O Maya | Zubeen Garg | Rakesh Reeyan | Chayanika Bhuyan | Rajtilok Theatre 2018-19

  Рет қаралды 14,414,196

AC MULTIMEDIA

AC MULTIMEDIA

Күн бұрын

Пікірлер: 2 100
@prantapchetia9218
@prantapchetia9218 2 жыл бұрын
জুবিন দাৰ সুৰৰ মায়াত প্ৰতিটো ক্ষণ মায়াছন্ন, Heart touching
@hiranyadas3255
@hiranyadas3255 21 күн бұрын
জীৱন ময়াৰে খেলা অতি সুন্দৰ প্ৰদৰ্শন ভক্তি ভৰ চং বৰ ভাল লাগিল জয় শ্ৰীকৃষ্ণ ❤😊👌👍
@bikashsarma534
@bikashsarma534 2 жыл бұрын
যিমানেই মন বেয়া নহওঁক দাদা ,, আপোনাৰ কণ্ঠৰ সুৰ কাণত পৰিলে দেখোন কিবা সকলো দুখ নাইকীয়া হৈ যায় দাদা ।।। ভগৱানে আপোনাক সদাই সুস্থ ৰাখক 🙏🙏🙏❤️❤️
@sibumalakar
@sibumalakar Жыл бұрын
P
@AnkurNeog-xx8eu
@AnkurNeog-xx8eu Жыл бұрын
​@@sibumalakarw😊❤
@mostakali1829
@mostakali1829 Жыл бұрын
q
@mostakali1829
@mostakali1829 Жыл бұрын
A
@zodxgaming1696
@zodxgaming1696 8 ай бұрын
@pronabdas227
@pronabdas227 2 жыл бұрын
জুবিন দাৰ সমান এই পৃথিৱীত সূৰ দি গান গোৱা মানুহ আৰু চাগে কেতিয়াও নোলাব 7 তা জনম ললেও জুবিন ডাৰ লগত কোনো সমান হব নোৱাৰে । জুবিন দাৰ জেগাঁ কোনো লব নোৱাৰে । তেওঁ j যেনেকুৱা গাণ গালেও তেওঁৰ মাত খাৰে মূহি পেলাই । I Love you Zubin Da 😍😍😍
@zodxgaming1696
@zodxgaming1696 8 ай бұрын
@anandarituborah1811
@anandarituborah1811 6 ай бұрын
❤❤
@shikshaaxom7987
@shikshaaxom7987 6 ай бұрын
Arijit Singh ka naam suna hai???
@kishurdeka8579
@kishurdeka8579 5 ай бұрын
​@shkshaaxom7987 kon boskhawa pok hoi he😂
@AbhinandanHazarika
@AbhinandanHazarika 5 ай бұрын
​​@@shikshaaxom7987বহুত ডাঙৰ ডাঙৰ শিল্পী য়েও এটা কথা কয় যে গান এটা সুৰ দি গোৱাত জুবিন গাৰ্গৰ কোনো তুলনা নাই।আপুনি আকৌ ক'ৰ পৰা অৰিজিত সিং ক আনিছে😂।জুবিন গাৰ্গৰ নিচিনা সুৰত কোনেও গাব নোৱাৰে।কিছুমান গান কিছুমান গায়কৰ কণ্ঠ ত বেছি ভাল লাগে।মই ক'ব খুজিছোঁ যে সুৰ দিয়াত জুবিন দা সদায় এক নম্বৰ
@bikashnath.9090
@bikashnath.9090 6 жыл бұрын
জীবন এখনি মায়াময় জীবনী৷৷৷ সচাকৈ জীৱনটো এখন মায়াময় জীৱনীয়েই হয়৷৷ কি কম জুবিন দা৷৷ ধন্যবাদ তোমাক৷ তোমাৰ গানৰ বাবেই জীয়াই আছো৷৷৷৷৷
@gautamzgrabha4054
@gautamzgrabha4054 4 жыл бұрын
জুবিন দাক এই পৃথিবীত অনাৰ বাবে ধন্যবাদ ভগবান।
@ankurjyotisaikia4732
@ankurjyotisaikia4732 3 жыл бұрын
Best
@bakulsaikia6139
@bakulsaikia6139 3 жыл бұрын
@@ankurjyotisaikia4732 qQqqqqQqq
@lakhipriyasonowal365
@lakhipriyasonowal365 3 жыл бұрын
@@ankurjyotisaikia4732 q
@zodxgaming1696
@zodxgaming1696 8 ай бұрын
@BishnuDas-m4t
@BishnuDas-m4t 4 күн бұрын
@ChanditaBordoloi-CB
@ChanditaBordoloi-CB 6 жыл бұрын
তোমাৰ গানত মই বাৰুকৈয়ে মুগ্ধ জুবিন দা,, মন যেতিয়া বেয়া লাগে , যেতিয়া নিজকে অকলশৰীয়া অনুভৱ কৰোঁ তোমাৰ গান শুনিলেই মনটোৱে বহুত শান্তি অনুভৱ কৰোঁ,, আমি সকলোৱেই তোমাৰ পাগল প্ৰেমিক❤️❤️
@bhadrakonch4501
@bhadrakonch4501 2 жыл бұрын
Aqqaaaaaaaaààaààaaa
@bhaboranidas6196
@bhaboranidas6196 2 жыл бұрын
Oufh
@nayanbaishya1293
@nayanbaishya1293 2 жыл бұрын
@@bhaboranidas6196 p
@chiring4248
@chiring4248 Жыл бұрын
@@nayanbaishya1293 K-pop
@pet154
@pet154 Жыл бұрын
Ene kisuman gaan aashe, xunile sakulu enei boi aahe, bahirat thaku ene lage Jen etiyai gharale gusi jaam. Akou bhabu gane tu pet nabhorai....
@জুবিনদাৰঅনুৰাগী-স৯ড
@জুবিনদাৰঅনুৰাগী-স৯ড 2 жыл бұрын
জয় জুবিন দা।আমি জুবিন দা অনুৰাগী।কিয় জানে নে কাৰণ জুবিন দা দৰে মন, মানুহৰ বাবে মৰম, সহায়, আদি গোতেই বোৰ গুন আছে। কিন্তু বহুত মানুহৰ গাত নাই। এটা কথা হয় মানুহক সহায় কৰিবলৈ হলে ধন লাগে। কিন্তু মোৰ মতে মন লাগে জুবিন দা কি সকলো সহায় টকাৰে কৰে নেকি। কৰে টকাৰে ও সহায় কৰে। কিন্তু তেওঁ বহুত সহায় টকা নোহোৱাকৈ কৰে।যেনে সৌ সিদিনাই এজন মানুহৰ পথ দূৰ্ঘটনাত জুবিন দা নিজেই গাড়ীৰ পৰা নামি আহি তেওঁক সহায় কৰিছিল। দাদাৰ সহায়ৰ হিচাপ নাই। জয় জুবিন দা। ❣️❣️
@kishordeka5582
@kishordeka5582 Жыл бұрын
Right 😏🥰🥰🥰
@rameshchandradas2972
@rameshchandradas2972 Ай бұрын
এই গীতটো মই প্রায়েই শুনো যেতিয়া অন্তৰত দুখ অনুভৱ হয় বা নিৰাশাত বা ভুগো। এই বিশ্বজনীন আবেদনময়ী গীতটোৰ সৃষ্টিৰ লগত জড়িত সকলো কলা কুশলী বৃন্দক অভিনন্দন জনাইছো। গীতৰ লগত পৰিবেশিত visuals বোৰো বহুত সৃষ্টিশীল আৰু উন্নত মানদণ্ডৰ। Salute to all concerned.
@EklavyaTanti
@EklavyaTanti 4 жыл бұрын
জীৱন বাটত হতাশ হোৱা ক্ষণত অনুপ্ৰেৰণা যোগোৱা সুন্দৰ গীত। জীৱন জিন্দাবাদ❤❤❤।।।
@kulenbaruah3981
@kulenbaruah3981 3 жыл бұрын
8o9
@RamDevSastree
@RamDevSastree 7 ай бұрын
哦哦切切切亲亲我我1起1啊啊亲224
@rupamkalita3798
@rupamkalita3798 11 ай бұрын
জুবিন দা জয়, ভগৱানে সদায় ভালে ৰাখক,,,এই পৃথিৱীত আৰু জুবিন দাৰ দৰে সুৰ কেতিয়াও কোনো দিনেও আগলৈ নাপাও,, জুবিন দাৰ গান শুনি প্ৰতিটো দিন পাৰ কৰো,
@vigyuraaz615
@vigyuraaz615 6 жыл бұрын
zubeen dar lgt khur milai milai Rakesh riyaneo dhunia k gaise geet2....bahut val lagil.Lyrics also awesome
@digantabailung8860
@digantabailung8860 3 жыл бұрын
কেতিয়াবা ভাৱ হয় জুবিন দা নোহোৱা হলে আমাৰ কি হল হয়?কাৰ গান শুনিলো হেতেন।আমি আজীৱন তোমাৰ ঋনি জুবিন দা।
@kangkan.Choudhury
@kangkan.Choudhury 2 жыл бұрын
Zubeen daa 🥺💓 ,, tumar gaan ot a moi jiai thokar prerona pau😌💓
@jaanrj2726
@jaanrj2726 6 жыл бұрын
কালিৰ পৰা বাৰে বাৰে শুনি এই আছোঁ 😍 100 বাৰ মান হল মোক লগৰ লৰা এটাই শুনাইছিল Best song Forever love you Zubeen Da❤️
@pulpulichintey8490
@pulpulichintey8490 5 жыл бұрын
Me2 sem
@himanshugogoi5036
@himanshugogoi5036 3 жыл бұрын
@@pulpulichintey8490 you are
@pranab161
@pranab161 3 жыл бұрын
good
@anantaboruah2565
@anantaboruah2565 3 жыл бұрын
same
@pallabdeka6628
@pallabdeka6628 3 жыл бұрын
@@pulpulichintey8490 ĺĺlĺĺĺĺ
@chintukalita7200
@chintukalita7200 6 жыл бұрын
অসমত যিমান কি গায়ক নাথাকক জুবিন দাৰ নিচিনা কোনো হব নোৱাৰে য়াৰ😘😘😘😘লাভ ইউ জুবিন দা❤️❤️❤️❤️❤️
@nabakumardeka8806
@nabakumardeka8806 5 жыл бұрын
কথাটো হয়
@nabakumardeka8806
@nabakumardeka8806 5 жыл бұрын
Love you Zubin da.. 😘😘😘
@abdulvlogs5063
@abdulvlogs5063 5 жыл бұрын
You are right
@jitunath1695
@jitunath1695 5 жыл бұрын
Beautiful. Song
@rubibora9125
@rubibora9125 5 жыл бұрын
Su9
@sagarikakataki2376
@sagarikakataki2376 6 жыл бұрын
বহুত ধুনীয়া লাগিলে যুবিন দা আপোনাৰ কন্ঠত সচাকৈ যাদু আছে
@nabanitasvolgsmainu4608
@nabanitasvolgsmainu4608 5 жыл бұрын
Yes,you are write.
@amardas8206
@amardas8206 4 жыл бұрын
Bhut vl hoise diya
@esuvidha1779
@esuvidha1779 4 жыл бұрын
❤🐹🦊
@himashrihimashriray8082
@himashrihimashriray8082 Жыл бұрын
@@amardas8206 to bhini gote I
@dipankarrabha4637
@dipankarrabha4637 2 жыл бұрын
মোৰ কবলৈ ভাষা নাই জুবিন দা দা আপোনাৰ প্ৰতেকটো গানেই মনোযোগ দি শুনো জীৱন বাটত আগোৱাই যোৱাৰ বাবে শক্তি পাওঁ ,I love you Zubeen দা দা ।
@mirajbubul3198
@mirajbubul3198 6 жыл бұрын
জুবিন দাৰ কন্ঠ সদায় এনেকৈয়েই থাকক ,
@retro9028
@retro9028 2 жыл бұрын
Rakesh dar voice't ata classic touch ase , bor hundor lge hunibo....and zubeen da as always goosebumps voice🔥
@bhudevmedhi3090
@bhudevmedhi3090 6 жыл бұрын
ধন্যবাদ ভগৱান, যে তুমি মোৰ জীৱনত জুবিন গাৰ্গ ৰূপে দেখা দিছা !! এক বিশাল শক্তি পাঁও জুবিন দাৰ গান শুনিলে !! শান্তি, শক্তি, প্ৰেম, সাহসৰ সমাহাৰ জুবিন গাৰ্গ !!😊
@anildas1253
@anildas1253 6 жыл бұрын
Love u this song
@Biswajitdas-ut7ix
@Biswajitdas-ut7ix 6 жыл бұрын
tek koiesa aponar kotato bohout val
@srikanthgampa348
@srikanthgampa348 6 жыл бұрын
bhudev medh
@jibeswardas4052
@jibeswardas4052 6 жыл бұрын
Xasa...hrt touching.... Mind blowing Zubeen Da
@kulaznath6199
@kulaznath6199 6 жыл бұрын
bhudev medhi socha katha
@arindamchakravartty6308
@arindamchakravartty6308 9 ай бұрын
এইটোও গান,কি বনাইছে,music,lyrics,voice।।। perfect song
@rahulbora7995
@rahulbora7995 6 жыл бұрын
Zubeen dar kontho jot nigore tat amrit boi jai... Amrit ase Zubeen dr konthot. Lv u dada
@brjonardan3481
@brjonardan3481 2 ай бұрын
সুন্দৰ প্ৰয়াস ❤ "ইমন"ৰ এই জয়যাত্ৰা সদা অব্যাহত থাকক! তাৰেই কামনাৰে আটাইলৈকে শুভেচ্ছা প্ৰেৰণ কৰিলোঁ💐🙏
@MahidulIslam-kh7nf
@MahidulIslam-kh7nf 2 ай бұрын
জীবন খন সচাঁ কৈয়ে মায়াময়। যেতিয়া মানুহৰ মায়াত জীবন খন পৰে। তেতিয়া সেই মায়াৰ পৰা আঁতৰাবলৈ টান হৈ যায়। এই মায়াৰ মেলাত কেতিয়াও নপৰিব।😢😢❤❤
@sanjaybarnali143
@sanjaybarnali143 4 жыл бұрын
No language to write comments. Wow! Love you Zubaan da❤💝💓💞
@bhuyanbudhin6487
@bhuyanbudhin6487 6 жыл бұрын
জুবিন গাৰ্গৰ লগতে ৰাকেশ ৰিয়ানেও সুন্দৰকৈ গাইছে। অতি হৃদয়স্পৰ্শী গীত ❤️
@rubulgogoi8238
@rubulgogoi8238 5 жыл бұрын
Yes.. Rakesh is talented
@manashkalita8165
@manashkalita8165 4 жыл бұрын
Um hoy
@bulbulsanowarhussain6158
@bulbulsanowarhussain6158 3 жыл бұрын
@@rubulgogoi8238 But zubeen more than tallented ❤️
@nashekiduniya1007
@nashekiduniya1007 2 жыл бұрын
Only zubeen garg
@rjrock2946
@rjrock2946 2 жыл бұрын
@@bulbulsanowarhussain6158 m. .
@devidkonwar7736
@devidkonwar7736 6 жыл бұрын
জুবিন দাৰ কণ্ঠত কি ধৰণৰ যাদু আছে বাৰু??😍😍😍😘...সকলো মোহ যায় তেঁওৰ যাদুত...😍😍😘😘...lv u zubeen da..😘😘😘
@nituhajarika3442
@nituhajarika3442 5 жыл бұрын
Devid Ko nwar
@pranjalray2974
@pranjalray2974 5 жыл бұрын
জুবিন দাৰ গান শুনি বহুত ভাল লাগে। ধন্যবাদ জুবিন দা
@Tapash_____________.
@Tapash_____________. 3 жыл бұрын
Ki osadharon gaan sotti....gan ta jodi o buji na..❤️
@mukuldewraja6588
@mukuldewraja6588 4 жыл бұрын
জীৱন এখনি 🌹🌹🌹মায়াময় জীৱনী💕💕💕💕💕 হ্ৰীদয় খন চুই যায় কথাখিনি😓😓😓
@educational154
@educational154 5 жыл бұрын
জুবিন দাৰ গান মানেই শান্তি ❤ love you zubeen da ---- ৰাকেশ ৰিয়ানেও বঢ়িয়া গাইছে 👌👌👌👌
@lakhipriyasonowal365
@lakhipriyasonowal365 3 жыл бұрын
Q
@gitipatel3000
@gitipatel3000 3 жыл бұрын
@@lakhipriyasonowal365 Wz7oó9kģqñ
@Barsha7020
@Barsha7020 3 жыл бұрын
Yes
@dipokbarman6954
@dipokbarman6954 3 жыл бұрын
@@gitipatel3000 X
@MINTGAMER69
@MINTGAMER69 Жыл бұрын
Mai Assamese nahi samjhti bt mujhe a song bahaut khushi deti hai please es song ko Hindi me translate kijiye
@Flow_editz676
@Flow_editz676 6 жыл бұрын
জুবিন দাৰ কথাটো নক‌ওৱে বাৰু,জুবিন জুবিনে।ৰাকেছে ৰিয়ানেও বহুত সুন্দৰ গাইছে।
@lakhipriyasonowal365
@lakhipriyasonowal365 3 жыл бұрын
00
@lakhipriyasonowal365
@lakhipriyasonowal365 3 жыл бұрын
@Matthias Aron 0pppp00
@lakhipriyasonowal365
@lakhipriyasonowal365 3 жыл бұрын
0plĺlĺĺp
@lakhipriyasonowal365
@lakhipriyasonowal365 3 жыл бұрын
1PM
@monujboruah1991
@monujboruah1991 3 жыл бұрын
সঁচাকৈয়ে ৷ জুবিনৰ কণ্ঠৰ সৈতে ৰাকেশ ৰিয়ানৰ ইমান ধুনীয়াকৈ মিলি গৈছে ৷
@sjdeka8497
@sjdeka8497 5 жыл бұрын
My fvrt song...... 😘😘😘dint 10br uport hunu aitu gaan.... 😊😊😊
@NukhilMoran
@NukhilMoran 3 ай бұрын
Yes অসম খন অমাৰ হয় | মিঞাৰ অসমত কোনো স্থান নাই নিজৰ ঠাইলৈ গুচি যা | যদি নোযোৱা অসমত ভোলুকা বাঁহ চিনি পাওঁ নহয় |জয় আই অসম✊️✊️
@mridupabanzg3660
@mridupabanzg3660 3 жыл бұрын
Zubeen dar dore singer aro npam..... Axom ot Love you dada ❤️❤️❤️
@deepj6870
@deepj6870 6 жыл бұрын
আকৌ এবাৰ মন মুহিলে জুবিন দাই♥♥ তোমাৰ কণ্ঠত যাদু আছে ♥♥
@makkeshali3649
@makkeshali3649 6 жыл бұрын
nasir
@syedashiqurrahman8879
@syedashiqurrahman8879 6 жыл бұрын
DJ snack
@yubrajhandique8752
@yubrajhandique8752 6 жыл бұрын
Deep J hi
@lakhyajitlahon7534
@lakhyajitlahon7534 6 жыл бұрын
@@syedashiqurrahman8879 .
@jitendeori1721
@jitendeori1721 6 жыл бұрын
Kosovo
@khaiborali8231
@khaiborali8231 3 жыл бұрын
জুবিন দাৰ গীতৰ অবিহনে-মোৰ জিৱন আধোৰুৱা/ কি বিশাল অৰ্থৰে ভৰা মধুমই কন্ঠত দাদাৰ গীত/ সুনি দেহ মন শাত পৰি গল- আৰু- বহুবাৰ সুনিলু
@lisandeka4627
@lisandeka4627 10 ай бұрын
Zubeen daa r nsna kunu nai.. ishware pothiyase apunak amr majoloi.. vaale thakok ❤❤❤❤❤
@deizypathak2982
@deizypathak2982 2 жыл бұрын
I'm not an assamese, didn't get any word of the song, but something fascinating is there in this song that forcing me to listen to the masterpiece again and again
@user-nj8kq2dk6p
@user-nj8kq2dk6p Жыл бұрын
❤️❤️❤️❤️
@dkalitha
@dkalitha 5 жыл бұрын
Jibon ekhoni mayamoi jiboni Morom mayare eti kahini Jibon ekhoni mayamoi jiboni Morom mayare eti kahini Jibone koi kahaniba Hahibur lukuwai thuwa Morome koi ketiyaba Sokulu titise hiya Hukh dukhor sobi aaki jaai Jibonor asolot lukai O maya kije maya Jibon mayare khela O maya kije maya Morom mayare mela 🎼Music🎼 Oo mayabi xagorot uti fure xopunor nao Oo mayare xarothi loi axare botha bai jaao.. Oo mayabi xagorot uti fure xopunor nao mayare xarothi loi axare botha bai jaao Jibone koi kahaniba Hahibur lukuwai thuwa Morome koi ketiyaba Sokulu titise hiya Hukh dukhor sobi aaki jaai Jibonor asolot lukai O maya kije maya Jibon mayare khela O maya kije maya Morom mayare mela 🎼Music🎼 Ho mon pokhi jaai uri Mayare deoka meli Hepahok xaboti Nijore saya bisari Ho mon pokhi jaai uri Mayare deoka meli Hepahok xaboti Nijore saya bisari Jibone koi kahaniba Hahibur lukuwai thuwa Morome koi ketiyaba Sokulu titise hiya Hukh dukhor sobi aaki jaai Jibonor asolot lukai O maya kije maya Jibon mayare khela O maya kije maya Morom mayare mela...
@SaidulIslam-yg3ho
@SaidulIslam-yg3ho 5 жыл бұрын
জুবিন দাৰ গান মানেই ধুনীয়া।❤
@jagadishdas3948
@jagadishdas3948 5 жыл бұрын
To
@bijoydas3450
@bijoydas3450 3 жыл бұрын
Adha boyokh jua bura atak actor bonaise
@khojagamer9618
@khojagamer9618 3 жыл бұрын
@@bijoydas3450 hoi tu deka burot telentr komi ase neki 😑 iman dekhibo beya hoise gantir logot mila nai
@sudarshanbiswas3624
@sudarshanbiswas3624 2 жыл бұрын
Words are not enough to express the voice of this man...no one can replace him...If you are once addicted with the voice,you can't leave...Love you Zubeen Da 😍❣️
@AldenSangma
@AldenSangma 2 ай бұрын
Zubeen Da ki je xhur aponar..Aponar songs xhonile mor Antorkhon kope aro num bor tiyo hoi jai...kio najanu...❤❤❤❤😢😢😢
@dhrubapatgiri3986
@dhrubapatgiri3986 4 жыл бұрын
Have no words for this beautiful composition and choreography ❤️❤️❤️
@assampanther4008
@assampanther4008 6 жыл бұрын
Bidexot thakiu protitu Zubeen daar gaan ajiloike xuni asu...tmk pronam Zubeen daa...mn muhi juwa voice...xundor contribute with xundor lyrics
@unitedgamer8588
@unitedgamer8588 4 жыл бұрын
Dislike kora keita pagol nki be zubeen Dar nisina gaan dislike kore nki be kintu moi zubeen dak bohot bhal Pau I love you zubeen da😌😌😌😌👌👌👌👌👌👌👌🤘🤘🤘❤❤❤❤❤❤❣❣❣❣❣💗💗💗💗
@jetukideka2206
@jetukideka2206 3 жыл бұрын
👩‍🚒👽💢💢💢💢💢📲📱☎️📞
@Tapash601
@Tapash601 6 ай бұрын
2024 ত কোন কোন শুনি আছে ?
@jitumonibaishya
@jitumonibaishya Жыл бұрын
এই গান টো শুনিলে গাৰ নোম শিয়ৰি উঠে ।।।।ভাষা নাই দাদা love from hajo
@amirulkhan3291
@amirulkhan3291 4 ай бұрын
এই গানটো ১০ বাৰ কৈ প্ৰতিদিন শুনো ❤❤❤
@NDNPainting
@NDNPainting 6 жыл бұрын
Ajoy Phukan/ Palash Gogoi+Abhijit Bhattacharya=Zubeen Garg... Joy Zubeen Daa💖💖💖
@uniphamsong920
@uniphamsong920 6 жыл бұрын
NDN Painting
@lakhirambasumatary5688
@lakhirambasumatary5688 6 жыл бұрын
Flim mor nam ko na plz
@nirmaldeka3226
@nirmaldeka3226 6 жыл бұрын
NDN Painting ,,,
@nirmaldeka3226
@nirmaldeka3226 6 жыл бұрын
assames Phamsong
@bikidjsaikia4875
@bikidjsaikia4875 6 жыл бұрын
মচ
@lakhyanathtaye9914
@lakhyanathtaye9914 10 ай бұрын
2024 t Kune Kune hunisa like please
@user-zu9np6qx3
@user-zu9np6qx3 9 ай бұрын
Moi hunilu aji2024dete 9mach
@criticalgamer192
@criticalgamer192 9 ай бұрын
Moi hunilo 2024 18 march
@alone6099
@alone6099 8 ай бұрын
Moi atya
@ZahiirZubeenian
@ZahiirZubeenian 8 ай бұрын
Aso❤️
@bhargav_vlogs-1-l7q
@bhargav_vlogs-1-l7q 8 ай бұрын
Moi aji 14april
@yusubali5482
@yusubali5482 6 жыл бұрын
I think Zubeen is the top singer of India
@motivetionalguru2408
@motivetionalguru2408 6 жыл бұрын
bjkdip
@MadhabMGogoi
@MadhabMGogoi 6 жыл бұрын
no u r wrong
@priyangsukhound7971
@priyangsukhound7971 6 жыл бұрын
Hoi zubeen top singer
@karishmabegum1599
@karishmabegum1599 6 жыл бұрын
Yes he is the top... Heart beat of us We proud of him...
@rahuldkdas8680
@rahuldkdas8680 4 жыл бұрын
Arijit Singh kun....🤣🤣😂
@sibabhuyan4049
@sibabhuyan4049 Ай бұрын
Gaan huni bor mojaaa lagise aru Zubeen daar hole tu Kobo nalage ❤❤❤ Zubeen DaakJune June vall pai like ata kori juwa ❤❤
@sriganesh8526
@sriganesh8526 4 жыл бұрын
Moi jiman dukhot nathaku mathu zubeen dar geet xuni sob dukh atori jai aru moi agbarhi juwa prerona paoo so i love you too zubeen da! 🙏🙏🙏
@1down4upKapil
@1down4upKapil 6 жыл бұрын
Supeb! Zubeen mama ! The persons that u selected for this video are really amazing, specially thr smile are genuine
@অংশুনাভপাচনীয়া
@অংশুনাভপাচনীয়া 6 жыл бұрын
ভাল লাগিল ভিদিও টো ।।বহুত ভাল হৈছে অভিনয় ।।
@kushaldeori3082
@kushaldeori3082 6 жыл бұрын
Mk
@beautinandi2371
@beautinandi2371 6 жыл бұрын
Only for zubeen da 😍😍😘😘..his voice 😘😘😘
@dhanmonjitray2408
@dhanmonjitray2408 5 ай бұрын
জুবিন দা তুমি জুই তোমাৰ দৰে আৰু কোনেও এনেকুৱা গান উপহাৰ দিবলৈ নাই ❤❤❤❤
@giteshdebbarma4671
@giteshdebbarma4671 5 ай бұрын
Im from Tripura i dont understand this language but I love this song and listining this unlimited times
@parashmonibhuyan9760
@parashmonibhuyan9760 4 жыл бұрын
Zubeen Garg and Chayanika Bhuyan, this song is the excellent.....
@durnakantasonowal8970
@durnakantasonowal8970 6 жыл бұрын
এই সুন্দৰ গানটো আমাক উপহাৰ দিয়া বাবে জুবিন দা আৰু ৰাকেশ দা লগতে চয়নিকা বা লৈ অশেষ ধন্যবাদ জনালোঁ
@yubrajhandique8752
@yubrajhandique8752 6 жыл бұрын
DURNA SONOWAL .
@debasishdutta563
@debasishdutta563 5 жыл бұрын
DURNA SONOWAL usta
@jayantaborah7835
@jayantaborah7835 6 жыл бұрын
Just awesome,,, awesome lyrics, awesome tune, awesome music..
@gemarff9396
@gemarff9396 6 ай бұрын
জুবিন দাৰ গান‌ শুনি বহুতে ভাল পাও,আৰু লগতে গানটোও বহুত ভাল লগা, জুবিন দাৰ সুৰত এনেকা গান শুনিলে দুখে আঁতৰি যায়❤
@DHANRAJDOLEY
@DHANRAJDOLEY 5 ай бұрын
জয় জুবিন দা 🙏👑❤️
@bijoydas5841
@bijoydas5841 8 ай бұрын
Jai Zubeen da i love you Zubeen da 👌👌👌🥰🥰❤️
@dijitkumarcreation4717
@dijitkumarcreation4717 6 жыл бұрын
Best song of 2k18...LOVE YOU ZUBEEN DA ♥️♥️👌👌👌👌
@tutuali113
@tutuali113 6 жыл бұрын
Really, zubeen is king of singer in assam
@pilingadeka
@pilingadeka Жыл бұрын
উফ জেগাত লাগি গৈছে মোৰ ❤mon pran sui goise ane dhoror geet bur hunile deha xat pori jai love this song
@tapandas-kt9tu
@tapandas-kt9tu 2 ай бұрын
অৰ্থ বহুল কথাৰে এটি সুন্দৰ গীত । শুনি ভাল লাগিল ।
@bisbainscreation2132
@bisbainscreation2132 4 жыл бұрын
*All time Hits Singer Zubeen Garg 🔥❤️*
@kinjalakmani7800
@kinjalakmani7800 3 жыл бұрын
O
@mrayushvlogs46
@mrayushvlogs46 3 жыл бұрын
Zubeen da is very good
@lakhipriyasonowal365
@lakhipriyasonowal365 3 жыл бұрын
@@kinjalakmani7800 00
@anitadas4752
@anitadas4752 3 жыл бұрын
@@mrayushvlogs46 ৎ দশ
@annweshahazarika2198
@annweshahazarika2198 3 жыл бұрын
Nice video.
@mirobeen
@mirobeen 5 жыл бұрын
চমৎকার গান, এতো সুন্দর একটি গান উপহার দেওয়ার জন্য জুবিন দা কে অনেক ধন্যবাদ, যদিও কিছু ভাষা বুঝতে সমস্যা হয় । ...... Love from Dhaka, Bangladesh.
@amitmallick9571
@amitmallick9571 2 жыл бұрын
Love u zubin sir...love from tripura❤️
@UnsucessGirl
@UnsucessGirl 4 ай бұрын
সঁচাই জীৱন মায়া😢😢😢 য'ত সকলো মানুহে এটা সময়ত ডুবি য়ায়🥲🥺😭😭♥️ এই সময়ত
@arindomsaikia7194
@arindomsaikia7194 5 жыл бұрын
ZUBEEN DA ROCK ...😘😘😘❤️❤️❤️
@jetukideka2206
@jetukideka2206 3 жыл бұрын
Hfdszs for her birthday but
@jetukideka2206
@jetukideka2206 3 жыл бұрын
Bgfehf ghthhhhh forcbgkjjhkkghkkdjg grhfghtrhhtggf.
@সীমান্তৰাজ
@সীমান্তৰাজ 6 жыл бұрын
অহ জুবিনদা , কিযে মায়া আপোনাৰ
@KACHARI_OFFICIAL_2.8K
@KACHARI_OFFICIAL_2.8K 2 ай бұрын
Dr. Zubeen dar logot tumar voice tu parfect lage . ❤❤ joy zubeen da 🥰🥰
@insborahgaming2717
@insborahgaming2717 3 жыл бұрын
Ako mn gl hunibole.... Hridoy sui juwa ata gan😍😍🥰🥰🥰😍
@PutulPutuldas
@PutulPutuldas 8 ай бұрын
Zubin da aro rakesh riyan oh kintu ধুনীয়া হৈছে গোটে গান টো জুবিন দা গোৱা হেন লাগে music jay সঁচাই ভাল চিয়ে ধৰিব পাৰিব দুইজন গাইছে জুবিন দা আৰু ৰাকেশ ৰীয়ান দা
@pubalisonowal19
@pubalisonowal19 6 жыл бұрын
Oh god such a beautiful one 😍😍
@jitulborah6369
@jitulborah6369 5 жыл бұрын
Hiiikoi
@dibyajyotimisra1653
@dibyajyotimisra1653 6 жыл бұрын
zubeen da mko ata sujog dibo nki? arthik absthar karne aguwabo pora nai. plz zubeen da . may god bless you. mai apunak ganr vagawan hisape ggyan karu.
@annweshahazarika2198
@annweshahazarika2198 3 жыл бұрын
So nice 👌👌👌👍👍👍.
@sargamstudio3922
@sargamstudio3922 4 ай бұрын
Gaan to hunilei jibn tur hokolo sobi sukut vahi pore. best lyrics n zubin da r jadu. wow...
@shibaroy4034
@shibaroy4034 2 жыл бұрын
Axom t arijit singh aru belek celebrity nosole, aiyat kebol Zubeen Daaa! ❤
@ttxabyi
@ttxabyi 4 жыл бұрын
I'm proud of you zubeen daa ❤️❤️
@princerajbongshi2286
@princerajbongshi2286 6 жыл бұрын
Zubeen Da is a Legend of Assamese Song..
@debrajkashyap311
@debrajkashyap311 5 жыл бұрын
পৰাগ দা তুমি কিয় গুচি গলা 😢 ৰেখা বা আৰু আদি বেটাৰ কথা এবাৰো নাভাবিলা ।
@sonuraj-qe7yz
@sonuraj-qe7yz 3 жыл бұрын
1st time rakesh riyanr gan xuisu bohut xundor xur ru kontho.zubeen da💗💗💗
@pankajsarma83
@pankajsarma83 3 ай бұрын
❤❤❤❤❤❤বৰ ভাল লাগিল দেই
@avinash3286
@avinash3286 6 жыл бұрын
video and choreography.........fantastic something new.........at d end...its zubeen.
@lukeben2203
@lukeben2203 6 жыл бұрын
That small girl and small boy will become future dancer😇😇
@rgadvanture6249
@rgadvanture6249 4 жыл бұрын
2020 kuny kuny hunily like hit zubeen da rakesh da karony
@Assam_zubeen
@Assam_zubeen Жыл бұрын
Ki comment korim ,mor anor comment porhte jai 😅. .. always love you dada❤❤❤❤❤
@lalitagogoi-vt4wx
@lalitagogoi-vt4wx 3 ай бұрын
দুয়োটাই বেলেগ গাইছা আৰু দেই ।ভাল লাগিছে ।❤❤❤
@ajoymili9191
@ajoymili9191 6 жыл бұрын
ZUBEEN DA hosake jibontu maya life is very short
@sanjibbb2035
@sanjibbb2035 5 жыл бұрын
Parag Sarma nohowa ke Rajtilok theatre kenekoi soli ase ??😢😢😢
@_heyyhim_
@_heyyhim_ 6 жыл бұрын
Birat gan oscar award i like it cool☺😇
@moromideori2067
@moromideori2067 6 жыл бұрын
জুবিন দাৰ...কণ্ঠ আৰু গান বোৰত জীয়াই থকাৰ প্ৰেৰণা পাওঁ অ
@harendradas5242
@harendradas5242 6 жыл бұрын
জুবিন দাৰ কণ্ঠৰ সোৱাদ বৰ সুকীয়া
@SRVyoutuber
@SRVyoutuber 6 жыл бұрын
fali dsa zubeen da...mojaaaa😙😍😍
@rakeshrklekharu6972
@rakeshrklekharu6972 5 жыл бұрын
Miss u parag Daa 😢😢
Мясо вегана? 🧐 @Whatthefshow
01:01
История одного вокалиста
Рет қаралды 7 МЛН
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 37 МЛН
Мясо вегана? 🧐 @Whatthefshow
01:01
История одного вокалиста
Рет қаралды 7 МЛН