ড০ বাণীকান্ত কাকতি বঁটাৰ পৰা বঞ্চিত হোৱা শিক্ষাৰ্থীৰ ক্ষোভ

  Рет қаралды 22,091

Pratidin Time

Pratidin Time

Күн бұрын

Пікірлер: 297
@ArpitaHandique-ty5cq
@ArpitaHandique-ty5cq Ай бұрын
Eikeijon th okl Guwahati r sir ... gutei Axom r lora suwali asuu amii....apuni eikhar kotha mon t thobo ami aii next generation...ami hajar hajar lora suwali asuuu ..amr logt amr parents uu ...
@bhuyanmusic0.1
@bhuyanmusic0.1 Ай бұрын
👍👍👍👍
@birendranathgogoi3270
@birendranathgogoi3270 Ай бұрын
Exactly
@msminakshi8643
@msminakshi8643 Ай бұрын
Right
@rawandreal99
@rawandreal99 Ай бұрын
কাকো দিব নালাগে স্কুটী।
@trinayanbora8185
@trinayanbora8185 Ай бұрын
😂😂
@ninetailedamv7983
@ninetailedamv7983 Ай бұрын
Thickei ai scooty dia scheme to a beya to begin with .... scholarship ba ka study related award dibo Lage
@RajibDoley-r8x
@RajibDoley-r8x Ай бұрын
😂😂😂 hoi nki amak lagibo nhy college t poha bur
@himanshu_phukan
@himanshu_phukan Ай бұрын
Atia jiman gov r pora Scooty dia hoise xeibilak actually ghoror manuh bilak e solai. Students solua bahut Kom sonkhok e solai . So aitu iman bhal system nhi Mur mote.....
@monikadutta4949
@monikadutta4949 Ай бұрын
Nije gadho asili jee heikarone kliso ako
@Arthop-r2x
@Arthop-r2x Ай бұрын
Justice for coaching students
@ritudas12345
@ritudas12345 Ай бұрын
Bl dl doni lora swli A kio pabo
@opanne.
@opanne. Ай бұрын
লিস্ত ত যাৰ নাম আছে।এইবোৰক দিব লাগে অসমৰ মুখ্যমন্ত্ৰী অনুৰুধ কৰিছো।
@AnweshaSarmah-yk7wg
@AnweshaSarmah-yk7wg Ай бұрын
চৰকাৰলৈ এটা অনুৰোধ অসম মেডিকেল কলেজ আৰু ইঞ্জিনীয়াৰিং কলেজত যোগ্যতা চাই চিত দিয়াৰ ব্যৱস্থা কৰক। তেতিয়া কচিংৰ সমস্যা নাথাকিব।ড° বাণীকান্ত কাকতি বঁটাতো মেধা ছাত্ৰ-ছাত্ৰীসকলৰ বাবেহে তেওঁলোকে চৰকাৰী কলেজত পঢ়ক বা নপঢ়ক।
@Doko_590
@Doko_590 Ай бұрын
U are right Ban the reservation system Improve education system It will be the best equality😊
@_____Veda____________________6
@_____Veda____________________6 Ай бұрын
tweet সৰু কথা নহয়। ইমানৰ পাছতো চৰকাৰে,লোভ,জেদ্ ৰ দৰে কিছুমান অৰ্থহীন যুক্তি দাঙি ধৰিছে, বৰঞ্চ ছাত্ৰ ছাত্ৰী য়ে এতিয়া প্ৰাপ্য লাভৰ বিপৰীতে প্ৰাপ্যৰ ভিক্ষা মগাৰ দৰে হৈছে । ধিক্কাৰ এনে চৰকাৰ যিয়ে এক মেধাৰ বঁটাক লোভ আৰু জেদ্ ৰ সংজ্ঞা দিয়ে
@Its_Panda-b9g
@Its_Panda-b9g Ай бұрын
We want justice⚖ ✊ Amr scooty lagiboi
@sindhajasingh
@sindhajasingh Ай бұрын
I hope that the media will help all the students and make these news as national news # justice for coaching students Jeet neet and all
@sofiqulislam7323
@sofiqulislam7323 Ай бұрын
মোৰ মা দেউতাই কোনেও নাই। তেওঁলোকৰ মৃত্যুৰ পিছত মই নিজেই কষ্ট কৰি পঢ়ি আছো । I'm studying in online couching....I have not capacity to study in other colleges..other district..so I'm studying in online couching..
