A LETTER TO BIHU | Assamese funny video | | Harpal Saikia |

  Рет қаралды 167,749

Harpal Saikia

Harpal Saikia

Күн бұрын

Пікірлер: 538
@Harpalsaikia15
@Harpalsaikia15 2 жыл бұрын
Play on India's favourite Fantasy cricket platform "Gamezy" Download using this Link: gamezy.page.link/MTTAHUwjTpuRj1qn6 Play on Free and paid contest and stand a chance to win upto 5Crore. Thats not it play Rummy, Poker, Football and other easy games like Ludo, Carrom, Fruit Slice, 8-ball Pool etc and win big. #Gamezy #fantasycricketongamezy #GameNahiAppBadlo
@dipshikhagogoi1580
@dipshikhagogoi1580 2 жыл бұрын
Happy bihu harpal da
@tulikakoch7844
@tulikakoch7844 2 жыл бұрын
অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনালোঁ দেই Harpal Da ❤️
@assameseljmilanchetia4039
@assameseljmilanchetia4039 2 жыл бұрын
অলপ পলমকৈ হ'লেও আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ ও মোৰ ফালৰ পৰা ৰঙালী বিহু বহুত শুভেচ্ছা থাকিল Harpal Da❣️❣️❣️ লগতে KZbin ৰ পৰিয়াললৈ ও শুভেচ্ছা থাকিল...... 200k coming soon 🥰🥰
@SJ-gs4pf
@SJ-gs4pf 2 жыл бұрын
kzbin.info/www/bejne/ql6Yi6eFi5dsbpY
@Harpalsaikia15
@Harpalsaikia15 2 жыл бұрын
Raiz. Bihur hubhessa jasilu, aami 200K family hobole loisu. Thank you so much guys.
@k7creation825
@k7creation825 2 жыл бұрын
অতি সোনকালে @Harpalsaikia Family টো 200K হওক তাৰে আশা কৰিলোঁ...!!☺️💐
@bhabaniborahsaikia6072
@bhabaniborahsaikia6072 2 жыл бұрын
Happy bihu ❤️
@kaushikkumardas3639
@kaushikkumardas3639 2 жыл бұрын
Happy Bihu to all the family members. #Harpal Saikia.
@akhomiyasuwali9095
@akhomiyasuwali9095 2 жыл бұрын
apunr ghor r hokolu tiloike bihu r huvesha jasilu😊😊😊😍. video tu bohut val lagile 😊😊
@bijitpathak8107
@bijitpathak8107 2 жыл бұрын
Happy bihu dada
@pragyankaushik1402
@pragyankaushik1402 2 жыл бұрын
শেষৰ ফালে কান্দি দিলোঁ দাদা । ৰঙালীৰ শুভকামনা আপোনালৈ ❤
@mrpictures6794
@mrpictures6794 2 жыл бұрын
শপত খাই কৈছোঁ চকুপানী ওলাই গৈছে। ৰচনাখন শুনি থকাৰ সময়ত। ভাই সচাকৈ মনক চুই গৈছেও। ৰঙালী বিহুৰ শুভেচ্ছা থাকিল তোমালৈও।
@anweshahazarika9337
@anweshahazarika9337 2 жыл бұрын
Tumar video bur sai bohut bhal lge Dada ❤❤ anedore aag barhi goi thka 😊....happy bihu 💕
@shruti308
@shruti308 2 жыл бұрын
9:49 "koka aaitar tamulor khundoni r xobdo xuna nai" Aibar bihu xosake uka, koka okol xoriya hoi gol, ghoror mudhos t bohi Bishnu Prasad r gaan r kitab porhi thaake, march 18th t Aaita dhukale, protyek baare aaitai call kori bihur xubhessa jonai, aibar nai, kokak logot loi aanibo bisarileo kokai koi, "mur oxuh hoi aase, olopman vaal pale jaam de" kintu aaita r xeh smriti thoka thaitu jaanu kokai ari aahibo paaribo...
