শেষ আশা | THE LAST HOPE | Harpal Saikia

  Рет қаралды 205,813

Harpal Saikia

Harpal Saikia

Күн бұрын

Пікірлер: 1 100
@Harpalsaikia15
@Harpalsaikia15 Жыл бұрын
Living is the only possible way you can possibly see what’s ahead. So LIVE….Savagearmy… I love you… favourite scene kua.
@ManoxKB
@ManoxKB Жыл бұрын
When Reality is even better than expectation, such is the quality of this piece 🎉❤
@g3saurav960
@g3saurav960 Жыл бұрын
Letter xon pohi thoka xomoi kon😢
@themorningstrar
@themorningstrar Жыл бұрын
Letter khon r word bure besi touching korile ❤
@jnanadapatowary4325
@jnanadapatowary4325 Жыл бұрын
Mon sui gol o.❤
@Viralshorts95-g2t
@Viralshorts95-g2t Жыл бұрын
Vii ফেভাৰেত tumi❤❤
@murchanaborah9140
@murchanaborah9140 Жыл бұрын
সদায় হঁহুৱাই থকা মানুহজনে আজি কন্দুৱাই দিলা Harpal দা ... বুজাব নোৱাৰাকৈ কথাবোৰে হৃদয়ত ঠাই ল'লে❤
@rocktimborah4455
@rocktimborah4455 Жыл бұрын
সঁচাকৈ হৰপল দা সদাই সকলোকে হঁহুৱাই থকা মানুহ জনে আজি চকু পানী উলিয়াই দিলা❤️❤️❤️❤️
@pinkisaikia660
@pinkisaikia660 Жыл бұрын
Hosai dai .aji akdom...😢
@ahiransarma
@ahiransarma Жыл бұрын
You did it brooo❤❤..This Was Damn Good..Your Narration didn’t felt like it was just a narration..ghotona hoi thoka dekha pua jen lagise..kudoss!!!
@dy2k20vlogs5
@dy2k20vlogs5 Жыл бұрын
Moja hoisa ahiran da deksa harpal dada r content...
@Harpalsaikia15
@Harpalsaikia15 Жыл бұрын
Bhai thank you so so much. ❤️❤️
@bidhanzz508
@bidhanzz508 Жыл бұрын
Loise be ee😭😂😂
@namasteindia9168
@namasteindia9168 Жыл бұрын
এই যে প্ৰেমে কিমানৰ সপোনবোৰক শেষ কৰি দিয়ে 😢😢😢 ভুক্তভোগীয়ে অনুভৱ কৰিব মই ভাবো এইটো অনুভৱ সকলোৰে লগত হৈছে সেইবাবে চাগৈ বহুতে নিষ্ঠুৰ হ'ব লগীয়া হয় 😢 । আমি কিয় নিজৰ জীৱনটো স্বাধীন ভাৱে জীয়াই থাকিব পাহৰো। বহুত বহুত ধন্যবাদ হাৰ্পাল দা এনেকুৱা ধৰণৰ এখন ভিডিঅ'দিয়া বাবে
@nilaydas9483
@nilaydas9483 Жыл бұрын
Every 20 -25 yrs people can relate to this . The theme + bishrut da r 'daag' + the acting + the story Sokupani nohakoi nathakil❤️❤️
@trishnabaruah2997
@trishnabaruah2997 Жыл бұрын
হৃদয় চুই গৈছে 🙂❣️ কোনো থাকি নাযায়, আনক সুখী কৰিব গৈ গৈ নিজেই অসুখী হব লগা হয়... আমি বোৰ বুজিও অবুজ.. নিজক বুজাব নোৱাৰা অবুজ...... কৰবাত যেন চেষ্টা কৰিও বিফল... তথাপিও হেঁপাহ জীয়াই থকাৰ.... সমাজ, মানুহ এই বোৰে আমাক শান্তিত জীয়াব নিদিয়ে..... ❣️কাৰোবাক যদি আপুনাৰ সান্নিধ্যই জীয়াব পাৰে দি যাব লাগে তেনে সংগ...... সঁচাই আমি তাতেই ভূল কৰো ভালপোৱা, ভাল লগা মানুহ বোৰক লৈ সপোন দেখিবলৈ লওঁ... 🙂 জীয়াই জীয়াই এনেকৈ বহু মানুহ শেষ হৈ যায়... কিছুমানে আত্মহত্যা কৰে.... এনেকৈয়ে শেষ হৈ যায়... ক'ত গোপন কাহিনী... কাৰ বুকুত ক'ত বেথা কোনে জানে কোনে বুজিব.... 🙂 ❣️
@Compfuegoo
@Compfuegoo Жыл бұрын
💔
@mtschannel3618
@mtschannel3618 Жыл бұрын
Kiman jon/joni r monor ktha eyat lukuai ase nhy🥺..
