Adhore | অধৰে | Zubeen Garg | Sagarika Sarma | Rahul Dey Das | Prabin Borah

  Рет қаралды 7,490,118

Griebs Music Assam

Griebs Music Assam

4 жыл бұрын

Presenting the song “Adhore ” , by celebrating the season of love, Sung by Zubeen Garg and Sagarika Sarma , Written by Rahul Dey Das and Composed by Prabin Borah.
Audio Credits:
● Song : ADHORE
● Singer : ZUBEEN GARG & SAGARIKA SARMA
● Lyrics : RAHUL DEY DAS
● Composer : PRABIN BORAH
● Music Production : ANUPAM KONWAR
● Sitar : SUBHANKAR HAZARIKA
● Flute : ANJAN MEDHI
● Mix- Mastering : PINKU DAS
● Studio : RED AV, GUWAHATI
Video Credits:
● Video Editing & Graphics : UDDIPTA KUMAR BHATTACHARYYA
● Studio : 21 CENTURY SAVAGE , GUWAHATI
● Producer : ANJALI SARMA
● Production House : AS CREATION
Social Media Promotion Partner :
● MAA KASAM BEY
● NIRIBILI
● MUR XOPUNOT TUMI
● PAGOL HOM RE
Special Thanks :
ABHIJEET KASHYAP
PALASH SURJYO GOGOI
BABON BARNIL
GUNAJIT KALITA
PRACHURJYA
BEDANT
MRINMOY KAUSIK
ANGSHUMAN
Stay Tuned to Griebs Music Assam:
● Facebook: / griebsmusicassam
● Instagram: / griebsmusicassam
● KZbin: / griebsmusicassam

Пікірлер: 1 700
@warriorboy2395
@warriorboy2395 3 жыл бұрын
ৰাহুল দে দাস বৰ ধুনীয়া শব্দ আপোনাৰ। ভবাই নাছিলো ৰ সেই চেটাৰ বাদক জন ৰ সুৰ তেতিয়াৰ পৰাই প্ৰিয়। শুভংকৰ বৰ ধুনীয়া বজোৱা হে। অঞ্জন মেধি বাঁহীৰ মাতে বুকুত খুন্দিয়াইছে দেই। সাগৰিকা বাইদেউ ইমান ধুনীয়াকৈ গাইছে। বিশেষকৈ "হিম গলা..... " অপূৰ্ব সমাহাৰ
@palashgogoi4770
@palashgogoi4770 4 жыл бұрын
মই এতিয়ালৈকে বিশ্বাস কৰক 230 বাৰ hunilu মানে একেৰাহে 5 দিন..... হিচাপ কৰি কৰি super rrrrrr zubeen da kothai nai aru ba জনী ki voice ♥️♥️♥️♥️♥️♥️
@arpanadeka6859
@arpanadeka6859 4 жыл бұрын
ময়ো ৫ বাৰ ওপৰ হৈয় য়ায়
@jishukalita24
@jishukalita24 3 жыл бұрын
জুবিন দাৰ জন্মদিনৰ শুভেচ্ছা দিলো ❤ সদায় ভাল পাই থাকিম মানুহজনক ❤
@sahidulalamkhan6368
@sahidulalamkhan6368 Жыл бұрын
জুবিন গাৰ্গ - যাৰ গানেই সাহস, প্ৰেৰণা যোগায়! ❤️
@boraananta830
@boraananta830 4 жыл бұрын
এনেবোৰ গীতত প্ৰাণ পাই উঠে ভালপোৱাৰ কেঁচা সপোন বোৰ। 😍😍
@manashpd9690
@manashpd9690 3 жыл бұрын
Prabin Bora has given us the old Zubeen Garg's vibe (90's ZG) 👏👏
@minashillong357
@minashillong357 11 ай бұрын
Zubeen da r geet দিনটো শুনি থাকিলেও আমনি নালাগে ❤️😍😥