@reshmimakhatun4031
@reshmimakhatun4031 Ай бұрын
Me too online coaching in physics wallah
@sofiqulislam7323
@sofiqulislam7323 Ай бұрын
@reshmimakhatun4031 same
@reshmimakhatun4031
@reshmimakhatun4031 Ай бұрын
@@sofiqulislam7323 and we won't get scooty 😭😭😭
@RrrMast-pv4fc
@RrrMast-pv4fc Ай бұрын
Kuntu batch?​@@reshmimakhatun4031
@SaniyaAzmi2
@SaniyaAzmi2 Ай бұрын
Me too pw
@hira478
@hira478 Ай бұрын
justices for coaching students
@bhuyanmusic0.1
@bhuyanmusic0.1 Ай бұрын
স্কুটিখন দিয়া হৈ আছে মেধাৱী ছাত্ৰছাত্ৰীৰ পাৰদৰ্শিতাৰ পুৰস্কাৰ হিচাপে। পুৰস্কাৰ প্ৰাপকজন ধনী নে দুখীয়া সেইটো কেনেকৈ বিচার্য বিষয় হব পাৰে? আৰু পুৰস্কাৰটি লৈ কোনে কি কৰিব সেইটো তেওঁৰ ব্যক্তিগত কথা। পুৰস্কাৰ দাতাই সেয়া নির্ধাৰণ কৰি দিয়াটো কেনে কথা?
@theligerproduction3082
@theligerproduction3082 Ай бұрын
আমাক scooty দিয়ক। আমাক ন্যায় লাগে।
@MohiranBegum-t6r
@MohiranBegum-t6r Ай бұрын
We want justice
@handle3s
@handle3s Ай бұрын
মামাই ভাল অংক খেলিলে কিন্তু। অহাবাৰ 80% cutoff কৰিব স্কুটাৰ পাবৰ বাবে, আৰু অধিক সংখ্যক 80% above পোৱা ছাত্ৰ ছাত্ৰীয়েই minimum 1 year drop দিয়ে NEET, JEE national level examৰ preparationৰ বাবে, যিহেতু এবাৰত পোৱাটো সম্ভৱ নহয় কাৰণ regular candidates এ যোৱাবছৰ drop লোৱা studentsৰ লগত compete কৰিব লগা হয়, so the cycle continues. গতিকে মামাই এপাৰ্চী শাকত এটা জালুক দিয়াৰ দৰে স্কুটাৰ বিলোৱা বুলি বাঁহ বাঁহ লব আৰু 😐 বিৰোধী বোৰে এনেই লাইটৰ বিল বিল বুলি চকী মেজ ভাঙি থাকে, কিন্তু এনেকুৱা প্ৰকৃত সমস্যা বোৰত মাত নামাতে। ভাল মিলিছে । ডেৰ কোটি টকাৰ coaching আজি আঢ়ৈ হাজাৰ টকাত online ঘৰতেই উপলব্ধ। এইখিনি কথা শিক্ষামন্ত্ৰী গৰাকী অৱগত নহয় বুলি মই নাভাবো আৰু কথাখিনি জানিও এনেদৰে মেধাবী ছাত্ৰ ছাত্ৰী বোৰক মানসিক শাস্তি দিয়া বাবে মই অতি দুঃখিত।
@sourav23july
@sourav23july Ай бұрын
Thikai koisa bhai
@ManashiDevi-fn7ct
@ManashiDevi-fn7ct Ай бұрын
Thike koisa
@ManashiDevi-fn7ct
@ManashiDevi-fn7ct Ай бұрын
Ebar 60% hole dibo aru ebar 80% hole dibo eitu ki kotha
@Mehersa77
@Mehersa77 Ай бұрын
We want justice💔
@BinitRoy-tv3mc
@BinitRoy-tv3mc Ай бұрын
Himanta Mama❌ Himanta trauma✅😡
@RemaBegum-rz7vl
@RemaBegum-rz7vl Ай бұрын
😂😂 Ekdom
@AkhimRabha-ez4mm
@AkhimRabha-ez4mm Ай бұрын
Thousands of students getting 85+% preparing for NEET/JEE will not get scooty whereas some other students getting 60%will get scooty waah.....😅😂
@JumonBoruah
@JumonBoruah Ай бұрын
JusticeForCoachingStudents
