Iman Morom Kio Lage || ZUBEEN GARG || Theatre Surjya 2019-20 | Full Video

  Рет қаралды 4,341,420

AC MULTIMEDIA

AC MULTIMEDIA

Күн бұрын

Пікірлер: 859
@chayasworld7122
@chayasworld7122 4 жыл бұрын
জুবিন দা অসমৰ সম্পদ। জুবিন দা আপুনি হাজাৰ বছৰ জীয়াই থাকক
@mahatmasaikia9763
@mahatmasaikia9763 5 жыл бұрын
Lyrics : (Kaise kahoon dil mera sona sona lagda sona sona lagda koi tu bataye naa koi samjhaye naa hai kya dil mein chupa ) বুটলি বুটলি ভগা সপোন ভাগৰ ভাগৰ যেন লাগে কুৱঁলী কুৱঁলী মনৰ জোন পোহৰ পোহৰ যেন লাগে কিযে এয়া মিঠা মিঠা জোনাক কিয় কবলৈ মন যায় তোমাক ইমান মৰম কিয় লাগে কিয় লাগে কিনো মায়াৰে বুকুৰ আলাপ সুধিবলৈ মনে যায় তোমাক ইমান মৰম কিয় লাগে কিয় লাগে ইমান মৰম কিয় লাগে কিয় লাগে ইমান মৰম কিয় লাগে কিয় লাগে তোমাৰ ছবি সোঁৱৰি সোঁৱৰি বাটে চাই ৰওঁ আহিবা বুলি আনিম তোমাক আদৰি আদৰি কলিজাৰ ৰঙ দিম উজাৰি উজাৰি কিযে এয়া মিঠা মিঠা জোনাক কিয় কবলৈ মন যায় তোমাক ইমান মৰম কিয় লাগে কিয় লাগে কিনো মায়াৰে বুকুৰ আলাপ সুধিবলৈ মনে যায় তোমাক ইমান মৰম কিয় লাগে কিয় লাগে ইমান মৰম কিয় লাগে ইমান মৰম কিয় লাগে কিয় লাগে কিয় লাগে (Kaise kahoon dil mera sona sona lagda sona sona lagda koi tu bataye naa koi samjhaye naa hai kya dil mein chupa) তোমাক ৰাখি আৱৰি আৱৰি কাহানিও নোযোৱা যেন মোকে পাহৰি প্রেমৰ গোলাপ বিচাৰি বিচাৰি তোমাতেই ফুলাম সৰগী শেৱালি কিযে এয়া মিঠা মিঠা জোনাক কিবা কবলৈ মন যায় তোমাক ইমান মৰম কিয় লাগে কিয় লাগে কিনো মায়াৰে বুকুৰ আলাপ সুধিবলৈ মনে যায় তোমাক ইমান মৰম কিয় লাগে কিয় লাগে ইমান মৰম কিয় লাগে কিয় লাগে ইমান মৰম কিয় লাগে কিয় লাগে কিয় লাগে
@Kritikadailyvlogs
@Kritikadailyvlogs 5 жыл бұрын
I really like this song but i am not assamese so can you please translate this song in hindi so that i jam along
@triggermachine6184
@triggermachine6184 4 жыл бұрын
Brother put in English subtitle dude I can't understand but i can feel they rythm of the song
@instareels7935
@instareels7935 4 жыл бұрын
Nice video😄😊😊😀
@prasantadihingia7268
@prasantadihingia7268 4 жыл бұрын
Zubeen da thanks iman dhuniaka gan tu gaisa
@prasantadihingia7268
@prasantadihingia7268 4 жыл бұрын
A majaa
@gitarthasaikia4149
@gitarthasaikia4149 5 жыл бұрын
জুবিন দাৰ গানত মই অন্ধ।। ভিডিঅ'ত যিয়ে নোলাৱক কিন্তু Zubeen da always rock... কেতিয়াবা বহুত মন যায় আপোনাক এবাৰ ওচৰত পাবলে।। love you 😍 😍 😍 😍 😍 you are my hart
@NDNPainting
@NDNPainting 5 жыл бұрын
*কবলৈ ভাষা নাই... এনেকুৱা গান লাগে সদায়... এটা এটা like কৰি দিয়াঁ... জয় জুবিন দা*
@arupbarman8115
@arupbarman8115 5 жыл бұрын
Moi dislike krilu.....