@ribyusaikia2930
@ribyusaikia2930 2 жыл бұрын
শেষৰ ফালৰ কথাখিনিয়ে সঁচাকৈ আবেগিক কৰি তুলিলে।। লৰালি দিনৰ ছবিখন মনত পৰি গল😌❤️
@pranamirabha4975
@pranamirabha4975 2 жыл бұрын
Apunar script bor bhut vl lgy harpal daa🤗🤗🤗ki km aru,, ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালো
@amlanjyotimahanta6833
@amlanjyotimahanta6833 2 жыл бұрын
Maal tu beleg tumi.. Hahir maajere abegik kora bidhor. Notuntto t puroni xuorai diya bidhor... Rongali bihur hubhesya thakil... ❤️
@northeastboy1234
@northeastboy1234 2 жыл бұрын
হৰপল দা ৰচনাখিনি একদম হৃদয় চুই গল, বাৰুকৈয়ে অনুভৱ কৰিছো যে বিহু বহুত সলনি হৈ গল ককা আইতাৰ দিনতকৈ। ভৱিষ্যত চাগে মোৰ মতে আমাৰ পিছৰ প্ৰজন্মই বিহু বুলি কলে অকল মঞ্চ হে চিনিব চাগে পথাৰ পাহৰি, হুঁচৰি পাহৰি লাউদ স্পিকাৰ হে চিনিব, ঢোল পেঁপা বাঁহী পাহৰি বিদেশী ড্ৰামছেট হে চিনি পাব।। বৰকৈ দুখ লাগে ভাবিলে। Love you 💖 হৰপল দা💝 ভিদিওটো চাই ভাল লাগিল।।
@theheartless5349
@theheartless5349 2 жыл бұрын
ব’হাগ মাথোঁ এটি ঋতু নহয় ,নহয় ব’হাগ মাথোঁ এটি মাহ ,অসমীয়া জাতিৰ ই আয়ুসৰেখা ৷ ঐতিহ্য আৰু স্বাভিমানৰ অনবদ্য সাক্ষী হৈ জ্বিলিকি থাকক আমাৰ ৰঙালী বিহুটি। কুশলে থাকক অসমীয়া প্ৰৌজ্জ্বলিত হৈ ৷৷ তাৰেই কামনাৰে সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলো ৷৷ ধন্যবাদ 😊
@Mindsetinmarketmove
@Mindsetinmarketmove 2 жыл бұрын
Mjhh dada Happy Bihu ❣️ মই এই video tur যোগেদি এটাই বুজিব পৰিলোঁ যে বহুত পৰিবৰ্তন হৈছে। আগতে মানুহে বিহু বুলি কলে পিঠা পনা এইবোৰ বনাইছিল আজি কালি এইবোৰ নাই সকলো বজাৰৰ পা ক্ৰই কৰে। না হুঁচৰি না বেলেগ কিবা। সঁচাই বহুত পৰিবৰ্তন।
@njrblog
@njrblog 2 жыл бұрын
Memories bring back 😔😔 podyo tu huni bht kothai mont porile.. Jibonot prothom dintu husori mari 40 toka paisilu.. Year tu pahorilu.. Podyo 2 huni somupani ulai gol 😣😣😣 thank you harpal for this amazing video..
@bidishabaishya1451
@bidishabaishya1451 2 жыл бұрын
Mojja lagile Harpal.. tumak aru tumar poriyal borgoloi Rongalir bihur xuvesshya jonalu 🙏
@bidishagogoi021983
@bidishagogoi021983 2 жыл бұрын
Uff..xekhor kobita tu e mon sui gol..❤️ Happy Rongali Bihu..!!