@junudas3529
@junudas3529 Жыл бұрын
জুবিন দা গান শুনিলে এখন বেলেগ পৃথিবীৰলৈ যোৱা যেন লাগে 💖
@hoontu
@hoontu 4 жыл бұрын
অ জুবিন দা ক'ত আছে আপোনাৰ ভৰি দুখন, সেৱা এটা কৰো।।
@nvnita
@nvnita Ай бұрын
axu iate kra
@jitenscreation6089
@jitenscreation6089 2 жыл бұрын
উফ্ কি কথা, সুৰ, সংগীত | Female voice টো ইউনিক শুনিয়েই প্ৰেমত পৰি গলো voice টোৰ জুবিন দাৰ কথা কিনো কম, তেওঁটো লিজেণ্ড হয় | গীতটিৰ লগত জড়িত সকলো কলা-কুশলীকে অভিনন্দন তথা ধন্যবাদ ইমান ধুনীয়া গীত এটি উপহাৰ হিচাপে দিয়াৰ বাবে |
@anjusrisaharia6870
@anjusrisaharia6870 Жыл бұрын
জুবিন দা, তুমি হৃদয়ৰ এক জীপাল শিপা, তোমাৰ সিক্ততাত হৈ ৰও বিলীন ঊষাহৰ গভীৰ পৰশত ❤️❤️❤️😚 জয় জুবিন দা❤️❤️💖
@surajitnath3228
@surajitnath3228 6 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@user-cl8pc4zn7u
@user-cl8pc4zn7u 13 күн бұрын
Very good 👍❤❤
@shikhashikha3199
@shikhashikha3199 4 жыл бұрын
কবলৈ ভাষা নাই । হিয়া চুমি গৈছে । সুন্দৰ
@btsarmy-yw2mp
@btsarmy-yw2mp 3 ай бұрын
Anyone 2024??
@user-ot3lf8me3q
@user-ot3lf8me3q 3 ай бұрын
❤❤❤❤❤❤😊😊😊😊
@dipamoni9374
@dipamoni9374 3 ай бұрын
❤❤❤❤❤❤🔥🔥🎧
@akuart7902
@akuart7902 2 ай бұрын
@olekhhopunbukurmajot2751
@olekhhopunbukurmajot2751 2 ай бұрын
❤❤🎉🎉
@Dev23773
@Dev23773 2 ай бұрын
@SanuMoniBorah
@SanuMoniBorah 4 жыл бұрын
বহুত দিনৰ পিছত এটা ধুনীয়া গাণ শুনিলো
@jitumonifrpbypass8678
@jitumonifrpbypass8678 4 жыл бұрын
5din maan একেৰাহে এইটো গান ke xuni aasu zubeen daar line keitai hridoY sui goise ♥♥😘😘😘😘
@rishabbora2376
@rishabbora2376 4 жыл бұрын
Moiu
@wonderfullcreative7781
@wonderfullcreative7781 3 жыл бұрын
Hsakoi zubeenr line keitahe val lgle. Suwalijnie olp sesta kribo lgbo next time
@nhkraktimvlogs2369
@nhkraktimvlogs2369 2 жыл бұрын
❤️❤️তুমি মোৰে প্ৰিয়া হৈ পুৱতিৰে দুৱাৰলৈ তুমি মোৰে জীয়া হৈ জনমে জনমলৈ নীবিৰে শুই ৰোৱা নদী হৈ বৈ যোৱা ! Ufhh ❤️❤️
@youtubeprajen5940
@youtubeprajen5940 4 жыл бұрын
Zubeen দাৰ আৰোগ্য কামনা কৰি এটা like কৰা
@hridayshivam6371
@hridayshivam6371 4 жыл бұрын
Prabin Bhai thank you so much iman dhuniya ata gaan Zubeen Da k diya karone kiba Zubeen Da voice t beleg vabe pran pai authise ayahe lyrics t dom thoka gaan Jai Zg
@brandedheart3535
@brandedheart3535 4 жыл бұрын
অন্তৰাটো সচাকৈ অন্তৰত সোমাই উগুল-থুগুল লগাইছে।বাৰে বাৰে শুনিব মন যায়
