Kunjalata॥ Akash Pritom ॥ Siddhartha Sharma॥ Nilakshi Neog ॥ Official Video Song 2022 ॥

  Рет қаралды 4,240,606

AKASH PRITOM

AKASH PRITOM

Күн бұрын

𝐂𝐫𝐞𝐝𝐢𝐭𝐬:
♫ Song : KUNJALATA
♫ Album : MEJANGKORI | VOL 5
♫ Singer : AKASH PRITOM
♫ Female Singer : NILAKSHI NEOG
♫ Music & Mix-Mastering : AKASH PRITOM
♫ Lyrics/ Tune -Akash Pritom,Raag Parag,Sunit Gogoi
♫ Nepali Lyrics/Tune - Biju Bijoy Chetri
♫ Nepali Additional lyrics- Dil Limbo
♫ Additional Lyrics :- Sourav Saikia , Khirod Dutta, Dipu Dixit
♫ Cover Design & Lyrical video - Sameer Sinmoy
♫ Photography- Mridu
♫ Special Thanks- Ailita Kashyap, Jyotirmoy Kakati , Abinash Priyam , Dipu Pratim ,Bimal Barman ,Tushar Gohain
Choreographer : Kaamal Raja
Cinematography: Krishna shah & Bituraj Boruah
Starring : Siddhartha Sharma, Akash Pritom Happy Borgohain,Prabalika Gogoi, Priyadarshini Dutta & Prince Medok
Makeup : Riyan
Editing : Manas Kashyap
Choreography Asst : Udit Boishnob
Camera Asst : Uttam jyoti & Gouranga
Production Manager : Dulon bahek
Co Artist : Pujarani,Alympika, Supriya, Chandramika, Sangita, Barbi, Luna, Trishna Moyuri, Porashmoni
♪ DOWNLOAD/STREAM FROM THE BELOW LINKS ♪
JioSaavn: bit.ly/3A6iBkv
Spotify: spoti.fi/3A8xVgt
Hungama: bit.ly/3nTCK8T
Gaana: bit.ly/3IeAFf4
Apple Music: apple.co/3nyqv1c
Amazon Prime Music: amzn.to/3FzzMw7
Wynk: bit.ly/324IxR4
iTunes: apple.co/3nxpNBs
Baahi: bit.ly/34MFfTs
KZbin Music: bit.ly/3tzXdmK
Resso: bit.ly/3nwHAso
Reels👇
bit.ly/3qzdqGR

Пікірлер: 1 100
@AkashPritom
@AkashPritom 2 жыл бұрын
সকলো অসমবাসীৰ ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷ আহি থকা দিনবোৰ আপোনালোকৰ সকলোৰে সুখ আৰু শান্তিময় হওক তাৰে কামনা কৰিছোঁ ৷ আৰু কুঞ্জলতা ভিডিঅ'টি সকলোৱে আদৰি ল’ব বুলি আশা ৰাখিলোঁ ৷ ধন্যবাদ 😘❤️❤️🙏
@achintbruah7339
@achintbruah7339 2 жыл бұрын
দাদা bihu একো গান নিদিয়ে নেকি। তিনিচুকীয়া ৰ পৰা মৰম দিলো। আপোনাৰ ঘৰৰ সকলো সদস্য ভাল কৈ থাকে তাকে কামনা কৰিলো।
@ponkhuentertainments4100
@ponkhuentertainments4100 2 жыл бұрын