@bishaldas4482
@bishaldas4482 5 жыл бұрын
Kam nai baaabe dislike korisa
@dhantaye4467
@dhantaye4467 5 жыл бұрын
Uumma
@NDNPainting
@NDNPainting 5 жыл бұрын
Dislike kora keita bangladeshi
@jbchitrangkan9340
@jbchitrangkan9340 5 жыл бұрын
@@NDNPainting *hoi e*
@sibodeka9161
@sibodeka9161 5 жыл бұрын
জুবিন দা অাপুনি ইমান ধুনিয়া ধুনিয়া গানৰ ভাষাবোৰ কত পাই । অাপোনাৰ গানবোৰ শুনি শুনি পাগলহৈ যাওঁ । এনেকুৱা গান অামাক সদায় উপহাৰ দি থাকিব । অাৰু অামি অাপোনাক সদায় অাশীৰ্বাদ দি যাম । Love you ZUBEEN DAA
@malindrahajong5261
@malindrahajong5261 5 жыл бұрын
🎻🎻🎻🎻🎻🎺🎺🎺🎺📲📲📲📲📲📲📱📱📱📱🔇🔇🔇🔇
@uncommononlyforassam7999
@uncommononlyforassam7999 4 жыл бұрын
গানৰ ভাষা বোৰ অভিজিত ভট্টাচাৰ্যৰ জুবিন দাই গাইছে হে
@ManobMazumder-y2l
@ManobMazumder-y2l 8 ай бұрын
😊😊😊😊😊😊😊😊😊😊😊😊ljjlkk😊😊😊😊😊l
@hridayarts8836
@hridayarts8836 5 жыл бұрын
যাৰ কণ্ঠই নিজৰ পৰিচয়, যিয়ে নিজৰ কণ্ঠৰে সকলোৰে অন্তৰ মোহিত কৰিব পাৰে, তেঁৱেই হৈছে জুবিন গাৰ্গ ।
@deltonpegu4431
@deltonpegu4431 8 ай бұрын
Hoi brooo❤😮😮😮❤
@rijukhan8208
@rijukhan8208 5 жыл бұрын
জুবিন দা মানেই অসমীয়া নানা ধৰণৰ জনপ্ৰিয় গানৰ সৃষ্টিশীলতা, জুবিন দা এনেকুৱা গান আৰু লাগে।
@ritukalita8411
@ritukalita8411 5 жыл бұрын
Kintu abhijitr copy natak nalage bhai....
@axomyoutuber9500
@axomyoutuber9500 5 жыл бұрын
জুবিন দা আপোনা গানবো সুনিলে সুনি থাকিব মন যায় আপোনাৰ গান বোৰে মোৰ হৃদয় চুই যায়
@axom4460
@axom4460 5 жыл бұрын
জুবিনদা সচায় গা জুৰ পৰি যোৱা এই গীতটি , শুনি আমণি নালাগে really you are great
@Bmc8379
@Bmc8379 5 жыл бұрын
Hit zubeen da😘😘like zubeen lovers
@idadulislam1007
@idadulislam1007 5 жыл бұрын
Taman lagisa dai
@himadrisonowal4017
@himadrisonowal4017 3 жыл бұрын
উফ,অতি প্ৰেমৰ গীতবোৰে হৃদয়খন আৱেগেৰে ভৰাই তোলে,অতি ধুনীয়া গীতটি😭💔❤️
@gopaldas8355
@gopaldas8355 5 жыл бұрын
সচাকৈ জুবিন দা সুন্দৰ কন্ঠৰ অধিকাৰী আপুনি।আপোনি এনেই চিঞৰি থাকিলেও ভাল লাগে।
@romizulislam578
@romizulislam578 4 жыл бұрын
Right
@ManashRDas
@ManashRDas 3 жыл бұрын