@Rupam_ZG_Kakati1845
@Rupam_ZG_Kakati1845 Жыл бұрын
আপোনাৰ কণ্ঠ মোৰ তেজে তেজে বৈ থাকে 😌😍 দাদা আপোনি হাজাৰ বছৰ জীয়াই থাকক। 🙏🙏
@himanigoswami6374
@himanigoswami6374 2 жыл бұрын
কণ্ঠবোৰ অলপ সলনি হ'লেহে শুনি ভাল লাগে। সদায় একে একে female voice কিমান শুনিম। সকলোৱে সুবিধা পোৱা উচিত। মই ভাল পাইছোঁ ছোৱালীজনীৰ কণ্ঠ। তেওঁ যিদৰে সুৰ লগাইছে সেয়া সঁচাকৈ শুৱনি। সকলোৰে মতামত বাৰু বেলেগ হ'বই।
@zgentertainmentwithshorts7876
@zgentertainmentwithshorts7876 3 жыл бұрын
Zubeen dar kotha koi bare kekh karibo nowari. Teor kotha xodai kow. Aji moi prabin dar kotha koiso. Eman din apuni kot asil. Bujabo nowaro moi dada. Apunar ji lyrics. Excellent Dada. Apuni zubeen dar lgt thakak assamese xongit jogot aru bahu agbarhi jabo. Well done all adhore team. Love you all from my soul. Love you zubeen da
@nabajitsarmah6910
@nabajitsarmah6910 4 жыл бұрын
জয় জুবিন দা।আপুনি ভগবান।দাদা আপোনাৰ প্ৰতিটো গানে মোৰ হৃদয় চুই যায়।
@jitudas3944
@jitudas3944 Ай бұрын
Polom koi holeu, joi Zubeen Da.❤
@NonSugarLife
@NonSugarLife 3 жыл бұрын
Since 20 yrs I have been following Zubeen da. One of the masterpiece.....he have sang
@dharitrilahon3541
@dharitrilahon3541 Жыл бұрын
গীতটোৰ কথা আৰু সুৰ খুবেই সুন্দৰ । গায়িকা গৰাকীৰ কণ্ঠ কিছু ব্যতিক্ৰম । জুবিনৰ তো কথাই নাই
@user-ih3xh1zl2y
@user-ih3xh1zl2y 3 жыл бұрын
যিমান শুনিলেও আৰু শুনিবৰ মন যায় ...গীতিকাৰ গৰাকীক ধন্যবাদ ইমান ধুনীয়া গানটো আমাক উপহাৰ দিয়াৰ বাবে 🙏👏👍 জুবিনদাৰ কণ্ঠৰ প্ৰশংসা কৰিবলৈ মোৰ সাধ্য নাই 🙏❤️ জুবিনদা আৰু সাগৰিকা শৰ্মাৰ কণ্ঠত এনেকুৱা গান আৰু বিচাৰো ভৱিষ্যতে ৷
@nirojkumarsaud8986
@nirojkumarsaud8986 3 жыл бұрын
অতি সুন্দৰ, সোণকালে এনেধৰণৰ সুন্দৰ গান আকৌ শুনিব পোৱাৰ আশ থাকিল।
@gayatrideka1514
@gayatrideka1514 4 жыл бұрын
Moi aji he xunisu..bht dhuniya gaan❤️❤️❤️ just love it
@zgcollection7534
@zgcollection7534 4 жыл бұрын
জুবিন দাৰ এনেবোৰ লোকগীত আৰু নোলাব চাগে! শুনকচোন kzbin.info/www/bejne/fHXcnY2Di7J4mZY
@kristinakalita8966
@kristinakalita8966 4 жыл бұрын
শব্দ বোৰৰ সৈতে গানটি শুনিবলৈ খুব সুন্দৰ লাগিছে❣️ দাদাৰ কণ্ঠৰ কথা নকওঁ আৰু "বা" তুমি আগুৱাই যোৱা💞💕❣️❣️🥀
@GriebsMusicAssam
@GriebsMusicAssam 4 жыл бұрын
