সেই আচৰিত পৰিয়ালটো !! African Bhaluk || New Assamese Funny Vlog 2023

  Рет қаралды 215,283

African BHALUK

African BHALUK

Күн бұрын

Пікірлер: 1 100
@dnaclassic9799
@dnaclassic9799 Жыл бұрын
মানুহজনে যিটো ধৰণে চলি আছে তাৰ প্ৰতিটোৰে কাৰণ এটা এটা আছে,,,মানুহজনৰ মুখত তেওঁৰ জীৱন ধাৰণৰ ওপৰত কৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰ ভালদৰেই আছে,,,, ভাল লাগিল উত্তৰ বোৰ শুনি,,, সঁচাই অদ্ভুত অপূৰ্ব জীৱনশৈলী,,,,ভালে ৰাখক,,,,
@tapannath1239
@tapannath1239 Жыл бұрын
মহাশয় আপোনাৰ নিজৰ সিদ্ধান্তত মই বেয়া বুলি নকওঁ আপুনি যিহেতু এজন শিক্ষিত মানুহ । কিন্তু আপুনি ছোৱালী জনীৰ জীৱনটো কিয় বেয়া কৰিছে তাই সমাজ খনৰ লগত চলিব লাগিলে শিক্ষাৰ দৰকাৰ। বিশেষ নাজানো কিন্তু ছোৱালী জনী হাতৰ বিদ্যা দেখি অনুমান হৈছে তাই সুবিধা পালে বহুত ওপৰলৈ যাব পাৰিব । এতিয়াও বহুত সময় আছে তাইক সমাজ খন চিনাকি কৰাই দিয়ক পঢ়িব দিয়ক এদিন এদিন তাই আপোনাক সমাজৰ আগত আপুনি নোপোৱা সন্মান দিব । তাইক যিহেতু অসমৰ বহুতো মানুহে চিনি পোৱা হৈছে তাইক সকলোৱে সহায় কৰিব ।মই নিজেও কৈছোঁ আপুনি সুবিধা দিয়ক আমি সহায় কৰিম যিমান পাৰোঁ । আমাৰ অসমত বহুত ভাল মানুহ আছে তাইৰ সম্পূৰ্ণ শিক্ষাৰ দায়িত্ব লবলৈও মানুহ আগবাঢ়ি আহিব । (কথা খিনি কোৱা বাবে ভুল নুবুজিব আপোনাতকৈ মোৰ শিক্ষা বহুত কম )
@biswajitchnath1999
@biswajitchnath1999 Жыл бұрын
Dada excellent statement I support your superb statement 🔥
@primsimvlog4903
@primsimvlog4903 Жыл бұрын
Video bilak sai mojja lage💥💥
@Moodvibes2
@Moodvibes2 Жыл бұрын
youtube.com/@_tiku____
@axommy
@axommy Жыл бұрын
😭❤️
@lifestylevlog6859
@lifestylevlog6859 Жыл бұрын
Mathat akoi nai ehotor. Aji kalio ane kuwa manuh thake neki prithibit
@ghenta443
@ghenta443 Жыл бұрын
তাই জনিলেহে বেয়া লাগিল তাই জনি চাকে কম সহজ সৰল হব নে ভালে থাকক আজীৱন ❣️#জীৱন
@lakhyadas2303
@lakhyadas2303 Жыл бұрын
দেউতাক জনে একদম সচাঁ কইছে❤️
@rxritu1234
@rxritu1234 Жыл бұрын
Mojjjaa
@kaushikdey2646
@kaushikdey2646 Жыл бұрын
এই মানুহজন এজন স্বাৰ্থপৰ হয় 😊 নিজৰ বিফলতাৰ কাৰণে গোটেই পৰিয়ালটোক হাৰাশাস্তি দি মাৰিছে, ছোৱালীজনীয়ে নিজৰ সপোনবোৰক নিজ চকুৰে শেষ হোৱা চাই আছে 💔
@himangkabarman882
@himangkabarman882 Жыл бұрын