@@romizulislam578 \q0o0oooo0
@hk_mahanta
@hk_mahanta 5 жыл бұрын
এক মিঠা অনুভৱ জাগি উঠিল গান টো শুনি। জুবিন দা লাভ u
@kiranburagohain1629
@kiranburagohain1629 3 жыл бұрын
িোৰিৰকড
@kiranburagohain1629
@kiranburagohain1629 3 жыл бұрын
ুিৌকতসৱকিখফগহ
@kiranburagohain1629
@kiranburagohain1629 3 жыл бұрын
7uii89ktwfj7jjh
@semim1478
@semim1478 5 жыл бұрын
কি যে এয়া মিঠা মিঠা জোনাক..কিয় কবলে মন যায় তোমাক..জুবিন দা তোমাৰ গানবোৰ কিয় ইমান ভাল লাগে😍🎧💝
@Imrankhan-ie3xb
@Imrankhan-ie3xb 5 жыл бұрын
Semim thik kiosa .moi imran
@dipikakalita5844
@dipikakalita5844 5 жыл бұрын
semim semim
@mrinmoysarma9877
@mrinmoysarma9877 3 жыл бұрын
❣️
@hewalidad8047
@hewalidad8047 2 жыл бұрын
জুবিন দাৰ দৰে আন কোনো হব নোৱাৰে 🥰🥰 love you zubeen da ❣❣❣❣❣❣❣❣
@manashibarman9707
@manashibarman9707 5 жыл бұрын
বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো আগন্তুক বৰ্ষ ৰ কাৰণে।। ধুনীয়া হৈছে গানটোৰ সকলো খিনি।
@papuahmed2023
@papuahmed2023 3 жыл бұрын
❣️জুবিন দা আপোনাক ইমান মৰম কিয় লাগে কিয় লাগে🤗😍😍কোনে কোনে 2021ত এই গানতো শুনি আছে প্লিজ লাইক এটা কৰি দিয়া প্লিজ🙏
@aruptalukdar6368
@aruptalukdar6368 5 жыл бұрын
সচাকৈ জুবিন দাৰ কণ্ঠত যাদু আছে।মন সাত পৰি যোৱা গান।জয় জুবিন দা
@জুবিনগাৰ্গলাভাৰ
@জুবিনগাৰ্গলাভাৰ 5 жыл бұрын
‌সুন্দৰ গান । সচাঁই কবলৈ ভাষা নাই।❤️❤️❤️❤️
@rajabolks3968
@rajabolks3968 4 жыл бұрын
Naci
@prasantadihingia7268
@prasantadihingia7268 4 жыл бұрын
Nice
@birajkrpatar6065
@birajkrpatar6065 5 жыл бұрын
Just woowwwwww Zubeen daa.. hiiiittttttt 2019-2020 theatre song.
@HekmatKausar
@HekmatKausar 5 жыл бұрын
জুবিন দা অসমীয়া সম্পত্তিৰ এটা উৎকৃষ্ট উপাদান । জয় জুবিন দাৰ জয়।
@prasantadihingia7268
@prasantadihingia7268 4 жыл бұрын
Live
@SumanSharma-ux1yg
@SumanSharma-ux1yg 2 жыл бұрын
000
@palashrai2487
@palashrai2487 3 жыл бұрын
Zubin da always melody king,, rockstar.. Nd what not.. I can`t explain.. He is God gifted.. I feel proud that guy.
