ডঃ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ ভাগৱত পাঠ||Dr.Pitambor Dev Goswami||Bhagawat Path||Auniati Hatra

  Рет қаралды 106,750

SUMIT SAIKIA OFFICIAL

SUMIT SAIKIA OFFICIAL

Күн бұрын

ওঁম নমো ভাগৱতে বাসুদেবায়🙏🙏🙏
বৈষ্ণৱ পণ্ডিত গবেষক ডঃ শ্ৰীশ্রী পীতাম্বৰ দেৱ গোস্বামী MA. PhD প্ৰভূৰ মৌ-মিঠা ভাগৱত ব‍্যাখ্যা,,,
স্থান-আউনীআটী সত্ৰ কলিয়াপানী,টীয়ক(যোৰহাট)
#Dr_Pitambordev_Goswami#BhagawatPath

Пікірлер: 161
@fhulmonigogoi1146
@fhulmonigogoi1146 Жыл бұрын
Krishna Krishna provu
@DipaMoran-kk7gw
@DipaMoran-kk7gw Жыл бұрын
🙏🙏🙏
@sanahigogoi381
@sanahigogoi381 Жыл бұрын
কৃষ্ণ ঈশ্বৰে দীঘায়ু কৰক
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
🙏
@TileswariSaikia-l6d
@TileswariSaikia-l6d 8 ай бұрын
Krishna Krishna gurajana Prabhu 🙏🙏🙏🙏
@AmusedElephant-oc7ne
@AmusedElephant-oc7ne 4 ай бұрын
কৃষ্ণ কৃষ্ণ সেৱা জ্নালো প্ৰভু 🙏🏽
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 4 ай бұрын
🙏
@rashmiphukon7994
@rashmiphukon7994 2 жыл бұрын
👃👃👃👃
@paragduarah1706
@paragduarah1706 2 жыл бұрын
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা বিৰচিত মহাভাগবত অসমত প্ৰচলন হয ।
@hemantabaruah3693
@hemantabaruah3693 2 жыл бұрын
প্রায় চাৰেপাঁচশ বছৰৰ আগতেই মহাপুৰুষ গুৰুজনাই চহা সহজ-সৰল লোকে সংস্কৃত বুজি নাপাব যেন অনুমান কৰি ব্রজাৱলী ভাষা সৃষ্টি কৰি সেই ভাষাতে সমস্ত সাহিত্য ৰচনা কৰি থৈ গল।পুৰাণসূয্য মহাভাগৱত ভাগিও গুৰুজনাই সংস্কৃত ভাষাৰ পৰা অনুবাদ কৰি গৈছে।গোস্বামী প্ৰভূৱে সেইভাগি গাই ব্যাখা কৰাহলে বেছি আপোন যেন লাগিলহেঁতেন।গুৰুজনাকৃত মহাভাগৱত ভাগি সত্রত কিয়নো পাঠ-ব্যাখা কৰা দেখা নেযায়,জনাবচোন।
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 2 жыл бұрын
গোঁসাই ঈশ্বৰক আহি সন্মুখত কব,,, এনেকৈ Comment কৰি নহয়।নিশ্চয় সুফল পাব,,,
@binudsharmamlm8501
@binudsharmamlm8501 2 жыл бұрын
@@sumitsaikiaofficial2991 xanmokhin hoboloi bokot kolija namor bastu bidh nai
@rajibsharma6751
@rajibsharma6751 Жыл бұрын
Damodor debia puja kora manuhe gurujonar vagobot noporhe. Damudoror ako poa nai porha nai ajiloike.honkordevor sristi raji a use kore kintu khuli prokas nokore.
