৪৫ হেজাৰ টকীয়া বেতনৰ চাকৰি এৰি যুৱকজনে ব্যৱসায়ত ধৰিলে | Dhowasang

  Рет қаралды 341,717

UPARJAN

UPARJAN

Жыл бұрын

৪৫ হেজাৰ টকীয়া বেতনৰ চাকৰি এৰি যুৱকজনে ব্যৱসায়ত ধৰিলে Dhowasang
চাকৰি এৰা বাবে যুৱকজনক এৰিলে প্ৰেয়সীয়ে
কিন্তু যুৱকজনৰ বুকুত আছিল ব্যৱসায়ী হোৱা একান্ত বাসনা
uparjan :9101735732
সেয়ে প্ৰেয়সীক হেৰুৱা বিচ্ছেদকো সহজভাৱে লৈ তেওঁ নামিলে ব্যৱসায় জগতত
লকডাউনৰ সময়ত প্ৰথমে তেওঁ পথৰ কাষত মাংস বিক্ৰী কৰা দোকান খুলি ঘৰে ঘৰে যোগান ধৰিলে মাংস
কিন্তু সৰুৰে পৰা তেওঁৰ মনত আশা আছিল এখন ৰেষ্টুৰেণ্ট খোলা
সেয়ে এদিন মাংসৰ দোকান এৰি কোম্পানীৰ পৰা লাভ কৰা পি এফৰ ধনেৰে “ধোৱাচাং ”নামৰ এখন ব্যতিক্ৰমী ৰেষ্টুৰেণ্ট আৰম্ভ কৰিলে ৷

Пікірлер: 393
@pradipkalita6363
@pradipkalita6363 2 ай бұрын
Dhuniya, dhonnybaad 🎉🎉🎉🎉
@user-ld3ti8kt5m
@user-ld3ti8kt5m 8 күн бұрын
সুন্দৰ ।
@jagadishchandrasarma515
@jagadishchandrasarma515 11 ай бұрын
সুন্দৰ , শুভকামনাৰে ।
@runubora8236
@runubora8236 Жыл бұрын
Bhal lagil,bhogobane tumar mongol korok
@mr.bborahvlogs6129
@mr.bborahvlogs6129 Жыл бұрын
উৰ্পাজন চেনেল টো উঠি অহা নৱপ্ৰজন্ম বোৰৰ বাবে এক আশাৰ ৰেঙনি কহিয়াই আনিব পাৰিব বুলি মোৰ বিশ্বাস আছে । এটা কথা কোৱা উচিত বুলি মই ভাবোঁ উৰ্পাজন চেনেল টো স্বত্বাধিকাৰ জনৰ মুখ খন দেখুৱাব লাগে যদি মোৰ কথাত একমত সকলোৱে লাইক এটা কৰিব কাৰণ এনেকুৱা ভাল মনৰ মানুহৰ মুখ খন এবাৰ চাবলৈ সকলোৱে মন যায় নে কি কয় ৰাইজ ........... ধ্যনবাদ জয় আই অসম।
@souravjyoti5412
@souravjyoti5412 Жыл бұрын
তেখেত এজন লখিমপুৰ জিলাৰ জ্যেষ্ঠ সাংবাদিক। চিনি পাওঁ
@Aaruvolg3178
@Aaruvolg3178 Жыл бұрын
Jitumoni neog i am a right
@adityaboro3823
@adityaboro3823 24 күн бұрын
Bht vl kresa .. Good luck
@shyamontohazarika09
@shyamontohazarika09 9 күн бұрын
Khana moja ase. Love from Dinrugarh ❤
@rajeevborah143
@rajeevborah143 Жыл бұрын
Tamam tamam 👏👏
@tulumoniborgohain5466
@tulumoniborgohain5466 Жыл бұрын
💚💚
@hariswarboro6277
@hariswarboro6277 Жыл бұрын
♥️♥️♥️♥️♥️♥️
@kalpayt1701
@kalpayt1701 Жыл бұрын
❤️
@juribaishya9733
@juribaishya9733 Жыл бұрын
❤️🤗
@jintuarandhara6724
@jintuarandhara6724 Жыл бұрын
দাদাৰ কথা কোৱা ধংটো ভাল লাগিল
@utkarsh.24
@utkarsh.24 9 ай бұрын
Keep it up 👍
@onlybrandz1615
@onlybrandz1615 Жыл бұрын
Dada aguwai Jauk
@trailukyakonwar4114
@trailukyakonwar4114 Жыл бұрын
Bohut val lagise... lakhimpur gole sure humam.
