দি থাকক ❤️🙏🙏🙏🙏
@ujjalbora9810
@ujjalbora9810 7 күн бұрын
কৃষ্ণ বাপ 🙏 আপুনাৰ শ্ৰীচৰণত সেৱা জনাইছো
@RubulAcharjee
@RubulAcharjee 8 күн бұрын
Krishna Krishna Krishna
@ujjalbora9810
@ujjalbora9810 11 күн бұрын
কৃষ্ণ বাপ🙏 জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ শ্ৰীশ্ৰী মাধৱদেৱ
@mohalalchintemohalalchin-zu1nm
@mohalalchintemohalalchin-zu1nm 11 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@prabindas8652
@prabindas8652 11 күн бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🤣🙏
@pradiphandique7872
@pradiphandique7872 12 күн бұрын
কৃষ্ণ৷৷
@ronjitborah1997
@ronjitborah1997 13 күн бұрын
Apunarr ghagawatodr byaakhai aamak bohut100 / aanondo,notun life,etc etc dise,pronam ❤❤❤❤❤❤❤apunak real hero Jen lagise,imman tyaag kori,respectable job u eeise.tar babei salute dilu.pasot kotha hom.❤❤❤❤❤❤❤❤
@RubulAcharjee
@RubulAcharjee 14 күн бұрын
Krishna Krishna Krishna
@birenbarmon-nz3gf
@birenbarmon-nz3gf 15 күн бұрын
কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ ❤❤❤
@manjit.sarania
@manjit.sarania 15 күн бұрын
অসমীয়া সমাজে ভাগৱতীয় একশ ধৰ্ম সত্তৰে গ্ৰহণ কৰিব লাগে দুৰ্গা কালি পুজা অসমীয়াৰ নহয় যেন লাগে
@birenbarmon-nz3gf
@birenbarmon-nz3gf 17 күн бұрын
কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ ❤❤❤
@birenbarmon-nz3gf
@birenbarmon-nz3gf 17 күн бұрын
কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ ❤❤❤
@birenbarmon-nz3gf
@birenbarmon-nz3gf 19 күн бұрын
কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ ❤❤❤
@sidheswarrajbongshi4313
@sidheswarrajbongshi4313 20 күн бұрын
🙏
@abhigyanborahanuhazarika167
@abhigyanborahanuhazarika167 20 күн бұрын
Krishana🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@saratkalita4808
@saratkalita4808 21 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ।
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 22 күн бұрын
এজন মহান ব্যক্তি বুলি কলে সেইজনা হল আপুনি..........
@muhindraborgohain6618
@muhindraborgohain6618 24 күн бұрын
Wish you happy and healthy long life.
@renudeka2329
@renudeka2329 24 күн бұрын
কৃষ্ণকৃষ্ণ
@sonpunasaikia6134
@sonpunasaikia6134 24 күн бұрын
কৃষ্ণ , প্ৰণাম জনাইছো ।
@saratkalita4808
@saratkalita4808 25 күн бұрын
কৃষ্ণ কৃষ্ণ।
@namitapatar2478
@namitapatar2478 25 күн бұрын
কৃষ্ণ
@birenbarmon-nz3gf
@birenbarmon-nz3gf 26 күн бұрын
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ ❤❤❤
@pranabjyotibora2342
@pranabjyotibora2342 26 күн бұрын
ৰাম কৃষ্ণ,,,, ৰাম কৃষ্ণ,,,,,,, ৰাম কৃষ্ণ,,,,,,,,,,
@rajibbora516
@rajibbora516 27 күн бұрын
🙏🙏🙏
@kanakdas2316
@kanakdas2316 29 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏🙏🙏 আপুনী মহান ্ এদিন ভগৱানৰ কৃপাত লগ পালে ধন্য হম ।
@binakumarigogoiborah8407
@binakumarigogoiborah8407 Ай бұрын
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻🌹🙏🏻🙏🏻🙏🏻🙏🏻
@ronjitborah1997
@ronjitborah1997 Ай бұрын
❤❤❤pronam❤❤❤❤❤
@D.B179
@D.B179 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সদায় যেনে তোমাৰ চৰনত সেৱা ধৰিবলৈ আমাক সুমতি দিয়া।