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu Ай бұрын
চৰকাৰৰ যে টকাৰ অভাৱ হৈছে এয়াই প্ৰমাণ। কাৰণ ভাল লৰা ছোৱালী খিনিয়ে কোচিং কৰি আছে আৰু সিহঁতেই স্কুটী পাবলৈ যোগ্যতা অৰ্জন কৰিছে।
@lalitarajrakhilalita9416
@lalitarajrakhilalita9416 Ай бұрын
ড০ বাণীকান্ত কাকতি বটাঁ ৰ নাম সলনি কৰি ড০ বাণীকান্ত কাকতি আচঁনি কৰিলে মাননীয় মূখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল নিজৰ জেদ ভাৱৰ বাবে তাকো ফুলকোমলীয়া ল’ৰা ছোৱালীৰ মনত দুখ দিয়াৰ বাবে ৷ বেয়া লাগিছে আজি এজনী মাক হিচাপে কাৰণ স্কুটিৰ সপোণ মই দিখুৱাইছিলো ৷ মাননীয় মূখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ যদি কথাৰ মুল্য আছে তেতিয়া হলে সকলোকে স্কুটি দিয়ক এয়া আপোনাৰ ওছৰত কাতৰ অনুৰোধ ৷
@razibul702
@razibul702 Ай бұрын
অসমত কোনো কামেই ন্যায় পোৱা নাই। ধৰ্ষণৰ নিচিনা ডাঙৰ ডাঙৰ কাণ্ড ও ন্যায় পোৱা নাই তাকো আকৌ Coaching Student এ ন্যায় পাব নে? অসমৰ কোনো কামেই সঠিক ভাৱে নহয়। ধিক্কাৰ জনাইছো অসম চৰকাৰক 😡😡
@chinmoymedhi2590
@chinmoymedhi2590 Ай бұрын
Justice for coaching students 😢😢😢 please help sir
@ranjit19656
@ranjit19656 Ай бұрын
😂
@hridayrajbongshi8241
@hridayrajbongshi8241 Ай бұрын
Himanta mama ❌ Konkho mama ✅
@AbdulLatif-gk4uv
@AbdulLatif-gk4uv Ай бұрын
WE WANT JUSTICE
@dekaboy0
@dekaboy0 Ай бұрын
আমাক ন্যায় লাগে
@hirumanikalita7474
@hirumanikalita7474 Ай бұрын
শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় আপুনি কৈছিল যে scooty দিব কেৱল কলেজ যাবলৈ হে।।.........মোৰ ঘৰ পাঠশালাত। মই যদি গুৱাহাটী মহানগৰীৰ কোনোবা এখন কলেজ ত পঢ়িব যাও । তেতিয়া কি ইয়াৰ পৰা আমি scooty লৈ গুৱাহাটীলৈ যাব লাগিব নেকি? যিসকলে পাইছে তেওঁলোকৰ কিছুমানৰ তো ঘৰ কলেজৰ পৰা ওচৰতো হ'ব পাৰে। তেতিয়া তেওঁলোকক দিয়াৰ আৱশ্যকতা কি? দিয়ে যদি সকলোকে দিয়ক। মই এজন coaching কৰা ছাত্ৰ। Coaching কৰা সকলোৱে ধনী নহয়। অন্য ছাত্ৰ ছাত্ৰীৰ দৰে মইও নিজৰ সামৰ্থ সীমাক চেৰ নেপেলাই 4500 টকাৰে online coaching লৈছোঁ। বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়ে ডক্তৰ বা ইঞ্জিনিয়াৰ হৈ নিজৰ দেশক বিজ্ঞান ,প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত আগবঢ়াই নিব বিচাৰে …দেশ মাতৃৰ বুকুত অসমৰ নাম উজ্বল কৰিব বিচাৰে। তেওঁ লোকৰ ইয়াত কি দোষ? যে আপুনি এই মন্তব্য আগবঢ়াই তেওঁ লোকক উৎসাহ দিয়াৰ পৰিবৰ্তে তেওঁলোকৰ আশাত চেঁচা পানী ঢালিলে। .......……..................অসমক কি ডাক্তৰ, ইঞ্জিনিয়াৰ নালাগে নেকি? ......মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি মাত্ৰ আমাৰ প্ৰাপ্যখিনি বিছাৰিছো।।।।। …......…......….....…....….....….....ধন্যবাদ 🙏.