@positive00thinking
@positive00thinking Жыл бұрын
সদায় মইও লোকক সুখী কৰিব বৰ চেষ্টা কৰোঁ।আৰু সদায় হাৰি যাওঁ। জীৱনত এনেকুৱা মূহুৰ্ত মোৰ ও যেতিয়া লাগে চব শেষ হৈ গল।জীয়াই থাকিব মন নোযোৱা হয়,যাক বহুত মৰম দিও সুখী কৰিব চেষ্টা কৰোঁ শেষত সি মোৰ কৰণেনো তুমি কি কৰিছা বুলি বিদায় লৈ গুচি যায়।কিন্তু যেতিয়া মৃত্যু কথা মনত আহে মাৰ মুখ খন মনত পৰে ইমান মৰম আৰু আশাই মোক ডাঙৰ কৰিল ভাল মনুহ হব।আজি কনেকৈ সেই মানুহ জনিক কন্দুৱাই গুচি যায়।।বেয়া কাৰোবাৰ কৰিব পাৰোঁ কিন্তু পাপ কৰিব নোৱাৰোঁ।সেই কাৰণে সদায় সেই মানুহ জনি কথা অলপ বহি ভাবিব লাগে।আৰু জীয়াই থাকিবলৈ কাৰণ নাপালে সেই মানুহ জনিকে কাৰণ বনাই লব লাগে 🙏❤️‍🩹
@seemakalita1448
@seemakalita1448 Жыл бұрын
Bhl lagise...👍🏻👍🏻👍🏻 enekoi bhl kori aguai jaok
@bhashwatihaloi4993
@bhashwatihaloi4993 Жыл бұрын
এয়া চাগে প্ৰথমবাৰৰ বাবে মই আপোনাৰ অভিনয় চাই কান্দি দিলোঁ 🥲 প্ৰিয়জনক চকুৰ আগত আনৰ হৈ যোৱাটো চাবলৈ বহুত সাহসৰ প্ৰয়োজন হয় 🙂 it's Damn good Harpal daa❤
@Harpalsaikia15
@Harpalsaikia15 Жыл бұрын
Thank you so muchhh
@darshanachekanidhara1792
@darshanachekanidhara1792 Жыл бұрын
"সপোন সদায় নিজৰ কাৰণে দেখিব লাগে❤" আনক সুখী কৰাৰ স্বাৰ্থত নিজৰ সপোনবোৰৰ কথা সঁচাই পাহৰিয়েই যোৱা হয়। অন্তৰ চুই গ'ল। কৰবাত নিজকে বিচাৰি পালো।
@rabisaikia8555
@rabisaikia8555 Жыл бұрын
😢
@pranjitbora6180
@pranjitbora6180 Жыл бұрын
🙂
@gouravsaikia8374
@gouravsaikia8374 Жыл бұрын
কাৰোবাক হেৰুৱাৰ মাজতো মাদকতাই স্থান পাই ৷ সেই মাদকতাক আৰু ধুনীয়াকৈ সজাব পাৰিলে প্ৰাণ পায় নতুন সময়ৰ অহ এটি নতুন সপোনৰ ৷ শেষ বুলি কলেই জানো সকলো শেষ হয় ৷
@priyulifes3959
@priyulifes3959 Жыл бұрын
খুব সুন্দৰ, কৰিশ্মা আগুৱাই যা এইদৰে ভাল ভাল কাম ৰাইজক উপহাৰ দি jabi
@alwaysbehappy9714
@alwaysbehappy9714 Жыл бұрын
প্ৰথমতে স্বামী তাৰ পিছত পুত্ৰ 😢 ভাবি চোৱাচোন কিমান কষ্ট পাইছে মা জনীয়ে।🥺 স্বামীৰ মৃত্যুৰ পাছত তেওঁতো মৰি নগʼল , ৰৈ গʼল ,, ৰৈ গʼল কেৱল ল'ৰাটোৰ বাবে। 😔😔 কিন্তু ল'ৰাৰ পিছত ....😭😭
@AnkurBarua-w3x
@AnkurBarua-w3x 8 ай бұрын
Kela lora tu ye je kostw paise xeitu deka naiii ,ne nubujw ,buji napali nki
@anupamsaikia2640
@anupamsaikia2640 Жыл бұрын
বহুত বহুত ভাল লাগিল... শেষত দুখ লাগি গল.. very heart touching
@bidyutbikashgogoi5722
@bidyutbikashgogoi5722 Жыл бұрын
মানুহে কিমান হেৰুৱাব?? সপোনবোৰ কিমান হেঁচুকি ৰাখিব??ভাগৰুৱা হৈ পৰে সকলো এসময়ত 😢
@sanjoyopswelofficial4976
@sanjoyopswelofficial4976 Жыл бұрын
কাহিনীটো কিবা real real jen lagil....lv 4rm Lakhimpur...