@twinkle-vc1pu
@twinkle-vc1pu 2 жыл бұрын
"কিনো চ'তমহীয়া বতাহছাটি মাৰিলে গছে-বনে সলালে পাত, প্ৰকৃতিৰ বুকুলৈ বসন্ত কাল আহিলে গৰুৰ ছালেও লগালে মাত" -- আপোনাৰ লগতে আপোনাৰ সমূহ পৰিয়াললৈ অসমৰ আয়ুসৰেখা তথা অসমীয়াৰ প্ৰাণ ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ😊
@adityasaikia3215
@adityasaikia3215 2 жыл бұрын
heart touching message at the last moment
@pujaranibordoloi9783
@pujaranibordoloi9783 2 жыл бұрын
ৰঙালী বিহুৰ ওলগ জনালোঁ... শেষৰ পংক্তি বোৰ ভাল লাগিল ❤️❤️❤️❤️
@EverythingaroundD
@EverythingaroundD 2 жыл бұрын
hodai ata message diya tumi bhal lage dada hosai bihu bahu porimane adhunikotai grah kori pelaixe baki love it ❤️
@himaksisarania7772
@himaksisarania7772 2 жыл бұрын
গা নোম সিয়ৰি উঠিল ৰচনা খন শুনি ..বিহুৰ শুভেচ্ছা জনালো
@dipikabora2104
@dipikabora2104 2 жыл бұрын
চিঠিখনে কিবা এটা চুই গ'ল.....ভাল লাগিল দাদা 🌼 ৰঙালী বিহুৰ অলেখ শুভকামনা আপোনাক ☺️
@rawsymphony6987
@rawsymphony6987 2 жыл бұрын
I love you harpal... Aakhirbad ase tumar logot, God bless you bro.. Ei baruah poriyal tu akhare baat sao.. Please di jaba..
@Dora_world-y1d
@Dora_world-y1d 2 жыл бұрын
Moja re harpal.. Kobita Tu je ultimate hoise.. Long live harpal n happy bihu harpal
@meenakshimedhi267
@meenakshimedhi267 2 жыл бұрын
Nostalgic hoi porilu ... Happy Rongali Bihu 🥰
@bhaswatichoudhury6508
@bhaswatichoudhury6508 2 жыл бұрын
Bihur Letter khon❤️ .. Happy Rongali Bihu @Harpal Saikia ❤️
@pallabidutta1584
@pallabidutta1584 2 жыл бұрын
Happy Bihu Harpal..... May God bless you....
@sibanimoran5787
@sibanimoran5787 2 жыл бұрын
প্ৰতিটো চৰিত্ৰৰ অভিনয়ই অন্তৰ চুই যায়।♥️♥️♥️হৰপল বহুত মৰম তোমালৈ লগতে বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
@rupamjyoti8412
@rupamjyoti8412 2 жыл бұрын
বিহুৰ বহুত বহুত ওলগ জনাঁলো Harpal দা ।
@simanta985
@simanta985 2 жыл бұрын
Rosona khon val lagil soku pani ulai gool
@nayangogoi6474
@nayangogoi6474 2 жыл бұрын
অসমীয়া বাপতি সাহোন ৰঙালী বিহুত তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে শুভকামনা জনাইছো। লগতে নতুন অসমীয়া বছৰটো যাতে সুখ শান্তিৰে পাৰ হয় তাৰ কামনা কৰিলো।
@Bitupan03
@Bitupan03 2 жыл бұрын
সকলো ধেমালিৰে আৰম্ভ হৈ শেষত সেই ৯০'ৰ আবেগ মৰম বোৰে শেষ কৰা মানুহ জনেই তুমি । ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ যোৰহাট মৰিয়নিৰ পৰা ❣️
@Xavier.01
@Xavier.01 2 жыл бұрын
অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকো।☺️“ অসমীয়া বাপতি সাহোন ৰঙালী বিহুত তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে শুভকামনা জনাইছো। লগতে নতুন অসমীয়া বছৰটো যাতে সুখ শান্তিৰে পাৰ হয় তাৰ কামনা কৰিলো💓।
@roktimraag1129
@roktimraag1129 2 жыл бұрын
গাৰ নোম থিয় হৈ গল ৰচনাখনৰ শব্দবোৰৰ 🔥❤️
@ms.moondas2117
@ms.moondas2117 2 жыл бұрын
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ,video to hekh hole Vaal nalage monto,aru j sai thakim tumar video to,aru dhigol koriba video bur, tumar hokolu video e sau moi,Vaal lage 👍
@darshanadas6025
@darshanadas6025 2 жыл бұрын
Bojar r sobji, mithatel r nisinakoi BIHU tu o bhejal hoi gol..... Manuh bur aadhunikotat dubi goise.. Jantrikota r duniyat jiyaboloi loise.. Aibur r karone prakritiye edin manab jiboloi ata dangor bhabuki loi anibo... Jitu ami upolobdhi korute bohut deri hoi jabo.. Sokur agote prakritir xubaakh kon herai goise.. Ami holoni hole ami prakritir bukut hodai jipaal hoi jiyai thakibo parim... Harpal,tumaloi u AXOMIYA NASA BARXO aru RONGALI BIHUR antorik xuvokamona jonalu...
