60 টা অসমৰ সাধাৰণ জ্ঞান প্ৰশ্ন আৰু উত্তৰ | Assamese GK | Assam GK Questions | Assam Quiz | Part - 5

  Рет қаралды 1,323,252

Assam GK Question Answer (অসমীয়া সাধাৰণ জ্ঞান )

Assam GK Question Answer (অসমীয়া সাধাৰণ জ্ঞান )

2 жыл бұрын

60 টা অসমীয়া সাধাৰণ জ্ঞান প্ৰশ্ন আৰু উত্তৰ | আটাইতকৈ গুৰুত্বপূৰ্ণ সহজ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ | অসম কুইজ | অসম জিকেThere are 60 important simple knowledge questions and answers in Assamese | Simple General knowledge Questions Answers GK Quiz for Class all students | Assamese GK Questions and Answers | Assam GK | Part-5
1. কোন চনত অসমত কাগজ কল স্থাপন হয়?
2. অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?
3. কটন কলেজ কোন চনত স্থাপন হৈছিল?
4. কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানখেতি কৰিছিল?
5. অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয় খন কোন ঠাইত অৱস্থিত?
6. অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?
7. অসমীয়া মানুহৰ প্ৰধান খাদ্য কি?
8. অসমৰ জনবহুল মহানগৰী কোন খন?
9. ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক’ত?
10. অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক’ত অৱস্থিত?
11. কোনটো মন্দিৰত ‘অম্বুবাচী’ মেলা অনুষ্ঠিত হয়?
12. ‘বৰদলৈ ট্ৰফী’ কোনটো খেলৰ লগত জড়িত?
13. অসমৰ ৰাজধানী দিছপুৰ হোৱাৰ পূৰ্বে অসমৰ ৰাজধানী ক’ত আছিল?
14. শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল?
15. প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল?
16. অসমীয়া নাটকৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয়?
17. গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?
18. অসমৰ ক্ৰীড়াৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয়?
19. ‘অসম ক্ৰীড়া দিৱস’ কেতিয়া উদযাপন কৰা হয়?
20. অসম দিৱস কোন তাৰিখে পালন কৰা হয়?
21. এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?
22. চাহৰ বৈজ্ঞানিক নাম কি?
23. প্ৰথম চাহ খেতি আৰম্ভ কৰা প্ৰথম অসমীয়াজন কোন আছিল?
24. সোণাই-ৰুপাই অভয়াৰণ্য খন ক’ত অৱস্থিত?
25. মানস অভয়াৰণ্য কোন বিধ জন্তৰ বাবে বিখ্যাত?
26. নামেৰী ৰাষ্ট্ৰীয় উদ্যান খন ক’ত অৱস্থিত?
27. অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান খন কোন খন?
28. অসমৰ ভাৰতৰ আন ঠাইৰ লগত সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ?
29. অসমত কিমানটা বিমান বন্দৰ আছে?
30. অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা বিধ কি?
31. শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ আগবঢ়োৱা হয়?
32. অসমৰ ভিতৰত ডাঙৰ জিলা খনৰ নাম কি?
33. অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰ খনৰ নাম কি?
34. অসমত জহকালি হোৱা প্ৰৱল বতাহ-বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি?
35. ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে?
36. অসমৰ আটাইতকৈ ওখ পাহাৰ খনৰ নাম কি?
37. কাঁহ-পিতলৰ বাচন-বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোন খন ঠাই প্ৰসিদ্ধ?
38. অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোন খন ঠাইক কোৱা হয়?
39. ভাৰতৰ কোন দিশত অসম অৱস্থিত?
40. হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?
41. আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?
42. গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনে খন্দাইছিল ?
43. গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম জন অসমীয়া কোন?
44. প্ৰথম অসমীয়া মহিলা পাইলট কোন?
45. নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত?
46. শিৱ দ’ল, বিষ্ণু দ’ল আৰু দেৱী দ’ল একেলগে অসমৰ কোন খন ঠাইত অৱস্থিত?