@indrajittamuli4486
@indrajittamuli4486 Жыл бұрын
Moja,aguai jua broo👍
@rimjimdas6386
@rimjimdas6386 Жыл бұрын
So nice.
@anjankumardeka2840
@anjankumardeka2840 Жыл бұрын
Bhut vl lage amar uthi oha oxomiya lora swali bure enekua koi aag barhi gole... Nohole Tu aji kli bohiragoto pora ahi amr oxomot bepar koriboloi loise..
@kishordas2300
@kishordas2300 Жыл бұрын
Nice brother
@dr.koustovsaikia2686
@dr.koustovsaikia2686 Жыл бұрын
Aji order dilisu duwasan r pora Zomato t. Val lagil khai. ❤️ 30/10/22
@d-ahom3346
@d-ahom3346 Жыл бұрын
Hofol houk aruuu🥰😍
@gautambora1979
@gautambora1979 Жыл бұрын
Tumi aag bari jua Bhai ,tumi val manuh hoi karone bea manuhor pora bosaise,akha koru tumi aru rise kora aru tmk dekhi tai joli joli more
@uddipanzgkashyap7167
@uddipanzgkashyap7167 Жыл бұрын
Good response for guest.....#from Nagaon
@PranjalMohan
@PranjalMohan Жыл бұрын
Good 👍 enjoy life
@uddipanzgkashyap7167
@uddipanzgkashyap7167 Жыл бұрын
deka lora goi asu special khana khaboloii From Nagaon....... thanks for treat
@PranjalTamuli-sd4bl
@PranjalTamuli-sd4bl Ай бұрын
ভাই মায়ে যেতিয়া তোমাক চাপৰ্ট কৰিছে তুমি আৰু ৰখি থাকিব নালাগে।। তোমাৰ প্ৰেমৰ সন্মান জনাই কও let them go tnkua maiki,
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Жыл бұрын
প্ৰদীপ শইকীয়া । এগৰাকী অত্যন্ত উদ্যমী, প্ৰতিশ্ৰুতিসম্পন্ন, কষ্টসহিষ্ণু আৰু অধ্যৱসায়ী যুৱক। তেওঁৰ প্ৰচেষ্টা আৰু উদ্যম অতি প্ৰশংসনীয়। তেওঁৰ আৰু উন্নতি হওক তাকেই কামনা কৰিছোঁ।
@anjanagogoi8208
@anjanagogoi8208 Жыл бұрын
Ai chanel Tu mur vl lage
@shekharborah6549
@shekharborah6549 Жыл бұрын
Go on
@bhesojbaruah8725
@bhesojbaruah8725 Жыл бұрын
যুৱকজন এজন COMMITMENT থকা উদ্যমী । অৰ্জুনে কেৱল মাছৰ চকুটো দেখা পাইছিল আৰু........ থলুৱা সম্পদ বিকাশৰ আৰু ঘাইশিপাদাল ধৰি ৰাখিবলৈ চেষ্টা কৰাৰ তেওঁৰ যি প্ৰচেষ্টা হাতত লৈছে ,সেয়া ই নিশ্চয়কৈ তেওঁক এদিন উন্নতিৰ শিখৰত আৰোহণ কৰাবগৈ।আমাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো।
@bijumalrao5579
@bijumalrao5579 Жыл бұрын
Great job bro ketiyaba Lakhimpur gole nichoy log korim
@tagenkaman9072
@tagenkaman9072 Жыл бұрын
Pradip da loi bohut daynaba jonaisu....tekete je Ami uti aha yubah samok eta bartah dekuwaise....Ahi asu Apunar Dhuwasang loi ekaj juti loboloi.
@riturajsarkar7903
@riturajsarkar7903 Жыл бұрын
very inspiring, keep it up God bless you.