দাদা লগত প্ৰথম বাৰৰ বাবে কাম কৰি বহুত ভাল লাগিল আশা কৰো সকলোয়ে মৰম দিয়ে ❤️❤️
@tanispriyahazarika4000
@tanispriyahazarika4000 2 жыл бұрын
🔥🔥💞🔥😍
@rantupayeng6845
@rantupayeng6845 2 жыл бұрын
Mojjja Dada....Love From Majuli ❤👌👍
@surjitchangmai2277
@surjitchangmai2277 2 жыл бұрын
Mojja video song
@Maijaan.Entertainment
@Maijaan.Entertainment 2 жыл бұрын
পৰীক্ষাৰ পঢ়াৰ মাজতো টাইম উলিয়াই চালোঁ ধুনীয়া দাদা love you😘
@Lyricz._.axom_
@Lyricz._.axom_ 2 жыл бұрын
Akash pritom dadar big friend Kun hoi like kora
@priyankasaikia671
@priyankasaikia671 Жыл бұрын
বৰ ভাল লাগিল দেই গানটো। বিশেষকৈ সুৰটো বৰ শুৱলা।
@THUNDERSTORM_Music
@THUNDERSTORM_Music 2 жыл бұрын
Ending must 🤣🤣🤣🤣🔥🔥🔥🔥🔥🔥 KK DAA , PRITOM DAA JUI BEY ❤️🔥🔥🔥🔥
@gawliyalroa
@gawliyalroa 2 жыл бұрын
Uff voice kintu love my ff singar Akash pritom da 🥰🥰🥰🥰
@bablubhuyan9067
@bablubhuyan9067 2 жыл бұрын
সুন্দৰ কণ্ঠ গীতৰ কথা সুৰ বৰ ভাল লাগিল , আপোনাৰ প্ৰতিটো গীতেই মোৰ প্ৰিয় আকাশ দা আপোনাৰ সুন্দৰ সুন্দৰ গীতে অসমবাসী ৰাইজৰ মন জীপাল কৰি তোলক । মই তেজপুৰৰ পৰা মৰম ❤❤আৰু আশীৰ্বাদ কৰিলো আপুনি আৰু আগুৱাই যাওঁক । 🙏🙏
@anjongogoijunak65
@anjongogoijunak65 2 жыл бұрын
গোলাঘাটৰ পৰা মৰম যাচিলো🥰🥰🥰mojah lagese gantu 🥰🥰🥰🥰
@simadeka7885
@simadeka7885 2 жыл бұрын
গান তু আৰু ভিদিও তু সচাকৈ ধুনীয়া হৈছে আকাশ দা । ইমান ধুনীয়া ধুনীয়া গীত বোৰ দিয়াৰ বাবে আমাক বহুত বহুত ধন্যবাদ । তুমি আৰু আগুৱাই যোৱা তাকেই কামনা কৰো । ভগবানে তোমাক ভালে ৰাখক।
@debojitboruah4370
@debojitboruah4370 2 жыл бұрын
আকাশ দা গান আৰু হিট নহবনে । কুঞ্জলতা Team টো লৈ বহুত বহুত মৰম থাকিল।😚😘😊
@_missafsu_121
@_missafsu_121 2 жыл бұрын
Ane dorey life ag bari goi thakibo god r usort parthona korisu apuni bohut ago loi ag bari jay jate life t🙏🥰☺️☺️
@swarnadihingiagogoimusical5600
@swarnadihingiagogoimusical5600 2 жыл бұрын
Akash pritom , tumar konthot jadu ase .... Geet tut proti goraki kolakukholi r obhinoy hundor hoise Bikhekhkoi K K dar nikhut obhinoye video2 t hunot huwaga soraise . Kamal Raja r direction r holag noloi nuwarilu . Agbarhi juwa , hubhakamona thakil hokolutiloike .