47. প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপিত হৈছিল?
48. ভষ্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত?
49. অসমত মুছলমান সকলৰ পৱিত্ৰ তীৰ্থস্থান খন কোন খন?
50. পঞ্চ পীৰৰ দৰগাহ অসমৰ ক’ত অৱস্থিত?
51. গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত?
52. নগাঁৱৰ পুৰণি নাম কি?
53. কাক ‘বনফুলৰ কবি’ নামেৰে জনা যায়?
54. উজনি অসমৰ কোন খন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ ‘দুৱাৰ মুখ’ বুলি কোৱা হয়?
55. কোন খন ঠাইক ‘মানচেষ্টাৰ অৱ ইষ্ট’ নামে জনা যায়?
56. শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল?
57. ‘ৰংঘৰ’ কোনে সাজিছিল?
58. অসম ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্থিত?
59. অসমৰ কোন খন ঠাইত তৈল নগৰী নামে জনা যায়?
60. ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল?
#AssamGK
#Assamese_GK
#অসমীয়া_সাধাৰণ_জ্ঞান

Пікірлер: 786
@ParthaJKumar
@ParthaJKumar Жыл бұрын
23 টো মণিৰাম দেৱান হ'ব 27 টো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 51 গুৱাহাটী ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰেই আছে।
@sahanawazlaskar1965
@sahanawazlaskar1965 2 жыл бұрын
Question no 27 kaziranga and..... First tea farmer in assam Maniram dewaN
@baabislife3950
@baabislife3950 Жыл бұрын
Manash national sage kazirangat k manashr matikali besi ase
@user-yi2pq8uz7k
@user-yi2pq8uz7k 11 ай бұрын
😊Very happyful sar .🙏
@gamingluckyt8116
@gamingluckyt8116 11 ай бұрын
Tui jibone porsa ki school clg bahira knolage ban nai re tor porai di bul ans koia dei busos na
@sonmonisutradhar742
@sonmonisutradhar742 9 ай бұрын
👍👌best
@prasanjitshare8548
@prasanjitshare8548 6 ай бұрын
Heavy
@farhinahmed7045
@farhinahmed7045 Жыл бұрын
Thank s 💕
@beladas9433
@beladas9433 Жыл бұрын
Thank you
@mamatakiduniya114
@mamatakiduniya114 Жыл бұрын
অসমত প্ৰথম চাহ খেতি মণিৰাম দেৱানে কৰিছিল।
@ajoymili3178
@ajoymili3178 2 жыл бұрын
Good qu.......ans..
@ranjitkhanikar3495
@ranjitkhanikar3495 2 жыл бұрын
15 number প্ৰশ্নত আইমী বৰুৱাৰ নাম উল্লেখ কৰাৰ প্ৰাসংগিকতা আছে জানোঁ।এনেবোৰ ভিত্তিহীন উপস্থাপন শৈলী অগ্ৰহণযোগ্য।।
@bornalibaruah7150
@bornalibaruah7150 2 жыл бұрын
Right
@MusicRiver421
@MusicRiver421 2 жыл бұрын
Right I 👍👍🤙🤙🤙🤙
@mahmudasamsi2512
@mahmudasamsi2512 11 ай бұрын
😢😢😢❤❤😮😮😮😅😅😊😊🎉🎉❤❤❤❤❤❤❤❤❤❤❤😂😂😂😂😂😂❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@RashidaKhatun-fy1le
@RashidaKhatun-fy1le 11 ай бұрын
😂
@twins7909
@twins7909 9 ай бұрын
amar kitapt aideu hai ase
@pabanxyz1024
@pabanxyz1024 Жыл бұрын
Dhana bad sir😮😮😊
@nilotpalsarmahsarma8344
@nilotpalsarmahsarma8344 Жыл бұрын
Thanks
@arupdutta9309
