8 July 2024, কীৰ্ত্তন পাঠ আৰু ব্যাখ্যা, নৃপেন শ‌ইকীয়া।

  Рет қаралды 1,749

NiPenSaikia

NiPenSaikia

25 күн бұрын

Пікірлер: 15
@r.saikia3334
@r.saikia3334 24 күн бұрын
কৃষ্ণ কৃষ্ণ হে কৃপালু প্ৰভু আপোনাৰ শ্ৰীপদ্মে গুৰুজনাৰ পাষণ্ড মৰ্দ্দন কীৰ্তনৰ হৃদয় স্পৰ্শা অতুলনীয় বিশ্লেষণ শ্ৰৱণ কৰি আপ্লুত হলো প্ৰভু।ঈশ্বৰে আপঝনাক সু-স্বাস্থ্য প্ৰদান কৰি কৃপা কৰে যেন কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏।
@pallabikagohain5720
@pallabikagohain5720 24 күн бұрын
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ l কৃষ্ণ কৃষ্ণ বাপ জনা আপোনাৰ চৰণত ভক্তিভৰা সেৱা জনালোঁ কৃষ্ণ
@pallabikagohain5720
@pallabikagohain5720 24 күн бұрын
দৈৱকী নন্দন প্ৰভু কৃষ্ণৰ চৰণত কৰোঁ অনন্ত কোটি প্ৰণাম কৃষ্ণ কৃষ্ণ
@pallabikagohain5720
@pallabikagohain5720 24 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤🪔🪔🪔🪔🌹🌹🌹🌹🙏🙏🙏🙏
@prafullabora5386
@prafullabora5386 24 күн бұрын
জয়গুৰু শঙকৰ । হে প্ৰভু , অধমৰ শত শত কোটি সেৱা আৰু প্ৰণিপাত গ্ৰহণ কৰিব
@bhobanikantaborsaikia5206
@bhobanikantaborsaikia5206 23 күн бұрын
Krishna Krishna Krishna kripamoy, prabhudev tumar soronot sewa aru pronam nibedisu, aporadh khama koriba.
@anjalibaruah7669
@anjalibaruah7669 24 күн бұрын
বাপ জনাৰ চৰণত প্ৰণিপাত জনাইছো🙏🙏। জয় জগত গুৰু শ্ৰীমন্ত শংকৰ দেব🙏🙏🙏🙏
@sakuntalamazi1601
@sakuntalamazi1601 23 күн бұрын
krishna krishna krishna 🙏🙏🙏🙏
@TrishnaHazarika-nd9zz
@TrishnaHazarika-nd9zz 21 күн бұрын
Krishna 🙏 krishna 🙏 radha krishna ❤🙏💐🙏🙏🙏
@user-pn5fi2ih9z
@user-pn5fi2ih9z 24 күн бұрын
Ram Krishna hori ram he mahabhagabot
@nizarabora8203
@nizarabora8203 23 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏🪔🙏🪔🙏
@animadutta4133
@animadutta4133 21 күн бұрын
Krishna krishna.
@user-ct2kv3qn1l
@user-ct2kv3qn1l 23 күн бұрын
কৃষ্ণ বাপ কীৰ্তন ঘোষাত পাঠ মহাপুৰুষ গুৰুজনাই কীৰ্তন কৰি গৈছে তাত ব্যাখ্যা প্ৰয়োজন বোধ নকৰো।আমাক মাত্ৰ ঘোষাবোৰ ঘোষিব কৈছে।ভাৱত গুৰুৱে দেখা দিয়ে ।কাৰণ জ্ঞানে গুৰু ।কীৰ্তনত ব্যাখ্যা কৰিলে নজনাকৈ অপৰাধনামা অনুভৱ হয়।মহাপুৰুষ জনাৰ ওপৰত আমি কীৰ্তন কৰিব নোৱাৰো।আমাৰ কেৱল মাত্ৰ ঘোষা উচ্ছাৰণ।কৃষ্ণ 🙏
@rupalichoudhury8657
@rupalichoudhury8657 24 күн бұрын
🙏🙏🌺🪔🌷 krishna🙏 Krishna 🙏 Krishna 🌸🪔💮🌼🌸🙏🙏🙏🙏
@r.saikia3334
@r.saikia3334 24 күн бұрын
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম।হে কৃপালু প্ৰভু ভক্তিৰ সেৱাভাগি গ্ৰহণ কৰে যেন কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
Женская драка в Кызылорде
00:53
AIRAN
Рет қаралды 495 М.
Spot The Fake Animal For $10,000
00:40
MrBeast
Рет қаралды 181 МЛН
КАК ДУМАЕТЕ КТО ВЫЙГРАЕТ😂
00:29
МЯТНАЯ ФАНТА
Рет қаралды 10 МЛН
শ্ৰীকৃষ্ণৰ বৈকুন্ঠ প্ৰয়ান                                              Sri Krishnar Baikuntha Prayan
44:37
Katha Upanishad (Bengali) by Swami Atmapriyananda Dt. 24-Jul-24
1:02:38
Ramakrishna Mission Institute of Culture Golpark
Рет қаралды 2 М.
Женская драка в Кызылорде
00:53
AIRAN
Рет қаралды 495 М.