8Aug-22,গীতা কিয় অৰ্জুনে শুনিবলৈ পালে? নৃপেন শ‌ইকীয়া।

  Рет қаралды 27,525

NiPenSaikia

NiPenSaikia

Күн бұрын

Пікірлер: 61
@anjalibaruah7669
@anjalibaruah7669 2 жыл бұрын
কৃষ্ণ কৃষ্ণ শতকোটি প্ৰণাম বাপ🙏🙏🙏🙏 অনুষ্ঠান আয়োজক আৰু অনুষ্ঠানত উপবিষ্ট আই বাপ সমষ্টকে সশ্রদ্ধ সেৱা জনাইচো🙏🙏🙏🙏🙏🙏
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
Krishna Krishna Pranam
@rumigogoi8881
@rumigogoi8881 2 жыл бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম।
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
Krishna Krishna Pranam
@r.saikia4335
@r.saikia4335 2 жыл бұрын
কৃষ্ণ কৃষ্ণ হে গুৰুজন, অৰ্জুন যিমানেই ভাগ্যৱান সঞ্জয়ো সিমানেই |হে প্রভু আমাৰোআপোনাৰ শ্ৰী পদ্মে গীতাৰ এই তত্বময় অতি গূঢ়তম কৃষ্ণৰবাণীৰ আধ্যাত্মিক বিশ্লেষণ শ্ৰৱণ কৰি জীৱন কৃতাৰ্থ হৈছে প্রভু |সেয়ে আপোনাৰ শ্ৰী চৰণত কৌটি কৌটি সেৱা নমস্কাৰ আৰু প্ৰণিপাত জনাইছোঁ |জয় গুৰু শ্ৰীমন্ত শংকৰ গোৱিন্দ গোৱিন্দ ৰাম |🙏🙏🏼🙏🏻🙏🏻👌
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
Krishna Krishna Ram Ram Krishna Krishna Ram Ram Krishna Krishna Ram Ram Pranam
@anjanarupadas6601
@anjanarupadas6601 2 жыл бұрын
🙏🙏কৃষ্ণ কৃষ্ণ প্ৰভু, সমস্ত ভকত বৈষ্ণব ৰ শ্রী চৰণত সন্ধ্যাৰ সেৱা ভাগি নিবেদিছো। 🙏🙏🙏🙏🙏
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
Namo Namo Narayan Pranam
@sakuntalamazi1601
@sakuntalamazi1601 2 жыл бұрын
krishna krishna krishna 🙏🙏🙏
@nijaradas4894
@nijaradas4894 2 жыл бұрын
🙏🏼🙏🏼🙏🏼🙏🏼কৃষ্ণ প্ৰভু,আপোনাসৱ সমস্তকে শতকৌটি প্ৰণাম জনালোঁ । কৃষ্ণ হৰি ৰাম কৃষ্ণ 🙏🏼🙏🏼🙏🏼🙏🏼
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
Hari hari ram ram Pranam
@prafullabora5386
@prafullabora5386 2 жыл бұрын
জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । হে মোৰ প্রাণৰ সুহ্দ বান্ধৱ, শত সহস্ৰ কোটি প্রণিপাত আৰু ভক্তি ভৰা সেৱা গ্রহন কৰিব
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
Ramkrishna Ramkrishna Ramkrishna Ram Ram Krishna Ram Krishna Ram Krishna Ram Krishna Ram Krishna Ram Krishna Ram Pranam
@manojdeka2948
@manojdeka2948 2 жыл бұрын
কৃষ্ণ কৃষ্ণ আয়োজন আই গৰাকীৰ বৰ ভাগ্যৱান
@gitanjalipathak1375
@gitanjalipathak1375 2 жыл бұрын
কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালোঁ।
@r.saikia4335
@r.saikia4335 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্রণাম প্ৰভু |আয়োজক ভাগ্যৱতী আইগৰাকী আৰু অনুষ্ঠানত উপৱিষ্ট সমস্তকে মোৰ সশ্ৰদ্ধ ভক্তিভৰা সহস্ৰ প্ৰণিপাত নিবেদন কৰিছোঁ, গ্রহণ কৰিব |জয় গুৰু শ্ৰীমন্ত শংকৰ গোৱিন্দ গোৱিন্দ ৰাম ৰাম ৰাম ৰাম ৰাম হৰি |🙏🏻🙏🏼🙏🙏🏻
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
Namo Namo Narayan Namo Namo Narayan Pranam
@prafullabora5386
@prafullabora5386 2 жыл бұрын
হে মোৰ প্রাণৰ বান্ধৱ , শ্রৱণ কৰা হল । অত্যন্ত সুখী হ'লো । হে বান্ধৱ, কৃতজ্ঞতাৰ শৰাই ভাগি আপোনাৰ শ্রীচৰণত অৰ্পণ কৰিলো । জয় জগত গুৰু শ্রীমন্ত শঙ্কৰদেৱৰ জয় । জয় জয় আৰু জয়
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
হে বাপবান্ধৱ ,আমাৰ সহস্ৰ প্ৰণিপাত। ভগৱানে আপোনাসৱ সমস্ত বাপ,আইক চৰণত ঠাই দিয়ক। জয় গুৰু শঙ্কৰ।
@menosing8172
@menosing8172 12 күн бұрын
Hare krishna Hare Krishna krishna krishna Hare hare Hare Ram Hare Ram Ram Ram Hare Hare
@nirmalchangmai-kz5rd
@nirmalchangmai-kz5rd Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@kumudgayan1664
@kumudgayan1664 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ।গীতাৰ অমৃতময় বাখ্যা শুনিবলৈ কৃপা লাভ কৰিবলৈ সক্ষম হয় সেয়সকল নিশ্চয় কৌটি কৌটি পুণ্যৰ গৰাকী হ'ব লাগিব।সেয়ে বৰহমপুৰ নিবাসী আইগৰাকীলৈ শত সহস্ৰ প্ৰণাম জনাইছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজনা সেৱা গ্ৰহণ কৰিব।