@Bijoy_Boruah
@Bijoy_Boruah Жыл бұрын
আমাক এনেকুৱা মানুহ লাগে৷ উপাৰ্জনে এনেকুৱা যুৱকসকলক সন্মুখলৈ অনাৰ বাবে বহুত বহুত ধন্যবাদ৷
@explorewithpartha
@explorewithpartha Жыл бұрын
বহুত ভাল লাগিল .....সুন্দৰ প্রয়াস .....যি কোনো কামত মনৰ পৰা সুখী হব পৰাটো আচল কথা ....সকলোৱে জীৱনৰ আচল অৰ্থ বুজি নাপায় .......কথাবোৰে অন্তৰ চুই গল .... আগুৱাই যোৱা 💚💚💚
@kangkankalita2181
@kangkankalita2181 Жыл бұрын
দাদা মই অ চাকৰি বিচাৰি বিচাৰি ভাগৰি পৰিছো 😭 হব লগা চাকৰি অ নহল😭 আপোনাক দেখি অনুপ্ৰাণিত হৈছো 🙏ভাবিছোঁ এনেকৈ এখন মই অ দিব পাৰিলে🙏সঁফল হব পাৰিম নে দাদা অলপ ভই অ লগে।। আশীৰ্বাদ কৰিব দাদা🙏আগুৱাই যাব পাৰোঁ যাতে🙏
@thetravelleands
@thetravelleands Жыл бұрын
Hoi dada aguai jok amr homajot akol Job r kothai kintu Business r kotha kunau noki amr society t 🙏🙏
@Souravsaikia953
@Souravsaikia953 Жыл бұрын
Amr Nagaont ase Dekachang♥️..ahibo sun ebr
@bitupandutta3420
@bitupandutta3420 Жыл бұрын
আমাৰ আদৰ্শ আপুনি দাদা। আগুৱাই যাওক সফলতাৰ কামনা কৰিছোঁ 💞
@aidulaliali7088
@aidulaliali7088 Жыл бұрын
Misa kotha
@maineeborah7807
@maineeborah7807 Жыл бұрын
বহুত ভালো লাগিল দাদাৰ কথা খিনি।ইমান সহজ সৰল কৈ কথা খিনি কʼলে।আপোনাৰ কথাই নৱ প্ৰজন্মক প্ৰেৰণা দিব উৎসাহিত কৰিব। 𝓂𝒶𝓎 𝑔𝑜𝒹 𝒷𝓁𝑒𝓈𝓈 𝓊 🙏
@mrinalkalita7634
@mrinalkalita7634 Жыл бұрын
Good luck bro you are so impressive ❤
@ajitneog7659
@ajitneog7659 Жыл бұрын
বহুত ধুনীয়া লাগিছে আমাৰ অসমীয়া সম্পদ সমূহ জীয়াই ৰাখিছে আপুনি। লগতে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ আপোনাৰ হেঁপাহৰ ধোঁৱাচাঙ খনলৈ, আগুৱাই যাওঁক তাৰেই প্ৰাৰ্থনা কৰিলো ভগৱানৰ ওচৰত 🙏 ❤️ 🙏 এদিন আহিম আপোনাৰ ধোঁৱাচাঙলৈ।
@prandipdas6604
@prandipdas6604 Жыл бұрын
Napate bondhu napate 😰❤️
@ASarmy748
@ASarmy748 Жыл бұрын
এইখন ৰেস্তোৰাঁত বহুত দিন কফি আৰু চিকেন পকৰা খাইছো ইমানেই ধুনীয়া বনায় যে কবলৈ ভাষা নাই আৰু মনলৈ আহিলে জিভালৈ পানী আহি যায় আকৌ এদিন যাম বুলি ভাবি আছো প্ৰদিপ ভাইটি , তুমি আৰু আগুৱাই যোৱা 👍👍
@monishahazarika1644
@monishahazarika1644 Жыл бұрын
আপোনাৰ পদক্ষেপক শলাগ লৈছোঁ। নিজৰ লগতে আনকো কৰ্ম সংস্থাপন দিব পৰাটো বহুত ডাঙৰ কাম। উন্নতি কামনা কৰিলো।
@debajani100rightchamua8
@debajani100rightchamua8 Жыл бұрын
Salute aapunak dada.Aapunar kotha bur bhut Val lagil
@bhaskarjyoti2102
@bhaskarjyoti2102 Жыл бұрын
Yours politeness, positive mindset make you sucessfull assamese entrepreneur one day...