@pirklinclub188
@pirklinclub188 2 жыл бұрын
Mojaaaa lagil beh kla......savage de dela sunn........Heya bhora Happy Bihu❤️❤️❤️
@deepsikhasarkar4076
@deepsikhasarkar4076 2 жыл бұрын
Happy Bihu harpal 🥳💕
@disha6696
@disha6696 2 жыл бұрын
ৰচনাই শৈশৱ সোঁৱৰাই গ'ল...ভাল লাগিল
@pampisenapati9323
@pampisenapati9323 2 жыл бұрын
ভাল লাগিল হৰপল দা। ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল তুমালে💓
@minakshmahanta2116
@minakshmahanta2116 2 жыл бұрын
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল, ভাল লাগিল
@tgsseveryflavourbeans4904
@tgsseveryflavourbeans4904 2 жыл бұрын
বহুত ভাল লাগিল, দাদা🥺🥺❤❤ ৰঙালী বিহুৰ শুভেচ্ছা...❤
@priyalahan9132
@priyalahan9132 2 жыл бұрын
Harpal...you are also fire 🔥
@deep1658
@deep1658 2 жыл бұрын
The title matches with the story "A Letter to God"🌚💫
@parthahazz
@parthahazz 2 жыл бұрын
CLASS 10✌️ME TOO
@PGCinemaHouse
@PGCinemaHouse 2 жыл бұрын
It's quite amusing.. Content created with a note of love, emotions & pride towards culture n tradition.. Loved it👌
@secretboss5717
@secretboss5717 2 жыл бұрын
Amazing*
@priyangshurajbongshi6937
@priyangshurajbongshi6937 2 жыл бұрын
It was really great 😊👍 specially the last part....with so much emotions 🥺❣️ keep going .... Happy Bihu🙌💖
@dulumonihazarika26
@dulumonihazarika26 Жыл бұрын
Happy rangali bihu in advance. Hahilu dei khub. Akou abar sua vdo tuke salu. ❤❤❤😂😂😂
@vishalsaikia4636
@vishalsaikia4636 2 жыл бұрын
Happy rongali bihu harpal da tumar video bilak bht vl lge dei😂
@samirulislam3615
@samirulislam3615 2 жыл бұрын
The video is amazing and meaningful. Happy Bihu Lots of love ♥️
@jashpreet4440
@jashpreet4440 2 жыл бұрын
Happy rongali bihu to all my dear frds in the comment section 😊 By the way harpal da it was a great vedio
@borahjunashree
@borahjunashree 2 жыл бұрын
Ai mojja lage apunar video sai bhot din agote ata video saisilu aru aji sai su bor dhunia hoise
@deepayanmahanta-topic500
@deepayanmahanta-topic500 2 жыл бұрын
That Rosona just gave me goosebumps !! Such beautifully presented ❤️
@utpalgogoi9957
@utpalgogoi9957 2 жыл бұрын
Bihur rosona khne hridoi sui gol agor bihu je etiya ni hai2 upolobdhi koresu.. happy bihu❤️❤️
@chaniaborah5805
@chaniaborah5805 2 жыл бұрын
ৰচনা খনে মন চুই গল❤️ সঁচাই এইবাৰৰ বিহু বিহু যেন লগাই নাই🥺 কিয় জানো কিবা এটা খালি খালি লাগিছে 🥲
@debajitzgVlog
@debajitzgVlog 2 жыл бұрын
খুউব ধুনীয়া কথা লিখিছে ৰচনা খনত,.... সচাকৈ বিহু আজি উকা উকা লাগিছে 😒❤️