Ajir jugot eta bht blg dhoronor vdo salu, eta blg dhoronor poriyal dekhilu. Anubhab korilu tekhet xokol r jibon r ghat-protighat bur. Khub bhal lagil vdo tu sai. 👍
@dipshikhasarma3089
@dipshikhasarma3089 Жыл бұрын
এজন মানুহে নিজৰ কামক কিমান গভীৰ ভাৱে ভাল পাব পাৰে, তাৰেই উদাহৰণ এই মানুহজন🙏 খুবেই আপ্লুত হ'লো ভিদিও টো চাই💕
@jintu-hf6cj
@jintu-hf6cj Жыл бұрын
Bisru bapek e xonkle morok, 😶ekmot Hole like dibo
@abdulkalam3321
@abdulkalam3321 Жыл бұрын
Mojja lagel betal da aru nipu da
@saidulariyan3325
@saidulariyan3325 Жыл бұрын
Heart sui gel beh❤️... Salute ajir genaration t o ankua ajn mnuh ase🙏💞
@pranjalsvlogs9677
@pranjalsvlogs9677 Жыл бұрын
Bohut Dhuniya video aru lage
@bedantasarma4434
@bedantasarma4434 Жыл бұрын
চাকৰিৰ বাবে পঢ়িব লাগে বুলি আজি গম পালো । ১০০% সংস্থাপন চৰকাৰে এনেও দিব নোৱাৰে কিন্তু সেই বুলি নপঢ়াকৈ থকাটো উচিত বুলি মই নাভাবো । মানুহ জনৰ কিছুমান কথা ভাল নালাগে। কিবা attitude থাকা যেন লাগে । মানুহ জনৰ এটা ভাল লাগিল যে তেওঁ সাধা,চিগাৰেট নিবিকে ।
@nisantakalita
@nisantakalita Жыл бұрын
Mojja lagil video to sai . My favourite youtuber nipu da ru betal da
@mafizurrahman2833
@mafizurrahman2833 Жыл бұрын
এটা প্ৰশ্ন উদয় হৈ আছে তেখতক যদি এটা কৰ্মসংস্থাপন দিয়া যায় কৰিবনে.... সুধিব ইচ্ছা আছিল 🙏
@bhibashkalita110
@bhibashkalita110 Жыл бұрын
Aji bohut vall lagil kotha khinhi khuni aji bohut khini a Gyan vall korilu
@jyotirmoybhatta4730
@jyotirmoybhatta4730 Жыл бұрын
আহুঙ নাটকীয় মানুহ😂আপী টুক জালাকালা কৰি মাল্লাক জীৱন টুত
@arnabjanboro7723
@arnabjanboro7723 Жыл бұрын
Manuhjone bor important kotha kole dutaman, practical kotha. ❤️🙏
@rupamroy7666
@rupamroy7666 Жыл бұрын
খুৰা জনে নিজৰ জেদ বোৰ ধৰি ৰখাত কৈ আগ বাঢ়ি গলে ভাল হব,,, ছোৱালী জনি আগ বাঢ়ি যাওক
@RakeshSharma-tu6br
@RakeshSharma-tu6br Жыл бұрын
Khura jnr pra bhut khikilo video2 sai val lagil betal da nd nipu da
@ratultalukdar9534
@ratultalukdar9534 Жыл бұрын
ভাগবানে ভালে ৰাখক পৰিয়াল টোক । খুৰাৰ কথা খিনি শুনি তেখেতৰ সিদ্ধান্তক সন্মান জনাইছোঁ কিন্তু এইটোও কব বিচাৰিছোঁ যে শিক্ষাৰ অধিকাৰ ছোৱালীজনীৰ আছিল । হয় তেখেতৰ লগত বহু খিনি অন্যাই হৈছে , কিন্তু ছোৱালীজনীৰ শিক্ষাৰ ক্ষেত্ৰত বাধা দিয়া কথা টো কিছু চিন্তনীয় আছিল চাগে ...