@amiyamoran6608
@amiyamoran6608 Жыл бұрын
কিবা এটা কবলৈ ভাষা হেৰাই গৈছে Harpal..... সচৰাচৰ দেখি থকা পৰিস্থিতি এটাৰ ইমান সুন্দৰ উপস্থাপন। ভগৱানে যাতে আৰু কাৰো সপোন এনেকৈ নাভাঙে। চকুপানীক ধৰি ৰাখিব নোৱাৰিলোঁ, মই তো মানুহজনী ভিতৰৰ পৰা কঁপি গʼলোগৈ। 👍👍👍
@Harpalsaikia15
@Harpalsaikia15 Жыл бұрын
It means a lot that the story could touch tou
@dadulkalita1580
@dadulkalita1580 Жыл бұрын
Val lagil bohut...sithi khon porha xomoy khini e ontor sui gol
@tajnurhaque6324
@tajnurhaque6324 Жыл бұрын
Xekh bulile janu xekh hoi, Ketiyaba xekh bulile bohut Bhorokha lua buja tur kotha monot pore aru tare xekhot eikhon sai ene lagile j kisu onkhot korubat mur logot ghota khyon bur..... Thank You "Harpal Da". Akha thakile ketiyaba kiba project korim apunar logot.❤
@kritirajbaruah602
@kritirajbaruah602 Жыл бұрын
Xodai hohua manuh jone aji emotional kori dibo buli voba nasilo ........ What a masterpiece Harpal da... 😃😀🤍🤍
@chanihazarika3698
@chanihazarika3698 Жыл бұрын
Heart touching story... Hodai huhuai thoka manuh jne aji konduai dile
@kaushik-g516
@kaushik-g516 Жыл бұрын
Everyone is doing a good job. But let me tell you one thing, the last hope of life is not suicide. There are many positive aspects in life, so this series does not send any bad signals to the society. Again, the last hope of life can never be suicide.
@anweshadevi8407
@anweshadevi8407 Жыл бұрын
*আনক সুখী কৰিবলৈ প্ৰথমতে নিজক সুখী কৰা উচিত* Best dialogue ever 🥺💌
@dipuborah1315
@dipuborah1315 Жыл бұрын
The story, The actors, The direction, The cinematography and The Bishrut saikia's song... You guys nailed it. This is beyond your content 🙇‍♂️🙇‍♂️
@THENORTHEASTGUY
@THENORTHEASTGUY Жыл бұрын
one thing i love about Harpal is he always try to do new things leaving his comfort zone. this kind of creators we need in assam more. lovely concept n story brother
@Harpalsaikia15
@Harpalsaikia15 Жыл бұрын
This means so much prit. Thank you❤️
@himashridevi4301
@himashridevi4301 Жыл бұрын
Xosai bujabo nuwara ak anubhob dada❤️❤️❤️ .....you are great🔥❤️🎉
@anuskabarman5651
@anuskabarman5651 Жыл бұрын
ভাষাহীন মই🙂 সঁচাকৈ এক হৃদয়স্পৰ্শী কাহিনী... "সপোন সদায় নিজৰ কাৰণে দেখিব লাগে"❤ কিবা এটা বিচাৰি পালোঁ যেন এই শাৰীটোত.. আনক সুখী কৰোঁতে কৰোঁতে আমি নিজে সুখী হবলৈ পাহৰিয়েই যাওঁ... Harpal দলৈ বহুত বহুত ধন্যবাদ ইমান ধুনীয়া কাহিনী এটা সকলোৰে আগত দাঙি ধৰা বাবে❤️
@Anjali-ro5ce
@Anjali-ro5ce Жыл бұрын
সচাকৈ অন্তৰ চুই গ'ল ... অতি সুন্দৰ অভিনয় সকলোৰে বহুত ভাল এটা কথা শিকাই দিলে .....
