২ ৰাজ্যত কংগ্ৰেছে মুখ থেকেচা খোৱাৰ পিছত ৰাহুল গান্ধীৰ প্ৰথমটো প্ৰতিক্ৰিয়া

  Рет қаралды 10,277

NB News

NB News

Күн бұрын

২ ৰাজ্যত কংগ্ৰেছে মুখ থেকেচা খোৱাৰ পিছত ৰাহুল গান্ধীৰ প্ৰথমটো প্ৰতিক্ৰিয়া 'আমাৰ যুদ্ধ অব্যাহত থাকিব...'
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Пікірлер: 28
@UtpalMedhi-uf5sd
@UtpalMedhi-uf5sd 3 сағат бұрын
হাৰিয়ানাত সংবিধানৰ পৰাজয় হৈছে নেকি কংগ্ৰেছৰ মতে!!!
@PradipDas-b1e
@PradipDas-b1e 2 сағат бұрын
জম্মু কাশ্মীৰত সংবিধানৰ জয় হৈছে
@PradipDas-b1e
@PradipDas-b1e 2 сағат бұрын
কংগ্ৰেছৰ এক প্ৰকাৰৰ জয় হৈছে
@kumudbaruah2001
@kumudbaruah2001 Сағат бұрын
জম্মু কাশ্মীৰত ৩৮ খনত প্ৰতিদ্বন্দিতা কৰি মাত্র ৬ লাভ কৰাতো কংগ্রেসৰ বাবে দূৰ্ভাগ্যজনকেই নহয় বিপদজনকো। কংগ্রেসৰ ভবিষ্যৎ মশৃণ নহয়।
@craftking9534
@craftking9534 7 минут бұрын
Ghanta hoise.
@MantuPanging
@MantuPanging 37 минут бұрын
কংগ্ৰেছ পৰাজয় হলে EVM ক কিয় দুখাৰুপ কৰে তাকে বুজি নাপাও
@dumahusoroniya6691
@dumahusoroniya6691 Сағат бұрын
উন্নয়ন নকৰি evm দুখ জাপি দিয়াৰ কাম হ'ল কংগ্ৰেছৰ আৰু কোনো দিন সপোন পুৰন নহয় কংগ্ৰেছৰ
@ISeeYou-fc5zg
@ISeeYou-fc5zg Сағат бұрын
অকল প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখুৱাই ক্ষান্ত থাকিবনে?নে ইভিএম ব্যৱস্থা বন্ধ কৰাৰ চেষ্টা কৰিব।
@SanjoyKalita-h1r
@SanjoyKalita-h1r 38 минут бұрын
EVM Congress anise... Atiy dagar katha kai love ni
@LakhiKalita-cd9ei
@LakhiKalita-cd9ei 16 минут бұрын
Indian Congress jindabad.
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 51 минут бұрын
কংগ্ৰেছ EVM পৰা জয়
@ShiponShipon-e8k
@ShiponShipon-e8k Сағат бұрын
Horianat bjp cure korsa
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 2 сағат бұрын
নিজিকে বুলি গম পাইছিল বাবে AM য়ে মাদিয়াৰ যোগেদি সকলোকে বিশেষকৈ কংগ্ৰেছক বুৰ্বক বনাই মনে মনে কামটো কৰি জিকি গল। কোনেও পাত্তাই নাপালে।
@dumahusoroniya6691
@dumahusoroniya6691 Сағат бұрын
উন্নয়ন নকৰিলে evm দুখ জাপি দিয়াৰ কাম হ'ল কংগ্ৰেছৰ 😅
@Jaduram-o7p
@Jaduram-o7p 2 сағат бұрын
Right
@JadukantaKonwar
@JadukantaKonwar 40 минут бұрын
Till the use EVM no body can defeat BJP. Opposition should take necessary action against the use of evm through the court of law or.applicable steps. Protect democracy and be win the public opinion.
@rajkumardas4975
@rajkumardas4975 2 сағат бұрын
ৰাহুল গান্ধী দেশদ্ৰোহী মৃত্ৰদেশ পাকিস্থান আৰু চীন
@MatiurRahman-k3q
@MatiurRahman-k3q Сағат бұрын
ঐ বেটা EV M বন্ধ নকৰে কীয়। দেশতদ্ৰোহী কোন হয় তাকেই বাচি উলিয়াব নোৱৰ। দেশ ধ্বংস কৰি হ'লেও তহতক পোহপাল দি আছে নহয়।
@apurbabhuyan8121
@apurbabhuyan8121 Сағат бұрын
Pappu kam nai.
@sachinmedhi8322
@sachinmedhi8322 Сағат бұрын
Rahul Gandhi r kam nai... Rahul Gandhi k agot rakhi jetiya loike Congress a electronic kheli thakib... tetiya loike Congress r result ai a hobo
@AbdulSamad-oh8sc
@AbdulSamad-oh8sc Сағат бұрын
Congress lost haryana due to overconfidence.and given more important Mr huda.....
@subarnachetia9560
@subarnachetia9560 Сағат бұрын
​@@AbdulSamad-oh8scand also..India khon Pakistan ba Bangladesh huatu kunau nibisara... Miya party kunau support nokoraa
@kumudbaruah2001
@kumudbaruah2001 Сағат бұрын
কংগ্রেস দল তো ৰাহুল, ছোনিয়া, প্ৰয়ংকাৰ ব্যক্তিগত মালিকানাধীন দল। সেই দলত তেওলোকৰ অনুমতি অবিহনে গছৰ পাত এখিলাও লৰিব নোৱাৰে। অন্ধ অনুগামী সকললৈ হে দুখ লাগে।
@dipakgogoi5084
@dipakgogoi5084 2 сағат бұрын
EVM ৰ দ্বাৰা বিজয় লুতিলে বিজেপিয়ে। তেওঁলোকে এই অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰে বিজয়ী হবলৈকে সংসদৰ পৰা বিৰোধীক বহিষ্কাৰ কৰি নিৰ্বাচনী আয়োগক সংবিধান সংশোধন কৰি নিজৰ হাতৰ মুঠিলৈ আনিছিল।
@jagadishbhuyan8618
@jagadishbhuyan8618 2 сағат бұрын
Toi ro kor Gada
@subarnachetia9560
@subarnachetia9560 Сағат бұрын
Gogoi miya lover😂😂😂..
@apurbabhuyan8121
@apurbabhuyan8121 Сағат бұрын
J&K EVM ki hol? Indian voter always need development, that's all bro...
Bike Vs Tricycle Fast Challenge
00:43
Russo
Рет қаралды 111 МЛН
Running With Bigger And Bigger Lunchlys
00:18
MrBeast
Рет қаралды 130 МЛН
когда не обедаешь в школе // EVA mash
00:51
EVA mash
Рет қаралды 4,2 МЛН
LIVE Indian actress Sonam Kapoor and Doctor Zakir Naik
1:22:14
Daily Azkar
Рет қаралды 37 М.
Shahrukh Khan romantic dance with Madhuri Dixit in award show
6:26
देवेश भैया जी
Рет қаралды 1,8 МЛН