@jadabbharali1843
@jadabbharali1843 Жыл бұрын
ভাল লাগিল । আশীৰ্বাদ কৰিছো তোমাৰ ব্যৱসায় দিনক দিনে উন্নতিৰ দিশত আগবাঢ়ি যাওক 🙏🙏 প্রেয়সীয়ে তোমাৰ প্ৰতিভাক চিনি নাপালে । এনেও ছোৱালীবোৰে লৰাবোৰৰ বাইজিকতা বোৰ চাই ভুল যায় তেনে ক্ষেত্ৰত বহুতে পিছত অনুভৱ কৰে গতিকে তুমি চিন্তা নকৰিবা আৰু ভাল ছোৱালী পাবা
@Chao_Dip
@Chao_Dip Жыл бұрын
যাওঁক ল'ৰা বাহ্যিকতা ভোল
@KangkanKalita32
@KangkanKalita32 Жыл бұрын
Get inspiration from him ... 💝
@chandannibonua
@chandannibonua Жыл бұрын
Moja.val vedio ata dekhibo palu.thankyou
@pobonanei8635
@pobonanei8635 Жыл бұрын
এলুমিনিয়ামৰ কেৰাহী কেইটা সলাই লোৰ কেৰাহী লব । বহুত ভাল লাগিল দেখি । এই কৰ্মযাত্ৰা অব্যাহত ৰওক । তলপীয়া চাকৰিৰ বান্ধোনত আত্মসন্তুস্টি নাথাকে,এয়া মোৰ অনুভৱ ।
@hammergamingcoc2375
@hammergamingcoc2375 Жыл бұрын
Manuh jonor kotha kua style... personality tu bhal lagil...Ji jonia eri goise definitely tai deserve nokore enekua manuh...nissoi koi bhut bhut aguai jabo...huvokamona thakil...mur hopun ase hotel ekhon khular...horu hura sakori eta pai golei .hopun tut dhanda logam😬....sakori kori dhoni keita hoise...dhoni huar hopun thakile business koriboi lagibo....aguai jauk apuni...Apunar maa jothesto hahokhi..apunak support korise...heitu sobotke dangor plus point💪
@roktimburagohain8212
@roktimburagohain8212 Жыл бұрын
Covid e proman korile real love
@ranjibborah3274
@ranjibborah3274 Жыл бұрын
সুন্দৰ resturant , বাঁহৰ কাম আৰু আচবাব অতি সুন্দৰ হৈছে। উন্নতি হওক ।
@anjaligogoikonwar9024
@anjaligogoikonwar9024 Жыл бұрын
সুন্দৰ তোমাৰ মনোবল লগতে ইমান ধুনীয়াকৈ সজাইছা তোমাক ভগৱানে আৰু আগুৱাই নিয়ক
@nabanitagogoi8754
@nabanitagogoi8754 Жыл бұрын
Very Good 👍👍👍. God bless you 🙏.....adin khua akha ase tumar .Dhua changot .😍❤️
@jintuboruah007
@jintuboruah007 Жыл бұрын
Avoid getting distracted by girls and focous on your career 🚩
@munubordoloi3534
@munubordoloi3534 Жыл бұрын
Bohut dhuniya lagise resturen khon moja moja val lagil video tu sai
@Nayanjyotidas01
@Nayanjyotidas01 Жыл бұрын
I salut that kinda person, Great work...!
@titabariantuber6827
@titabariantuber6827 Жыл бұрын
Such persons are great inspiration for youths like us who wants to be self employed.
@cuties3542
@cuties3542 Жыл бұрын
ব্যতিক্ৰমী চিন্তা এটা কৰিছে । বহুত ধুনীয়া লাগিছে।
@deepjyotideka3154
@deepjyotideka3154 Жыл бұрын
Aapunar bebohar tu bht besi val ,xeikrne manuh'e aapunak hohai krise....aaguwai jauk dada... ❤️❤️
@satyalakshmeesarma3934
@satyalakshmeesarma3934 Жыл бұрын
Very inspiring. A man with a positive attitude . Yes, everyday is a learning day to achieve success. Go ahead. Best wishes are always with you. 👍👍👍
@sumanengleng8009
@sumanengleng8009 Жыл бұрын
.9
@pritybiswas4918
@pritybiswas4918 Жыл бұрын
Congratulations Prodip da ....❤
@lizarinkubora1598
@lizarinkubora1598 Жыл бұрын
Moiu jaam apunr restaurantot.
@jitusarma933
@jitusarma933 Жыл бұрын
Val hb. Anekua restaurant t bohi mza ke khab mn jai
@rakeshsaikia7046
@rakeshsaikia7046 Жыл бұрын
Love from lakhimpur bihpuria ❤️👍
@riponchakroborty9646
@riponchakroborty9646 Жыл бұрын
Wish you every success in life, with love n respect.
@nilakshideka2905
@nilakshideka2905 Жыл бұрын
সুন্দৰ , আগুৱাই যোৱা ।
@ritumonisaikia4471
@ritumonisaikia4471 Жыл бұрын
এইটোৱে গম পালো জীৱনত যি কৰে অকলেই কৰিব লাগিব । ঘৰৰ পৰিয়ালৰ বাদে কোনেই সহায় নকৰে । মা ❤️ মেইন । GF মাৰ গুলী।
@tilakdeka5281
@tilakdeka5281 Жыл бұрын
অসমীয়া ল'ৰাৰ সফলতাই সছাকৈ আনন্দৰ চকুলো ওলাই। বজাৰ আৰু পথাৰ যেতিয়ালৈ অসমীয়াৰ হাতলৈ নাহে, অসমীয়াৰ অৱস্থা ভাল নহ'ব।
@bhobenjyotiphukan91
@bhobenjyotiphukan91 Жыл бұрын
প্ৰেম আৰু প্ৰেমিকা , একেটা মূদ্ৰাৰ দুটা পিঠি নহ'বও পাৰে ।
@dipikasonowal5275
@dipikasonowal5275 Жыл бұрын
Moiu ahi asu di
@anjankumardeka2840
@anjankumardeka2840 Жыл бұрын
Bhut motivation palu. Apunar pora..
