No video

A Tribute to Munin Barua // Nayak (2001) // Hits of Superstar Jatin Bora, Ravi Sarma & Parineeta

  Рет қаралды 1,869,260

Heritage Jhankar

Heritage Jhankar

Күн бұрын

নায়ক- A super hit Assamese movie by Munin Barua
Music by Zubeen Garg
Story by Munin Barua

Пікірлер: 514
@hemantahazarika9715
@hemantahazarika9715 8 ай бұрын
কত গ'ল সেই দিন, কত গল সেই সোণালী অতীত, নায়ক, দাগ, কন্যাদান , প্ৰিয়ামিলন , বাৰুদ, আদি চাবৰ বাবে black and white টিভিৰ সন্মুখত বস্তা কিম্বা তিৰ্পাল পাৰি বহা দিনবোৰ, ❤❤❤ যতীন বৰা কিম্বা ৰবী শৰ্মা , প্ৰস্তুতি পৰাশৰ কিম্বা জেৰিফা ওৱাহিদ, নিশিতা গোস্বামী কিম্বা অৰুন হাজৰিকা , নিপন গোস্বামী কিম্বা অতুল পাচনি মূখমণ্ডল টিভিৰ পৰ্দাত দেখা মাত্ৰেই মোৰ দৰে হাজাৰ জনৰ চকু থৰ হৈ ৰোৱা সেই সময় আজি কেনি গ'ল, ❤❤❤ , এতিয়া এইবোৰ কেৱল মাত্ৰ একো একোটা সাধুকথাৰ ভৰাঁল, আকৌ এবাৰ ওভটি যাবৰ বাৰুকৈয়ে হেপাঁহ আছে,, সেই সোণালী দিনবোৰ আকৌ এবাৰ উপভোগ কৰিবলৈ,,❤❤❤❤
@user-bd6dy9xd1k
@user-bd6dy9xd1k 4 ай бұрын
Hosakoi miss kru hei tahanir dinbur jetia koinyadan nayok release hoisil holot ma deotarhtr lgt sabo goisilu 😢😢😢
@RakeshDas-tr5bt
@RakeshDas-tr5bt 3 ай бұрын
সোণালী দিনবোৰ 😢
@ROCKY_8000
@ROCKY_8000 2 ай бұрын
NAYAK BORHIYA FILM BONAAIISIL .
@travelvlogs5093
@travelvlogs5093 4 жыл бұрын
যতীন বৰা, ৰবি শৰ্মা, জুবিন দা অসমীয়া চিনেমাৰ সোনোৱালী দিনৰ নায়ক।
@akashjyotiborah
@akashjyotiborah 3 жыл бұрын
Undoubtedly
@JUG2023
@JUG2023 2 жыл бұрын
Jatin atiya kholnayok... Nayok hobo khuji kholonayok hol.. selfish person.. Zubeen da, Ravi da great
@rrocks2977
@rrocks2977 Жыл бұрын
Right right right 👍👍👍👍
@Mr.Madhurjya
@Mr.Madhurjya 2 жыл бұрын
অসমীয়া চলচ্চিত্ৰ জগতৰ সোণালী দিন আৰু সোণালী স্মৃতি ❤️❤️❤️❤️
@ankurjyotisaikia4732
@ankurjyotisaikia4732 Жыл бұрын
BEST BEST BEST BEST BEST 🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰😇
@krishnabora3869
@krishnabora3869 5 жыл бұрын
কি গান,কি সুৰ,কি অভিনয়,কি পৰিবেশ । তাতে যতীন দা আৰু জুবিন দাৰ যুটি । আৰু বিশেষ বুলিবলৈ কি লাগে । সকলো উপলব্ধ ।❤️❤️❤️❤️❤️❤️
@nitulchutia7382
@nitulchutia7382 5 жыл бұрын
Krishna Bora ৰবি শৰ্মা আৰু যতীন বৰা ভাই জুবিন নহয়
@krishnabora3869
@krishnabora3869 5 жыл бұрын
ভাই নহয় ভন্টি । আৰু আপুনি যদি অসমীয়া চলচ্চিত্ৰ জগতৰ লগত পৰিচিত নহয় , তেন্তে যতীন-জুবিন দাৰ যুটিৰ কথা কি বুজিব মহাশয় । 😍
@manalisharajbongshimanalis6186
@manalisharajbongshimanalis6186 5 жыл бұрын
Moja
@samindas7409
@samindas7409 4 жыл бұрын
I love you jatin da
@sandraboro8567
@sandraboro8567 4 жыл бұрын
Krishna Bora kos,ho
@BabuBora-lc9gb
@BabuBora-lc9gb Жыл бұрын
ৰবি দাৰ শ্ৰী ৰঘুপতি চোৱাৰ পাছত...ৰবি দাৰ এই পুৰনি অভিনয় বোৰ কোনে কোনে চাব আহিছা...Like এটা কৰা ,এনেকোৱা গানবোৰ শুনিলে আবেগিক হৈ যাওঁ, এই দিনবোৰ টো কেতিয়াওঁ ঘুৰাই নাপাওঁ 😭😭😭দুখ লাগে কেতিয়াবা
@bhaskarnath4788
@bhaskarnath4788 4 жыл бұрын
Rabi Sharma এক কথাৰ মানুহ ...তেওৰ লগত কিমান মানুহ আছে লাইক দিয়া....