@SanjibKonwar-x4z
@SanjibKonwar-x4z Жыл бұрын
ভাল লাগিল । But সপোন পূৰ কৰিবলৈ মৃত্যুক কামনা কৰাটো বিচৰা নাছিলোঁ । মানুহৰ জীৱন টো হৈছে পোৱা নোপোৱাৰ এক উন্মুক্ত বাসনা । পুনৰ আকৌ এনে এক short story পোৱাৰ আশাৰে...❤️
@mayuridas5128
@mayuridas5128 Жыл бұрын
Bhut dhuniya.. অন্তৰ স্পৰ্শ কৰিব গ'ল
@madhurjyahazarika9839
@madhurjyahazarika9839 Жыл бұрын
অন্তৰ চুই গল অ Harpal দা 😢❤❤
@nihalkoushik4035
@nihalkoushik4035 Жыл бұрын
vitori vitori kandi kandi vagori jua r pasotu....hahi hahi jibon tu jiyabole xikai dile👌👌.....vagori porile xahoxere aguai jaba bondhu.
@joyeeeditz9250
@joyeeeditz9250 Жыл бұрын
They're not comedians, they're actors❤
@RajSharma-sz8sb
@RajSharma-sz8sb Жыл бұрын
Harpal tumi aji muk bohut konduwala....deep msg.....💓💓💓👌👌👌💓👌💓👌💓
@jinadekaraja
@jinadekaraja Жыл бұрын
Khosai harpal daa bohut val lagil, bohut bohut morom,end t bhut kandilu u 🥺🥺 story Tu bohut dukhor kintu real hoi, bohute anekua bur kam kri loi ji tu ketiau kribo nalage, vogoban a ai prithibi t pothaise jetia val udesyo loye pothaise, kintu kisuman vul decision a khokolu bur kekh kri diye, khekhot atai kobo bisaru khokoluye khukhot thakok aru nijor vl pua manuhoku khodai khukhot rakhookkk, love you so muchhhh gutei team tuloi ❤☺
@rushnamech5195
@rushnamech5195 Жыл бұрын
সপোনৰ পম খেদি দিঠকৰ ডেউকাৰে দৌৰি থাকোতে কেতিয়ানো জীৱনটোৱেই অভ্যস্ত হৈ পৰে সেয়া তলকিব‌ই নোৱাৰি। কিছুমান কথা জীৱনে শিকাই আৰু কিছুমান সপোনে। সপোনবোৰ জীয়াব পৰাকৈ জীৱনটোৱে লগ দিলেই বাকীখিনি আমাৰ বাবে সুকীয়া বুলি ভাবিলেই জীৱন অনুপম। ভাল লাগিল, দুখ‌ও লাগিল।
@pat_pran_world1
@pat_pran_world1 Жыл бұрын
I got goosebumps❤️‍🩹... কন্দুৱাই দিলে harpal da... সুন্দৰ অভিনয় আৰু বাস্তৱতাৰে পূৰ্ণ কাহিনী .... সঁচাকৈ হৃদয় চুই গ'ল... ❤️
@dennisakoni
@dennisakoni Жыл бұрын
Outstanding ..❤❤bohut kotha bujai dile..❤❤❤ hekh akha 👏🏻👏🏻…koboloi bohut ase kintu ………..
@Priyam_8r9k
@Priyam_8r9k Жыл бұрын
Watching this at midnight and felt like the life is not over yet,just one downfall doesnot define that i am done.We have to keep working hard.A man is alive till his dreams are alive! Thank you Harpal Da for creating such a masterpiece!
