অষ্টম ,নৱম আৰু একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে আজমল ছুপাৰ ৪০ৰ বাছনি পৰীক্ষাৰ কাৰ্যসূচী ঘোষণা,মেধাৱী

  Рет қаралды 5,137

AJMAL FOUNDATION

AJMAL FOUNDATION

Күн бұрын

#ajmalfoundation
Ajmal Super 40
অষ্টম ,নৱম আৰু একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে আজমল ছুপাৰ ৪০ৰ বাছনি পৰীক্ষাৰ কাৰ্যসূচী ঘোষণা,মেধাৱী শিক্ষাৰ্থীক দিয়া হ'ব জলপানি।
বাছনি পৰীক্ষাৰ পঞ্জীয়ন ১৭চেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু পৰীক্ষা অনুষ্ঠিত হ'ব ২৪ ডিচেম্বৰ ,২০২৩
১৬ ছেপ্টেম্বৰ, হোজাই: আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল ছুপাৰ ৪০ৰ প্ৰতিবছৰৰ দৰে এইবাৰো বাছনি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুঠ ৩০খনৰো অধিক স্থানত অনুষ্ঠিত হ'ব এই বাছনি পৰীক্ষা। ৰাজ্যখনৰ মেধাবী শিক্ষাৰ্থী সকলৰ সুবিধাৰ্থে বিভিন্ন স্থানত স্থাপন কৰা হ'ব বাছনি পৰীক্ষা,যাতে ৰাজ্যৰ সকলো স্থানৰ মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে আজমল ছুপাৰ ৪০ৰ সুবিধা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব জলপানি।
উল্লেখ্য যে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু মূখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলে গাঁও অঞ্চলৰ দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু ইঞ্জিনিয়াৰ হোৱাৰ সপোন পুৰণ কৰিবলৈ আজমল ফাউণ্ডেচনৰ জৰিয়তে আজমল ছুপাৰ ৪০ নামৰ এক অভিলাসী আঁচনি আৰম্ভ কৰিছিল৷ আৰম্ভণিৰে পৰা চমকপ্ৰদ সফলতাৰে আজমল সুপাৰ ৪০য়ে আজি সৰ্বভাৰতীয় পৰ্যায়ত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে৷ আজমল ছুপাৰ ৪০ৰ জৰিয়তে সফলতা লাভ কৰি ভাৰতবৰ্ষৰ অতি উন্নত শিক্ষানুষ্ঠানত চিকিৎসক আৰু ইঞ্জিনিয়াৰিঙত অধ্যয়নৰত শিক্ষাৰ্থীসকল আৰ্থিকভাৱে অতি পিছপৰা আৰু এইসকলে আজমল ছুপাৰ ৪০ৰ জৰিয়তে বিনামুলীয়া কোচিং লাভ কৰি নিজৰ সপোন পূৰণ কৰিবলৈ সক্ষম হোৱাত আজমল পৰিয়াল আজি গৌৰৱান্বিত।
ভাৰতৰ উন্নত কোচিং চেন্টাৰৰ শিক্ষকমণ্ডলীৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰা অহা দক্ষ শিক্ষকমণ্ডলীয়ে দিন - ৰাতি একাকাৰ কৰি আজমল ছুপাৰ ৪০ৰ শিক্ষাৰ্থীসকলক পাঠদান দিয়াত আজি উল্লেখনীয় সফলতাৰ বাবে সমগ্ৰ ভাৰতৰ ভিতৰতে আজমল ছুপাৰ ৪০ চৰ্চিত হৈ পৰিছে৷ শিক্ষকমণ্ডলীৰ সীমাহীন পৰিশ্ৰম, দক্ষতা আৰু কৰ্তব্যপৰায়নতাৰ বাবে প্ৰতিবছৰেই যুগান্তকাৰী সফলতাৰে আজমল ছুপাৰ ৪০য়ে গৌৰৱ অৰ্জন কৰি সমগ্ৰ ভাৰতৰ ভিতৰতে সুকীয়া পৰিচয় লাভ কৰিছে৷ এক অভূতপূৰ্ব সফলতাৰে ২০২৩ বৰ্ষত আজমল ছুপাৰ ৪০ৰ ৩৫০ গৰাকীৰো অধিক শিক্ষাৰ্থী সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে বৰ্তমান আজমল ছুপাৰ ৪০ৰ বহু সংখ্যক শিক্ষাৰ্থীয়ে AIIMS, LADY Hardinge মেডিকেল কলেজকে ধৰি ভাৰত ভাৰতবৰ্ষৰ আগশাৰীৰ মেডিকেল কলেজত শিক্ষা গ্ৰহণ কৰি আছে। মেডিকেলৰ উপৰিও আজমল ছুপাৰ৪০ৰ ছাত্ৰ সঞ্জীত বিশ্বাসে JEE Adv. পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰ্তমান IIT DELHIত অধ্যয়ন কৰি আছে।
আজি আজমল ফাউণ্ডেচনৰ মূখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল যোগে আজমল ফাউণ্ডেচনৰ মূখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলে অহা ২৪ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া বাছনি পৰীক্ষাৰ কাৰ্যসূচী ঘোষণা কৰে। বাছনি পৰীক্ষাৰ আবেদনৰ অন্তিম তাৰিখ ১৫ ডিচেম্বৰ - ২০২৩ বুলি সদৰি কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া মেধা সম্পন্ন শিক্ষাৰ্থীসকলে এই বাছনি পৰীক্ষাৰ জৰিয়তে আজমল ছুপাৰ ৪০ৰ একাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ সুযোগ গ্ৰহণ কৰিব। উক্ত বাছনি পৰীক্ষাত পাৰদৰ্শিতা দেখুওৱা প্ৰথম ৪০ গৰাকী আৰ্থিক ভাৱে জুৰুলা শিক্ষাৰ্থীক মৌখিক সাক্ষাৎকাৰৰ জৰিয়তে বিনামূলীয়া নামভৰ্তিৰ সুযোগ প্ৰদান কৰা হ'ব। মূখ্য ন্যাসৰক্ষী গৰাকীয়ে জানিবলৈ দিয়ে যে বিশেষকৈ অনুসূচীত জাতি-জনজাতি আৰু চাহ- জনজাতীয় সম্প্ৰদায়ৰ শিক্ষাৰ্থী সকলক ৫০ শতাংশ ৰেহাই দিয়া হ'ব । ইয়াৰ উপৰিও মেধাৰ ভিত্তিত বিভিন্ন পৰ্যায়ত জলপানি প্ৰদান কৰা হ'ব। অষ্টম,নৱম আৰু একাদশ শ্ৰেণীৰ বাবে মুঠ ১৫০ নম্বৰৰ বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব। গণিত ৪০ নম্বৰ, বিজ্ঞান ৬০ নম্বৰ, ইংৰাজীত ২৫ নম্বৰ আৰু সাধাৰণ জ্ঞান/বুদ্ধি বিকাশত ২৫ নম্বৰ। সমান্তৰালকৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত যি সকলে নীট আৰু JEE পৰীক্ষাৰ বাবে এক বছৰীয়া কোচিং লব বিচাৰে তেনে শিক্ষাৰ্থীৰ কাৰণেও একে সময়তে অনুষ্ঠিত হ'ব এই বাচনি পৰীক্ষা।
আজিৰ সংবাদমেলত উপস্থিত থাকে আজমল ফাউণ্ডেচনৰ মূখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমল, আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলাম , মহা প্ৰবন্ধক ড° এম আৰ এইচ আজাদ সহ আজমল ফাউণ্ডেচন তথা আজমল ছুপাৰ ৪০ৰ অন্যান্য বিষয়ববীয়া সকল।
Educational Institution of Ajmal Foundation
Ajmal Super 40
1. Nazir Ajmal Memorial College of Education, Hojai (B.Ed., D.El.Ed.)
2. Ajmal Law College, Hojai,Assam
3. Maryam Ajmal Women’s College of Science & Technology, (B.A., B.Sc. with Major), Residential
4. Haji Ajmal Ali College, Nilbagan (B.A)
5. Ajmal College of Arts, Commerce & Science, Hojai, H.S. (All Streams), Residential
6. Maryam Ajmal Women’s College of Science & Technology, Hojai, (H.S. Science), Residential
7. Maryam Ajmal Women’s College of Arts, Hojai,H.S. (Arts), Residential
8. Maryam Ajmal Women’s College of Arts, Kharupetia, H.S. (Arts)
KZbin | / foundationajmal
FaceBook | / foundationajmal
Twitter | Fo...
Instagram | / foundationajmal