@dhrubah4963
@dhrubah4963 2 жыл бұрын
সঁচাকৈ harpal da চকু পানী ওলাই গল, সঁচাই মন চুই গৈছে 💕
@Xopuntora
@Xopuntora 2 жыл бұрын
তোমালৈ বিহুৰ শুভেচ্ছা ❤️ বৰ ভাল লাগিল ভিডিঅ'টো❤️
@richguy01
@richguy01 2 жыл бұрын
"I love you" is common, what about 'তোমালে মৰম মোৰ অলেখ অপাৰ,, ভাবনাতে দিন মোৰ ৰাতি একাকাৰ ‌'❤️ love you dada
@sweetydas676
@sweetydas676 2 жыл бұрын
Kisuman videot imanei abeg thake j dhuniya dhuniya xobdo likhi comments dileu Mon nobhore... Just woww 🥺
@xbit007gaming8
@xbit007gaming8 2 жыл бұрын
Happy Rongaali Bihu To you Bro ❤️ And Congratulations in advance for 200k
@priyabratasamrat1344
@priyabratasamrat1344 2 жыл бұрын
ইমানদিনে হহুঁৱাই থকা ল’ৰাটোৱে কন্দুৱাই দিলা আজি। বহুত বহুত মৰম আৰু শুভকামনা তোমালৈ
@indudey1162
@indudey1162 2 жыл бұрын
Abegig hoi golu ....khub dhuniya ...video bur sai Val lage ...bhogobane tumar mangal korok
@Jahnvi03
@Jahnvi03 2 жыл бұрын
আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো!🫶🏻 ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ, তাৰেই আন্তৰিক কামনাৰে...... ৰঙালী বিহুৰ শুভেচ্ছা জনালো ❤️
@upakulishangogoi5436
@upakulishangogoi5436 2 жыл бұрын
Tumar kotha bur huni mon hemeki gol loralir dinbur monot pori gol 🥰🥰🥰 bohut dhunia lagil...
@abhilashborah3799
@abhilashborah3799 2 жыл бұрын
Mozza hoise 😂😂😂💯 Happy BIHU
@kamanika1222
@kamanika1222 2 жыл бұрын
বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ লগতে তোমাৰ লগতে তোমাৰ পৰিয়াল টোৰ দিনবোৰ ভালে যায় তাৰে কামনা কৰিলোঁ। তুমি অাৰু আগুৱাই যোৱা দাদা আৰু তুমি ভাল লগা video বোৰ দি যোৱা আমাক 💗
@abhilashbora9627
@abhilashbora9627 2 жыл бұрын
আজিৰ বিহু উকা যেন পাইছোঁ,,, কিয়নো তেনেকুৱা লাগিছে ভাবিবলেকে ঘূৰি ঘূৰি চাইছোঁ,,,,😖 Happy bihu......🙂💜
@adutt998
@adutt998 2 жыл бұрын
Felt very emotional while going through the বিহু ৰচনা. you are really talented
@সমন্বয়-২৪
@সমন্বয়-২৪ 2 жыл бұрын
বিহুৰ শুভেচ্ছা থাকিলে দাদা... সোনকালেই 200k হওঁক নতুন বছৰৰ আপোনাৰ বাবে ডাঙৰ উপহাৰ হব ৷
@aniketdas8799
@aniketdas8799 2 жыл бұрын
U r just LIT 🔥🔥🔥🔥
@gautamdas5846
@gautamdas5846 2 жыл бұрын
Moja moja.. Rongali bihur ahekh huvashya janalu.. 😊😊😊😊
@assamguruji5702
@assamguruji5702 2 жыл бұрын
moza dada .... val lagil sai ..apunar rosona khone ghoroloi monot pelai dile 😭..12 hours 9 hours daily duty kori pahoriyei goisilu bihur kotha 🙏. apunaloi bihur huveisya thakil ... happy bihu everyone...❤️
@sanjumabegum7646
@sanjumabegum7646 2 жыл бұрын
Obsessed with your video's and happy bihu and lots of love from sivasagar ♥️