@GOPAL-REACTION
@GOPAL-REACTION 2 жыл бұрын
গোৰ্খালী মিক্চ লগতে আমাৰ জিলাক লৈ গান গাইছে যেতিয়া স্বাভাবিক এনেই Fav ধলাৰ পৰা বহুত বহুত মৰম দাদালৈ ❤❤❤
@bumonisvlog5550
@bumonisvlog5550 2 жыл бұрын
Plz kzbin.info/door/asH-zhwrb4njMedywCNKNA
@lakshmanbodo9203
@lakshmanbodo9203 Жыл бұрын
❤❤❤
@janmoni-sani4879
@janmoni-sani4879 2 жыл бұрын
Bhut dinr mur t akash da .bhut bhut morm apunaloi nalbari r pra ☺
@dipakvlogs245
@dipakvlogs245 2 жыл бұрын
Priyadarshini ❤️
@toxinedm3129
@toxinedm3129 2 жыл бұрын
neel da kussum da aru apuni top 3 assamese modern singer ...kin2 apuni jeman sprt bapo lgesel hoi2 pua ni
@nilimdaa
@nilimdaa 2 жыл бұрын
সাপেখাতীৰ পৰা আটাইলৈ মৰম যাচিলো ☺️😍❤️
@santanadeka5054
@santanadeka5054 2 жыл бұрын
আপোনাৰ গানটো ধুনিয়া হৈছে দেই 🎵🎵🎵🎵🎵🎵🎵🎵সান্তনা ডেকা 🎶🎶🎶🎶🎶🎶🎶
@Nilimsagaraxom
@Nilimsagaraxom 2 жыл бұрын
সচাই দাদা আপোনা গানত কিবা যাদু আছে শুনিলে শুনি থাকিব মন যায় । লগতে আগতিয়াকৈ আগন্তক ৰঙালী বিহু শুভেচ্ছা থাকিল সকলো লৈকে
@amritvloga1233
@amritvloga1233 2 жыл бұрын
ৱাহ প্ৰিয়দৰ্শিনী ৱাহ তুমি জুই 🔥❣️ আকাশ দা গীতটো বহুত ধুনীয়া হৈছে ✌️আগলৈ আৰু নতুন নতুন গীত আমাৰ মাজলৈ আনিব বুলি আশা ৰাখিলোঁ । আপোনাৰ কণ্ঠৰ মিঠা সুৰে বহুতৰ হৃদয় স্পৰ্শ কৰি গৈছে 🌺 বাকী বহুত মৰম জাচিলোঁ গীতটোৰ প্ৰতিজনক ।
@bumonisvlog5550
@bumonisvlog5550 2 жыл бұрын
Please kzbin.info/door/asH-zhwrb4njMedywCNKNA
@dipankargogoi2350
@dipankargogoi2350 2 жыл бұрын
শিৱসাগৰৰ পৰা বহুত বহুত মৰম যাছিলো"""বহুত ধুনীয়া হৈছে আকাশ দা""সুন্দৰ অভিনয়,আপোনাৰ গান মোৰ বহুত বেছি ভাল লাগে😍👌👌👌
@uniqueassam0184
@uniqueassam0184 2 жыл бұрын
ধুনীয়া লাগিল দাদা গানটো 😍😍, আৰু এনেকুৱা গান আশা কৰিছো আপোনাৰ পৰা।
@lakhyajeet
@lakhyajeet 2 жыл бұрын
কেতিয়া নো সফল হ‌ও, ধুনীয়া গাভৰু এজনী নিজৰ কৰি লবলে🤗
@rantupayeng6845
@rantupayeng6845 2 жыл бұрын
এটি সুন্দৰ ভিডিঅ'....❤💙👌👍
@hiranyagogoi6195
@hiranyagogoi6195 2 жыл бұрын
গানটো বহুত ধুনীয়া লাগিছে । মাইনা (অলিম্পীকা) বহুত বহুত সুন্দৰ , সকলোলৈ মৰম, আৰ্শীবাদ যাছিলোঁ ❤
@sabidevi7524
@sabidevi7524 2 жыл бұрын
9
@DuduBoruahOfficial
@DuduBoruahOfficial 2 жыл бұрын
Nice video song 🔥🔥 Akash Pritom da ❤️
@champaksaikiamajuli5694
@champaksaikiamajuli5694 Жыл бұрын
Super song 🎉🔥🔥
@rubulmoran6503
@rubulmoran6503 2 жыл бұрын
তিনিচুকীয়া পৰা মৰম যাচিছোঁ আকাশ দা 💙
@chimpuchutia5155
@chimpuchutia5155 2 жыл бұрын
Mojaa lagila huni❣️❣️❣️🔥🔥🔥🥰🥰🥰❤❤❤
@mrinalkalita8736
@mrinalkalita8736 2 жыл бұрын
আকাশ , ধুনীয়া গাইছা তুমি। ভাল লাগিল শুনি। Best of luck.