@muninoza4944
@muninoza4944 6 ай бұрын
সংস্কৃত মাতি এতিয়া আৰু মানুহক বুৰ্বক বনাব নোৱাৰে আৰু।
@muninoza4944
@muninoza4944 6 ай бұрын
​@@sumitsaikiaofficial2991গোসাঁই কাক কয় জানে নাজানে পদ্ম পূৰাণ স্বৰ্গ খণ্ড পঢ়িবলৈ আমি সেৱা ধৰিলো তেতিয়াই গম পাব ।
@pranjalborah9625
@pranjalborah9625 2 жыл бұрын
🙏🙏krisno povu mur monubansa puron korok . Krisno 🙏
@jayantadeka5669
@jayantadeka5669 2 жыл бұрын
🙏🙏🙏🙏প্রণাম 🙏🙏🙏🙏গুৰুদেৱ🙏🙏ৰাধেকৃষ্ণ🙏🙏🙏
@ashokhatibaruah7535
@ashokhatibaruah7535 2 жыл бұрын
মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ দ্বাৰা বিৰচিত মহা ভাগৱতৰ আদৰহে অসমত বেচি ৷
@PratulchDas
@PratulchDas 2 жыл бұрын
সছা
@gbarman8350
@gbarman8350 2 жыл бұрын
একেবাৰে সচা কথা ৷
@binudsharmamlm8501
@binudsharmamlm8501 2 жыл бұрын
Hori pondit mohaxoi Sankar deve vagawat ketia kar pora paisel janene
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 2 жыл бұрын
Birochito nohoi anubad korahe . .. bhagawat byas muniehe likha .chinta kori katha kobo
@Mrigankada
@Mrigankada 2 жыл бұрын
g o up hipcrop FYI FYI too turn cryutin
@dipanjaliduarah8209
@dipanjaliduarah8209 2 жыл бұрын
Krishna krishna prabhu
@rubigogoi5227
@rubigogoi5227 2 жыл бұрын
কৃষ্ণ🙏
@ranjudutta7109
@ranjudutta7109 2 жыл бұрын
Krishno soronot dhorisu
@borunsaikia5588
@borunsaikia5588 2 жыл бұрын
pronam probhu pronam🌸🌸🌸🌸🌻🌻🌻🌻🌍🌏🌍🌍
@utpalkalita7418
@utpalkalita7418 2 жыл бұрын
শ্ৰী শ্ৰী বাপজনা আমাৰ অভাজনাৰ সেৱা ভাগি সাদৰে গ্ৰহণ কৰে যেন। উতপল কলিতা মঙলদৈ।
@rajibsharma6751
@rajibsharma6751 Жыл бұрын
Duta sree akol dujona guru khetrot projojya.
@bipujoygrusankorkonwarkris5743
@bipujoygrusankorkonwarkris5743 2 жыл бұрын
Krishna🙏🙏🙏🙏Krishna🙏🙏🙏🙏
@pobitrahazarika4670
@pobitrahazarika4670 2 жыл бұрын
Hundor 🙏🙏
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 2 жыл бұрын
ধন্যবাদ
@nayanjyotiboruah5892
@nayanjyotiboruah5892 2 жыл бұрын
👏👏👏👏👏
@tulikabarua2838
@tulikabarua2838 2 жыл бұрын
🙏🙏🙏
@kalpanahazarika7631
@kalpanahazarika7631 2 жыл бұрын
সংস্কৃত প্ঢ়াভাগৱত সকলো ৰে বোধগম্য নহয়।কি বুজি পাব।
@kkboy528
@kkboy528 Жыл бұрын
গুৰুজনাৰ বিৰচিত ভাগব্ত নহয়। কিয়?
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
গোঁসাইক সুধিব কৃষ্ণ🙏🙏🙏
@pradipgogoi3182
@pradipgogoi3182 2 жыл бұрын
শ্ৰী শ্ৰী বাপ জনাৰ ওচৰত শতকুতিবাৰ সেৱাহে জনাইছো গ্ৰহণ কৰিব।
@robinpathak9624
@robinpathak9624 2 жыл бұрын
কৃষ্ণ কৃষ্ণ মোৰ প্ৰভুজনালৈ শত কৌটি সেৱা জনালোঁ।
@rajibsharma6751
@rajibsharma6751 Жыл бұрын
@@robinpathak9624 gurudujonaloi monot nopore.