@Sujitkumar-ki6ij
@Sujitkumar-ki6ij Жыл бұрын
Betal da 😘✨nipu daa💗😍😊bht vll km korise....... Apunaluke o kisu ktha jnb parise😍❤✨
@thunderstatus9640
@thunderstatus9640 Жыл бұрын
Val lagil🥀
@Nabrun
@Nabrun Жыл бұрын
তেওঁৰ মতে শিক্ষা মানেই চৰকাৰী চাকৰি...তেওঁ চাকৰি নোপোৱাৰ জেদত নিজৰ ছোৱালীজনীৰ জীৱন শেষ কৰিছে... মাত্ৰ চাকৰি এটা নোপোৱাৰ জেদত গোটেই ঘৰ খন অন্ধকাৰত ঠেলি দিছে...তেওঁৰ যদি ইমানে যোগ্যতা আছে তেওঁ বক্তিগত বিদ্যালয়ত কিয় চাকৰি লব নোৱাৰিলে...শিক্ষা সকলোৰে মৌলিক অধিকাৰ...তেওঁ নিজৰ ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰাটো অপৰাধ
@rohinibarman2484
@rohinibarman2484 Жыл бұрын
Teur manoxik bikar ghotise
@dhanjitdeka5988
@dhanjitdeka5988 Жыл бұрын
Bura pagol hoi
@hemensarma4962
@hemensarma4962 Жыл бұрын
An Un common rural life blog, beautiful...,
@moybishal2990
@moybishal2990 Жыл бұрын
হয় মা- দেউতা আমাৰ বাবে বহুত মূল্যবান, কিন্তু এজন দেওতাক হিচাপে খুৰা জনে ভূল সিদ্ধান্ত লোৱা বুলি মই ভাবো। বাইদেউ জনীক শিক্ষাৰ পৰা বঞ্চিত কৰি, বাহিৰা সমাজ খনৰ পৰা আতৰাই আবদ্ধ কৰি ৰখাৰ নিছিনা হৈছে।
@kuladipkalita4093
@kuladipkalita4093 Жыл бұрын
Bahut vaal lagil dekhi
@manojchamuahvlog4948
@manojchamuahvlog4948 Жыл бұрын
মানুহক সুখ পাবৰ কাৰণে টকা পইচা ডাঙৰ নহয় এইটো‌ পৰিয়ালটোই সুন্দৰকৈ বুজায় দিছে আমাৰ সমাজক
@Mr-np5cl
@Mr-np5cl Жыл бұрын
😍Nalbarir bhaluk dujon ❤️❤️ God bless 🙌🙌🙌
@dhirajkalita7727
@dhirajkalita7727 Жыл бұрын
Mur anekuwa mn jai je aji a 2malokok 10miln kori dibo mn jai bahut vll lage vai 2malokr video i love u betal aru nipu
@b4ru1
@b4ru1 Жыл бұрын
Gay niki toi ....apa solik...luv u diso
@mikuahmed9020
@mikuahmed9020 Жыл бұрын
moi atai axa kro jate 1 million to khonkale hoi tatiya he mr mnt xanti pabo kossom se bhot vl lge bhot bhot koboloi vaxa ni xsai anekoi agowai jowa aro amar mnt otxah jogai jaba boli axa thakil love u betal&nipu da ❤️❤️love from rangiya(Ghopla)
@jyotirajkashyap5542
@jyotirajkashyap5542 Жыл бұрын
এনেকুৱা মানুহৰ কাৰণেই লৰা ছোৱালী ধ্বংস হয়
@himashree2003
@himashree2003 Жыл бұрын
Mjjjhh ❤️
@jeetdaslifestyle2957
@jeetdaslifestyle2957 Жыл бұрын
ছোৱালী জনীক দেখিলে বেয়াই লাগে।।
@dipankarmazumdar6929
@dipankarmazumdar6929 Жыл бұрын
Jibon tu ki asolote Ru jibonor xowad nu ki ai Poriyal tuk salei gom pabo❤️❤️
@face2fact1.03
@face2fact1.03 Жыл бұрын
শিক্ষা কেৱল চাকৰিৰ বাবেই প্ৰয়োজন নহয়।শিক্ষা থাকিলে উপাৰ্জনৰ বিভিন্ন ৰাস্তা খোল খায় যায়।মানুহজনে নিজৰ বিফলতা খিনি বলপূৰ্বক ভাবে নিজৰ সন্তান আৰু মানুহগৰাকীৰ ওপৰত জাপি দিয়াটো যুক্তিসংগত নহয়।মানুহ জন সৰৱজান নেকি যে তেঁওৰ ছোৱালীজনীও তেঁওৰ দৰেই বিফল হ'ব?শিক্ষা থাকিলে ছোৱালীজনী হয়টো বহু দূৰ আগুৱাই যাব পাৰেই কিজানি!ছোৱালীজনীক শিক্ষাগ্ৰহণ কৰিবলৈ নিদিয়াটো অন্যায়।মোৰ অনুমান মানুহজনক অলপ চিকিৎসাৰ প্ৰয়োজন।শেষত দেৰিকৈ হলেও মানুহজনক ভগৱানে সুমতি দিব বুলি আশা কৰিলো।
@dreamlife269
@dreamlife269 Жыл бұрын
Mojja dei sai bhal lagese
@pollavgogoi9151
@pollavgogoi9151 Жыл бұрын
One of best video from ur vlog channel.. Appreciate ur work...
