২০২৬ লৈ বিৰোধীৰ মাজত মিত্ৰতা থাকিবগৈনে? বিতৰ্কক লৈ কোনে কি ক'লে?

  Рет қаралды 13,528

The CrossCurrent

The CrossCurrent

Күн бұрын

#grahiccontent
মিত্ৰতা থাকিবগৈনে? কংগ্ৰেছৰ 'একলা চলো' মনোভাৱক কঠোৰ সমালোচনা অখিল গগৈৰ। প্ৰত্যুত্তৰ ভূপেন বৰাৰো। বিতৰ্কৰ মাজতে হোটেল লিলিলৈ আহি কংগ্ৰেছ নেতৃত্বক সাক্ষাৎ লুৰীণজ্যোতি গগৈৰ। ২০২৬ লৈ বিৰোধীৰ মাজত মিত্ৰতা থাকিবগৈনে? বিতৰ্কক লৈ কোনে কি ক'লে?
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 92
@binoykalita7597
@binoykalita7597 Ай бұрын
ভূপেন বৰাই দলৰ উন্নতি নিবিচাৰে এইজনাই মুখাপিন্ধি লালিঘটাৰ ধান্দাত আছে।
@RoushanarakhatunRoushanarakhat
@RoushanarakhatunRoushanarakhat Ай бұрын
😊😊
@user-dg4vz2sl1k
@user-dg4vz2sl1k Ай бұрын
অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ য়দি অখিল গগৈ দাঙৰিয়াৰ কথা নুখুনে তেতিয়া হ'লে ভূপেন বৰা দাঙৰিয়াই হাতৰ কুঠাৰখন নিজৰ ভৰিত মাৰিবলৈ গৈছে
@AB-kb9qe
@AB-kb9qe Ай бұрын
একতাই পৰম বল। কংগ্ৰেছে কথাষাৰ মনত ৰখা উচিত।
@altafhussan2448
@altafhussan2448 Ай бұрын
কংগ্ৰেছে ভুলৰ পৰা শিক্ষা নলয়,এইটোৱে কংগ্ৰেছৰ ডাঙৰ ভুল,,,,
@user-dg4vz2sl1k
@user-dg4vz2sl1k Ай бұрын
অখিল গগৈ দাঙৰিয়াৰ বহুত অৰিহণা আছে গৌৰৱ গগৈ দাঙৰিয়া আৰু ৰকিবুল হুছেইন দাঙৰিয়াক জয় কৰাত বহুত দিন ৰাতি কষ্ট কৰিছে অখিল গগৈ দাঙৰিয়াই সেই কাৰণে গৌৰৱ গগৈ দাঙৰিয়া আৰু ৰকিবুল হুছেইন দাঙৰিয়াই বহুত ভাল ৰিজেল হৈছে সেই কাৰণে তিনি গগৈ লগ লাগি আৰু ভূপেন বৰা দাঙৰিয়াই লগ লাগি আলোচনা কৰিলে বহুত ভাল হয় য়দি অকলে খেলে বৰপেটাৰ দৰে অৱস্থা হ'ব পাৰে আৰু এটা কথা আহ্বান জনালোঁ জি কোনো এটা সমষ্টিৰ পৰা লুৰীনজোতি গগৈ দাঙৰিয়াক জিকাই আনক তেতিয়া হ'লে বিৰোধী আৰু বহুত শক্তিশালী হ'ব পাৰিব আৰু নহ'লে 26 চনত বহুত অসুবিধা হ'ব বিৰোধিৰ কাৰণে
@gunajitsarma5579
@gunajitsarma5579 Ай бұрын
Gourav gogoi joi hoise gourab hisape Congress hisape nohai .baki ehot 2tai Miya, Muslim vote loi joi hoise .xo eman sopun nedekhile bhal .