@Xaeow
@Xaeow Ай бұрын
#justiceforcoachingstudents
@AlamshahRohman-x8l
@AlamshahRohman-x8l Ай бұрын
Justice for coaching students 😢
@sanchitagoswami5906
@sanchitagoswami5906 Ай бұрын
Coaching students are equally deserving
@basictripleeight6692
@basictripleeight6692 Ай бұрын
We want justice 🙏🏻
@mihirozah5284
@mihirozah5284 Ай бұрын
we want clarification of our questins and justice
@amishagoswami8634
@amishagoswami8634 Ай бұрын
No scooty no vote🙂👍🏻 Ami 18 and 18+ students hoi golu atiaa nije nijor gov choose kora right ase amar atia pora ..enekua jodi amar lgt oniyai koribo ..amiu vote nidiu that's it! Amak kobo nahibo j ami scooty lubhia ami nijor papiyo bisarisu
@MARIYAMAHBUBA242
@MARIYAMAHBUBA242 Ай бұрын
We need justice 🙏
@Neetaspirant23756
@Neetaspirant23756 Ай бұрын
Mama❌ Kans Mama✅
@bikashdeka3753
@bikashdeka3753 Ай бұрын
60% মানেই মেধা নহয় ।।এইটো নম্বৰ সাধাৰণ কথা ।।।।এইটো বঁটা এই percentage ত এইটো বঁটা শোভাই নাপায় ।।।
@NajiraSultana-b9f
@NajiraSultana-b9f Ай бұрын
We went justice
@RanaSaikia-p1e
@RanaSaikia-p1e Ай бұрын
ফটা ঢোল পিটিয়ে শাসন চলোৱা ৰজাই ধাৰ লৈ চৰকাৰ চলাবলৈ অসুবিধা হোৱাৰ বাবেই সিদ্ধান্ত ললে গৈ ৰজাই😂😂
@nobinboruah6855
@nobinboruah6855 Ай бұрын
কছিং ছাত্ৰ-ছাত্ৰী ক ন্যায় প্ৰদান কৰক। মনত ৰখাটো উচিত যোৱা কেই বছৰৰ ছাত্ৰ-ছাত্ৰী য়ে উক্ত বটা পাইছিল।সেয়েহে হঠকাৰী সিদ্ধান্ত লৈ ছাত্ৰ ছাত্ৰী সকলক বঞ্চিত কৰাতো মহা পাপ হ'ব।দয়া কৰি ইয়াৰ এটি ব্যৱস্থা কৰক।
@MrigankaKalita-pq7ny
@MrigankaKalita-pq7ny Ай бұрын
Sorry but next electionot sorkar change hbo❤
@Anonymous-01-m
@Anonymous-01-m Ай бұрын
😂😂Nice joke
@MrigankaKalita-pq7ny
@MrigankaKalita-pq7ny Ай бұрын
@Anonymous52441 bro u don't even know the power of students 🫠in next election we will be gens of voters
@Anonymous-01-m
@Anonymous-01-m Ай бұрын
@@MrigankaKalita-pq7ny but bro.... Scooty nopuwa 75%+ puwa dropper students or number bessi nohoi.... Counting korire 1-2k Only
@MrigankaKalita-pq7ny
@MrigankaKalita-pq7ny Ай бұрын
@@Anonymous-01-m bro xihotor family nai 🫠xihotor close relative nai ......influenceo hbo bohute
@Pillow5674
@Pillow5674 Ай бұрын
Ami mane etiya amar ambition ou choose koribo nuware niki 😭💔
@halfblood3544
@halfblood3544 Ай бұрын
CM🔥🔥🔥
@SaponDas-k1w
@SaponDas-k1w Ай бұрын
Coaching students also deserve the scooty award
@mizanurzaman571
@mizanurzaman571 Ай бұрын
Clgt ohar xubidhar babe scooty dse jihetu degree admission sai dbo lagisil...HS % soar ki proyojon ...40%poa tur atiya ki hbo xihotor oxubidha nhbo nki ...ru ami kota joa ni ..ami 4600 tokat batch kinisu ...library join kri tte cls krm bli vbisilu ...gaot net npai ...atiya mk scooty dbo na ki ba ? Nhli 10 km cycle solai jbo lgibo ...