@kanchanincommunication1384
@kanchanincommunication1384 3 жыл бұрын
rabi sarma r karane like
@anjandas8330
@anjandas8330 3 жыл бұрын
Matro 175 people ase 😂😂😂😂
@DevidDas
@DevidDas 2 жыл бұрын
সৰুতে যতীন বৰাক দেখি ডাঙৰ হলে তেওঁৰ নিচিনা হম বুলি কল্পনা কৰিছিলোঁ, এতিয়াও এনে লাগে যেন তেখেতক ধৰি ৰাখিম অভিনয় জগতত, তেখেত অদ্বিতীয় ❤️
@Dunknownboy
@Dunknownboy 3 жыл бұрын
কি যে সুন্দৰ কথা , সুৰ , অভিনয় আছিল আগৰ সেই সময়ৰ গান , চিনেমাবোৰ । আকৌ এবাৰ আগৰ দিনলৈ ঘুৰি যাবলৈ মন যায় এই যান্ত্ৰিকতাৰ সময়ৰ পৰা ।
@neonman4236
@neonman4236 5 жыл бұрын
মনটো বহুত বেয়া লাগি যায় আগৰ গান বোৰ শুনিলে😔😔😔😔বহুত মনত পৰে ল'ৰালিকাল😭😭😭
@manalisharajbongshimanalis6186
@manalisharajbongshimanalis6186 5 жыл бұрын
Hoi
@geetadas792
@geetadas792 5 жыл бұрын
Xei din aaru nai
@rakeshghoshrakeshghosh2877
@rakeshghoshrakeshghosh2877 4 жыл бұрын
Anakua lagi aku ai din bur ahibo ne bar
@jatinlahan5095
@jatinlahan5095 4 жыл бұрын
সঁচা অ...কি যে দিন আছিল সেইবোৰ!!😢
@__nabami_borgohain__
@__nabami_borgohain__ 3 жыл бұрын
Hi
@rbboysofficial
@rbboysofficial Жыл бұрын
কেতিয়াবা কেতিয়াবা এই গান বোৰ শুনিলে বহুত দূখ লাগে কাৰন সেই সোনালী দিন বোৰলৈ কেতিয়াও ঘূৰি যাৱ নোৱাৰো😢।
@joutisankar8972
@joutisankar8972 4 жыл бұрын
জীবনত এবাৰ জতিন ৰবি দাৰ অভিনয় আৰু মৰমৰ জুবিন দাৰ সংগিত এখ্ন নতুন অসমীয়া চবি চাব মন বহুত বহুত চাব মন আচে
@dhrubaborah4361
@dhrubaborah4361 3 жыл бұрын
আহি আছে বাৰুদ ২
@imranshah3110
@imranshah3110 2 жыл бұрын
Raghupati ahi ase
@anantabharali5111
@anantabharali5111 5 жыл бұрын
এনেকুৱা অসমীয়া চিনেমা আমাৰ অসমীয়াৰ মাজলৈ পুনৰ আহিৱ জানো জুবিন দা যতিন দা
@rakeshghoshrakeshghosh2877
@rakeshghoshrakeshghosh2877 4 жыл бұрын
Ahibo barood 2
@realfactsassam8400
@realfactsassam8400 4 жыл бұрын
kzbin.info/www/bejne/pHyTdZurZaqSecU Nayak main
@nabingogoi3179
@nabingogoi3179 2 жыл бұрын
নায়কত নামী দামী অভিনেতাৰ সমাবেশ ঘটিছিল। কাহিনী ভাল। গানবোৰ ভাল। তাৰ ভিতৰত পৰিনিতা আবিৰ্ভাৱ । কম সময়ত বৰ মন পৰসা অভিনয় করিচিল
@himjyoti5028
@himjyoti5028 5 ай бұрын
বহুত মনত পৰে সেই সোনালী শৈশৱ লৈ এইবোৰ গীত শুনিলেই ❤😢
@bitumoniburagohain732
@bitumoniburagohain732 5 жыл бұрын
Zubeen da,Munin boruah,Jatin da Ravi shrma...aru ki lge hit hbole
@Manash167
@Manash167 8 ай бұрын
I Love you baby❤☺️😘
@MKtravelling-gb9bj