@bipulborah1718
@bipulborah1718 2 жыл бұрын
প্ৰভূৰ চৰণত সেৱা, ভাগৱত ভাগিৰ কীৰ্তন-শ্ৰৱনৰ সৌভাগ্য হৈ ধন্য উপলব্ধি কৰিলোঁ
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 2 жыл бұрын
কৃষ্ণ🙏🙏🙏
@pulinkonch656
@pulinkonch656 2 жыл бұрын
Buji paise Mane hei karone sankardev birasita khan Buji napai
@jogendranathsonowal416
@jogendranathsonowal416 2 жыл бұрын
Probhu pronam janaisu aapunak
@putuldas3984
@putuldas3984 2 жыл бұрын
Kreshna kreshna ram
@gunavathibuwari6644
@gunavathibuwari6644 2 жыл бұрын
Ram Ram
@শিল্পালয়ষ্টুডিঅ
@শিল্পালয়ষ্টুডিঅ 2 жыл бұрын
কৃষ্ণ গুৰুজনালৈসেৱাজনাইছো।নাথ। লখিমপুৰ।
@kumudrajkhowa68
@kumudrajkhowa68 2 жыл бұрын
Kripa kore jen probhu krishna
@prannabduarah4903
@prannabduarah4903 2 жыл бұрын
Provu Sri Sri Sankar dev Mohapurukhjonai Eman Hundor bhave Sanaskrit to Assamese korise Apuni English Anubad korok.
@bhg197
@bhg197 2 жыл бұрын
🙏🙏🙏🙏মোৰ এটা চেনেল আছে এবাৰ চাবলৈ অনুৰোধ জনালেো🙏🙏
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 2 жыл бұрын
নিশ্চয় চাম
@pompiborah2495
@pompiborah2495 5 ай бұрын
কৃষ্ণ 🙏
@pradipsarma6762
@pradipsarma6762 Жыл бұрын
Ram Krishna
@KanakGogoi-rb2vh
@KanakGogoi-rb2vh 11 күн бұрын
Kishna Krishna probhu
@kohinurphukan8677
@kohinurphukan8677 2 жыл бұрын
Krishna probhu
@madhavkonwar6500
@madhavkonwar6500 Жыл бұрын
জয় গুৰু শঙ্কৰ।
@nirmalikhanikar7081
@nirmalikhanikar7081 2 жыл бұрын
কৃষ্ণ
@indiragogoi584
@indiragogoi584 2 жыл бұрын
কৃষ্ণ কৃষ্ণ মোৰ প্ৰভো ঈশ্বৰ
@kamalagogoi2699
@kamalagogoi2699 2 жыл бұрын
প্ৰভূ ঈশ্বৰলৈ প্ৰণাম।🙏
@nivagogoi9750
@nivagogoi9750 Жыл бұрын
Krishna probhujon.shundar hoisa.
@nivagogoi9750
@nivagogoi9750 Жыл бұрын
Apunar cont.......No doboa
@rajibsharma6751
@rajibsharma6751 Жыл бұрын
Pronam thike ase kintu pravu issor kenekoi hobo.