@পাৰ্থৰাজবংশী
@পাৰ্থৰাজবংশী 5 жыл бұрын
ইমান মনোমহা গান দেহ মন শীতল পৰি যায়,,,, জুবিন দা
@prasantadas4906
@prasantadas4906 5 жыл бұрын
super hit song zubeen
@mintushrabha5552
@mintushrabha5552 5 жыл бұрын
Zubeen Daa Apuni Mohan🙏🏻❤️❤️
@jonalibarhoi8991
@jonalibarhoi8991 5 жыл бұрын
zubeen da very nice song ❤❤
@satrajitmalakar8936
@satrajitmalakar8936 5 жыл бұрын
Mza
@jahirulunit9772
@jahirulunit9772 5 жыл бұрын
High quality song Many many thanks
@rupaschannel5856
@rupaschannel5856 5 жыл бұрын
Zubeen da always Rock😍
@parismitadeka1026
@parismitadeka1026 5 жыл бұрын
moi zubeen dada অনুৰাগী 😍😍😚😚😘jdi apuni zubeen k val pai like karibo
@junjun6320
@junjun6320 3 жыл бұрын
Nice zubeen da ❤️❤️❤️❤️❤️
@FoodToYou23
@FoodToYou23 5 жыл бұрын
Beautiful song +lyrics 😍😍
@triggermachine6184
@triggermachine6184 4 жыл бұрын
Really I love u
@RabinaDaimary232
@RabinaDaimary232 5 жыл бұрын
i have no word for this song only i can say its just fantastic and jubin da ur the king of the king of assamese song.. i have no word of explain just i can feel so cool herself...
@uncommononlyforassam7999
@uncommononlyforassam7999 5 жыл бұрын
Abhijeet Bhattacharya's lyrics+ ajoy phukon music direction+ Palash Gogoi music production+ heart throb ❤️ voice = An Assamese song superhit ( this is romantic)
@dolihazarika208
@dolihazarika208 5 жыл бұрын
Zubeen da bohut val lagil........❤
@sattakingsikandarrana6047
@sattakingsikandarrana6047 5 жыл бұрын
I love u zubeen da and I love ur voice and feel my heart 😍 😍 😍
@sunalisaikia7541
@sunalisaikia7541 5 жыл бұрын
মোৰো কাৰোবাক ক'বলৈ মন যায় "ইমান মৰম কিয় লাগে?" love u জুবিন দা।।
@archanadeka9923
@archanadeka9923 5 жыл бұрын
mojjja
@bgogoi1348
@bgogoi1348 5 жыл бұрын
Muke koi dea
@assamesroockpd7093
@assamesroockpd7093 5 жыл бұрын
কয় দিয়া না
@user-uj8qj7dn5n
@user-uj8qj7dn5n Жыл бұрын
অভিকৰণসমূহলৈ আইঈকখগঘটচছঠফডজবঝঢণমঞঙ 😂😂😂
@dhrubajyotibaruah2635
@dhrubajyotibaruah2635 5 жыл бұрын
জুবিন দা l love you. আপুনি 100বছর জীয়াই থাকক।
@Imrankhan-ie3xb
@Imrankhan-ie3xb 5 жыл бұрын
Zubeen da friend hit like .love u zubeen da.aru ajay fukon da apuni aru anekoi aru val gan amak dib buli axa thakil
@karishmadas3720
@karishmadas3720 5 жыл бұрын
Jetiar porai xunisu ai gaan tu mr priyo gaan r vitort ata hoi prise ❤❤❤❤❤❤❤💓💓💓💓💓💓😘😘😘😘😘😘😘😘💗💖💗💖💗💖💖💜💛💚💙💋💋💋💋💋👈👈👈
@ruligogoi9479
@ruligogoi9479 5 жыл бұрын
👍👍👌nic Song zubeen da.
@unknownfacts1065
@unknownfacts1065 Жыл бұрын
মই বহুত ভাল পাও zubeen দাৰ চব থিয়েটাৰ song 🥰🥰🥰🥰🥰
@axom_satyo4881
@axom_satyo4881 4 ай бұрын
Anyone in 2024.🎧
@Chinmoy2003
@Chinmoy2003 Ай бұрын
Obviously darling ❤🎯
@parismitasahariah
@parismitasahariah Ай бұрын
Mee❤
@praptichoudhury4691
@praptichoudhury4691 5 жыл бұрын
Gan 2 bhut bhl lgishe zubben da u r rock
@Aditivlog481
@Aditivlog481 2 жыл бұрын
Zubeen da l have no words to explain. I love your voice, your all songs.