@arupdutta9309 Жыл бұрын
18. Bhogeshar baruah
@ayeshabarbhuiya3192
@ayeshabarbhuiya3192 Жыл бұрын
Think u so much ❤️
@user-ec1jo6me2q
@user-ec1jo6me2q 2 ай бұрын
Good.Jobs
@anowarhussain7852
@anowarhussain7852 Жыл бұрын
Good
@tunumanidas1510
@tunumanidas1510 Жыл бұрын
sir, no.42. answer (b) bhagadatta
@HussainAhmed-di3vu
@HussainAhmed-di3vu 8 ай бұрын
Nice 👍❤❤❤
@munmundas6569
@munmundas6569 2 жыл бұрын
Great
@dipachetry1283
@dipachetry1283 2 жыл бұрын
17 (b)
@pranjalgogoi7745
@pranjalgogoi7745 Жыл бұрын
অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান খন - কাজিৰঙা ৮৫৮.৯৮ বৰ্গ কিলোমিটাৰ , মানাহ অসমৰ দ্বিতীয় ৰাষ্ট্ৰীয় উদ্যান ,ইয়াৰ মাটিকালি ৮৫০ বৰ্গ কিলোমিটাৰ
@bijoyasonowal7300
@bijoyasonowal7300 10 ай бұрын
Square km মানাহ 500 আৰু Kaziranga 430
@user-pm9du1gz4m
@user-pm9du1gz4m 11 ай бұрын
👏👏👏🎉🎉🎉🎉❤😊
@pradipdaspradipdas8686
@pradipdaspradipdas8686 Жыл бұрын
🙏🙏
@ramanikumar9028
@ramanikumar9028 Жыл бұрын
mojja❤❤❤❤❤❤❤❤😊😊😊😊😊😊😊
@JanmoniBailung-nu9my
@JanmoniBailung-nu9my 7 ай бұрын
❤❤🙏🙏
@karunagogoi9133
@karunagogoi9133 2 жыл бұрын
Thanks 👍
@ProbatPoint
@ProbatPoint Жыл бұрын
Best of luck
@karabisaikia460
@karabisaikia460 Жыл бұрын
Nice😊
@pampidas6441
@pampidas6441 2 жыл бұрын
Ari dibo anekua qs
@bborabhubanvlogs7588
@bborabhubanvlogs7588 2 жыл бұрын
Nice sharing 🙏 Bandhu stay
@Hi_I_Am_UniverseMind
@Hi_I_Am_UniverseMind Жыл бұрын
Thank You Bondhu
@BholanathDas-us6vb
@BholanathDas-us6vb 8 ай бұрын
O sudir vai master hoi sa
@chayanikaphukan6883
@chayanikaphukan6883 2 жыл бұрын
Biggest national park kaziranga and 1st tea former Maniram
@assamesegirl6885
@assamesegirl6885 2 жыл бұрын
Assamr hole Manas National park hoi....
@user-to3lu2qh1q
@user-to3lu2qh1q 2 жыл бұрын
Assam re kaziranga hoi
@ramuchetry7354
@ramuchetry7354 Жыл бұрын
🙏🙏🙏🙏🙏
@monishacreations7190
@monishacreations7190 2 жыл бұрын
38dibrugarah
@user-uy1yh9pp6e
@user-uy1yh9pp6e Жыл бұрын
Very nice
@TopicWiseStudys
@TopicWiseStudys 2 жыл бұрын
56Q start 1751 end 1769
@ashibahmed8472
@ashibahmed8472 Жыл бұрын
Thanks sir 😃👍
@RekhamoniGogoi-ie2yt
@RekhamoniGogoi-ie2yt 11 ай бұрын
The father of Assam sports " Shri Bhogeswar Baruah"
@nextlevel5653
@nextlevel5653 Жыл бұрын
Moja
@indianarmymotivationchanne6161
@indianarmymotivationchanne6161 2 жыл бұрын
51 ta pari lu video sai vl lgila
@Z-u-b-e-e-n-
@Z-u-b-e-e-n- Жыл бұрын
Thank you sir
@Ebrahimboos
@Ebrahimboos Жыл бұрын
Maja agaya
@kiranbagti1045
@kiranbagti1045 11 ай бұрын
Nice dada
@user-zy9jw3me1k
@user-zy9jw3me1k Жыл бұрын
Maja Maja
@sampurnadey4049