@dipikadevi4923
@dipikadevi4923 11 ай бұрын
শংকৰদেৱে ভাগৱত ৰচনা কৰা নাছিল। এই সংস্কৃত মূল ভাগৱতৰ পৰা অনুবাদ হে কৰিছিল ।
@MarryChetia-q2j
@MarryChetia-q2j 10 ай бұрын
🙏🙏🙏🙏
@biswaphukan7585
@biswaphukan7585 2 жыл бұрын
krishna krishna
@asomiaasom6008
@asomiaasom6008 Жыл бұрын
অসমত প্ৰথম সত্ৰ প্ৰতিস্থাপক সত্ৰৰ ৰূপকাৰ সত্ৰৰ জনক মহাপুৰুষ দেৱ দামোদৰদেৱ গুৰুৰ প্ৰধান শিষ্য ধৰ্মাচাৰ্য বংশীগোপালদেৱ স্থাপিত কুৰুৱাবাহী সত্ৰৰ ভাগৱতী নিৰঞ্জনদেৱৰ ওচৰত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই শৰণ লৈ ১৫৭৫ শকত আউনীআটী সত্ৰ স্থাপন কৰে ।নিৰঞ্জনদেৱৰ গুৰু মহাপুৰুষ দেৱ দামোদৰদেৱ সেয়ে আউনীআটী সত্ৰৰ পৰম আৰাধ্য গুৰু দেৱ দামোদৰদেৱ কিন্তু সাম্প্ৰতিক সময়ত আউনীআটী সত্ৰৰ গুৰু সলনি হল ,গুৰু দেৱ দামোদৰদেৱ সত্ৰত বৰ্জিত অনাদৃত অবহেলিত ত্যাগ কৰা হল ।আচাৰ্য বংশীগোপালদেৱ ,আচাৰ্য বনমালীদেৱ ,শিষ্য ভাগৱতী নিৰঞ্জনদেৱ ,জয়হৰিদেৱ সন্ত মহন্ত সবৰ পৰম আৰাধ্য গুৰু অসমত প্ৰথম সত্ৰ পাতি বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰবোৰ্তক প্ৰচাৰক গুৰু দেৱ দামোদৰদেৱ আজি মাজুলীত বৰ্জিত উপেক্ষিত হল ।গুৰু দেৱ দামোদৰদেৱৰ নামগন্ধ গুণানুকীৰ্তন নোহোৱা কৰা হল গুৰু পৰিবৰ্তন হল মুলচ্ছেদ হল ।এয়াই আজি শুদ্ধ সত্য ধৰ্ম ।এয়া অসমবাসীৰ বাবে অতি দুভাগ্য ।মহাপুৰুষ হৰিদেৱ ,গুৰু শংকৰদেৱ ,গুৰু দামোদৰদেৱৰ চৰিত পুথি আৰু আউনীআটী সত্ৰৰ বুৰঞ্জী ,শিষ্য সবৰ লিখনি তথ্যৰ লগত সাম্প্ৰতিক সময়ৰ পাৰ্থক্য প্ৰভেদ পৰিবৰ্তন দেখি উনুকীয়ালো ।ধৰ্ম এনেকুৱাইনে ?গুণীয়েহে গুণীৰ মোল বুজে সেয়ে গুৰু শংকৰদেৱে গুৰু দেৱ দামোদৰদেৱ সম্পৰ্কে কীৰ্তনঘোষাত এনেদৰে লিখাছে -কিনো দয়াময় হৰি ,নামক বেকত কৰি কলি পাপ কৰাইলো লুকুত ! যিটো মহাম্লেছ জাতি ,সিয়ো শুদ্ধ হোৱে আতি ,মুখে মাত্ৰ হৰি নাম লয় । কলিৰ ভয়ত গৈয়া ,নামত শৰণ লৈয়া ,ৱহিলা সমস্তে ধৰ্মচয় ।। ইটো কলিকাল ঘোৰ ,পাপৰ নাহিকে ওৰ , আতে হিত চিন্তিলা প্ৰজাৰ ।জগতৰে পাপ হৱে ,স্মৰণে নিস্তাৰ কৰে ,হেনানাম কৰিলা প্ৰচাৰ ।।দোষৰ সাগৰ কলি ,আত হৰি নাম ললি ধৰ্ম অৰ্থ পাৱে মোক্ষ কাম ।সমস্তকে দয়াতৰে ,আৱে দেৱ দামোদৰে ,বিদিত কৰিলা হৰি নাম ।। গুৰু শংকৰদেৱে একেলগে বহি ধৰ্মালোচনা কৰা শংকৰ গুৰুৱে চিনা মান্যতা দিয়া গুৰু দেৱ দামোদৰদেৱক আজি সত্ৰই সত্ৰাধিকাৰ ভকত বৈষ্ণৱে নিচিনি বৰ্জন উপেক্ষা কৰি নমোল্লেখ ও নকৰা হল ।