@Karanmusical
@Karanmusical Жыл бұрын
মই ভাবো তেখেতে এটা শুদ্ধ পৰিবেশত জীৱন নিৰ্বাহ কৰি আছে। আৰু আমিবোৰ সকলো যান্ত্ৰিকতাত জীয়াই আছো।
@krishnakanta7118
@krishnakanta7118 Жыл бұрын
borhiya video bonaisa
@munnasfunnynalbari
@munnasfunnynalbari Жыл бұрын
Love you Betal and nipu dada ❤️
@rahulborgohain2721
@rahulborgohain2721 Жыл бұрын
Dada tmaluk 2 tak sai bhut vhal lage 2tar log tu sai vhal lage. 🎈🥰
@likuali7383
@likuali7383 Жыл бұрын
শিক্ষাত কে জ্ঞান দৰকাৰ .......right 👍
@Szmkt
@Szmkt Жыл бұрын
kzbin.info/www/bejne/rIaxhGiMeNqni7s
@devilgaming6454
@devilgaming6454 Жыл бұрын
Bohut r babe inspretion khura 👍🏻
@lenslight6610
@lenslight6610 Жыл бұрын
suwali jonir jibon to beya kori ase pitakee.. bya lgil dee
@devilgaming6454
@devilgaming6454 Жыл бұрын
Khura I moja kotha koise
@mantu5760
@mantu5760 Жыл бұрын
বাহিৰা শিক্ষাৰ দৰকাৰ আছে দাদা। ছোৱালী জনীৰ জীৱন টো অন্ধকাৰ কৰিলে আপুনি।
@nekiburjaman426
@nekiburjaman426 Жыл бұрын
Vll lgil khurar kotha khini huni❤️
@Szmkt
@Szmkt Жыл бұрын
kzbin.info/www/bejne/rIaxhGiMeNqni7s
@rishirajbongshi7317
@rishirajbongshi7317 Жыл бұрын
Nipu dangar ktha koisa , xikhat k besi gyan r dorkar👏👏👏
@ashiqkhan3975
@ashiqkhan3975 Жыл бұрын
Nipu daa aro betal daa bhut val lagil video to pai. love you all
@dipjyoti2249
@dipjyoti2249 Жыл бұрын
মানুহ জন যদিও সকলো জানি বুজি জেদ কৰি কিছুমান ভুল কৰি আছে তথাপিও কিন্তু সৰু সৰু দুটা মান ভাল কথা কলে । ১/ কম শিক্ষিত/অশিক্ষিত মানুহো সমাজত নিজৰ কৰ্ম ৰ দ্বাৰাই জিলিকি আছে আৰু শিক্ষিত মানুহো কিন্তু সমাজত মিলিব পৰা নাই । ২/ টকা পইচা নহলেও যে মানসিক শান্তিৰ হে বেছি প্ৰয়োজন । ৩/ দোকানত গুটখা ,শিখৰ বিক্ৰী নকৰা কাৰণ ।
@Moodvibes2
@Moodvibes2 Жыл бұрын
youtube.com/@_tiku____
@nprva174
@nprva174 Жыл бұрын
Vl lgil video tooo❣️✌
@nirma700
@nirma700 Жыл бұрын
আপীটোৰ মাঠাটো খালাক..... বেচেৰী লায়কৰ মানুহ হ'লহয় ।
@SATYAMTANTI862
@SATYAMTANTI862 Жыл бұрын
এনেকৈ হব লাগে ছোৱালী মানো i selute to didi🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
@bhargavdeka7590
@bhargavdeka7590 Жыл бұрын
Virat Kohli r hundred tu r krne like ata dibo
@kritisagardutta6917
@kritisagardutta6917 Жыл бұрын
😂
@mooreandidad6484
@mooreandidad6484 Жыл бұрын
Mojja 👌👌
@viralduniya5809
@viralduniya5809 Жыл бұрын
সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালো❤️
@user-cd3nw3dy2m
@user-cd3nw3dy2m Жыл бұрын
Moja bhai.