@dhanjitrajbongshi1387
@dhanjitrajbongshi1387 2 жыл бұрын
After listening the letter..I want to give heart ❤️ react ...but youtube t nai 😅😅
@chiranjibmyna4762
@chiranjibmyna4762 2 жыл бұрын
Last r line keita 💥💥💥💚, stay shining brother 🌳
@prangonbora1343
@prangonbora1343 2 жыл бұрын
Last r rosona khn bht bsi bhl lgil Kio najanu bihu buli kola mon too bhl lgi jai Bihu too emotion nohoi Bihu mne Ami Ami mne Axomiya ❤️
@jinimahanta5135
@jinimahanta5135 2 жыл бұрын
Bihur rosona khn xuni gar num jikar khai gol ❤️ agbahri jua aru besikoi best of luck dada ❤️ happy bihu
@rashmirekhasaikia2622
@rashmirekhasaikia2622 2 жыл бұрын
Heart touching ❣
@trishnasingh3952
@trishnasingh3952 2 жыл бұрын
The letter was so beautiful..made me cry...thank you Harpal for making me stay connected with my roots...love from Dubai 💞❤ Happy Rongali Bihu to all.
@manasprotim5989
@manasprotim5989 2 жыл бұрын
Bihuk loi likha rosona khne agor puroni koka aita dinor bihur husorir kotha mnt pelai dile huni mnt hontukh palu ❤️love you harpal da.........love from north Lakhimpur 😍😚
@AnjaliSharma-ft6kx
@AnjaliSharma-ft6kx 2 жыл бұрын
Sach may kya acting hoti hai apki mst..sabka dailog ak dm perfect.lgta hi NH ki ak hi enshaan Sara km kr rhai hai..👌👌
@dolly4407
@dolly4407 2 жыл бұрын
বিহুৰে বিৰিণা পাতে সমনীয়া ... অ বিহুৰে বিৰিণা পাত,বিহু থাকে মানে বিহুকে বিনাবা বিহু গলে বিনাবা কাক...।😌😌 ৰং-বসন্তৰ উৎসৱ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ আপোনালৈ লগতে আগন্তুক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আপুনি আগুৱাই যাওক আৰু আমাক হহুয়াই যাওক। তাৰেই আশাৰে ও হৰি ও ৰাম।।
@syamantasaikia4564
@syamantasaikia4564 2 жыл бұрын
বিহু ৰচনা খনে কিন্তু মনটো চুই গল। একদম সঁচা কথা কলে 😔
@deepagogoi392
@deepagogoi392 2 жыл бұрын
Rangali Bihu r hubhaeshya, aru morom ashirbad jonaesu...... Hodai bhale thaka 💕
@bibhashdastidar7685
@bibhashdastidar7685 2 жыл бұрын
Happy Rongali Bihu..❤️❤️❤️❤️... Keep rocking
@kabitakangna8941
@kabitakangna8941 2 жыл бұрын
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।
@nayanaboruah7216
@nayanaboruah7216 2 жыл бұрын
@Harpal, Ek hi dil hein kitne baar jitogee❤️❤️❤️ গোটেই content টুৱে খুব ধুনীয়া হৈছে☺️ বিশেষকৈ অন্তৰ চুই গল শেষৰকণে🤗🤗 আৰু আগবাঢ়ি যোৱা তুমি🙏🙏🙏🧿🧿🧿 বহাগ বিহু আন্তৰিক শুভেচ্ছা জনালোঁ তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোলৈকে🤗😊
@ManoxKB
@ManoxKB 2 жыл бұрын
Quite emotional. End is epic!