Thank you so much Kristina Kalita for showing so much of love and support. Please SUBSCRIBE & Stay Tuned to our KZbin Channel. Please Click this Link ► bit.ly/SUBSCRIBE_Griebs_Music_Assam to SUBSCRIBE Our Channel and please Share the song among your friends and family
@pinkuvlogs674
@pinkuvlogs674 9 ай бұрын
​@@GriebsMusicAssam😅 3:00
@bkochchem1989
@bkochchem1989 3 жыл бұрын
ৰাহুল দেৱ দাসলৈ অভিনন্দন, ইমান মনপৰশা এটি গীত ৰচনা কৰাৰ বাবে ।
@mynabn8874
@mynabn8874 2 жыл бұрын
Mur Hire hire boi jai apunar gan bur zubeen da... 😊😊
@rontuofficial
@rontuofficial 9 ай бұрын
Zubeen da val pua bure like kora
@sumanv8888
@sumanv8888 4 жыл бұрын
Wooh ! Feels like 90s Zubeen. Legend
@GriebsMusicAssam
@GriebsMusicAssam 4 жыл бұрын
Thank you so much Suman V for showing so much of love and support. Please SUBSCRIBE & Stay Tuned to our KZbin Channel. Please Click this Link ► bit.ly/SUBSCRIBE_Griebs_Music_Assam to SUBSCRIBE Our Channel and please Share the song among your friends and family
@dipankarkoch6391
@dipankarkoch6391 3 жыл бұрын
🙏
@user-fp3ql1gs4v
@user-fp3ql1gs4v 24 күн бұрын
Jai Zubeen da❤❤❤
@pinkibaruah412
@pinkibaruah412 11 күн бұрын
Zubeen dak val puwa xokole like kra ❤
@yash010......
@yash010...... 2 жыл бұрын
তুমি মোৰে প্ৰিয়া হৈ ♥️prabin borah ufff🤗 zubeen da ♥️
@youtubetv9392
@youtubetv9392 Жыл бұрын
ছোৱালী গৰাকীৰ কন্ঠ বহুত বেছি ভাল লাগে 🥰😍❤️
@user-ju2ug5zb4w
@user-ju2ug5zb4w Жыл бұрын
Um bahut
@dikshitdas8633
@dikshitdas8633 Жыл бұрын
এটা দশকৰ শ্ৰেষ্ঠ গান । ইয়াতকৈ ভাল সৃষ্টি হব নোৱাৰে
@som-remix2616
@som-remix2616 3 жыл бұрын
কিমান বাৰ যে শুনি আছোঁ ''অধৰে'' আমনি নলগা হৈছে❤️❤️❤️
@niveditakalitaofficial1324
@niveditakalitaofficial1324 2 жыл бұрын
Ki gaan eitu..jiman khunileu hepah nopolai. Specially" tumi mure priya hoi" eitu part masterpiece ❤️
@babycargames9574
@babycargames9574 Жыл бұрын
অধৰে জোৰা না অধৰে জোৰা না প্ৰণয়ে লোৱা না উশাহে মেঘ চুমে বৰষা হৈ জানা আৱেশে পঢ়া না দুচকুৰে ভাষা মন পক্ষী হৈ উৰে সমীৰতে জানা চেঁচা পৰা মোৰ কায়াতে ঢৌ উঠা মোৰ বুকুতে ৰদ হৈ নামা না গধূলি হোৱা না মোৰে হিয়া হিম গলা কবিতা দেহ জ্বলা শলিতা উমলে নিশা তোমাতে অময়া আবেগত হেজাৰ দিঠকত বিচাৰোঁ জানো তোমাকে তুমি মোৰে প্ৰিয়া হৈ পুৱতিৰে দুৱাৰলৈ তুমি মোৰে জীয়া হৈ জনমে জনমলৈ নিবিড়ে শুই ৰোৱা নদী হৈ বৈ যোৱা নদী হৈ বৈ যোৱা আধা লিখা এখিলা নিলিখা বহু কথা বুজি চোৱানা এবাৰ অজালা কাজলত অবুজ পৰশত কিযে পাবা প্ৰতিবাৰ তুমি মোৰে প্ৰিয়া হৈ হিয়াৰে পাপৰি লৈ তুমি মোৰে ইতি হৈ বৈ থকা অনাদিলৈ ডাৱৰক সুধি চোৱা নেহা ৰৈ বৈ যোৱা নেহা ৰৈ বৈ যোৱা