@p.n.aassamvlogs4404
@p.n.aassamvlogs4404 Жыл бұрын
Hosakoi kobo nuarakoi soku pani ulai gol .sed story val lagil Letter khonot kua kotha bur mon sui gol
@mridusmitatimekaziranga213
@mridusmitatimekaziranga213 Жыл бұрын
Harpal da ,, আপোনাৰ ভিদিঅত প্ৰতিদিনে নতুনত্ব দেখা পাওঁ,,সেই কাৰণে আপোনাৰ প্ৰতিটো ভিদিঅ চাই ভাল লাগে ,শুভেচ্ছা থাকিল বহুত......এইবাৰৰ কাহিনী, অভিনয় সঁচাই যথেষ্ট ভাল লগা..
@Harpalsaikia15
@Harpalsaikia15 Жыл бұрын
Thank you so muchhh
@Assamelaya1077
@Assamelaya1077 Жыл бұрын
Harpal daa kunduwai dila o.......bohut vll hoise.abhinoi xub dhunia...sob perfect.. Love you Harpal daa
@Harpalsaikia15
@Harpalsaikia15 Жыл бұрын
Love you brother
@jonakdas6608
@jonakdas6608 Жыл бұрын
The same story off my life💔 দেউতাৰ কেঞ্চাৰ বেমাৰৰ পৰা আদি কৰি আৰু বহুতো!!💔 ভাল লাগিল চাই 💖☺️
@bituldas3086
@bituldas3086 Жыл бұрын
Harpal. Iman jldi hekh hbo nidiu hopun. Kin2 hosake bht Val lagile.
@niharikaburagohain2770
@niharikaburagohain2770 Жыл бұрын
Kaduwai dila Harpal daa😢 big friend apunar aguwai juwa dada
@Harpalsaikia15
@Harpalsaikia15 Жыл бұрын
Thank you so muchh
@nabanitasaikia8749
@nabanitasaikia8749 Жыл бұрын
সছাকৈ হাঁহি থকা ল'ৰা জনে আজি সকলোকে কন্দুৱালে.. video to য়ে হৃদয় চুই গ'ল... আৰু আগুৱাই যোৱা.. আকৌ অতি সোনকালেই নতুন video পোৱাৰ আশাৰে 😊😊
@avinavhazarikaofficial
@avinavhazarikaofficial Жыл бұрын
Thanks Harpal and Amlan for making me a part❤
@JonmoniRabha-im5bn
@JonmoniRabha-im5bn Жыл бұрын
Prothom bar salu aponar video ...vl lagil☺️...Sai Sai pisle suku panire ako ata nedekha holu😢
@Purnimaborah-b6x
@Purnimaborah-b6x Жыл бұрын
Just wow no words to say having goosebumps feel like I am at you place 17:58 this line love it ❤
@izazrahman
@izazrahman Жыл бұрын
Aijon Harpal Dak Agot Dekha Nai Ketiyau .. Keep It Up
@biplabray2953
@biplabray2953 Жыл бұрын
I generally don't comment much. But here lets be just straight to the point. As an actor everyone did a wonderful work. But as a story I don't appreciate at all. People have been facing lots of depressions lately for various reasons and they want motivations and inspirations. Not necessary every Korean film ending story (death) is the solution. Life is about being practical and overcoming the hurdles. After each night there is a day. Similarly there will be sorrow in life but we can enjoy the happiness only after going through the hurdles else its like ghar ka murgi dal barabar. Just my POV, in life if you desire you have to work hard to achieve it. Not everyone is born with silver spoon in there mouth. And for anyone losing hope, remember KFC. Harland Sanders started it at the age of 62. So its never late to live your life, just don't give up your dreams. God bless to all.