@sampurnadey4049 2 жыл бұрын
Thank
@user-gu2tz5nv8s
@user-gu2tz5nv8s 9 ай бұрын
Thank you so much
@nilakshisonowal7760
@nilakshisonowal7760 Жыл бұрын
Tqu
@user-jj3ip8yy8q
@user-jj3ip8yy8q Жыл бұрын
Nice video
@SAPHALDASHAM
@SAPHALDASHAM Жыл бұрын
Q no 23 উজনি অসমৰ প্ৰথম চাহ খেতিয়ক জগন্নাথ বৰুৱা আৰু অসমৰ প্ৰথম চাহ খেতিয়ক মণিৰাম দেৱান
@GopalDas-mi3hb
@GopalDas-mi3hb 3 ай бұрын
Very nice❤❤❤
@harichandraharijan5262
@harichandraharijan5262 2 жыл бұрын
Anekua quaction. Dile to. 100. Vitot. 95. Pam. Eman. Hohos nedia. But vl. Lagill vdio tu. Tq
@Guwahati_lora_moi_2
@Guwahati_lora_moi_2 8 ай бұрын
Moja ❤❤❤
@rumanabegum230
@rumanabegum230 2 жыл бұрын
Thankyou
@ProbatPoint
@ProbatPoint Жыл бұрын
Best of luck
@gomachetry
@gomachetry 9 ай бұрын
V good👏
@user-st3pk3gk7u
@user-st3pk3gk7u 7 ай бұрын
Nice🎉🎉🎉🎉🎉
@habibonbegum-it3si
@habibonbegum-it3si 9 ай бұрын
👏
@nicekhan7098
@nicekhan7098 5 ай бұрын
Good sir
@sahiddigitalcamera3401
@sahiddigitalcamera3401 2 жыл бұрын
Qustion 25. Answer a
@rambahadurbiswakarma123
@rambahadurbiswakarma123 Жыл бұрын
Tq
@dipakar938
@dipakar938 2 жыл бұрын
14.b
@user-cw4wf1bs2y
@user-cw4wf1bs2y 4 ай бұрын
😮😮😲😲🤯🤯
@PremadaBorah
@PremadaBorah 3 ай бұрын
❤❤❤❤❤❤
@gargiandbarbisarma5617
@gargiandbarbisarma5617 4 ай бұрын
58/দিছপুৰত
@bulbulentertainment3028
@bulbulentertainment3028 2 жыл бұрын
23.question no worng. Maniram Dewan right answer
@bandanadas7295
@bandanadas7295 2 жыл бұрын
Vul ans dise ।। 😡
@Hridaysaharia802
@Hridaysaharia802 9 ай бұрын
💖💖💖💖
@user-cj7tc7tl9t
@user-cj7tc7tl9t 6 ай бұрын
Nice
@polikalita2138
@polikalita2138 Жыл бұрын
6 ta
@bharatrabha9190
@bharatrabha9190 4 ай бұрын
❤❤❤❤
@anitabaro7939
@anitabaro7939 Жыл бұрын
100%50%paru de tq
@tapantayeboy1828
@tapantayeboy1828 Жыл бұрын
moi hehi quiz hot 100% hor bitorot 80% parisu
@dipakar938
@dipakar938 2 жыл бұрын
2.a
@Jitubordoloi197
@Jitubordoloi197 2 жыл бұрын
23. Maniram Dewan 27.kaziranga national park 30.gyanpith
@anujletum
@anujletum Жыл бұрын
Bohut bul ase
@MijanurRahman-uf4um
@MijanurRahman-uf4um 11 ай бұрын
Right
@priyankaray1653
@priyankaray1653 Жыл бұрын
23 number tu Moniram dewan hoi akdam correct answer
@biplabdas7254
@biplabdas7254 7 ай бұрын
@lukeswarbhuyan8098
@lukeswarbhuyan8098 Жыл бұрын
Tq, 🥰🥰
@anamikathakuria5684
@anamikathakuria5684 Жыл бұрын
Thank you so much sir
@BhabeshHujuri-mo7yg
@BhabeshHujuri-mo7yg 2 ай бұрын
60 টা প্ৰশ্ন উওৰন
@thenortheastnb8852
@thenortheastnb8852 Жыл бұрын
Moy 60 tar majot 14 ta tuhe poranai baki sob Correct hoise dada.