@kamolsonowal7010
@kamolsonowal7010 Жыл бұрын
সুন্দৰ সিধান্ত গ্ৰহণ কৰিলে।
@saratnath6782
@saratnath6782 Жыл бұрын
Teu bohutar baba adarsha hoi... Bohut baar goisu.. Teulukor itm bur khub val...
@kutumpranjal6483
@kutumpranjal6483 Жыл бұрын
Nice work welcome to dhowasang
@rithikmili1690
@rithikmili1690 Жыл бұрын
Hasai apunar katha huni bahut vl lagil
@kanakrabha3239
@kanakrabha3239 Жыл бұрын
Bobut val lagil sokolowe dada jonor dore kam kori jaok ane thakib nalage bohute sakori bisari he fure
@tinikuriatingkhong5885
@tinikuriatingkhong5885 Жыл бұрын
kisuman suwalie only tokar karone he premor shomprokt thake,Muru anekuwa hoi goise aji kisu dinr agt 🥺 it's not a love,
@indrakoch7100
@indrakoch7100 Жыл бұрын
Proud of you Mr Pradip Saikia! God bless you!
@dreamsi1405
@dreamsi1405 Жыл бұрын
Adin goisilu moi aru mur gf joni.. Dada jonor behavior bohut bhal lagile. Hokoluye time pale dhua sangot jabo bhal lagibo
@IqbalAhmed-rq2iy
@IqbalAhmed-rq2iy Жыл бұрын
Great sense of humer👆
@pritidevi9678
@pritidevi9678 Жыл бұрын
Bahut Val lagil.bahut unnati Kara akhirvad thakil
@reenadihingia4312
@reenadihingia4312 Жыл бұрын
Thanks for your great thinking
@munindrarajbongshi8473
@munindrarajbongshi8473 Жыл бұрын
Love you dear, go upward...
@uttamsaikia2274
@uttamsaikia2274 Жыл бұрын
Hundor bro axomiya ajon juwake anekoi aagbarhi gole amiu bhut hahakh pau
@sushildoleyofficial4984
@sushildoleyofficial4984 Жыл бұрын
তেখেত যেন এনেদৰেই আৰু এখোজ আগবাঢ়ি যায়👍👍
@soniamiradoley6403
@soniamiradoley6403 Жыл бұрын
Dada jon kothabotora lgte beboharu khub val jetyay jao teu khub moromt kotha pate ru customer proti valdore care kore..... He is inspiration for every young guys..
@anupomborthakur3777
@anupomborthakur3777 Жыл бұрын
ধোৱাচাং ইছ ❤️
@joiaaiaxom2023
@joiaaiaxom2023 Жыл бұрын
সফলতাৰ দিশে আগুৱাই যাওক । আশীৰ্বাদ কৰিলোঁ ।💯❤️
@dr.deepsikhagogoi8062
@dr.deepsikhagogoi8062 Жыл бұрын
বৰ ভাল ল'ৰা। God bless you.
@nainasaikia8314
@nainasaikia8314 Жыл бұрын
I have visited dhuwasang and every thing is very perfect even the dishes are always tasty . Overall his hardwork will paid off
@abhijitkalita6938
@abhijitkalita6938 5 ай бұрын
U could have also written this comment in hindi or Assamese 🤧. Do u want to show that u know English more than others 😴
@x3hell324
@x3hell324 Жыл бұрын
Bro you're a hero no doubt❤
@jaybordoloi3171
@jaybordoloi3171 Жыл бұрын
Very inspiration video Good luck🍀🤞
@prodipboruah7256
@prodipboruah7256 Жыл бұрын
Hosa.bohut.val.lagil
@nayanmoni5012
@nayanmoni5012 Жыл бұрын
Happy for u Man...keep rocking
@rajrajkumar2639
@rajrajkumar2639 Жыл бұрын
বহুত সুন্দৰ হৈছে ভাল লাগিছে ভিডিওটো চাই আৰু আগ‌বাঢ়ি যাকক..🥰🤩😇💗
@Chao_Dip
@Chao_Dip Жыл бұрын
যাওঁক