@bitopanmazumdar746
@bitopanmazumdar746 2 жыл бұрын
ধুনীয়া হৈছে আকাশ‌ দাদা ।❤️
@bumonisvlog5550
@bumonisvlog5550 2 жыл бұрын
kzbin.info/door/asH-zhwrb4njMedywCNKNA Please
@rajuall1596
@rajuall1596 2 жыл бұрын
সুন্দৰ এটি গীত। ভাল লাগিল ভিডিওটো। গীতটো প্ৰথমবাৰ শুনাৰ পৰাই অপেক্ষা কৰি আছিলো। ধন্যবাদ জনাইছো গীতটোৰ ভিডিওটো আগবঢ়োৱাৰ বাবে।
@WORLDFUNNYVIDEOSANDCARTOON
@WORLDFUNNYVIDEOSANDCARTOON 2 жыл бұрын
ৰৈ আছোঁ দাদা, big frend 🤗
@debojit5206
@debojit5206 2 жыл бұрын
Akash da' r voice tu 🤧❣️
@b.shikhadutta5430
@b.shikhadutta5430 2 жыл бұрын
And still you're my crush 😭😭bog fan of your smile ❤️❤️ always shine Akash...love from Bristi...
@purabideka3727
@purabideka3727 2 жыл бұрын
Nice dada aponar voice to moi bht vl paw xuni amoni nlge
@kamudra-w6s
@kamudra-w6s 2 жыл бұрын
Dhuniya ❤❤🥰🥰😘😘Akash da😘🥰❤apunar song khuni bohut val❤🥰❤❤
@SMS4144
@SMS4144 2 жыл бұрын
Bommm bommmm 🔥🔥🔥🔥🔥 akdm fatafatiiii Akash daa .... Bohuttt morom val pwa apu aloi ....❤️❤️❤️❤️❤️❤️❤️❤️❤️
@jatinchutia3736
@jatinchutia3736 2 жыл бұрын
বৰ সুন্দৰ গীত গাঁৱৰ থলুৱা ভাষাৰ বহুত ভাল লাগে আপোনাৰ গীত বিলাক
@pranabborah6170
@pranabborah6170 2 жыл бұрын
সুন্দৰ হৈছে। অনাগত দিনবোৰত আৰু ভাল ভাল ভিডিও পাম বুলি আশাৰে ৰৈ থাকিম।
@JoonbaiOfficial
@JoonbaiOfficial 2 жыл бұрын
আপুনাৰ কণ্ঠ সদায় প্ৰিয়😊❤️ Love From Tezpur😍❤️
@jyostnaliborah870
@jyostnaliborah870 Жыл бұрын
So nice song Aakash pritom dA
@bijit7639
@bijit7639 2 жыл бұрын
Akash da your all songs my frevaret ♥️♥️♥️♥️
@bijukumarrabha7662
@bijukumarrabha7662 2 жыл бұрын
Very Nice 🎵 👌
@RAMENRAJBONGSHI
@RAMENRAJBONGSHI 2 жыл бұрын
সচাকৈ বহুত ভাল লাগিল ❤️👌😊
@prasantaboruah8513
@prasantaboruah8513 2 жыл бұрын
Hundor video tu,,,Akash pritom all rounder .... keep it up bro 💕🎉❤️❤️
@sorbeswarriponsutradhar387
@sorbeswarriponsutradhar387 2 жыл бұрын
Love from Dhemaji Assam 💚 ধুনীয়া লাগিছে দেই, আশা কৰোঁ আকৌ যেন নতুন নতুন গান শুনিব পাও তাৰে কামনা কৰিছোঁ।
@joyshritaye7357
@joyshritaye7357 2 жыл бұрын