@MKtravelling-gb9bj 2 ай бұрын
❤❤❤
@thesmellofthevillage
@thesmellofthevillage 3 жыл бұрын
আজিও শুনি আছো, বহুত স্মৃতি জড়িত হৈ আছে এই গীতৰ সময়খিনিত।
@dipankarsaikia9763
@dipankarsaikia9763 3 жыл бұрын
লৰালিৰ গান শুনি থাকিলেও হেপাঁহ নপলায় ,লৰালি তয় আকৌ ঘূৰি আহ সেই সোণোৱালী দিনবোৰ লৈ ।
@biswajitboruah4076
@biswajitboruah4076 5 жыл бұрын
আকৌ যতীনদা আৰু ৰবিদাৰ জুটি আকৌ নাপাম নেকি
@mixtuber3262
@mixtuber3262 4 жыл бұрын
Barood 2 ahi ase just wait 😎
@rituponborah7603
@rituponborah7603 4 жыл бұрын
Jatin da atya অভিনেতা nohoi নেতা hol BJPr
@biswajitboruah4076
@biswajitboruah4076 4 жыл бұрын
@@rituponborah7603 এবছৰ আগৰ কমেণ্ট গম নাইপোৱা নেকি
@banditadas3213
@banditadas3213 4 жыл бұрын
বহুত ভাল পাও চিনেমাখন মাজে মাজে চাই থাকো এতিয়াও।যতীন দা আপোনাক বহুত ভাল পাও ।
@dhrubajotyborah2290
@dhrubajotyborah2290 3 жыл бұрын
ম ই যতিন দা ক বহুত ভাল লাগে
@jasminesultana4184
@jasminesultana4184 5 жыл бұрын
Three precious diamonds of Assamese industry.. Handsome nd charming Ravi Sir.. Amazing nd flawless Jatin Sir ..nd Zubeen Sir with his mesmerizing, delectable nd melodious voice..wow
@manashdutta9821
@manashdutta9821 Жыл бұрын
Right siso 👍
@mixtuber3262
@mixtuber3262 5 жыл бұрын
Rabi da mur first inspiration in bodybuilding. Film t teur muscular body dekhi e first time hatot dumbell loisilu aru etia loike continue kori asu.. Thanks to my favorite hero Rabi da 😊
@silaamusical6846
@silaamusical6846 2 жыл бұрын
kzbin.info/www/bejne/fJe1kqKkdpuGsNU
@SanjayKumar-dk9fo
@SanjayKumar-dk9fo 2 жыл бұрын
Good ,sundor sidhant Good ,sundor sidhant Good ,sundor sidhant Good ,sundor sidhant Good ,sundor sidhant Good ,sundor sidhant Good ,sundor sidhant Good ,sundor sidhant Good ,sundor sidhant Good ,sundor sidhant Good ,sundor sidhant
@rupjyotidutta7475
@rupjyotidutta7475 Жыл бұрын
😍
@AJAYKUMAR-xi6fz
@AJAYKUMAR-xi6fz 2 ай бұрын
Muru same Jatin dar pet tu Sai moi u khabole lolu
@debojitmorang9666
@debojitmorang9666 2 жыл бұрын
Rabi dak beya buli nhoi kintu Jatin da k kiba ata Val lge Assamese industry t Jatin da dare obhinoy kune u kribo nuare😘❤️❤️❤️❤️❤️❤️❤️
@digantadeka1993
@digantadeka1993 2 жыл бұрын
নাযক বোলছবি খনৰ সকলো গীত আজি শুনি থাকিলে শুনি থাকিবৰ মন যায়.......