@user-bq3vt8ot6h
@user-bq3vt8ot6h Ай бұрын
ভুপেন বৰাৰ দিন বেয়া চলিছে 😮😮 লোক সভাত আপোনাৰ আৰু অখিলৰ অৰিহনাৰ তুলনা কৰি চাব। আপুনি অকলে এটা big ০ 😢😢 আপুনি অকলে আকৌ ঠগ খাবলৈ গৈ আছে। বুৰা নাওৰ টিঙৰ পৰা নামিবৰ দিন আহিছে ডাঙৰীয়া।
@NabinPatir-v5j
@NabinPatir-v5j Ай бұрын
You are right Akhil da
@basantaborgohain5372
@basantaborgohain5372 Ай бұрын
যতেই খেলক ভূপেন বৰা হাৰিবয়।
@fidhargaming
@fidhargaming Ай бұрын
Akil। Gogoi right coment
@pareshhazarika3617
@pareshhazarika3617 Ай бұрын
কংগ্ৰেছ সভাপতি জনে এতিয়াই ইমান উচ্চবাচ্য কৰিব নেলাগে । এইমাত্ৰ অসুখৰ পৰা উঠিছেহে ।
@user-lr6gh5kt8q
@user-lr6gh5kt8q Ай бұрын
Akhil Gogoi r kotha 2 Right kotha 💯
@indrajeetkonwar9485
@indrajeetkonwar9485 Ай бұрын
বিৰোধী দলসমূহ একগোট হবই লাগিব, যদিহে BJP ক পৰাভূত কৰিব বিচাৰিছে! বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলে কোনো কাৰণতেই উল্টা-পুল্টা কথা কোৱাৰ সময় এয়া নহয় !!
@happy7569
@happy7569 Ай бұрын
ভূপেন বৰাই কথা সাৱধানে ক'ব লাগে l
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
ভুপেন"বৰাই এতিয়ালৈকে কথা কবলৈ"নিশিকিলে।এইজন মানুহৰ"চিন্তাধাৰাবোৰ কাহানিও শুদ্ধলৈ নাহিব বুলি মোৰ ধাৰণা।
@anilgoswami2238
@anilgoswami2238 Ай бұрын
৫০০℅ শুদ্ধ কথা ✌✌✌✌✌✌✌
@pinkisarmah8400
@pinkisarmah8400 Ай бұрын
Akhil u r right
@debenbaro1065
@debenbaro1065 Ай бұрын
Yes
@krishnatamuli6462
@krishnatamuli6462 Ай бұрын
Right
@DebojitkrboraBora
@DebojitkrboraBora Ай бұрын
।।আমি ভোটাৰ জনসাধাৰণে বুজা মতে কংগ্ৰেছৰ সভাপতি মহোদয় কৰণেই কংগ্ৰেছে উন্নতি মুখ দেখাৰ আশা নাই।।
@user-ij4yt6jk4i
@user-ij4yt6jk4i Ай бұрын
Congress🎉
@KumarDhirendraNarayanDev
@KumarDhirendraNarayanDev Ай бұрын
যি কেইজনে ভূপেন বৰা অমুক ভূপেন বৰা তমুক বুলি কৈ Comment দিছে তেওঁলোক অখিল গগৈৰ সমৰ্থক । তেওঁলোকে ৰাজনিতীৰ A B C D একো নাজানে।
@kulendrabora58
@kulendrabora58 Ай бұрын
বিজেপিক বেয়া পোৱা মানুহে লোকসভা নিৰ্বাচনত ভোট দিবলৈ যোৱা নাই । তথাপি বিৰোধী ঐক্য মঞ্চ জিকিব পৰা নাই । যি কেইটা সমষ্টিত জিকিছে সেইয়া প্ৰাৰ্থীৰ ব্যক্তিগত ভাৱমুৰ্তি আৰু কংগ্ৰেছৰ সাংগঠনিক শৃংখলাৰ বাবে বাবেহে জিকিছে ।
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 Ай бұрын
কংগ্ৰেছত মামাৰ বহুত মানুহ আছে। মামাক হৰোৱাব নোৱাৰে।
@mularammili3484
@mularammili3484 Ай бұрын
আমি সাধাৰণ কমি‌ʼ হিচাপে এটা কথা স্পষ্ট সকলো বিৰোধী দলৰ লগত সম্পূৰ্ণ আলোচনা ‌কৰিব লাগে।
@KoilyashHandique
@KoilyashHandique Ай бұрын
Okhil gogoi au honjot hoi kuwatu val . Bhupana bjp pora molai paica naki ? Gourobor logot patok . Amaktini gogoi laga . Dorkar hola Akhil & Lurin aklog hok .