Wow awesome voice 🥰❤️
@junak8877
@junak8877 2 жыл бұрын
প্ৰিয়দর্শিনি তোমাৰ অভিনয় ভাল লাগিল এনেকৈ আগবাঢ়ি যোৱা অভিনয় জগত খনত 😍
@mukutagogoi1954
@mukutagogoi1954 2 жыл бұрын
সুন্দৰ পৰিবেশ , সুন্দৰ নৃত্য , সুন্দৰ গীতৰ কথা দেই ডেকালৰা ৷ সাৰ্থক ৰচনা তোমাৰ ৷ আন্তৰিক শুভেচ্ছা যাচিলোঁ ৷ সফল হোৱা জীৱনত ❤️❤️❤️
@dipjyotidas8865
@dipjyotidas8865 2 жыл бұрын
অধিক আগ্ৰহেৰে ৰৈ আছোঁ দাদা
@MonNilim-xm7fq
@MonNilim-xm7fq Жыл бұрын
Lovely ❤️🥰👌
@pahi5
@pahi5 2 жыл бұрын
বহুত ভাল লাগিল ভিডিঅ'টো চাই লগতে আমাৰ চৰাইদেউৰ সোণাৰি জীয়ৰী প্ৰবালিকাক দেখি বহুত ভাল লাগিল তুমি আগুৱাই যোৱা ভন্তি। 🥰❤️
@rajeevtaid9733
@rajeevtaid9733 2 жыл бұрын
নৃত্য নিৰ্দেশনা আৰু দৃশ্য-গ্ৰহণ সুন্দৰ লগতে আমাৰ আয়াং প্ৰিন্চৰক নতুন ৰূপত দেখা পালোঁ
@ayangprinceofficial4591
@ayangprinceofficial4591 2 жыл бұрын
ধন্যবাদ খুড়া।
@rushmikadas
@rushmikadas 2 жыл бұрын
আপোনাৰ কণ্ঠৰ লগতে অভিনয়ো ভাল পাওঁ। নতুন গীত চার্শ কৰি চাই থাকোঁ আহিছে নেকি বুলি। আমাৰ পৰিয়ালৰ সকলোৰে প্ৰিয়। ভাল লাগিল এইটো গীতো। অভিনয় ভাল হৈছে। শুভকামনা।
@ZuginRajBorah
@ZuginRajBorah 2 жыл бұрын
Mojja...bohut dhuniya akash daa...🥰🥰❤️👍
@bedabikashsaikiamusical5625
@bedabikashsaikiamusical5625 2 жыл бұрын
Bhut dhuniya 😌😍💕💕💞
@NamitaSarkarBonia-st5tv
@NamitaSarkarBonia-st5tv Жыл бұрын
Good actor and actress ❤❤❤❤❤❤💕💕💕💕💕💕💕💕💕💕💕🥰🥰🥰🥰🥰🥰🥰🥰🌹🌹🌹🌹🌹🌹🌹🌹🌹👏👏👏👏⭐⭐⭐⭐⭐
@nabanitadas8407
@nabanitadas8407 2 жыл бұрын
Nice song
@assamesesong1660
@assamesesong1660 2 жыл бұрын
Very nice song Aakash da and kkda
@nitulrajkhowa5223
@nitulrajkhowa5223 2 жыл бұрын
ধুনীয়া হৈছে আকাশ দা।মই আপোনাৰ প্ৰতিটো গানেই ভাল পাওঁ।
@niranjankochari67
@niranjankochari67 2 жыл бұрын
আপোনাৰ ভিডিঅ' গীত ৰ Music মোৰ খুবেই প্ৰিয় দাদা, বাকী মজা 🔥
@SanjayKumar-yn7qc
@SanjayKumar-yn7qc 2 жыл бұрын
অতি সুন্দৰ প্ৰদৰ্শন,,, আকাশ দা🔥🔥
@bichitramainanath2256
@bichitramainanath2256 2 жыл бұрын
Bht val lagise dada apunar gan sbe mur val lage aakha korisu aru ankua gan pam buli love you akash da moi apunar gan xuni bht val paw....