@niharlahkar7751
@niharlahkar7751 Жыл бұрын
Zubeen da , Rabi da , jatin da ,munin da..❤️❤️❤️... Ufffs hit hb loi aro ki lage ...❤️❤️❤️ ❤️
@birajprotimborah3847
@birajprotimborah3847 4 жыл бұрын
কেতিয়াও নাপাহৰোঁ লৰালি কাল তোলে মনত পেলাই দিয়ে।। এতিয়াও শুনি থাকোঁ গান কেইটা।। সুখ বিচাৰি পাওঁ বহুত।।
@utpalkalita2335
@utpalkalita2335 4 жыл бұрын
Nayak part2 uliaok.... Mojh lgibo... Next generation r babe... Love u both ravi da and jatin da
@biplobbaruah484
@biplobbaruah484 3 жыл бұрын
Hobo lage part 2
@amulyagogoi8199
@amulyagogoi8199 22 күн бұрын
ৰাইট
@TheAS14Rider76
@TheAS14Rider76 4 жыл бұрын
সোনালী দিনৰ সোনালী গান। শুনি শুনি মন যুৰ পৰি যায়
@monmichaudhry3542
@monmichaudhry3542 5 жыл бұрын
ৰবি শৰ্মাৰ প্ৰথম ছবি। কি সহজ তেওঁৰ লয়লাস। বহুতো অসমীয়া অভিনেতাৰ ১০ খন ছবিৰ পাছতো এই সহজতা নাহে। Proud of you #Ravi Sarma
@jatinchanderbordoloi7262
@jatinchanderbordoloi7262 4 жыл бұрын
Aj Hn
@ivlinasonowal4834
@ivlinasonowal4834 3 жыл бұрын
Ravi sarmar prothom sobi nohoi aikhon...hiya diya niya asil teur prothom cinema
@palashjyoti0028
@palashjyoti0028 Жыл бұрын
Hiya diya niya pothom sobi
@rinkumhazarika464
@rinkumhazarika464 3 жыл бұрын
Sai sai Amoni nloga huni huni amoni nlga ati zubeen da r superhit Gaan..abhinoi ki hundor..all time favourite actor Jatin da nd Ravi da.
@anamikabarman2238
@anamikabarman2238 5 жыл бұрын
All time favorite hero ravi Sarma aru jatin bora 😍😘❤
@palashpathak8310
@palashpathak8310 5 жыл бұрын
এটা কথা কও আগৰ অসমীয়া ফিল্মৰ কেমেৰা , চাওন্ড কোৱালিটি বেয়া হ'ব পাৰে কিন্ত অভিনয় ,কাহিনী আৰু গীতসমূহক আজিৰ আধুনিকতায়ো ফেৰ মাৰিব নোৱাৰে ।
@Jyoti2636
@Jyoti2636 5 жыл бұрын
Akdm khasa katha
@romendas9344
@romendas9344 5 жыл бұрын
I like
@bedantasiminath1039
@bedantasiminath1039 5 жыл бұрын
100'/, right
@UttarpurvBharat
@UttarpurvBharat 5 жыл бұрын
আজি কালি বিলাক মাথোঁ চকুৰ চমক ।
@NilakshiKalita09
@NilakshiKalita09 5 жыл бұрын
Aru direction
@HABIBUR_RAHMAN_2002
@HABIBUR_RAHMAN_2002 2 жыл бұрын
যত জুবিন দাৰ সুৰ আছে তাতে সব ভাল!
@khuditsaikia9287
@khuditsaikia9287 Жыл бұрын
নায়কৰ পৰা আজিৰ শ্ৰী ৰঘুপতি লৈ ৰবি শৰ্মা সদায় জুই 🔥
@pankajsaikia331
@pankajsaikia331 Жыл бұрын
Xosakoi
@amitabhborah8234
@amitabhborah8234 4 жыл бұрын
চিৰযুগমিয়া গান।।।।আৰু এখন সুন্দৰ অসমীয়া চলচ্চিত্ৰ
@ankurdas4244
@ankurdas4244 3 жыл бұрын
এনে কোৱা গান আমাৰ মাজত আহিব নেকি জুবিন দা....