@karishmabora3508
@karishmabora3508 4 жыл бұрын
All time my favorite song ❤️❤️❤️
@zubeeniyanpinkuroy8646
@zubeeniyanpinkuroy8646 5 жыл бұрын
Zubeen da always God of singing
@VlogsAndReel
@VlogsAndReel 5 жыл бұрын
Super Hit audio nd video ... Aebar theatre surjya Hilay dibo
@ImranShah-qq2ld
@ImranShah-qq2ld 5 жыл бұрын
সংগীত মানেই জুবিন
@akashdeepdutta2624
@akashdeepdutta2624 5 жыл бұрын
Theater 2019-20 r hit song hbo.
@tubugamer3106
@tubugamer3106 5 жыл бұрын
সাগৰ সমান বব কোন জুবিন দাৰ সমান হব কোন! জুবিন অনুৰাগী লাইক here.
@preetytalukder1417
@preetytalukder1417 5 жыл бұрын
Joi zubeen da
@krishnaDas-cd7gh
@krishnaDas-cd7gh 5 жыл бұрын
Kiman xundor gaan zubeen da Rock
@ainalhaque3220
@ainalhaque3220 5 жыл бұрын
@@preetytalukder1417 ya absulately zubeen da rockstar
@preetytalukder1417
@preetytalukder1417 5 жыл бұрын
@@ainalhaque3220 Hmm
@pralasborahprasanta5068
@pralasborahprasanta5068 5 жыл бұрын
অসম বুলিলে জুবিন দা ! জুবিন দাৰ অনুৰাগি সকলে লাইক কৰক ! জয় জুবিনদা
@angelinekhongwir6965
@angelinekhongwir6965 2 жыл бұрын
I'm from Shillong what voices
@angelinekhongwir6965
@angelinekhongwir6965 2 жыл бұрын
Delete
@dhruba9674
@dhruba9674 5 жыл бұрын
Zubeen Da is always rock 🤟 long live Zubeen Da 😍 u r always heartthrob of Assam Zubeen Da 🤟
@ashminparbinnehar7538
@ashminparbinnehar7538 4 жыл бұрын
Uff zubeen da Voice 🔥🔥🔥❤️❤️❤️
@rohanchoudhuryofficial1458
@rohanchoudhuryofficial1458 5 жыл бұрын
Xundor song.. Mojja hbo😊😍😍😗😗
@bhaskarbarman2903
@bhaskarbarman2903 5 жыл бұрын
অতি সুন্দৰ জুবিন দা
@pahi252
@pahi252 4 жыл бұрын
Magic voice ase Zubeen Dada apunar tat.....❤️❤️❤️❤️❤️❤️
@prasantasarma8108
@prasantasarma8108 5 жыл бұрын
iman morom kio laage... kio laage.. kio laage.. zubeen da r sabda at e prem anuvuti hukh hakalo bisari pao jen sagar homan prem... lov u zubeen da...