আউনীআটী সত্ৰাধিকাৰ ভকত বৈষ্ণৱ সকলে গুৰু শংকৰ মাধবৰ নাম লৈ লৈ যিমান গৌৰৱ কৰে তেনেকৈ আচাৰ্য বংশীগোপালদেৱ বনমালীদেৱ ভগবানদেৱ সন্তভূষণদেৱ ভট্টদেৱ নিৰঞ্জনদেৱ জয়হৰিদেৱ হৰিদাস অনন্ত কন্দলী গোপালমিশ্ৰ গোবিন্দমিশ্ৰ আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ, কোঁচনৃপতি মহাৰাজ লক্ষ্মীনাৰায়ণ আদি সন্ত মহন্ত ৰজা প্ৰজা নৰ নাৰী ব্ৰাক্হ্মণৰ গুৰু মহাপুৰুষ দেৱ দামোদৰদেৱৰ নাম ললে পাপ অনুভৱ কৰে যেন লাগে ।কৃষ্ণ ।
@rakeshpegu7138
@rakeshpegu7138 2 жыл бұрын
Omh nama Shankar dev
@nituldas157
@nituldas157 2 жыл бұрын
Ram Krishna Ram 🙏🙏🙏🙏
@padumkakati2938
@padumkakati2938 10 ай бұрын
মৰিবাই যেতিয়া নাপাব তৰণৰ গতি ইন্দ্ৰ জালৰ মহিমা অপাৰ কোনে ৰচিছিল
@jayabhuyan640
@jayabhuyan640 2 жыл бұрын
Krishna krishña. Prabhu kreepa. Karib. 🙏🙏🙏🙏🙏
@minatidas5349
@minatidas5349 2 жыл бұрын
কৃষ্ণ।শ্রদ্ধাৰ বাপজনালৈ শতকৌটি প্রণাম নিবেদন কৰা হৈছে।
@rajibsharma6751
@rajibsharma6751 Жыл бұрын
Thik ase baru kintu jagat guru jonaloi monot nopore.
@munmicharingia4701
@munmicharingia4701 Ай бұрын
🙏🙏🙏
@ChitenBoruah
@ChitenBoruah Жыл бұрын
Kishna hori hori
@ujjalgogoi2497
@ujjalgogoi2497 2 жыл бұрын
Sri Sri gurujon
@bhrigukalita6479
@bhrigukalita6479 2 жыл бұрын
🙏🙏
@abhirajkalita6388
@abhirajkalita6388 2 жыл бұрын
কৃষ্ণ প্ৰভু জনা
@Sky_Candy_12
@Sky_Candy_12 2 жыл бұрын
শঙ্কৰগুৰুজনাই সৃষ্টি কৰা সত্ৰত গুৰুজনাৰ বিৰচিত ভাগৱত বেছি ভাল লাগিল হেতেন।
@dipenloyingassam
@dipenloyingassam 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@mayuridihingia3134
@mayuridihingia3134 2 жыл бұрын
Krishna
@debajitborah1643
@debajitborah1643 2 жыл бұрын
Pranam Guru Dev 💯🙏🙏🙏🙏🙏🙏🙏🙏
@robinborah5848
@robinborah5848 2 жыл бұрын
Krishna provu sat sat pranam sundar bayhkhaya
@Request_motivation
@Request_motivation 2 жыл бұрын
Krishna 🙏🙏🙏 bappp pronam jonaluuu bapp krishna 🙏🙏🙏
@harakantatamuli1053
@harakantatamuli1053 2 жыл бұрын
Krishna Krishna .Prabhu Hewa grahon koriba 🙏🙏🙏
@bondonadolakasharia6974
@bondonadolakasharia6974 2 жыл бұрын
Krishna provu
@nituldas157
@nituldas157 2 жыл бұрын
Ram Hari Ram 🙏🙏🙏🙏
@kolpanaboruah1835
@kolpanaboruah1835 2 жыл бұрын
কৃষ্ণ👏
@dwipenphukon7460