@pranjitaxom9418
@pranjitaxom9418 Жыл бұрын
ছোৱালীজনীৰ কথাবোৰ শুনি চকুৰে চকুপানী নিগৰি গল 🥺🥺🥺🥺🥺🥺।।।
@dipjyotipatowary7973
@dipjyotipatowary7973 Жыл бұрын
Apunalok KZbin r Rockstar Hoi# ,Bhahot Funny hoi😁😁😊🙏
@ankitchoudhury.
@ankitchoudhury. Жыл бұрын
মানুহজনৰ কোনো কথা যুক্তিমূলক নহয় । সকলো বিলাক মানুহে কোৱাৰ নিচিনা মোৰো সন্দেহ হৈছে মানুহজনৰ মানসিক বিকৃতি ঘটিছে ছোৱালী জনিক সি পৃথিৱীত আনিছে ঠিকেই কিন্ত, পৃথিৱীৰ উপভোগ বিলাক ৰ পৰা বঞ্চিত কৰিছে ছোৱালীজনীৰ কথা শুনি গম পোৱা গৈছে তাইও বিচাৰে পৃথিৱী খন উপভোগ কৰিবলৈ, সপোন দেখিবলে, সপোন বাস্তবিত কৰিবলৈ কিন্তু তাইক বান্ধি ৰখা হৈছে ।।।।। বেলেগ একো কথা নাই ।। সি এজন চাৰ্থপৰ পাগল মানুহৰ বাবে দুজনী নাৰীৰ জীৱন ধ্বংস হৈছে তাৰ কথা বিলাক শুনি এ এনেকুৱা লাগে সি এটা মূৰ্খ নাইবা সি এটা পাগল।
@nikulahkar5656
@nikulahkar5656 Жыл бұрын
Valll lagill
@pallabjyotiborah8541
@pallabjyotiborah8541 Жыл бұрын
Porha Xuna Agyani..Manuh
@kuladipdas8712
@kuladipdas8712 Жыл бұрын
Manu jonor kotha suni val lagil // Dada apunalokor video sai val lage ❤❤❤
@BaLen894
@BaLen894 Жыл бұрын
Oh dada 2022 Nhoi a 2023 he soli ase 😅
@thelk07technicalgaming88
@thelk07technicalgaming88 Жыл бұрын
Mojaa lagil re Bhai log
@debajeetsarmah9556
@debajeetsarmah9556 Жыл бұрын
মানুহজনৰ কথাখিনিত মই সমৰ্থন দিব নোৱাৰিলোঁ। ক্ষন্তেকৰ আবেগত তেওঁৰ পৰিয়ালটোৰ ক্ষতি কৰিব।
@assamesevlog2534
@assamesevlog2534 Жыл бұрын
Val lagil sai Agote u Ai poriyal tir bohu video paisu
@monkeydyuvi23
@monkeydyuvi23 Жыл бұрын
Manuh jonr ego bahut dey..... Tekhetr ego r babee suwali joni kosta pai ase
@kishordutta7264
@kishordutta7264 Жыл бұрын
Betal da good .. 💯💯❤️ videot buhut jnibo lga kotha ase daiii ..