@manashbora9843
@manashbora9843 2 жыл бұрын
ধুনীয়া হৈছে ----আকাশ দা ❣️❣️❣️❤️❣️❤️❤️❣️❤️❣️❤️❣️❤️❣️❣️❤️
@shashiphatuwalientertainment
@shashiphatuwalientertainment 2 жыл бұрын
Dhuniya lagi se, gaan ta 👍❤️❤️❤️🌹🌹
@rahidulhoque6538
@rahidulhoque6538 2 жыл бұрын
কন্ঠ কিন্তু মানিব লগা ,, বহুত ধুনীয়া
@achintbruah7339
@achintbruah7339 2 жыл бұрын
Love you aksh daaa
@samujjalborahofficial7341
@samujjalborahofficial7341 2 жыл бұрын
Mojaa lagile dada💓💓💓
@itsakashvlog3124
@itsakashvlog3124 2 жыл бұрын
Awsome Video Macking And Song Also Akash Da .. and The last girl was so Pritty❤
@dhunrajsaikiaofficial4885
@dhunrajsaikiaofficial4885 2 жыл бұрын
Love From Tezpur😍♥️ Big fan Akash Da💖🔥
@amarakash5678
@amarakash5678 2 жыл бұрын
Oti xundor geet kokaideu 💃💃🕺🕺 Bohut dhuniya lagile geeti xuni🤗🤗💃💃🕺🕺❤️❤️
@monalishakachap287
@monalishakachap287 2 жыл бұрын
This is nice song 👍👍 love from dibrugarh Assam 🥰🥰🥰🥰🥰
@gitugautom602
@gitugautom602 2 жыл бұрын
Hit hit🔥🔥🔥🔥 kamal da , happy ,akash da ❤️❤️
@पल्लव_चेतिया
@पल्लव_चेतिया 2 жыл бұрын
আকাশ প্ৰীতম দা তোমাৰ গীতবোৰ বৰ ভাল লাগে । ধেমাজিৰ মৰিধলৰ পৰা মৰম যাচিলো❤️❤️❤️
@lilekarmakar310
@lilekarmakar310 2 жыл бұрын
Q
@sonithazarika2175
@sonithazarika2175 2 жыл бұрын
Xundor lagil Dada.. 💖👌
@nabajyotiboruah5682
@nabajyotiboruah5682 2 жыл бұрын
Val lagil kokai💕💕💕
@user-jh4qx8sl5j
@user-jh4qx8sl5j 2 жыл бұрын
Next level Akash Daa ❤🥀✨
@himashreegogoi2780
@himashreegogoi2780 2 жыл бұрын
Dhuniyaa ❣️❣️❣️
@bhatraairf4153
@bhatraairf4153 2 жыл бұрын
My favorite singer #akashpritom Akash dar ganor horot hopun bur bisari pau
@Runner913
@Runner913 2 жыл бұрын
Akash Dada nice voice 🙏🙏🙏
@sontush.pritomcreations2745
@sontush.pritomcreations2745 2 жыл бұрын
বহুত অপেক্ষাত ৰৈ আছিলোঁ দাদা ভিদি অ টো চাবলৈ ♥️♥️♥️🥰🥰🥰😘😘😘😍😍😍😍😍😍
@deepboruah4081
@deepboruah4081 2 жыл бұрын
ধুনীয়া আকাশ দা ❤️❤️❤️🥰🥰🥰🥰🥰🥰
@_missafsu_121
@_missafsu_121 2 жыл бұрын
Brother very nice 🥰
@Star-nk6hx
@Star-nk6hx 2 жыл бұрын
A moja
@rbbishalkashyapofficial8219
@rbbishalkashyapofficial8219 2 жыл бұрын