@munmunhatimuria3940
@munmunhatimuria3940 5 жыл бұрын
এতিয়াও চাওঁ ৷ হেপাঁহেই নপলায় ৷ সচাঁকৈ ইমান সুন্দৰ আছিল আগৰ চিনেমাৰ কাহিনী গান
@jatinlahan5095
@jatinlahan5095 4 жыл бұрын
সোণালী দিন আছিল অ সেইবোৰ...কিমান। যে কাহিনী লুকাই আছে !! ভাবিলেই দুখ লাগি যায়........
@diaryofdreams_01
@diaryofdreams_01 4 жыл бұрын
Joi zubeen da ❤️ lock dawn song 2020
@priyankachetia9431
@priyankachetia9431 Жыл бұрын
Ravi da hdi mur fvt bht vl lge lv u 🥰❣️
@banditadas3213
@banditadas3213 4 жыл бұрын
জুবিন দা আপোনাৰ গান ৰ কথা কি কম ইমান ভাল পাও।আপুনি গান বোৰ বহুত বহুত ভাল পাও।
@bikash1407
@bikash1407 4 жыл бұрын
Tamam zg da zatin and rabi and parinita
@rajibozahentertainment
@rajibozahentertainment 5 жыл бұрын
Hit like if you a 90's kid and this one was your in favorite playlist.
@kaushikgohain8941
@kaushikgohain8941 3 жыл бұрын
Golden moments of the childhood, The legendary movies and actors that made our childhood awesome
@siddharthkakati1901
@siddharthkakati1901 Жыл бұрын
God, the energy of zubeen daa's voice 🔥❤️
@ranjandeka722
@ranjandeka722 5 жыл бұрын
সুন্দৰ ৰবি যতিন দা
@axomoracademy
@axomoracademy 3 жыл бұрын
বহুত মিছ কৰো নৰাত বহি black&white TV ত এনেকুৱা সুন্দৰ বোলছবিবোৰ উপভোগ কৰা সেই সোণালী দিনবোৰ। সেই সময়বোৰ আকৌ ঘূৰাই পোৱা হলে!!! 😭😭😭
@jitulnath3973
@jitulnath3973 3 жыл бұрын
সোণালী দিনবোৰৰ স্মৃতি♥️
@rubulpatra9555
@rubulpatra9555 5 жыл бұрын
Jatin Da aru Rabi Da r cinema akow sabo mon jai....notun bonabo lage
@jollywoodadda7234
@jollywoodadda7234 3 жыл бұрын
Pwer star & Superstar 🔥🔥
@hemantagoswami1533
@hemantagoswami1533 4 жыл бұрын
এটি কালজয়ী সৃষ্টি ❤️
@mannmali2728
@mannmali2728 5 жыл бұрын
যতীন দা আপোনাৰ চিনেমা ৰত্নাকৰ চাবলৈ ৰখি আছো 😘 আৰু কোন কোন আছা
@rakeshlochan3161
@rakeshlochan3161 6 жыл бұрын
Voice of zubeen...😍😘😘😘😘😘
@slowmandev7397
@slowmandev7397 3 жыл бұрын
কিমান যে মিঠা স্মৃতি আছে এই গান বোৰত
@DebojitHandique.
@DebojitHandique. 2 жыл бұрын
Golden day of Assamese film industry ❤️
@ontheroad4650
@ontheroad4650 Жыл бұрын
Better than today's Raghupati,Ratnakar . Munin Baruah ❤ Zubeen da❤Old Jatin Da Old Ravi Da❤
@birajborah1853
@birajborah1853 Жыл бұрын
তেতিয়া মই ক্লাছ নাইনৰ ছাত্ৰ আছিলোঁ ,গাৱৰ মানুহৰ লগত গাড়ী 407/গৈ যোৰহাট ইলি চিনেমা হলত চাই চিলো গৈ সোণালী দিন আছিল ,সেইবোৰ দিন নাইকীয়া হল
@animerecipe7118
@animerecipe7118 5 жыл бұрын
ravi n jatin da.r jodi tu eta time.t jui logai disil🎊🎊🎊🎊🎊
@tikendrajitmahanta6154
@tikendrajitmahanta6154 3 жыл бұрын
It's 17th may,2021.. the craze of this song is.. just unexplainable..