@xyza100
@xyza100 Ай бұрын
Scheme Tu higher education bbe hoi.. Higher education r namot dia hoi..coaching kori thaka Tu higher education t npore.student buli nijok a bhabe... Kintu scheme Tu bhal k njane
@Nannie-o
@Nannie-o Ай бұрын
​@@xyza100aitu eta reward hoi apuni murkho nki? Nam2 sai lbo vlke..emn bosore tu tenekoi e di ahise..ru eligible criteria tu HS % he asil eyat college r kotha kor pora ahil? Nhole 40% pua tuku diok xi cllg goise jetia..% sai kio di ase? Atya BA bsc kri ami berozgar hoi bohi thkib lge nki apunar nisina?
@ankurpaul9431
@ankurpaul9431 Ай бұрын
No Scooty no vote
@hirumonineog1508
@hirumonineog1508 Ай бұрын
😂
@ArpitaHandique-ty5cq
@ArpitaHandique-ty5cq Ай бұрын
We deserve the scooty...last year r loike hokolu meritorious students be it boys (75%) or girls (60%) scooty labh korii ahise ...but eitu year t hothate eta interview t CM ai declare korile coaching Kori thoka lora suwali ai scooty napai ..eitu kihor nyaii...ami porha discontinue kra naai ... coaching maane okl Kota nhoii sir .. heitu apuni jaani luwa usit...nijor odhikar r baabe thiyo Diya thh zeed t logaa nokoii...eikhar kotha apuni bhaabi suwa usit
@theharo4084
@theharo4084 Ай бұрын
বহুত অন্যায় কৰিছে ছাত্ৰ ছাত্ৰী সকলক। নাপাই এনে কৰিব 😂
@ManjitSarkar-m3l
@ManjitSarkar-m3l Ай бұрын
NIP student ok buruoke scotty dibo lge🥺🙏
@TaslimaNasrin-nu7jp
@TaslimaNasrin-nu7jp Ай бұрын
Mor name aha nai 70.6😢😢
@ManjitSarkar-m3l
@ManjitSarkar-m3l Ай бұрын
@TaslimaNasrin-nu7jp umm moio 75.20 paiso mamai amr logot aitu val km kora nai🥺 Mama r aru katiyeu vl nahoi amak bhut dukh dile🥺
@TaslimaNasrin-nu7jp
@TaslimaNasrin-nu7jp Ай бұрын
@@ManjitSarkar-m3l 1 ta 2 subject or exam diya hokolok nidileu hoi kintu ami gotei subject or diso amio scooty puar juiggo 🥲🥲
@Ustaad-d6u
@Ustaad-d6u Ай бұрын
অসমৰ শিক্ষা মন্ত্ৰী হ'ল এটা ৰবৰৰ stamp মুখ্যমন্ত্ৰীয়ে যি কয় তাকেই কৰে নিজস্ব বোলা একো নাই#scootyscam2024 @himantabiswa@ranojpegu
@drawwithhrd9699
@drawwithhrd9699 Ай бұрын
Jed kora buli koi ru meeting t
@Oddneko
@Oddneko Ай бұрын
Hopefully they do something after the big media's coverage
@brojenkrgogoi5795
@brojenkrgogoi5795 Ай бұрын
চাৰি হাজাৰ টকা ত p w ত অন লাইনত পঢ়ি আছে মোর লৰাই আমি দুখীয়া মনুহ। এইয়া আমাৰ ওপরত অন্যাই হৈছে।
@AnuragSadhanidar
@AnuragSadhanidar Ай бұрын
Justice for boys
@AmriTokbi
@AmriTokbi Ай бұрын
We students who are preparing for NEET and JEE and other exams are not dropouts but droppers ,,
@Azirul_Hoque
@Azirul_Hoque Ай бұрын
What kind of government it is they play with students emotions.