Пікірлер: 6
@Abdun_Nur
@Abdun_Nur Жыл бұрын
Thanks a lot
@sabahulvinesandblogs.1069
@sabahulvinesandblogs.1069 Жыл бұрын
What is the syllabus of ajmal super 40 for class 11 admission
@TeroNe-l6v
@TeroNe-l6v 5 ай бұрын
73% marks pale ajmal super 40 neet coachingt admission pabone
@MAMUNHASSAN-yp3xl
@MAMUNHASSAN-yp3xl Жыл бұрын
Sir super 40 t pale ami free admission pam ne........... Mor jonatu khub jaruri.......kindly reply
@alinabegum2693
@alinabegum2693 Жыл бұрын
Contact no tu lgisil ..class 8/9 admission r krne
@jarjisabidin5199
@jarjisabidin5199 10 ай бұрын
Which book I should follow as a student of class 10 for ajmal super 40 Assam
How to whistle ?? 😱😱
00:31
Tibo InShape
Рет қаралды 12 МЛН
🕊️Valera🕊️
00:34
DO$HIK
Рет қаралды 6 МЛН
Every parent is like this ❤️💚💚💜💙
00:10
Like Asiya
Рет қаралды 26 МЛН
إخفاء الطعام سرًا تحت الطاولة للتناول لاحقًا 😏🍽️
00:28
حرف إبداعية للمنزل في 5 دقائق
Рет қаралды 79 МЛН
Moot Court  Competition by the Students of Ajmal Law College
11:13
AJMAL FOUNDATION
Рет қаралды 2,9 М.
Ajmal Super 40 | Maulana Badruddin Ajmal
12:09
All India United Democratic Front - AIUDF
Рет қаралды 87 М.
How to whistle ?? 😱😱
00:31
Tibo InShape
Рет қаралды 12 МЛН