@dentistbarmanrendyr-pitaek2020
@dentistbarmanrendyr-pitaek2020 3 жыл бұрын
MUNIN BORUA WAS A GEM OF JOLLYWOOD
@ranenjitbhattacharyya7272
@ranenjitbhattacharyya7272 9 ай бұрын
Munin boruah SIR francis ford coppola asil for assamese film industry..HE WAS A PIONEER...A GODFATHER
@user-wh8gg1gl2z
@user-wh8gg1gl2z 6 ай бұрын
Yes bro that's true nowadays we don't have anyone in Assamese film industry golden era is gone hope suvrat kakoti becomes great in this generation 😢❤​@@ranenjitbhattacharyya7272
@tikumoninath187
@tikumoninath187 5 жыл бұрын
All time Superhit song. Bohut bohut val lagise.
@parmeswarray5267
@parmeswarray5267 3 жыл бұрын
Zubeen da singer .actor jotin da robi da great actor .i love all
@pabitrabora4812
@pabitrabora4812 4 жыл бұрын
Beautiful melody ❤️❤️❤️❤️
@nbsvlogs1250
@nbsvlogs1250 3 жыл бұрын
এই গানটো চালে আমাৰ বন্ধুত্বৰ কথা মনত পৰে বন্ধু। কিমান আনন্দ আমাৰ 💓 janardan jitu 💓
@Jinkismita45
@Jinkismita45 4 жыл бұрын
ratnakar sai enekua lagise jen eibur din amar majot ghuri ahi ase 😍
@Masum7960-y8y
@Masum7960-y8y 4 жыл бұрын
Rabi da...👌👌👌👌❤️
@priyankachetia9431
@priyankachetia9431 5 күн бұрын
Mn2 vori pore. Lv u emn dhunia gan amk uphar diya krne zuben da❤
@RinkumoniHazarika-ut2ym
@RinkumoniHazarika-ut2ym Ай бұрын
Huni huni hepah nopolua ati gaan Jatin da Ravi aru zubeen da r gaan ufff ❤❤
@catchukutube
@catchukutube 3 жыл бұрын
Still one my favorites in 2020 - so many memories - wow
@kartikdeka6078
@kartikdeka6078 4 жыл бұрын
Anekua geet ,abhinay ,cinema & actor dekha pabo loi aru akhambhab...
@mixtuber3262
@mixtuber3262 5 жыл бұрын
This song made by childhood 😍😍😍😍
@neelimoychangmai3933
@neelimoychangmai3933 4 жыл бұрын
Still love these old classics ☺☺
@Latika_Deka
@Latika_Deka Жыл бұрын
Childhood memories❤..Ravida is love❤
@abvlog2633
@abvlog2633 6 жыл бұрын
Amazing voice Zubeen da ki xundor gan bhttt val lgise gan tu xuni
@debajitkalita6467
@debajitkalita6467 4 жыл бұрын
nayok,barud,adhinayok, priya o priya, dag,agnisakhi,bidhata,hiya diya niya, all time hit movi
@Subhrajitgogoi574
@Subhrajitgogoi574 4 жыл бұрын
Munin baruah buronji ho next munin baruah katia ahebo.. Assmese Or gaurab
@nislam2397
@nislam2397 3 жыл бұрын
Anytime new.......!!! Love Zubeen da💙💚💛💜❤
@rumamahanta1269
@rumamahanta1269 7 ай бұрын
Romantic movie and brilliant acting by everyone.
@aloneboyrebelkiler3654
@aloneboyrebelkiler3654 2 жыл бұрын
কত গল আগৰ সোণালী দিন বোৰ এতিয়া সকলো স্মৃতি নোহোৱা হৈ গৈ আছে এতিয়াৰ দিন বোৰ advance হৈ চে কিন্তু মই ভাল নাপাওঁ বহুত মনত পৰে আগৰ এৰি থৈ অহা দিন বোৰ 🥺
@ranidasgogoi5964
@ranidasgogoi5964 Жыл бұрын
Hskoi 😢😢😢
@healthfreak7349
@healthfreak7349 4 жыл бұрын
I am a big Jatin Bora fan
@ankshuman4440
@ankshuman4440 3 жыл бұрын
this is evergreen ❤
@chaotamuly1619
@chaotamuly1619 4 жыл бұрын
Akow ebar ei Nayak cinema khnr nisinai Zubeen Dar gaan, Jatin Da aru Ravi Dar ovinoy ekeloge ekhon notun cinema sabole bor akha kori asu
@shivaaasami9911
@shivaaasami9911 3 жыл бұрын
মজা।।🥰🥰🥰।। hvy.... 🥰🤘🤘🤘
@zgpapurock9519
@zgpapurock9519 4 жыл бұрын
Zubeen da kinu kom love u dada
@rajaborah1550
@rajaborah1550 6 жыл бұрын
Ravi sharma,tapan das,jatin baruah will be the best combination
@niharranjansarma9648
@niharranjansarma9648 4 жыл бұрын
Jatin daa is the best
@bikashjyotibora5993
@bikashjyotibora5993 3 жыл бұрын
And zubeen da in the background
@ruksanabegum1222
@ruksanabegum1222 3 жыл бұрын
So.nice.song.my.fav.movie.nice.video.also
@promodbora640
@promodbora640 3 жыл бұрын
Jotin da val pale like ata dib...