@AshaBordoloi-p2c
@AshaBordoloi-p2c Ай бұрын
Right tumi thik koisa amar lgt he kio enekua kore
@Jimin-w6o
@Jimin-w6o Ай бұрын
No scooty no rest😂😢
@gunajitdeka2600
@gunajitdeka2600 Ай бұрын
Val kam krise CM sir ❤
@SyamantikaHazarika
@SyamantikaHazarika Ай бұрын
It's not fair
@rjciannagaon1595
@rjciannagaon1595 Ай бұрын
Kune kune previous year t coaching kri scooty pai dhuniya ke video tu Sai hahi asa like kra 😂😂
@pathsalaassam8775
@pathsalaassam8775 Ай бұрын
We need to go court for justice
@Liwen45466
@Liwen45466 Ай бұрын
Droppers students should be eligible for the banikanta award
@apurbadas4151
@apurbadas4151 Ай бұрын
ধনী শ্ৰেণীৰ মানুহক দি লাভ নাই!! টকা থাকিলে কচিং কৰে কেনেকৈ
@Nannie-o
@Nannie-o Ай бұрын
Sobe kota t jua ny nhoi coaching kribo..ru eyat dhoni dukhia kor pora ahil? Dhoni keitai kosto nokorake marks ane nki? eligible hoi jetia sobe pabo lgibo..ru nhole june private institute t graduation kri ase atya xihot ki dhoni nhoi? Ami coaching kri asu jate gov college ekhnot seat pau..dhoni hua hoi amiu private t pohi thakilu hoi
@s_v_n6367
@s_v_n6367 Ай бұрын
Online coaching r name hunisa?? Online coaching t besi bhag middle class students enrolled hoi khub kom poisat
@Pillow5674
@Pillow5674 Ай бұрын
There is a difference Between dropper and dropout students haitu najane sage 😢
@GobinTisso-dt8ke
@GobinTisso-dt8ke Ай бұрын
Scooty main মানে এতিয়া আমাৰ অসমত 😂😂😂
@prekhyasharma1544
@prekhyasharma1544 Ай бұрын
Scooty main nohoe nyae main basic human right meaning janene?
@NanditaRajbongshi-y7q
@NanditaRajbongshi-y7q Ай бұрын
কোচিং কৰাক নিদিয়ে বাৰু কিন্তু মই ঘৰৰ অভাৱত লব নোৱাৰিলো মোক আৰু কিয় নিদিয়ে মোৰ দৰে টো আৰু আছে আমাক কিয় নিদিয়ে admission লব লাগে যদি অহাবাৰ যেনেকৈ হলে ও লম এইবাৰ দিয়ক আমাক 😢🙏
@opanne.
@opanne. Ай бұрын
ভাল কথা নন্দিতা।
@BirinaRabha-z2g
@BirinaRabha-z2g Ай бұрын
Aibara janakuwa 80% pala dim koisa next year aikhini kothai last year kioo nokol ja coaching kora ba bahirot porhibo juwa kahatak niduu jatiya dboo time hol tatiyai kioo kol Teu a koi doctor engineer laga kintu atiya teu a anakuwa korisa ja soba degree a porhibo lagibo taku assamot . Degree kora pisot ki jiman student asa assamot heii sobora karona job ulabo paribo? Aruu soba topper nohoii too ja akata bostorot 12u pass koribo neet/jee u pass koribo.
@mayamonigoswami6651
@mayamonigoswami6651 Ай бұрын
Seidore eitu kothau juwa bosorei kobo lagisil .tetia koboloi eku nai.