@surajitmitalislove9321
@surajitmitalislove9321 3 ай бұрын
মন চুই যোৱা গান ।শুনিলে শুনি থাকিবলৈ মন যায়।❤❤❤❤
@gdmixtures3546
@gdmixtures3546 3 жыл бұрын
Music compsr, geet likha, hur diya lgte kontho protijonre bohu kostor past eti dhuniya geet hunibole puwa jai ...gaan2 bare bare hunisu hepah a nopolai ....hkoluloi k bohu hubhokamna thakil ...anedre vl geet upohr d jaok❣️❣️❣️❣️❣️🤩🤩🤩🤩🤩
@FoodToYou23
@FoodToYou23 4 жыл бұрын
Zubeen da guwa line keita bht vl lgse🥰👌
@banadanadevi5692
@banadanadevi5692 4 жыл бұрын
Kiman baar j hunisu thik naai
@davidboro8881
@davidboro8881 3 жыл бұрын
What a lovely song❤! Both are awesome voices...bare bare xuniu xunie thakibo mon jai! Atyaloi kijani 100 bar t koi upart xunilo😘
@deepdarshan6636
@deepdarshan6636 2 күн бұрын
One of the best song ever in Assamese Music.... Hats of to whole team..❤
@user-rh5zw5gi4i
@user-rh5zw5gi4i 3 жыл бұрын
জুবিন দা আপোনাৰ গীতবোৰ শুনিলে নেজানো কিয় ইমান ভাল লাগে ।
@bisbainscreation2132
@bisbainscreation2132 4 жыл бұрын
ইমান ধুনীয়া গান অহ আৰু এটা কথা জুবিন দাৰ লগত সাগৰিকা বাইদেউয়ে বহুত ধুনীয়া কণ্ঠ নিগৰাইছে।🔥🔥💓💓
@GriebsMusicAssam
@GriebsMusicAssam 4 жыл бұрын
Thank you so much Bisbain's Creation for showing so much of love and support. Please SUBSCRIBE & Stay Tuned to our KZbin Channel. Please Click this Link ► bit.ly/SUBSCRIBE_Griebs_Music_Assam to SUBSCRIBE Our Channel and please Share the song among your friends and family
@sikhamonidevi1864
@sikhamonidevi1864 4 жыл бұрын
Thanks to like 🤗🤗
@sikhamonidevi1864
@sikhamonidevi1864 4 жыл бұрын
Thanks to like 🤗🤗
@sikhamonidevi1864
@sikhamonidevi1864 4 жыл бұрын
Thanks again 🙏
@deepjyotibakti4081
@deepjyotibakti4081 Ай бұрын
Zubeen Da❤🎉
@rituparnasharma1107
@rituparnasharma1107 3 жыл бұрын
0:26 - 0:28 উশাহে মেঘ চুমে 0:37 - 0:39 মনপখী হৈ উৰে #সুৰটো
@junjun6320
@junjun6320 2 жыл бұрын
Nice zubeen da ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️😘😘😘😘😘😘😘 good 🙏🙏
@nayonjyotilahon2280
@nayonjyotilahon2280 2 жыл бұрын
Lyrics just wow ! Zubeen dar konthot jipaal hoi porise.....