@pranjitbarman3157
@pranjitbarman3157 5 жыл бұрын
আৰু সেই সোনালী দিন পাম নে ঘুৰাই
@neehabharali6436
@neehabharali6436 6 жыл бұрын
Jatin da aru Ravi da k bht vl lge
@baikunthakalitagolaghat6370
@baikunthakalitagolaghat6370 2 жыл бұрын
All time fav😍❤
@deeprabha4516
@deeprabha4516 2 жыл бұрын
উফ সেই দিন আৰু ঘূৰাই নাপাম 😭
@rajkamalbora6781
@rajkamalbora6781 4 жыл бұрын
Abeg jorito ase eibur ganor logot❤❤
@dipangkarnath5297
@dipangkarnath5297 4 жыл бұрын
Jai zubeen daa..lv yu
@jintudas6769
@jintudas6769 5 жыл бұрын
Mor jonmo 1999 ..ai bor cinema 2005 manot saisilu..ghrr xokolo a ake loge..ki je din asil.. Xoru asilu jodio priyo asil....bogitora..junbai..jaanmoni...oh god.....bring my childhood back please😢😢😢😢😢😢...
@akhimbaba1117
@akhimbaba1117 4 жыл бұрын
jintu Das p
@ashishbhattacharjya9375
@ashishbhattacharjya9375 2 жыл бұрын
Love you Zubeen da ❤
@satyajitgoswami9411
@satyajitgoswami9411 Жыл бұрын
Who is here after sri raghupati in 2023..What a transformation Ravi Da❤
@timepassvlog2405
@timepassvlog2405 6 жыл бұрын
Munin Sir r dore aru manuh thoka heten aji akhomiya cinema bohut aagot thakil heten 😔😔
@gautamkalita2121
@gautamkalita2121 5 жыл бұрын
Hosai o....
@peterhasda3574
@peterhasda3574 4 жыл бұрын
Lockdown brought me here... 😍😍😍😁😁😁
@Babli-004.12
@Babli-004.12 Жыл бұрын
Zubeen Da ,Ravi da and jatin da❤
@rbgaming6586
@rbgaming6586 5 жыл бұрын
বহুত ভাল লাগে এই গীতটো
@rajibdeka810
@rajibdeka810 2 жыл бұрын
Rabi &Yatin ki jodi Duniya par bhari 👍👍
Nohole Porichoi
4:08
sasankabaruah
Рет қаралды 1,2 МЛН
Ik Heb Aardbeien Gemaakt Van Kip🍓🐔😋
00:41
Cool Tool SHORTS Netherlands
Рет қаралды 9 МЛН
Whoa
01:00
Justin Flom
Рет қаралды 34 МЛН
Incredible Dog Rescues Kittens from Bus - Inspiring Story #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 27 МЛН
AJI SANIBAR KADAMBARI
4:12
chandanniku1
Рет қаралды 411 М.
song of jatin bora and  krishna moni2012
5:55
Krishna Moni Music 'Symphony'
Рет қаралды 2,3 МЛН
Film : Mitha Mitha Laganat
3:09
guggu kapil
Рет қаралды 1,2 МЛН
Mitha Mitha Aaji Xapunate. Film: Hiya Diya Niya
4:45
Dhruba Jyoti Talukdar
Рет қаралды 3 МЛН
TIRIS TIRIS | JUNBAI BIHU HD | MANAS ROBIN | ZUBEEN GARG
6:53
LUIT MANAS ROBIN'S PRODUCTION
Рет қаралды 7 МЛН
Ik Heb Aardbeien Gemaakt Van Kip🍓🐔😋
00:41
Cool Tool SHORTS Netherlands
Рет қаралды 9 МЛН