@SajidAhmed-vr9kf
@SajidAhmed-vr9kf Ай бұрын
৪০-৫০ হাজাৰ টকীয়া scooter ৰ কাৰনে neet jee এৰি নিদিবা ভাল doctor হব চেষ্টা কৰা scooter খন এৰি দিয়া লাগিলে
@assamjitu
@assamjitu Ай бұрын
Eitu niyom agte nasil .name ahar past etiya diyar timet kiy enekoi kribo lage..aha bosoror pora hei niyom korok mohakhoy🙏
@SevenfoldClouds
@SevenfoldClouds Ай бұрын
Protest or jaga tuo city center..city center tu secretariat declare kori diok
@saddam3653
@saddam3653 Ай бұрын
প্রশ্ন এটা হটাত করি আইন কেনে কোই বনায় । সেই টু কথা মুর্খ নিছি না কথা কোই থাকে মুখ্যমন্ত্রী
@dhritimoni7589
@dhritimoni7589 Ай бұрын
100% পাব লাগে । কাৰণ HS ত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ, ছাত্ৰীৰ বাবেই এই বটা ।
@Jaiaiiaxom123
@Jaiaiiaxom123 Ай бұрын
100 palei suka vabo niki
@pankajrabha7816
@pankajrabha7816 Ай бұрын
😊😊😊😊😊
@HafizaKhn938
@HafizaKhn938 Ай бұрын
We want to justice for dropper students
@narayanamit33
@narayanamit33 Ай бұрын
Very good decision by CM
@Jaiaiiaxom123
@Jaiaiiaxom123 Ай бұрын
Protibad nokoriba.....kunpinor ppra revenge lobo gomei napaba😂😂😂😂
@borashakurmi968
@borashakurmi968 Ай бұрын
Drop dia babe kio nplu moiu😢😢😢 justice lge🙏🙏🙏
@kasmirikeleng8731
@kasmirikeleng8731 Ай бұрын
We need justice
@Rimpie.0
@Rimpie.0 Ай бұрын
Bohut beya korise sorkare students bilakor logot
@ranjit19656
@ranjit19656 Ай бұрын
ধনী ঘৰৰ student বোৰে কাৰোবাৰ উছটনি পাইছে l
@AnkitaBorgiri
@AnkitaBorgiri Ай бұрын
সেয়া উৎসাহ দিলে নেকি
@subirdutta4488
@subirdutta4488 Ай бұрын
বঁটা দিয়া বন্ধ কৰিব লাগে
@premvidyarnavmusical
@premvidyarnavmusical Ай бұрын
ইমান টকা দি কোচিং কৰি আছে কিয় দিব লাগে। আচলতে কেৱল চৰকাৰী বিদ্যালয় ৰ ছাত্র ছাত্রীক হে দিব লাগে।
@AbinashKalita-y5n
@AbinashKalita-y5n Ай бұрын
Eito kuno asoni nhy eito bota hoi jiye eligible take dibo Lage ki boki thake
@Nannie-o
@Nannie-o Ай бұрын
Nhole agor pora e kribo lgisil..eyat college ba gov school r kotha kor pora ahil? June jote nopohok kosto kri marks anise jetiya pabo lge eligible khini e
@ParishmitaDas-jw3nv
@ParishmitaDas-jw3nv Ай бұрын
O mne dhoni he coaching krbio pre duxiyai nuware.... Bhh apunar sinta.... Doctor rr tat jauk apuni
@premvidyarnavmusical
@premvidyarnavmusical Ай бұрын
@ParishmitaDas-jw3nv কোনজন দুখীয়া পৰিয়ালৰৰ ছাত্র ছাত্রী য়ে কোচিং কৰি আছে , ১০জন উলিয়াই দিয়ক আৰু অহা মাহত মোৰ লগত আপুনি ও ওলাওক ঘৰে ঘৰে গৈ চাম, তাৰ পিছত যাম, অন্যথা আপোনাক মই লৈ যাম মেডিকেল। যদি ধনী দুখীয়া সিমাৰেখা নাজানে তাৰো চিকিৎসা হব।
@ParishmitaDas-jw3nv
@ParishmitaDas-jw3nv Ай бұрын
@@premvidyarnavmusical moi a kri aso gom paise apuni... 6k xoros hoise muthe mor... Kotha kobo nahibo .. Xomaj poriborton hl kin2 apunar sinta dhare knba jugut a ase
@ig_notgonareveal
@ig_notgonareveal Ай бұрын
Nohole percentage criteria tu otorai diok aru dukhia bhuroke scooty dibo 3rd 2nd division paleu khihotoke scooty dibo dhukia je sob khite pabo lage ami kosto kori val percentage anisu amak dibo nalage ... deserve kora bhure napai deserve nokora bhure he pai
@arupnath5529
@arupnath5529 Ай бұрын
Akdm right mama..💯..thik decision..