@minhazhussain2646
@minhazhussain2646 Жыл бұрын
What a message... সপোন ভাঙি গলে দিঠক যেন উৱলি যায় । কন্দুৱাই দিলে
@pranjitkonwar8760
@pranjitkonwar8760 Жыл бұрын
Comedians can undoubtedly show the pain in an extraordinary way🙇‍♂️🙇‍♂️heads of to u 🥺🥺
@joon_das
@joon_das Жыл бұрын
Harpal দা তুমিয়ো যে ইমান Emotional আজিহে গম পালো। Videoটোৰ storyৰ কথানো কি কম বহুতে বেছি অন্তৰ চুই যোৱা কাহিনী।কৰোবাৰ যদি অকনো আৱেগ, অনুভূতি,ভালপোৱা(আৰু বহুতো)আছে নহয়,মই sure শেষৰ momentত চকুপানী ওলাই যাব। আপোনাৰ অশেষ ধন্যবাদ এনেকুৱা এটা video আমাক দিয়া বাবে।
@jdmworld1336
@jdmworld1336 Жыл бұрын
Im so overwhelmed with your work. And you have conveyed a very deep message to the people who are going through this phase. So people be motivated towards your work, life isn’t easy enough, wr have to fight for it. Quitting isn’t an option. Harpal da proved himself that he’s not a ordinary creator. So whatever you want to do make it happen. Love for all❤ Again im soo proud of Harpal Da, he’s a role model for us❤️
@farhasuhana9646
@farhasuhana9646 Жыл бұрын
Bohut bohut bohut dhunia❤sokupani ulal❤eman dhunia❤
@আবিৰ-ত৩ঞ
@আবিৰ-ত৩ঞ Жыл бұрын
The song sung by Bishrut and the story is just amazing. Thanks to the whole team
@tunishabhuyan-pl3rx
@tunishabhuyan-pl3rx Жыл бұрын
Eman dhunia story.real fact
@fardinvlogs4355
@fardinvlogs4355 Жыл бұрын
Literally I cried 😭 because lots pressure i have in shoulder firstly it's gives me ultimate goosebumps and this short lesson help me to survive more days in the beautiful and havoc world only for my family thank you harpal Saikia u gave me a good lesson
@mrinalrabha5008
@mrinalrabha5008 Жыл бұрын
Chemistry teacher। Harpal দা ভাল লাগিল কাহিনী❤
@Suman83
@Suman83 Жыл бұрын
প্ৰথম বাৰৰ বাবে harpal saikia ক বেলেগ ৰূপত দেখিলোঁ 😊 নগাওঁ ৰ পৰা মৰম দিলোঁ ❤
@Hridipkashyap
@Hridipkashyap Жыл бұрын
Really oustanding .......😭😭😭😭mon sui gol tumar video tu ....
@dibyaj6325
@dibyaj6325 Жыл бұрын
Very relatable bro. Can see myself in him . Difference is that i am still alive ❤
@rupamjyoti8412
@rupamjyoti8412 Жыл бұрын
বহুত দিনৰ মূৰত ভাল লগা মানুহজনৰ video চাই ভাল লাগিল । আপুনি আৰু আগুৱাই যাওঁক হৰপল দা 👍
@supriyakhatoniar
@supriyakhatoniar Жыл бұрын
Thank you for bringing your mother back to acting field through your content 👍🏻 & Nice to see Karishma in this team. ...met her at TU campus during Ekalavya promotion.
@koushikbarman4691
@koushikbarman4691 Жыл бұрын
Ji nohuk dada aii love story tor pora bohut kotha xikilo val lagil
@OneWayBooster
@OneWayBooster Жыл бұрын
🙂 সময়বোৰ বৰ নিষ্ঠুৰ কেতিয়া কি হই যাই ধৰিব নোৱাৰি... প্ৰিয় গৰাকী যদি মনৰ কথা বোৰ বুজি নাপায় এনেকোৱা লাগে যেন সকলোতে হাৰি গলো পাছৰ খিনি আমাৰ ভাবিব নহৈগে .. প্ৰেম ভালপোৱা এই সকলো বোৰ মায়ামোহ সংসাৰ এই মায়া t সোমাই পৰিলে ওলাই অহা বহুত কঠিন নিজক বুজাব নোৱাৰি 🙂💔 Love From Dhemaji ❤
@abhijitnath5134
@abhijitnath5134 Жыл бұрын
break up Pain💔
@axom2.821
@axom2.821 Жыл бұрын
💯
@kalpa_edits0966
@kalpa_edits0966 Жыл бұрын
Suwali Bilak e dhoka di dia 🙂 val pua Buji e napai ..
