Рет қаралды 20,839
১৫ হাজাৰ কোটিৰ বৃহৎ বিনিয়োগেৰে Jio, Airtel আৰু Vodafoneক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে ৰতন টাটা আৰু BSNL-এ। দেশৰ প্ৰতিখন গাঁৱতেই উপলব্ধ হ'ব BSNLৰ টাৱাৰ আৰু নেটৱৰ্ক। কম মূল্যতে জনতাই পাব এই সেৱা। অসমতো ৩০০০ নতুন টাৱাৰ লৈ সাজু হৈছে BSNL