@PahiDolakasharia
@PahiDolakasharia 9 ай бұрын
Zubeen Dak vl puwa bure like kora❤❤❤❤❤❤❤❤❤❤❤❤❤
@swapnalidutta3516
@swapnalidutta3516 4 жыл бұрын
ইমান ভাল লাগে গানটো শুনিলে👌👌💖💖💗💗 শুনি থাকিব মন যায় 💝
@bedabratdutta7367
@bedabratdutta7367 6 ай бұрын
Bapreee, eman dhuniaaa lyrics ❤
@sripolashbora9842
@sripolashbora9842 4 жыл бұрын
জুবিন দা আপোনাৰ অবিহনে অসমৰ সংগীত জগত আধৰুৱা।
@pankajsaikiadhulbadon4945
@pankajsaikiadhulbadon4945 4 жыл бұрын
সচাই
@majulirdeka4857
@majulirdeka4857 4 жыл бұрын
Very interesting... জুবিন দা ক লৈ আমি আমাৰ ইমান বোৰ এই আশা কৰো আবেগেৰে চকুপানী টুকি থাকিবলৈ। সুৰ কি চাবা কি মন মোহা।
@gitartharajguru4093
@gitartharajguru4093 3 жыл бұрын
Both are awesome😊....... Me After hearing sesa..... Lines on status Searching like sesa pora mur kayate😅😁.. ..... And listening continuously 20-22 times. lyrics , voice and everything 🔥🔥🔥 💞 জয় জুবিন দা✊ 💞
@abhisaikai638
@abhisaikai638 2 жыл бұрын
Zubin daa ❣️ Mur. Vogoban 💓❣️ kunu ai beya koi nokoba 😡❣️ zubin daa love yu💞
@Dhemon-cx3mh
@Dhemon-cx3mh 2 жыл бұрын
My God too
@quizwithshubham5905
@quizwithshubham5905 2 жыл бұрын
Our god is Only zg .... 😘😘
@lakshmisonowal5113
@lakshmisonowal5113 2 ай бұрын
Ajihe hunilu gantu!! Abarote huni thakibo nuwarilu! Kiman bar hunilu hisap nai!! Bukukhon homhomai goise!! 💝💝💝💝
@mriduldas6080
@mriduldas6080 2 ай бұрын
Same to you
@dibyajyotiborah9774
@dibyajyotiborah9774 2 ай бұрын
Composer Prabin Borah version tu xunibo.. Aru dhunia kzbin.info/www/bejne/e3qtlJqKj515j9k
@jitusaikia4968
@jitusaikia4968 Жыл бұрын
দাদাৰ কথা টো নকওয়েই,,,,সাগৰিকা বা ইমান সুন্দৰ কণ্ঠ আপোনাৰ আচৰিত
@madhurjyabharali3818
@madhurjyabharali3818 Жыл бұрын
Nice
@hunoraxom
@hunoraxom 4 жыл бұрын
One like for Zubben Da 😘
@syedritul5797
@syedritul5797 Жыл бұрын
Gaan tur "Him gola Kobita" Aadha Likha Akhila" "Tumi mure Priya Hoi" line bilak 🔥🔥🔥🔥🔥 dore khunile kiba ata beleg val lage!! I love You Zubeen Da 💖God bless you always!!
@puspanjalidas4015
@puspanjalidas4015 9 ай бұрын
Gaan tu xuni hepah napolai ❤❤tumi mure Priya hoi...uff this line ❤❤ zubeen da
@Ajitinsidehit8586
@Ajitinsidehit8586 10 ай бұрын
We are blessed that we born in zubeen Garg ’s era ❤❤
@papunath6822
@papunath6822 4 жыл бұрын
গানটোত কিবা এটা বেলেগ সুৱাদ আছে
@mrigankasarma6612
@mrigankasarma6612 2 жыл бұрын
কি কম আৰু শুনি থাকিলে শুনি থাকিব মন যায় জুবিন দা জিন্দাবাদ
@manashdas1814
@manashdas1814 Жыл бұрын
Zubben da tumi hoday anekoi ganere amak khantona di juwa Takei bhogobanor usorot prathana korisu. God bless you.