@dwipenhuzuri2764
@dwipenhuzuri2764 Ай бұрын
Thikei koise Akhil Gogoi dangoriai,jiman pari সোনকালে আলোচনা kori সিদ্ধান্ত লব লাগে
@ruhitdihingia8210
@ruhitdihingia8210 Ай бұрын
এজন ব্যক্তিয়ে এটা বিষয়ৰ ওপৰত এই পৰ্যন্ত কোনো খবৰ নাপাই, সাংবাদিকৰ মুখৰ পৰা প্ৰথম জানিব পাৰিলে, তাৰোপৰি স্বীকাৰো কৰিছে " মই বানপানীৰ কামত ৰাইজৰ লগত , নাৱৰ ওপৰত ব্ৰহ্মপুত্ৰৰ মাজত দুপৰ নিশা লৈকে আছো। এই বিষয়ে একোৱেই নাজানো ", সেই জন ব্যক্তিয়ে আগ- পিছ নিগনি, হিতাহিত হেৰুৱাই তৎক্ষণাৎ কৈ দিলে," যদি তেনে কৰিছে কংগ্ৰেছে মূৰ্খৰ স্বৰ্গত বাস কৰিছে" । সেইটোহে সৰ্ব্ব প্ৰথম বিচাৰ- বিশ্লেষণ হ'ব লাগে। কেনেধৰণৰ চিন্তা,ভাৱনাৰ ব্যক্তি। এই বাক্য বাণ এৰি দিয়াৰ পিছত যুক্তিৰ পেৰা মেলি , কথা জনা দেখাই কি লাভ হ'ব?????????????????????
@bharatbaruah5702
@bharatbaruah5702 Ай бұрын
No অখিল no কংগ্ৰেছ
@rupeswarsaikia430
@rupeswarsaikia430 Ай бұрын
Congress য়ে জোঁটত নেথাকে এখনো জিকিব নোৱাৰে,5 খনৰ ভিতৰত।
@debajitkumarsarma2825
@debajitkumarsarma2825 Ай бұрын
AKHIL GOGOI JINDABAD.Congress alone never win .
@manjubarman1855
@manjubarman1855 Ай бұрын
লুৰিণে বৰ কৌশলেৰে কথা কয় সাধাৰণ মানুহে বুজি নাপায়।
@fidhargaming
@fidhargaming Ай бұрын
If not allience cong will zero
@mintubharali952
@mintubharali952 Ай бұрын
কংগ্ৰেছে ভুল সিদ্ধান্ত লৈছে। নিজেই নিজৰ বিপদ গোটেই ল'ব বিচাৰিছে।
@bharatbaruah5702
@bharatbaruah5702 Ай бұрын
ভূপেন বৰা ই হাৰি হাৰি শেষত তেওঁ নিজে হৰা টো ও অসমৰ মানুহক দেখাব নেকি
@AdvAltafhussain
@AdvAltafhussain Ай бұрын
কংগ্ৰেছৰ ভুল সিদ্ধান্ত
@premodharphukan1101
@premodharphukan1101 Ай бұрын
এনেকৈ নিজৰ মাজত মতৰ অমিল হলে ২৬ ত বিজেপিক প্ৰতিহত কৰা সম্ভৱ নহব ৷ কংগ্ৰেছে বাস্তৱ সত্যটো উপলব্ধি কৰিব পৰা নাই ৷ ৫ খন আসনতে খেলক কিন্ত মিত্ৰদলৰ লগত আলোচনা কৰা উচিত আছিল ৷ ভুপেন বৰা ডাঙৰীয়াৰ বক্তব্যত অহংকাৰ ফুটি উঠিছে ৷ এইয়া শুভ লক্ষণ নহয় ৷
@mukundabora7827
@mukundabora7827 Ай бұрын
ভূপেন বৰা বি জে পি এজেণ্ট
@ekramulhussain3931
@ekramulhussain3931 Ай бұрын
Cong big 0
@user-dg4vz2sl1k
@user-dg4vz2sl1k Ай бұрын
এতিয়াও বহুত সময় আছে বিৰোধী একেলগে খেলিলে ভাল হৱ নহ'লে বৰপেটাৰ দৰে অৱস্থা হ'ব পাৰে সেই কাৰণে বিৰোধী আলোচনা কৰা ভাল হ'ব আৰু লুৰীনজোতি গগৈ দাঙৰিয়াক জি কোনো এটা সমষ্টিৰ পৰা জিকাই আনিলে বহুত ভাল হৱ বিৰোধীৰ কাৰণে
@gunajitsarma5579
@gunajitsarma5579 Ай бұрын
Mara Mari nokare neki 😂😂.
@champaknath3239
@champaknath3239 Ай бұрын
Mira Baidew k Bhupen Bora r thait diyk . Bhupen Da bjpr hy
@utpalgoswami1990
@utpalgoswami1990 Ай бұрын
গৌৰৱ গগৈৰ দৰে কংগ্ৰেছত আৰু লিদাৰ নায়, ভুপেন বৰা এটা নিকিৰ্ষ্ট মনৰ মানুহ, এই বৰা ফুটানি নকৰিব, আপুনি বাকী দ'ল কেইটাৰ লগত কিয় আলোচনা নকৰিলে ? আপুনি মূৰ্খ, অখিল গগৈ সাবধান। ইহঁতৰ মন সৰু সৰু দলে কংগ্ৰেছৰ পোকৰে পোকৰে ঘূৰি ফুৰক হাত যোৰ কৰি ।
@digenchandraborah8344
@digenchandraborah8344 Ай бұрын
Bhupen Borah is an immatured leader
@l.saikia3002
@l.saikia3002 Ай бұрын
Bhupen Bora what opinion
@user-re8xj7hr1o
@user-re8xj7hr1o Ай бұрын
Digen nath
@aroonabhabharali5593
@aroonabhabharali5593 Ай бұрын
Wrong concept assam Pradesh Congress.