@allaboutchemistry735
@allaboutchemistry735 Жыл бұрын
😢
@AnjaliSharma-ft6kx
@AnjaliSharma-ft6kx Жыл бұрын
Sach may bht acha lga..apny hashty hashty Rula deya .bht achi lgi .dil ko chuu gai ..or aakhwo ko namm kr gai..👌👌❤️
@primarygamerz7471
@primarygamerz7471 Жыл бұрын
Simple story but deep meaning.... You nailed it ..... Quality content ekdom
@abhinandabora9900
@abhinandabora9900 Жыл бұрын
Harpal da bohut dhuniya hoise dei. 👌👌. Keep going.
@DhirakJDas
@DhirakJDas Жыл бұрын
This short film/video is very close to my heart. After knowing that my crush was happy with her bf I felt like dying inside and I also took many wrongs steps in my life which brought my image down in the school life. No one imagined a boy who was good enough in studies would do such kind of stupid stuffs. Harpal daa you nailed it.❤
@Deepanjalipradhan-zl9fu
@Deepanjalipradhan-zl9fu 11 ай бұрын
Harpal val lagil de sai .. Bohut kandilu oo❤❤❤❤❤😢😢
@kishornath1542
@kishornath1542 Жыл бұрын
অন্তৰ চুই গ'ল হৰপাল দা সছাকৈ 🥺😓
@Harpalsaikia15
@Harpalsaikia15 Жыл бұрын
Dhonyobad
@manishaborah8623
@manishaborah8623 Жыл бұрын
Apuni bohut best talented ooo.. apuni hokolu koribo pare konduwabo.. hohuwabo.. etc... apuni always mur favorite ❤ . Hodai agbarhi jaok.. keep it up ❤ god bless you
@mandeepmusical
@mandeepmusical Жыл бұрын
Undoubtedly this is a masterpiece 😊👏🏻❤
@Harpalsaikia15
@Harpalsaikia15 Жыл бұрын
Means a lot
@pankajchoudhury8965
@pankajchoudhury8965 Жыл бұрын
Bom mzza content Harpal da.... keep it up .... agoloi iyat koi o val loi aha 2mi amr majot❤
@himaabaruah
@himaabaruah Жыл бұрын
What a beautiful message ❤️ just loved it ❤️
@nishamoni1564
@nishamoni1564 Жыл бұрын
বহুত ভাল লাগিল চাই Harpal da এনেকৈ সদাই ভিদিয় বনাই থাকা love you ❤️🔥🔥
@sidhanntlifestyle6896
@sidhanntlifestyle6896 Жыл бұрын
We Imagine through your words , your voice.. ❤Superbly done
@kritadarshikashyap6680
@kritadarshikashyap6680 Жыл бұрын
সঁচাই সদায় হাঁহি থকা মানুহ জনে কন্দুয়াই দিলে ❤️ এক ধুনীয়া কাহিনী 💫
@-KAUSHIK
@-KAUSHIK Жыл бұрын
কি কম ভাষা হীন মই ....*মানুহে সপোন দেখিব লাগে ..আৰু সপোন বোৰ সঠিক আৰু সুস্থিৰ হব লাগে,কিন্তু প্ৰথম সপোন বোৰ সদায় পূৰণ কৰিব লাগে নতুবা উৎসাহ বোৰ ভাগি পৰে ফলশ্ৰুতিত জীৱনৰ কিতাপ খনত উকা পৃষ্ঠাৰ সৃষ্টি হয় আৰু শেষত চিয়াঁহীৰ অন্ত পৰি পাছৰ টো জীৱনলৈ হাত বাউলী দিয়ে।।*
@gchoudhury1100
@gchoudhury1100 Жыл бұрын
Mojja likhise dei last khini ....hrt touching ... comment nkrakoe thakibo nuarilu
@milindhazarika225
@milindhazarika225 Жыл бұрын
Each n every shot, story, acting is fantastic, n the last note was really so heartbreaking, loved the story harpal da -love from sivasagar
@monjitgogoi6535
@monjitgogoi6535 Жыл бұрын
True story harpal da.. bht beya lgil Kahini 2 sai mnt2
@Messi8ballondor46trophies
@Messi8ballondor46trophies Жыл бұрын
If you are not getting stuff according to your expectations, then remember God is planning something big for you.. Just believe in him and thanks to him to this beautiful life