@skib3018
@skib3018 2 жыл бұрын
Zubeen da tu xodai best Kintu PRABIN Da r creativity hattsoff ❤
@jatilray254
@jatilray254 11 ай бұрын
2023 t hunilu gaan tu bohut bhal lagil... Aeibur gaan puroni nohoy ketiao ❤️❤️👏👏
@SikharaniPathak-xh6gi
@SikharaniPathak-xh6gi Ай бұрын
Its really heart touching wth soo sweet by zubeen daa❤❤
@janjunti46
@janjunti46 3 жыл бұрын
#SagarikaSarma baideow ur voice is divine & zubeen da take a bow. Beautiful song ❤
@udiptoray8255
@udiptoray8255 4 жыл бұрын
Prithibit zubbin dar nesena kunu hobo nuware vogobane only zubbin Dak he anekoi bonaise ... I love you zubbin da
@mayuriborkotoky9277
@mayuriborkotoky9277 4 жыл бұрын
Ata khub dhuniya gan ❤️
@bindassjibon5756
@bindassjibon5756 Жыл бұрын
Huni huni amoni nalage emne bahut val lage gaantu ❤best lyrics tune love from Dibrugarh ❤👍
@chintuzvlogs4578
@chintuzvlogs4578 2 жыл бұрын
Ai2 song mor hrt t touch hy jai bht a val pao
@PaporeeDass
@PaporeeDass 4 жыл бұрын
Lyrics ❤️😍😍😍
@GriebsMusicAssam
@GriebsMusicAssam 4 жыл бұрын
Thank you so much PAPARI DAS for showing so much of love and support. Please SUBSCRIBE & Stay Tuned to our KZbin Channel. Please Click this Link ► bit.ly/SUBSCRIBE_Griebs_Music_Assam to SUBSCRIBE Our Channel and please Share the song among your friends and family
@rahuldeydas9636
@rahuldeydas9636 4 жыл бұрын
Thank-You so much for your valuable comments guy's .. love you all. .. Regards - Rahul Dey Das
@tusharjyotibharali5824
@tusharjyotibharali5824 4 жыл бұрын
Bor dhunia
@dipsaikia107
@dipsaikia107 4 жыл бұрын
নেহা ৰৈ বৈ যোৱা মানে কিনো ??
@chinmoysaikia3415
@chinmoysaikia3415 3 жыл бұрын
Rahul u r amezing 💜.. waiting fr next with ZG
@anupamtalukdar9455
@anupamtalukdar9455 3 жыл бұрын
Apunar ganor vakha bur bohut dhuniya
@user-ih3xh1zl2y
@user-ih3xh1zl2y 3 жыл бұрын
ইমান ধুনীয়া গানটো লিখাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ ৷
@ajarjun2285
@ajarjun2285 Жыл бұрын
জুবিন দাৰ গান শুনি যি অনুভব হয় সেই অনুভব শব্দৰে বুজাব নোৱাৰি 😌💖
@ashirwadashirwad1623
@ashirwadashirwad1623 5 күн бұрын
ALL TIME FAVOURITE💓💟
@bindassjibon5756
@bindassjibon5756 2 ай бұрын
Hekh hua amr hamporko tur Aei gaantie mur esmiti ako jipal kore bahut valpaaisilu tewk 7yr hol atia tew belegor tewk atiau pahoribo poranai tewk aru sage ketiou nuwarim jibonar hekholoi manat thakibo atia mathu tew mitha esmitti.tew mur hodai mur dekani(deha) miss you ❤from Dibrugrh tumr ata hamoir deha.
@diptalukdar528
@diptalukdar528 2 жыл бұрын
Jai zubeen da 🔥❤️🙏
@simuu2699
@simuu2699 4 ай бұрын
Credit goes to legend zubeen da❤❤❤❤ Also prabin ba😍😍
@user-gz3xi5hc2h
@user-gz3xi5hc2h 4 ай бұрын
All time fav.. legend of assamese culture.❤❤❤
@ditulkalita4461
@ditulkalita4461 3 жыл бұрын
Respect for lyricist. Go ahead bro
@educationrelitive2484
@educationrelitive2484 Жыл бұрын
ইমান সুন্দৰ ❤️💫🌻✨✨✨✨✨✨
@Bin_Da_z
@Bin_Da_z 29 күн бұрын
Anyone 2898 ? No fresh water no fresh air. Only the Axomiya songs are fresh oxygen for me..