@PankajBora-qj1sr
@PankajBora-qj1sr Жыл бұрын
23. Maniram Dewan
@SmallestYoutuber
@SmallestYoutuber 2 жыл бұрын
Riyan parag right answer
@dipakar938
@dipakar938 2 жыл бұрын
20.b
@dipachetry1283
@dipachetry1283 2 жыл бұрын
16 (c)
@user-rq2gu7vf7b
@user-rq2gu7vf7b Жыл бұрын
Nice ❤❤
@user-qq6wl2wb4h
@user-qq6wl2wb4h 9 ай бұрын
Thanku so much sir 🥰💗
@user-um2iz6ox3l
@user-um2iz6ox3l 5 ай бұрын
ভুল কই
@chirajdoleydoley
@chirajdoleydoley 11 ай бұрын
Good morning sir
@user-lj7be1xs1k
@user-lj7be1xs1k Ай бұрын
😮😮😮😮
@iblgamers9832
@iblgamers9832 6 ай бұрын
31.ta hoise
@dipakar938
@dipakar938 2 жыл бұрын
3.c
@mamatazkhatun5326
@mamatazkhatun5326 7 ай бұрын
57 no Rudra Singha Pramatta Singha haito poki korisil
@pradipkalita8603
@pradipkalita8603 Жыл бұрын
Good news, bhal lagil.
@user-ul2os9zu7p
@user-ul2os9zu7p Жыл бұрын
27 question Tu. Answer hb lage Kazirnga national park. Karn eyar matiklai 858.98 borg kilumitar. Aru manash Tu hoise 500borg kilu mitar.
@rupakmazumdar5133
@rupakmazumdar5133 Жыл бұрын
23 is moniram Dewan and 27is kaziranga
@putkanvlogers8678
@putkanvlogers8678 2 жыл бұрын
56 r answer to 1751hoi . bdwy thank you😍
@polikalita2138
@polikalita2138 Жыл бұрын
Jogonnath boruahhunitpur jila
@jituchutia3607
@jituchutia3607 Жыл бұрын
😊
@rejuanulkarim9822
@rejuanulkarim9822 2 жыл бұрын
Iman easy questions...
@ProbatPoint
@ProbatPoint Жыл бұрын
Best of luck
@jyotishbarman3235
@jyotishbarman3235 Жыл бұрын
Maniram dewan assam pratho farmar
@anwershaikh5972
@anwershaikh5972 7 ай бұрын
No 27 Ans Kajirangaa
@Satyajit_412
@Satyajit_412 Жыл бұрын
50ta correct ans দিব পাৰিছোঁ
@dipakar938
@dipakar938 2 жыл бұрын
26.b
৬০ টা ভাৰতৰ সাধাৰণ জ্ঞান প্ৰশ্ন আৰু উত্তৰ | Assamese GK | India GK Questions | Assam Quiz | Part - 6
16:12
Assam GK Question Answer (অসমীয়া সাধাৰণ জ্ঞান )
Рет қаралды 537 М.
Despicable Me Fart Blaster
00:51
_vector_
Рет қаралды 17 МЛН
Can You Draw A PERFECTLY Dotted Line?
00:55
Stokes Twins
Рет қаралды 113 МЛН
One moment can change your life ✨🔄
00:32
A4
Рет қаралды 6 МЛН
অসমীয়া সাধাৰণ জ্ঞান  || Assam GK  || Assamese GK questions and answers | ✅ GK Quiz #GK #shorts
7:25
Assam GK Question Answer (অসমীয়া সাধাৰণ জ্ঞান )
Рет қаралды 343 М.
Despicable Me Fart Blaster
00:51
_vector_
Рет қаралды 17 МЛН