@pinkysaikia8512
@pinkysaikia8512 2 жыл бұрын
কৃষ্ণ প্ৰভু 🙏🙏
@daduldas1643
@daduldas1643 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
Krishna Krishna Pranam
@rekhajyotipachani7797
@rekhajyotipachani7797 2 жыл бұрын
Krishna 🙏 Krishna 🙏 Bapjon 🙏 Apuni gyanor sagor hodai
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
Krishna Ram Krishna Ram Pranam
@kalpanahazarika7631
@kalpanahazarika7631 2 жыл бұрын
কৃষ্ণ প্ৰণাম সেৱা জনালো।
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
Krishna Krishna Ram Pranam
@kalpanahazarika7631
@kalpanahazarika7631 2 жыл бұрын
@@nipensaikia3763প্ৰণাম।
@Beta-b7o
@Beta-b7o 4 ай бұрын
ৰাম কৃষ্ণ হৰি প্ৰণাম জনাইছোঁ
@animadevi4327
@animadevi4327 2 жыл бұрын
Krishna Krishna 🙏🙏 bap prabhu loi xewa nibedilu
@reetabordoloi5258
@reetabordoloi5258 2 жыл бұрын
কৃষ্ণ কৃষ্ণ শতকৌটি প্রণাম প্রভু |🙏🙏🙏🙏
@binabora5025
@binabora5025 2 жыл бұрын
Krishna krishna path oti xundor xuni anandita punarber xewa jonaisu 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
Ram Ram Ram Ram Ram Ram Ram Ram Ram Krishna Krishna Ram Krishna Krishna Ram Pranam
@harjyotimedhi3176
@harjyotimedhi3176 2 жыл бұрын
Jai shree krishna jai shree Ram.
@jaganathsonowal6873
@jaganathsonowal6873 2 жыл бұрын
🙏 কৃষ্ণ 👣👈🙌
@gitikakalita5413
@gitikakalita5413 2 жыл бұрын
Jay. Ram. 🌹🌹🙏🌹🌹
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
Jay Jay Ram Ram
@bubulboruah2881
@bubulboruah2881 2 жыл бұрын
মহাভাৰতত অৰ্জুনক বধ কৰিছিল নেকি। বধকৰাজন ইমান বীৰ নে। তেও অৰ্জুন হতৰ কোন হয়। পুনৰ জীৱ দান কোনে দিলে , প্ৰভু আপোনাৰ বানীৰ যোগেদি জনাবচোন। ধন্যবাদ💐 🙏🙏
@arjundas7468
@arjundas7468 2 жыл бұрын
Krisna krisna
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
Namo Namo Narayan
@prachiborgohain2408
@prachiborgohain2408 2 жыл бұрын
সেৱা বাপ জনা
@jyotisankardas3637
@jyotisankardas3637 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@bontiborah5014
@bontiborah5014 2 жыл бұрын
কৃষ্ণ ৰাম নাৰায়ণ মাধৱ মাধৱ
@dimbeswarigogoi6683
@dimbeswarigogoi6683 2 жыл бұрын
Krishna Krishna probhu bhoktibhora hewabhagi agborhalu krishna
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
Jai Jai Ram Ram Jai Ram Ram Pranam
@ramcharandeka9143
@ramcharandeka9143 2 жыл бұрын
Sastrara uttama Gita Bhagawat dharmara uttama nama Devara uttama Daibaki Nandana charane karo pranam.
@prasannadaimary7872
@prasannadaimary7872 2 жыл бұрын
🙏🙏🙏
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
Krishna Krishna Pranam
@malinchborah2147
@malinchborah2147 Жыл бұрын
🙏🙏🙏❤❤❤
@kandorpabora5465
@kandorpabora5465 2 жыл бұрын
চাৰ আপুনি নগাঁও আহিলে মোক জানাব ম ই য়াম
@nipensaikia3763
@nipensaikia3763 2 жыл бұрын
Krishna Krishna Pranam
@himanibanikya8168
@himanibanikya8168 2 жыл бұрын
ও বাপ আপোনাৰ দেহত ভগৱানে সোমাইছে এই অমৰিত পান কৰিলো
@AJAYdas07
@AJAYdas07 2 жыл бұрын
Bhout val lagile
@pratibhapathak5602
@pratibhapathak5602 2 жыл бұрын
Krishna
@ShivangshuBora-q2r
@ShivangshuBora-q2r 4 күн бұрын
❤🎉🎉❤krishna krishna😂🎉🎉❤bins
@moiniborah2943
@moiniborah2943 2 жыл бұрын
🙏🙏🙏🙏🪔🪔
@_dio_kid_82_.
@_dio_kid_82_. 2 жыл бұрын
Krishna
@RitaBorah-o2t
@RitaBorah-o2t 4 ай бұрын
Krishna
번쩍번쩍 거리는 입
0:32
승비니 Seungbini
Рет қаралды 182 МЛН
10 January 2025
14:37
শ্ৰী বিষ্ণু ভাগৱত পাঠ
Рет қаралды 404