@RJrekhacreation
@RJrekhacreation 6 ай бұрын
Bht mnt porise o maa dewta loi😢😢😭😭
@zubeenray7512
@zubeenray7512 3 жыл бұрын
গানটো শুনি থাকিলেও হেপাঁহ নপলায়। কিমান বাৰ যে শুনিলো হিচাপ নাই।
@priyahazarika9814
@priyahazarika9814 2 жыл бұрын
Just waooo ❤️
@bidyutbordoloi2000
@bidyutbordoloi2000 Жыл бұрын
গানটো আজিহে ভালকৈ শুনিলোঁ। বৰ ধুনীয়া লাগিল❤❤
@sontoshgowala8836
@sontoshgowala8836 Ай бұрын
Zubeen daa love from jorhat
@m.kmixer5817
@m.kmixer5817 9 ай бұрын
দিনটোত এবাৰ নুশুনিলেই নহয় মোৰ❤️❤️❤️
@arjubhanu4674
@arjubhanu4674 9 ай бұрын
Same
@ansarulhaque1806
@ansarulhaque1806 3 ай бұрын
Master behind the song ... prabin bora ...best composition.
@deadlyriderzz
@deadlyriderzz 2 ай бұрын
ছোৱালীজনী মজা লাগিছে
@user-rr7db1xg7e
@user-rr7db1xg7e Ай бұрын
তুমি আমাৰ অক্সিজেন দাদা, তোমাৰ গান এশাৰি সোনাৰ পাছত হে টোপনি আহে.
@Kumoijyoti-kumoi-assam
@Kumoijyoti-kumoi-assam Ай бұрын
Hoi❤❤😊😊
@healing-Motivations
@healing-Motivations 10 күн бұрын
Oxygen nohoi sleeping tablet hol
@lakshyasaikia5939
@lakshyasaikia5939 2 жыл бұрын
কলাৰ টিউন লগাই লৈছো গানতো !
@habijitdutta9385
@habijitdutta9385 7 ай бұрын
What a beautiful song ! I always sleep hearing it masterpiece ❤
@Jun9oct
@Jun9oct Жыл бұрын
নিবিড় এ শুই যাওঁ আপোনাৰ কণ্ঠ শুনি জুবিন দা ❤❤❤
@monalishanarah1897
@monalishanarah1897 8 ай бұрын
যেতিয়া অকলশৰীয়া হৈ কাৰোবাৰ কথা মনত পৰে🥺🎧😩
@BituDas131
@BituDas131 8 ай бұрын
Mi ai2 gaan2 hubo time hodai 3bar man huni Hui jau ktyaba ako Alcohol hole bohut hunu
아이스크림으로 체감되는 요즘 물가
00:16
진영민yeongmin
Рет қаралды 58 МЛН
Я нашел кто меня пранкует!
00:51
Аришнев
Рет қаралды 5 МЛН
ОСКАР vs БАДАБУМЧИК БОЙ!  УВЕЗЛИ на СКОРОЙ!
13:45
Бадабумчик
Рет қаралды 6 МЛН
Stray Kids "Chk Chk Boom" M/V
3:26
JYP Entertainment
Рет қаралды 28 МЛН
Malohat
3:35
Xamdam Sobirov - Topic
Рет қаралды 735 М.
Bakr x Бегиш - TYTYN (Mood Video)
3:08
Bakr
Рет қаралды 1,9 МЛН
Munisa Rizayeva - Aka makasi (Official Music Video)
6:18
Munisa Rizayeva
Рет қаралды 3,7 МЛН
Say mo & QAISAR & ESKARA ЖАҢА ХИТ
2:23
Ескара Бейбітов
Рет қаралды 2,3 МЛН