@pranjaldas6376
@pranjaldas6376 Жыл бұрын
আচৰিত পৰিয়াল
@mmstatus4960
@mmstatus4960 Жыл бұрын
Apunar video si moja loga 🔥💯
@onlyoldsongassamese1991
@onlyoldsongassamese1991 Жыл бұрын
Api tur jibon Tu khalak burhai
@Szmkt
@Szmkt Жыл бұрын
kzbin.info/www/bejne/rIaxhGiMeNqni7s
@dr.bhanitamedhi2854
@dr.bhanitamedhi2854 Жыл бұрын
aji 2maluk k dekha paisilu....murkona dolong r mur t...2maluk r video sai mon beya lagile o olp hahiboloi xubidha pao....
@arifulhussain5560
@arifulhussain5560 Жыл бұрын
এই আই আমাৰ অসমৰ ছোৱালী দেক 👍
@jaminidas8383
@jaminidas8383 Жыл бұрын
Xikpa nlge tohote geisa a epic line🤣🤣
@SyedTasikIslam1
@SyedTasikIslam1 Жыл бұрын
Burak dhori bandhi loi jai 3 mah man tezpur t rakhi anba parli sob line t ahi jbo...😐
@rahulhussain5717
@rahulhussain5717 Жыл бұрын
Mza♥️♥️
@Latifull
@Latifull Жыл бұрын
Betal dai suwalijonik bia korai lowk, ake sarma sarma.. Bohut val hbo
@dhununath384
@dhununath384 Жыл бұрын
Akdom biya korale bhal hoi
@imdadur67
@imdadur67 Жыл бұрын
21:58 😂 Nipu
@sumibonia6576
@sumibonia6576 Жыл бұрын
সঁচা কবলৈ গ'লে ছোৱালী জনীক স্কুল বা সমাজৰ পৰা আঁতৰত ৰাখি দেউতাক জনে ভূল কৰিছে।
@assameseculture5887
@assameseculture5887 Жыл бұрын
নাই কৰা ভুল ‌ভাল কৰিছে এই‌‌ লেটেৰা স্বাৰ্থলোভী সমাজখনৰ পৰা আঁতৰত ৰাখিছে আৰু এই সকলহে স্বাধীন মনৰ মানুহ কাকো খাতিৰ কৰি খোৱা নাই এইয়াই প্ৰকৃত মানৱজীৱন
@Minul_choudhury1157
@Minul_choudhury1157 Жыл бұрын
নিপো ভাই আৰু বেতাল দা আপোনালোকে কিবা এটা কৰি মোবাইল এটা দিয়া ব্যৱস্থা কৰা, মোবাইল এটা ছোৱালী জনি পালি you tube খুলি বিদেও বনাব পাৰিলে হে, তাৰ পৰা পইচা অপর্জন কৰিব পাৰিলে হে,
@rupjyotisaikiaofficial
@rupjyotisaikiaofficial Жыл бұрын
current e nai j
@diponchelleng1298
@diponchelleng1298 Жыл бұрын
Oi vall Kam korise ....moza
@kankadevi1352
@kankadevi1352 Жыл бұрын
Deutakr kotha bor sunile khang uthe
@dhrubadas8956
@dhrubadas8956 Жыл бұрын
This guy remind me of captain fantastic movie ben character played by viggo mortensen. Manuh jonok sai captain fantastic movie monot porile. Ok salute dibo lage manuh jonok kintu tatke besi ke dim salute ghoinek jonik aru jiyek jonik.
@kdeka15
@kdeka15 Жыл бұрын
দেউতাক জনৰ চিন্তা ধাৰণাবোৰ বহুত বেলেগ। তেখেতে কিবা কাৰনত কিবা পৰিস্থিতিৰ সন্মুখীন হৈ হয়তু চাকৰিটো নাপালে । কিন্তু তেখেতে এনেদৰে কিয় ভাবি ল'লে যে তেখেতৰ ছোৱালীজনীৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ব ? তেখেতে বেলেগ নকৰিলেও নিজৰ ছোৱালীজনীক পঢ়াব লাগিছিল ।‌ মাক-দেউতাকৰ দায়িত্ব এইয়াই যে নিজৰ ল'ৰা ছোৱালীখিনিক যেনেকৈ হ'লেও স্কুলীয়া শিক্ষা খিনি প্ৰদান কৰা । যিয়েই নহওঁক, এই পৰিয়ালটোক যাতে ভগৱানে সকলো‌ সময়তে শক্তি দিয়ক ।
@him_kishan_das01
@him_kishan_das01 Жыл бұрын
Sikha mul udeiso sakori nohoi.. Ei manuh jonor kotha bur bohut bhul ase.