@kaishyapkarmakar8837
@kaishyapkarmakar8837 5 жыл бұрын
It's a fact... Theatre songs r always beautiful when sung by Zubin Da. Loved the way the video goes. All the best to all the members of Surjya theatre for a successful season 👍
@jitukrishna6535
@jitukrishna6535 5 жыл бұрын
জুবিন দা আপোনাৰ গান বোৰ শুনি বহুত ভাল লাগে । শ শ বছৰ জীয়াই থাকি এনেকৈয়ে সুমধুৰ সুন্দৰ সুৰ বোৰ আমাৰ মাজত বিলাই থাকে যেন
@rumanjyotichangmai1764
@rumanjyotichangmai1764 5 жыл бұрын
Jai zubeen da😍😍😍
@Tinaarijitian
@Tinaarijitian 5 жыл бұрын
Mojaa song zubeen daa.....bht besi val lage gaan tu😘😘😘😘...xuni thakileu amoni nlage😍
@saikia4846
@saikia4846 5 жыл бұрын
Zubeen Da joi 10000 like
@rinaahmed3935
@rinaahmed3935 4 жыл бұрын
Nice song zubeen Garg ❤❤❤👍👍👍
@hunoraxom
@hunoraxom 5 жыл бұрын
Zubben Da always top😘😘😘
@chiranjivdas8988
@chiranjivdas8988 5 жыл бұрын
জুবিন দাক কোনেও চেৰাব নোৱাৰে👍
@hunoraxom
@hunoraxom 5 жыл бұрын
Right zubben Da ganor bhogoban hoi
@jimidas7050
@jimidas7050 11 ай бұрын
Kiba kibi lgi jai mon to xunile😭❤️
@chiranjibpegu338
@chiranjibpegu338 5 жыл бұрын
জুবিন দা মানেই অসমীয়া গীত অসমীয়া গীত মানেই জুবিন দা
@dulumanitalukdar3881
@dulumanitalukdar3881 5 жыл бұрын
Xasake axomiya gaan manei hol jubin da . Emn madhur xurat gaan bor gaye gan xuni a vl lagi jay
@debasishboruah4750
@debasishboruah4750 5 жыл бұрын
Yes broooo... 😊😊
@bhanushmitadas4704
@bhanushmitadas4704 4 жыл бұрын
@@dulumanitalukdar3881 .
@tapandeka3884
@tapandeka3884 4 жыл бұрын
Ada
@tapandeka3884
@tapandeka3884 4 жыл бұрын
@@dulumanitalukdar3881 r"Dr do u
@sameerranjan6705
@sameerranjan6705 2 жыл бұрын
Ufffffff what a voice...! Love u Zubeendaa ❤️
@nayanmoni1957
@nayanmoni1957 5 жыл бұрын
Waw.kbloi vakha nai.bohut dhunia lgse.dipankr daa and zubin da😍😍😍😍😍😍😘😘😘😘
@roshmirekhadutta6079
@roshmirekhadutta6079 5 жыл бұрын
Nice song 😍😍
@amardaszg7553
@amardaszg7553 5 жыл бұрын
Love u zubeen da
@jintubora2068
@jintubora2068 5 жыл бұрын
All time favorite zubeen Da
@letsenjoyassam1240
@letsenjoyassam1240 5 жыл бұрын
Moja moja moja moja, I love you Zubin Da.,
@Happiness7520
@Happiness7520 2 жыл бұрын
Most beautiful song ❤️❤️❤️🥰😇 Love this song ❤️❤️❤️❤️🥰😇
@ImranHussain-yf8un
@ImranHussain-yf8un Жыл бұрын
Ratipua pa repeat etya le1 15 bar ke besi hol❤❤.. Jetya zubeen daa koi "ki je mitha mitha junak,,kio kobo mon jai tumak"❤❤
@lalitarabha5207
@lalitarabha5207 5 жыл бұрын
Love u zubeen da😍😍😍😍
@chinmoykalita2888
@chinmoykalita2888 5 жыл бұрын
Zubeen da r gaan or khur re blg bohut dhuniya lagise gaan tu
@jyotishmangogoi790
@jyotishmangogoi790 4 жыл бұрын
Super duper ❤️❤️❤️❤️❤️
@nelldonkoch3997
@nelldonkoch3997 5 жыл бұрын
ইমান ভাল কিয় লাগে ?? জুবিন দাৰ গানবোৰ love u zubeen da
@sanjibsaikia3696
@sanjibsaikia3696 5 жыл бұрын
I ❤ LOVE JUBEEN DAAAA
@mridulkashyap768
@mridulkashyap768 2 жыл бұрын
Soul of VOICE ZUBEEN DA 👍👍
@SHAHINUR-B
@SHAHINUR-B 5 жыл бұрын
Zubeen Dada Assam King
@dhirenchandradas4865
@dhirenchandradas4865 4 жыл бұрын
My favorite song ❤️😍😍
@deeptalukdar8145
@deeptalukdar8145 5 жыл бұрын
Zubeen da rock
@ParthapratimBaruah-f9h
@ParthapratimBaruah-f9h 9 ай бұрын
Kun kun Zubeen garg lover's❤
@sankuporasor4602
@sankuporasor4602 5 жыл бұрын
Uh!! Ki morom..ki aabeg.. Dhunia lyrics...eti mitha gaan..
