বাকী ভালেই কিন্তু মহিলা শিল্পী গৰাকীৰ কণ্ঠদান ত সন্তুষ্ট নহলো ❤❤❤
@budheswarnath6516 Жыл бұрын
ক'ৰ ভিডিও এইটো জান ?
@mediaenter1091 Жыл бұрын
Fuloguri.
@ParishmitaBaruah-vl4po2 ай бұрын
😅😅😅😅😅😅ki nasile mane😅😅😅😂😂😂😂 😂😂
@DurgawatiSonowal-pq2zx Жыл бұрын
Lighting tu besike dile
@BijithBaruah-t8v3 ай бұрын
Hahitue fotua besi korile baki bur moja hol
@pabanborah6552 ай бұрын
Aibur rakh buli koi ne
@Krshayan-i3q11 ай бұрын
Kot
@gangmou9632 ай бұрын
Ai khn rakh a ne😒 ketyaba amr fale sai jabo hi rakh
@Samarjit.saikia2 ай бұрын
ককাইদেউ, বেয়া নাপাব কোৱাৰ বাবে, আমাৰ মধ্য অসম আৰু উত্তৰ অসমত ৰাস এনেধৰণেই হয়। এয়া আমাৰ সাতামপুৰুষীয়া শৈলী। কোনোবা খিনিত বাৰু অতিৰঞ্জিত কৰা আজিকালি দেখা যায়। তথাপিও ইয়াত তেনে কিবা হৈছে বুলি মই নাভাবো। বাকি সকলোৰে নিজৰ মতামত। ' জয়তু ভাওনা সংস্কৃতি ' ' জয় গুৰু শংকৰ ' ।
@madhulekhaboruah41962 ай бұрын
Keba bohuale jenha lagel @@Samarjit.saikia
@Samarjit.saikia2 ай бұрын
@@madhulekhaboruah4196 ককাইদেউ মই কৈছোঁ যে সকলোৰে নিজৰ মতামত। কিন্তু আমাৰ এইফালে বছৰ বছৰ ধৰি এনেধৰণে ৰাস কৰি অহা হৈছে। ভাওনাও কিছু কিছু অংশ বেলেগ হোৱা দেখা যায়।