@bulletformyvalentine6555
@bulletformyvalentine6555 Жыл бұрын
Best video .. ...quite different god bless the family and the girl
@Moodvibes2
@Moodvibes2 Жыл бұрын
youtube.com/@_tiku____
@আলোকৰবাটেৰে
@আলোকৰবাটেৰে Жыл бұрын
মানুহ জনৰ কিছু কথা মোৰ ভাল নালাগিল।।
@devinath6400
@devinath6400 Жыл бұрын
Moja
@SANATANKOTHAYE
@SANATANKOTHAYE Жыл бұрын
Manuh ghoror hodoishyo keijonorjt bohut morom thoka jen anubhob hol .....toka poisai hokolu nhoi ....toka poisa nathakileu morom bhalpua thakile anekoiu manuh besi hukhi hoi....akha koru ahibologia dinot ghorkhonor arthik abostha bhal houk
@sde6ix9ine
@sde6ix9ine Жыл бұрын
নিজৰ জেদৰ কাৰণে ছোৱালী জনীৰ জীৱনটো অন্ধকাৰৰ পিনে ঠেলি দিব নালাগিছিল। কালিলৈ তেওঁ ঢুকুৱাৰ পিছত ছোৱালী জনিৰ কি হব ? নিজৰ সপোন পুৰা নহলেও ছোৱালীজনীৰ সপোনৰ কথা ভাবিব লাগে বুলি মই ভাবো । সকলো বস্তু তে ইমান জেদ ভাল নহয়।
@rajudeka4679
@rajudeka4679 Жыл бұрын
তেওঁ দিলে একো নলয় কিন্তু দোকানৰ পৰা কিবা বস্তু বেছিকৈ কিনি আনিলেও ভাল আছিল। ঘৰত ব্যৱ্হাৰ হোৱা বস্তু আছিল দোকানখনত। দিব মন কৰিলে তেনেকৈও দিব পাৰি। Video বনালে সকলো ঠিক নহয়
@hemantanath3883
@hemantanath3883 Жыл бұрын
Moja lighe God Giel.👌👌👌
@iampankajparashar
@iampankajparashar Жыл бұрын
মূৰৰ দোষ আছে অলপ ইয়াৰ
@blackgaming321
@blackgaming321 Жыл бұрын
Mojja 🥰
@manashjyotimishra8567
@manashjyotimishra8567 Жыл бұрын
পাগল এটা ১% গুৰুত্ব দি লাভ নাই ৷ এইজন শিক্ষক হবৰ যোগ্য নহয় ৷এটা পৰিয়াল শেষ কৰি দিলে
@bcsstatus9698
@bcsstatus9698 Жыл бұрын
line aru mobile gift kori diya❤️
@kitchennextdoor615
@kitchennextdoor615 Жыл бұрын
Baapek jon Criminal
@amserahmed1626
@amserahmed1626 Жыл бұрын
Moja lagil video to
@Moodvibes2
@Moodvibes2 Жыл бұрын
youtube.com/@_tiku____
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 36 МЛН
Сестра обхитрила!
00:17
Victoria Portfolio
Рет қаралды 958 М.
Quando A Diferença De Altura É Muito Grande 😲😂
00:12
Mari Maria
Рет қаралды 45 МЛН
黑天使被操控了#short #angel #clown
00:40
Super Beauty team
Рет қаралды 61 МЛН
Finally মন্দিৰ ললোঁ - Nagara Naam at Dimpu's house
12:51
SR : Bawng talhna leh zawrhna hmunpui
52:49
Vanneihthanga Vanchhawng
Рет қаралды 38 М.
Assam state zoo cum botanical garden/Guwahati assam
13:42
Play & Food
Рет қаралды 1,1 МЛН
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 36 МЛН