@Krishnamoninath92
@Krishnamoninath92 5 жыл бұрын
Hitt Album Theater surijya..joi Zubben Da 💙
@Prince-kh6sj
@Prince-kh6sj 5 жыл бұрын
Its Zubeen da. Love u Zubeen da ❤❤❤❤❤
@karabinath6179
@karabinath6179 2 жыл бұрын
Very nice song ❤️❤️
@rubulmoran6503
@rubulmoran6503 2 жыл бұрын
কেইদিন মান নাই চোৱা হৈছিলে আকৌ চাই দিলোঁ ভাল লগা গান টোৰ।
@sweetychannel2547
@sweetychannel2547 5 жыл бұрын
Imn morom kio lage wow just love it what a lovely song ❤❤😍😍😍
@himakhibharali8823
@himakhibharali8823 3 жыл бұрын
The video with the song is equally beautiful.
@rintutamuli8795
@rintutamuli8795 5 жыл бұрын
assamese music quality increasing day by day..
@sumipathak5356
@sumipathak5356 5 жыл бұрын
Nice song 👌 👌
@mousumipator5516
@mousumipator5516 5 жыл бұрын
Owsem song👌. Once again hitttttt. Zubeen da.
@nabajyotideka3468
@nabajyotideka3468 3 жыл бұрын
Bahut beautiful gaan😍😍😘
@dipankarbhattacharjya4767
@dipankarbhattacharjya4767 4 жыл бұрын
Lovely song Zubeen da❤
@nilutpalbhai2600
@nilutpalbhai2600 3 жыл бұрын
I love this song very much from assam
@ajoyphukanofficial6416
@ajoyphukanofficial6416 5 жыл бұрын
Thnx to all eman val puar babe adori je loise
@priyankaphukon6850
@priyankaphukon6850 5 жыл бұрын
tezal tezal aru ai tu gaan hompurno beleg gaan bur porothome huni loi cmnt dibo lage
@sayasarkar4953
@sayasarkar4953 5 жыл бұрын
Ajoy da rock...
@whyneed608
@whyneed608 5 жыл бұрын
Song2 apunar krone xuna nai ZG daar krone xunisu😂
@chanakyaray8299
@chanakyaray8299 5 жыл бұрын
Lovely song... Thanks for lovely song Zubeen Da love you
@jayaranidas1790
@jayaranidas1790 5 жыл бұрын
Zubeen da ganto xuni moja ligil
@avibinibora8115
@avibinibora8115 5 жыл бұрын
I love this song🥰🥰💗💗
@Samiron6060
@Samiron6060 11 ай бұрын
Evergreen ❤
@indiraronghangpi9012
@indiraronghangpi9012 3 жыл бұрын
I don't understand this song but love it from karbi Anglong kardom🙏
Friends make memories together part 2  | Trà Đặng #short #bestfriend #bff #tiktok
00:18
UFC 308 : Уиттакер VS Чимаев
01:54
Setanta Sports UFC
Рет қаралды 831 М.
Family Love #funny #sigma
00:16
CRAZY GREAPA
Рет қаралды 16 МЛН
Priyotoma - Zubeen Garg | Gayatri Mahanta | Bordoisila Theatre 2018-19
6:47
Nilim Nilim Morom By Zubeen Garg | Rimpi Das | Rinku Riyan
4:49
AC MULTIMEDIA
Рет қаралды 2,5 МЛН
Monore Koina | Zubeen Garg | Official Music Video | Zubeen Garg Music
5:55
Zubeen Garg Music
Рет қаралды 7 МЛН
Rang Diya Morom (Ramdhenu)
5:40
Zubeen Garg Music
Рет қаралды 308 М.
Friends make memories together part 2  | Trà Đặng #short #bestfriend #bff #tiktok
00:18