Mojja song akash da .....but video tu bohut vl hoise
@mb_team_vlogs
@mb_team_vlogs 2 жыл бұрын
moja hoise 😍😍
@bhaskarboruah6827
@bhaskarboruah6827 2 жыл бұрын
Bahut dhunia song
@dutta22
@dutta22 2 жыл бұрын
😍😍😍
@tarulataborh2280
@tarulataborh2280 2 жыл бұрын
Moja lagisa Akash da 🧡🧡
@durlovhazarika4243
@durlovhazarika4243 2 жыл бұрын
I love this song & video ... ❤️❤️❤️ From Golaghat 👍👍👍
@juganandadutta8432
@juganandadutta8432 2 жыл бұрын
Wow hit 🔥🔥
@poreshboruahsunmonimajuli
@poreshboruahsunmonimajuli 2 жыл бұрын
সুন্দৰ❤❤❤
@amitaxom521
@amitaxom521 2 жыл бұрын
Nice.. love from sorbhog ❤️❤️❤️
@dipikhakonwarassamesegirl2913
@dipikhakonwarassamesegirl2913 2 жыл бұрын
Bah bah ...dhunia hoise 💃😍😍
@indrasaikia3594
@indrasaikia3594 2 жыл бұрын
বৰ সুন্দৰ হৈছে ভিডিঅ'টি💓💓👍
@bipanchisaikia9141
@bipanchisaikia9141 2 жыл бұрын
ভাল লাগিল ❤
@AbhijitChutia-n2u
@AbhijitChutia-n2u 2 жыл бұрын
My favourite singer Akash Pritam 🥰🥰🥰 gantu 🔥🔥🔥 aru maltu u 🔥🔥🔥
@mrigangadeka9660
@mrigangadeka9660 2 жыл бұрын
Moja akhas da you are my fvrt singar💖😘😘😘✨😊😇♥️
@nayonhazorika7914
@nayonhazorika7914 2 жыл бұрын
"আপোনাৰ প্ৰতিটো গান আৰু প্ৰতিটো গানৰ video ভাল লাগে আকাশ দাদা" বেলেগৰ কথা নাজানো জুবিন দা যেনেকৈ মোৰ আপোন ঠিক সেই দৰে আপুনিওঁ মোৰ আপোন!!!(সদায় ভালে কুশলে থাকা)
MEJANGKORI VOL 1 || AKASH PRITOM || ASSAMESE JUKEBOX ||  CREATIVE RECORDS MEDIA ||
19:47
Bora Saulor Jolpan | Akash Pritom | Utpal Das | Annanyya
4:51
AC MULTIMEDIA
Рет қаралды 10 МЛН
SHAPALAQ 6 серия / 3 часть #aminkavitaminka #aminak #aminokka #расулшоу
00:59
Аминка Витаминка
Рет қаралды 2,1 МЛН
哈莉奎因怎么变骷髅了#小丑 #shorts
00:19
好人小丑
Рет қаралды 54 МЛН
Angelina Duwarah By Akash Pritom || Assamese New Song || Mejangkori 2021
3:51
KHAMSENG || AKASH PRITOM || DIPANKAR DEOGHARIA || OFFICIAL VIDEO ||
7:00
Gitanjali Das | TOP 10 HITS | Assamese Video Song | 2022
41:55
Gitanjali Das
Рет қаралды 3,1 МЛН
SHAPALAQ 6 серия / 3 часть #aminkavitaminka #aminak #aminokka #расулшоу
00:59
Аминка Витаминка
Рет қаралды 2,1 МЛН