@tashinzaman9409
@tashinzaman9409 2 жыл бұрын
Hosai koisu rosona khon huna homoyot mon tu kiba dukh lagi gol haidin bur hosai harai gol holaw video tu bohut a val lagil 😘😘 anakwa video aru dbo sn 😁
@gargeegogoi1235
@gargeegogoi1235 2 жыл бұрын
Wishing you a very happy and colorful Rongali Bihu Harpal da, your words on Bihu are really heart touching and beautiful I got tears in my eyes
@manashreekalita9753
@manashreekalita9753 2 жыл бұрын
Bohut val lagil👌👌last r kotha khiniye hosake hridoy sui gol💕
@deepjyotibordoloi8647
@deepjyotibordoloi8647 2 жыл бұрын
Happy bihu ... Made my night🤭🤭🤭🤭 Lots of love from JORHAT 💜💜 Dhul r mat last part t huni nostalgic feel hoi gol...Thank you n best wishes 😘
@satabdeehazarika4844
@satabdeehazarika4844 2 жыл бұрын
ভাইতী তোমাৰ লৈ বিহুৰ বহুত শুভেচ্ছা থাকিল। ভিদিও তো চাই বৰ ভাল‌লাগিল ❤️
@susmitabora7291
@susmitabora7291 2 жыл бұрын
Mojaaaaaaaaaaaaa Harpal daa....happy bihuuu🥰
@Sun-hp7ke
@Sun-hp7ke 2 жыл бұрын
বহুত ধুনীয়া লাগিল কবিতা টো🥺❤️ তোমাক আৰু তোমাৰ পৰিয়ালৰ লৈ ৰাঙলী বিহুৰ হিয়ভৰা শুভেচ্ছা থাকিল Harpal দা❤️✨
@babuneelvlogs7352
@babuneelvlogs7352 2 жыл бұрын
বিহুৰ শুভেচ্ছা জনালোঁ । শেষৰ কন savage dise 💥 notice কৰিব লগা।
@tulika137
@tulika137 2 жыл бұрын
ভাইটি তুমি অলপ বেলেগ বিধৰ😊... সলনি নহবা🙏🙏 .. প্ৰতিজন অসমীয়ালৈ ৰঙালীৰ উলগ যাছিলোঁ 🥰
@lonadowarah9102
@lonadowarah9102 2 жыл бұрын
বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলো ♥️♥️
@dolimalakar_musical2693
@dolimalakar_musical2693 2 жыл бұрын
Soku pani nigorise oiiiii harpal da ❣️
@mr.champvishu719
@mr.champvishu719 2 жыл бұрын
Lastot ji kole ekdom hosa... Ajikali agor nisina nloga hol... Maza laagil ❤️❤️❤️
@thexaikia1145
@thexaikia1145 2 жыл бұрын
One of the best ❤️❤️
| Saraswati Puja S*** Contest | Harpal Saikia
13:44
Harpal Saikia
Рет қаралды 225 М.
Harpal Saikia | The Crackers |
8:46
Harpal Saikia
Рет қаралды 188 М.
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН
Леон киллер и Оля Полякова 😹
00:42
Канал Смеха
Рет қаралды 4,7 МЛН
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН
vo-lok #3 | J Lalrosanga hrelo kan zawng! no vehicle zone 31st Dec 24 🫣🫣
25:08
bidurbhai new  Assamese movie full .. . fantastic 😍
4:02
It's _ @Ankita
Рет қаралды 2,7 М.
Airfield Pastor tlaikhawhnu ah athiam leh zawk ta tlat mai...😱
11:05
| FOREVER SINGLE | Harpal Saikia
9:33
Harpal Saikia
Рет қаралды 157 М.
vo-lok #4 | mauruangi pasal kha…?🧔🏿😂😂 | 31.12.24
21:14
Mr. Jonz React & Critic
Рет қаралды 1,2 М.
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН