Рет қаралды 43,246
Audio credits:
Vocal, lyrics and composition: Apurba Bora
Additional lyrics: Pranjit E Hazarika, Samir Hazarika
Music production and arrangement: Abhijeet Mazumder
Guitar: Sanu Dhar
Violin: Monzil Gogoi
Mixing and Mastering: Kaustav Saikia
Distribution Partner : Nixa Music (Rahul Bora)
Video credits:
Production House - Backlog Films
Starring - Bedabrat Borah,Niha Das
Directed by - Pranjit E. Hazarika
Asst. Director - Akash Saikia
Dop - Mridul Chetia
Cinematography - Rishi Parashar,Mridul Chetia
Voice over artist - Anisha Hazarika
Make up - Brishti Chetia
Editing & Graphics -Anubhab Dutta
Foley,Sound design,Mix-Nikhilesh Bora
Production Head - Aruhon Gogoi
Production management - Dheeraj jyoti Saikia , Debasish Tamuli
We are thankful to - Aditi Borah
Lyrics:
মাজে মাজে হতাশাৰ জুইকুৰাই
দহে মোক মাজনিশা
ছাটি ফুটি লাগিলেও নাই উপায়
আজি মই নিঠৰুৱা
মাজে মাজে এনে লাগে
সকলো শেষ
বিষাদে মোৰ ঢাকি থলে ৰামধেনু
কেতিয়াবা আধা কোৱা কথাবোৰেই
আধা ফুটা অনুভবেই
জোনাক ৰাতিৰ সাধুকথা হয়।
কেতিয়াবা ঢুকি নোপোৱা সপোন বোৰেই
চুব নোৱাৰা আশা বোৰেই
জোনাক ৰাতিৰ সাধুকথা হয়
মেলিছিলো আশা লৈ
সামৰিছো হতাশ হৈ
ব্যৰ্থ সপোনৰ বোজা কিমান আৰু কঢ়িয়াম
কত উজগৰি নিশা, পাৰ হল সাধনাতে
তথাপি সপোনে মোৰ জোনাক দেখা নাপালে
অভিযোগ দিও কাৰ আগত আজি মই
অভিমান কৰোঁ কাৰ আগত।।
মৰমেৰে ৰাখিলো হবা বুলি ভাবিলোঁ জীৱন যুঁজৰে প্ৰেৰণা
সাগৰ মহাসাগৰ সকলো শুকাই ৰল মিছা আছিল মোৰ ধাৰণা |
শুকান বিৰিখৰ বেথা অতীতৰ ৰঙীন সময় সেই সেউজ ভৰা
কোনে বুজিব বেজাৰ বিৰিখৰ শেষ হোৱাৰ যি আখৰা..
কেতিয়াবা ৰঙীন হোৱাৰ হেপাহঁতে
ৰঙীন আশাৰ মায়াজলত লাগি
জীৱনেও থমকি ৰয়।
কেতিয়াবা বিচাৰিলেও
বিচাৰি নোপোৱা
থাকে অজস্ৰ গোপন তৃষা
শেষ হৈও শেষ নোহোৱা....
#newassamesesong #love #music