@dwipenphukon7460 2 жыл бұрын
পৰৱৰ্তি সময়ত অষ্টাংগ যোগৰ বিশ্লেষণাত্মক ব্যাখ্যা গুৰুজনৰ শ্ৰীমুখে শুনাৰ অপেক্ষাত ৰলো , কৃষ্ণ ।।
@rupamdas4885
@rupamdas4885 2 жыл бұрын
Krishna
@dipankarbora1456
@dipankarbora1456 2 жыл бұрын
Joy Sri Gurujii pranaam🙏🙏🙏🙏 Krisna Krisna Krisna Krisna Krisna Krisna Krisna 🙏🙏🙏🙏🙏🙏
@jintudutta278
@jintudutta278 2 жыл бұрын
Krishna Krishna gurujana pranam janalu amritmoi bani
@hemangakalita5477
@hemangakalita5477 2 жыл бұрын
Bhagobth xuni moi bohut vl pw.
@madhurjyagogoi6085
@madhurjyagogoi6085 2 жыл бұрын
Kisnor
@debajanipathaksarmah3908
@debajanipathaksarmah3908 2 жыл бұрын
প্ৰভূ ইশ্বৰলৈ প্ৰনাম। শতকোটি প্ৰনিপাত জনালোঁ।
@chawdangbiraj
@chawdangbiraj 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱাহে নিৱেদিছোঁ
@bipinsaikia5008
@bipinsaikia5008 Жыл бұрын
Krisna krisna provu
@junumech7558
@junumech7558 Жыл бұрын
কৃষ্ণ কৃষ্ণ ‌👏👏🪔🙏🙏 কৃষ্ণ গুৰু জনা‌‌ সেৱা জনাইছে প্ৰভু ঈশ্বৰ কৃষ্ণ সুন্দৰ ব্যাখ্যা শুনি বৰ ওপকৃত সইছে কৃষ্ণ
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
কৃষ্ণ🙏🙏🙏ধন্যবাদ
@nilakhisonowal5032
@nilakhisonowal5032 2 жыл бұрын
Krishna krishna bap 🙏🙏🙏
@pankajduarah6376
@pankajduarah6376 2 жыл бұрын
om namuh bhagawatai basudevai namah
@jumimech8192
@jumimech8192 2 жыл бұрын
krisna krisna🙏🙏🙏🙏🙏
@bhubaneswarsaikia1098
@bhubaneswarsaikia1098 Жыл бұрын
🙏🪔🌹 কৃষ্ণ প্ৰভু আপোনাৰ বানি ছত্ৰ চায়া মানি চলিবলৈ কৃপা কৰক সেৱা জনাইছোঁ
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
কৃষ্ণ🙏🙏🙏
@amordutta3984
@amordutta3984 2 жыл бұрын
🙏🙏🙏
@bantilaskar1354
@bantilaskar1354 2 жыл бұрын
🙏🙏🙏
@bipulsaikia7387
@bipulsaikia7387 2 жыл бұрын
কৃষ্ণকৃষ্ণকৃষ্ণ কুতি বাৰ সেৱাহে
@Jai_MaHaKaaL643
@Jai_MaHaKaaL643 Жыл бұрын
কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏
@namitadevi4913
@namitadevi4913 Жыл бұрын
কৃষ্ণ কৃষ্ণ, বৰ ভাল লাগিল ভাগৱত পাঠ শুনি।
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
কৃষ্ণ🙏🙏🙏
@santoshsonowal3192
@santoshsonowal3192 2 жыл бұрын
Krishna Krishna pobhu hodai akhibad diye Jen amak pobhu
@bimansagarnath8804
@bimansagarnath8804 2 жыл бұрын
Krisna provu