@BinitRoy-tv3mc
@BinitRoy-tv3mc Ай бұрын
Feeling sad for people like you😡
@prekhyasharma1544
@prekhyasharma1544 Ай бұрын
Nije puanai buli matha beya hol sage
@drawwithhrd9699
@drawwithhrd9699 Ай бұрын
Jua baror all students dise xeito point kio nokoi xeito jukti kio nidiye mama ye ..kio juabaror jukti tu r ktha nokoi
@theForman24
@theForman24 Ай бұрын
Shame on the state government
@CareerMentors7783
@CareerMentors7783 Ай бұрын
Scooty to clz jab r karone dise.. Ai scooty bor akol BPL student k dib lage
@msminakshi8643
@msminakshi8643 Ай бұрын
Scooty ndile vote 👋
@amanclass5944
@amanclass5944 Ай бұрын
High court korile pam ami
@changmaidipjyoti2573
@changmaidipjyoti2573 Ай бұрын
ল'ৰা ছোৱালী সমান বুলি কোৱা হয় কিন্তু ছোৱালীৰ কাৰণে ৬০% ল'ৰাৰ কাৰণে ৭৫% এইটো কি অংক বুজি পোৱা নাই ৭৫ টো কেনেকৈ ৬০ % ৰ সমান বাৰু 😢😂
@TheWeekend-q2l
@TheWeekend-q2l Ай бұрын
Its totally unfair End moment t guidance change krise aru last yr sbe paisil jar naam merit list t asil😠 Eibosor o jar jar naam ase sbe jate pai
@WahidulIslam-hw9lp
@WahidulIslam-hw9lp Ай бұрын
60% পোৱা ল'ৰা সকলক দিব লাগিছিল।
@PompySarkar-f2f
@PompySarkar-f2f Ай бұрын
Rechaking kora hokole scooty lav koribo ne
@ArchanaBora-k4h
@ArchanaBora-k4h Ай бұрын
Amak scooty lage😢😢 dile sboke dib lage 😢😢
@Par-i18
@Par-i18 Ай бұрын
মামা গম পাইছো আপুনি স্কুটি কলেজ যাবলে দিয়ে কিন্তু সকলো coaching student বোৰে 1.5 lakh দি নামভৰ্তি কৰি coaching কৰা নাই বহুতো ছাত্র ছাত্রী ONLINE COACHING কৰিছে COACHING ল'লেই ধনীমানুহ নহয় সপোন থাকে আমাৰো এটা ডাক্তৰ বা অভিযন্তা হোৱাৰ তেতিয়া হ'লে আপুনি চৰকাৰী coaching centre খোলক
@ajitboro7027
@ajitboro7027 Ай бұрын
online toka dibo nelage ne
@IftikarAlom-o3w
@IftikarAlom-o3w Ай бұрын
5000 aiya ki clgot nalage iyatke besi clg ot gusi jai abosarot
@Par-i18
@Par-i18 Ай бұрын
@@IftikarAlom-o3w হয় যায়
@Par-i18
@Par-i18 Ай бұрын
@@ajitboro7027 lobo sun ata online coaching gm pabo je govmerment clgt prhile montht jiman jaai tatkeu komte ami coaching kri asu bujise
@Arjuwara-ng2fu
@Arjuwara-ng2fu Ай бұрын
Sorkare agote notice jari koribo laagisil
@dibakardebnat1575
@dibakardebnat1575 Ай бұрын
juatice for neet jee students
@knarzary390
@knarzary390 Ай бұрын
Mixed feeling. Val lagise beyao lagise😅😢
@LizaBarman777
@LizaBarman777 Ай бұрын
Mamai koise a scooty nidiu buli😢😢
@Rupam-lu3jv
@Rupam-lu3jv Ай бұрын
Coaching Kora kaku scooty diba nalage
We Attempted The Impossible 😱
00:54
Topper Guild
Рет қаралды 56 МЛН
Правильный подход к детям
00:18
Beatrise
Рет қаралды 11 МЛН
We Attempted The Impossible 😱
00:54
Topper Guild
Рет қаралды 56 МЛН