@mithumanimahantasunu2539
@mithumanimahantasunu2539 Жыл бұрын
Waoooo😔❤️😯 1st bar tumr vdo sai kandi dilo😢😢......bhut vl lgil sai❤❤
@gayatriborah1332
@gayatriborah1332 Жыл бұрын
অন্তৰ খন চুই গৈছে ❤
@XtremeRiderAssam
@XtremeRiderAssam Жыл бұрын
Hopun bohut asill muru..karubar babe hopun bhagibo loga hol💔..aru jtiya jar babe hopun bhagilu tai e mur kakhot nai..atya bohut kostot jibon par kori Asu.........i believe this line = hopun hodai prothom aru nijor hbo lge...nijei happy thakile he jibon tu jiyai thakibole vl lge.....Love You harpal da emn dhuniya positive message diya babe love from dibrugarh ❤❤❤
@ManoxKB
@ManoxKB Жыл бұрын
When Reality is even better than expectation, such is the quality of this piece. 🎉❤
@Harpalsaikia15
@Harpalsaikia15 Жыл бұрын
This means a lot to me❤️
@ManoxKB
@ManoxKB Жыл бұрын
​@@Harpalsaikia15 ❤
@assamesecomedian4527
@assamesecomedian4527 Жыл бұрын
সচাঁকৈ বুজাব নোৱাৰা এক অনুভূতি... সুন্দৰ এটা কাহিনী... সচাঁকৈ হৃদয় চুই গল❤❤
@ayongogoi2347
@ayongogoi2347 Жыл бұрын
Pov:- We are just getting older 👍🏼
@Harpalsaikia15
@Harpalsaikia15 Жыл бұрын
Love❤️
@yourbikashkalita1977
@yourbikashkalita1977 Жыл бұрын
Good massage ❤️ aji hokoluke hodai hohuai thka lora jn a soku pani uliai dila 👍🏼
@__xmjjl_
@__xmjjl_ Жыл бұрын
The emotion ASSAM CRICKET ASSOCIATION ❤
@vlogs-fj7wv
@vlogs-fj7wv Жыл бұрын
Ultimet💚👍কন্দুৱাই দিলে দাদ💚ভাল লাগিল
@nexxhoeditz624
@nexxhoeditz624 Жыл бұрын
The man with zero haters❤️❤️
@sankarjyotihirasankar5397
@sankarjyotihirasankar5397 Жыл бұрын
Bht vl lagil harpal da ontor khon sui gol.. Aru ane dore vl kam kri jua aguai jua vogowanor usrt tare parthona jonalu axa koru aru vl vl series sabole pai thakim tumar channel t.. Love from nagaon❤
@paragjyotirajkumar5065
@paragjyotirajkumar5065 Жыл бұрын
The narration and your ease of voice❤
@atau-boh1166
@atau-boh1166 Жыл бұрын
Wao what a backround music...when swali jnih entry mare ..ata mridu koi hun a music tuh wah Ulp blg rupot vl lgse
@Pratiksha_shivam
@Pratiksha_shivam Жыл бұрын
Just got the video link in Kunal's status!!!U just rocked it💓great job all the entire team!!!
@Harpalsaikia15
@Harpalsaikia15 Жыл бұрын
Thank you so so muchh
@swapnadas5092
@swapnadas5092 Жыл бұрын
Bht vl lgil harpal da konuwai dila tumi.
How it feels when u walk through first class
00:52
Adam W
Рет қаралды 23 МЛН
How to whistle ?? 😱😱
00:31
Tibo InShape
Рет қаралды 15 МЛН
Flipping Robot vs Heavier And Heavier Objects
00:34
Mark Rober
Рет қаралды 59 МЛН
World‘s Strongest Man VS Apple
01:00
Browney
Рет қаралды 68 МЛН
Biru Apu's Lifestyle is live
Biru Apu's Lifestyle
Рет қаралды 16
| THE TOURISTS | SAVAGE TRAVEL |  Harpal Saikia
7:49
Harpal Saikia
Рет қаралды 97 М.
Harpal Saikia | After Tiktuk Ban |
5:26
Harpal Saikia
Рет қаралды 238 М.
How it feels when u walk through first class
00:52
Adam W
Рет қаралды 23 МЛН