@amiyasaikia8822
@amiyasaikia8822 2 жыл бұрын
কৃষ্ণ কৃষ্ণ ঈশ্বৰ প্রভু ভক্তিভৰা প্রণিপাত জনালোঁ🙏🙏🙏🙏🙏
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 2 жыл бұрын
কৃষ্ণ🙏🙏🙏
@chandramagogoi7286
@chandramagogoi7286 2 жыл бұрын
প্ৰভু ঈশ্বৰ আপোনাক শতকোটি প্ৰণাম। লখিমপুৰ জিলাৰ মাউটৰ চুক গাঁও।
@pompiborah2495
@pompiborah2495 2 жыл бұрын
কৃষ্ণ 🙏
@amulyasarma7390
@amulyasarma7390 2 жыл бұрын
জয় গোৱিন্দ মহাপ্ৰভু 🙏🙏🙏🙏🙏
@suprabhadas6038
@suprabhadas6038 2 жыл бұрын
Krishna,bap.
@gitahazarika475
@gitahazarika475 2 жыл бұрын
Krishna provu
@dipokkumargogoi8190
@dipokkumargogoi8190 2 жыл бұрын
ধন্য হলো।
@junmonineog975
@junmonineog975 2 жыл бұрын
Kishna kishna pravu pranam
@kshiroddeka4915
@kshiroddeka4915 2 жыл бұрын
কৃষ্ণ ৰাম কৃষ্ণ ৰাম ।।
@minagogoi8456
@minagogoi8456 2 жыл бұрын
কৃষ্ণ প্রভু, আপোনাক কৌটি কৌটি প্ৰণাম 🙏🙏🙏
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 2 жыл бұрын
কৃষ্ণ🙏🙏🙏
@legends-og5dx
@legends-og5dx 2 жыл бұрын
Hare Krishna hare rama 🙏🙏
@sduttavlogs1940
@sduttavlogs1940 2 жыл бұрын
কৃষ্ণ প্ৰভু 🙏🙏🙏
@meghali__sharma5339
@meghali__sharma5339 2 жыл бұрын
Om nom vagobote nom
@anjuchiringphukan5368
@anjuchiringphukan5368 2 жыл бұрын
Krishna krishna 🙏🙏 guru jona🙏🙏
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 2 жыл бұрын
কৃষ্ণ🙏🙏🙏
@iconic-24
@iconic-24 2 жыл бұрын
🙏🙏🙏🙏
@manojbora2244
@manojbora2244 2 жыл бұрын
🙏🙏🙏
@RiturajBoruah-7
@RiturajBoruah-7 2 жыл бұрын
🙏
@culturalchannel4442
@culturalchannel4442 2 жыл бұрын
Krishna provu🙏🙏🙏
@junumech653
@junumech653 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏সেৱা নিবেদিছো প্ৰভূ কৃষ্ণ
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 2 жыл бұрын
কৃষ্ণ🙏🙏🙏
Incredible: Teacher builds airplane to teach kids behavior! #shorts
00:32
Fabiosa Stories
Рет қаралды 11 МЛН
Life hack 😂 Watermelon magic box! #shorts by Leisi Crazy
00:17
Leisi Crazy
Рет қаралды 25 МЛН
Ozoda - Lada ( Official Music Video 2024 )
06:07
Ozoda
Рет қаралды 17 МЛН
Incredible: Teacher builds airplane to teach kids behavior! #shorts
00:32
Fabiosa Stories
Рет қаралды 11 МЛН