@rajibbormedhi8638
@rajibbormedhi8638 Ай бұрын
1st comment is good 👍
@ChayanikaSaikia-kl8fs
@ChayanikaSaikia-kl8fs Ай бұрын
ভূপেন বৰাই ahonkar কৰা সময় হোৱা নাই। ভূপেন বৰাই ফটা মুখ লৈ বেছিকৈ নাথাকিব। আপুনি কথা খিনি নম্ৰ ভাবে কলেও হল হেঁতেন। বিৰোধী ঐক্যমঞ্চাই আলোচনা কৰি বুজা বুজি কৰি তাৰ পাছত আপোনালোকে সংবাদ মাধ্যমৰ আগত কথা কব নোৱাৰিনে। সাংবাদিকে এনেও খুচৰ ই থাকে।
@user-kd1ft7vi8f
@user-kd1ft7vi8f Ай бұрын
Bhupen bora hosa koi b j p loi gole val hoba he bahut besi katha koi
@user-re8xj7hr1o
@user-re8xj7hr1o Ай бұрын
Bhupen bora naclet
@birbolgohain3496
@birbolgohain3496 Ай бұрын
Cm ৰ চামচা হয়
@MaaPrinters
@MaaPrinters Ай бұрын
Gourav da apunak koisu xukoluye mili khelok nhole
@bijuchangmai5839
@bijuchangmai5839 Ай бұрын
Congressor Bodon Bhupen Bora
@user-kd1ft7vi8f
@user-kd1ft7vi8f Ай бұрын
Akhil dai akdam thik katha koise bhupen bora pagala hoise
@sahedali4727
@sahedali4727 Ай бұрын
Bopan boratkoi akhildar jonamot bohot besi
@gunajitsarma5579
@gunajitsarma5579 Ай бұрын
Akhil gogoik alop ejjat diak ,teok bjp o nosuwai Congress a o nosuwai dekhun .😂😂
@KhagenKhagen-mz8fe
@KhagenKhagen-mz8fe Ай бұрын
Bhupen cam nai
@sornalipegu960
@sornalipegu960 Ай бұрын
Bupen bora 000000....
@pulakkonwar5082
@pulakkonwar5082 Ай бұрын
Thakibogoi
@dr.pradipkumarsaikia6748
@dr.pradipkumarsaikia6748 Ай бұрын
Congress, be careful. This is the time to show your intelligence. If all opposition political parties stay together, then only they can win. Otherwise, BJP is sure. Pay importance to Akhil Gogoi's speech.
@monalishachetri2348
@monalishachetri2348 Ай бұрын
Birudhi yko monso AtutThoka
@studyloverjyoti7439
@studyloverjyoti7439 Ай бұрын
14 bhitorot 3 pawtai ei obostha.
@LakrishnaChetia
@LakrishnaChetia Ай бұрын
Atohoti haribiraijof dol
@user-re8xj7hr1o
@user-re8xj7hr1o Ай бұрын
Bhupen bora go bacl
@l.saikia3002
@l.saikia3002 Ай бұрын
again failure
@prankamarjyotidasvideo6272
@prankamarjyotidasvideo6272 Ай бұрын
Eidale eku najane aapuni beya napab
@DwiganBaro
@DwiganBaro Ай бұрын
Akhil. Gogoi. Zindabad, Rahul. Gandhi. Zindabad,
@vickypasari639
@vickypasari639 Ай бұрын
Bhupen bora kena logale cm a manage korile sake
OMG what happened??😳 filaretiki family✨ #social
01:00
Filaretiki
Рет қаралды 13 МЛН
Get 10 Mega Boxes OR 60 Starr Drops!!
01:39
Brawl Stars
Рет қаралды 19 МЛН
SPILLED CHOCKY MILK PRANK ON BROTHER 😂 #shorts
00:12
Savage Vlogs
Рет қаралды 50 МЛН
OMG what happened??😳 filaretiki family✨ #social
01:00
Filaretiki
Рет қаралды 13 МЛН