অখিল গগৈ আৰু জয়ন্ত মল্ল বৰুৱাৰ বাকযুদ্ধ

  Рет қаралды 135,029

The NewsHour Axom

The NewsHour Axom

Күн бұрын

Пікірлер: 666
@rajadoley3921
@rajadoley3921 3 ай бұрын
এই মক্কেলটো দেখিলেই মোৰটো বেয়া হয় যায়। জুবিন দাই গৰু বুলি ঠিকেই কৈছিলে।
@kanaklatakhakhlary7033
@kanaklatakhakhlary7033 3 ай бұрын
😂😂😂
@palsroy1
@palsroy1 3 ай бұрын
😅😅​@@kanaklatakhakhlary7033
@digantabaishya9885
@digantabaishya9885 3 ай бұрын
Zubin dak o bohute modahi buli itiking kore
@manojborah6400
@manojborah6400 3 ай бұрын
Zubeen da hoise sagor sagor pora kisumane pani olp uthai anile sagoror pani xukai najai​@@digantabaishya9885
@rajadoley3921
@rajadoley3921 3 ай бұрын
অসমীয়া মানুহে ইতিকিং কৰিলেও একো নাই নিজৰে মানুহ বহিঃৰাগত মানুহ সকল ইতিকিং নকৰিলে হ'ব ।
@luhitdutta8617
@luhitdutta8617 3 ай бұрын
অখিল দাৰ সমৰ্থক কেইজনক ভাল লাগে😂😂
@Bidyadhar29
@Bidyadhar29 Ай бұрын
Best
@ranjandoley3193
@ranjandoley3193 3 ай бұрын
Akhil Gogoi bhori seloki thakiba.
@Withhprcreation
@Withhprcreation 3 ай бұрын
অসমৰ ৰাজনীতিৰ পৰা দুজন মানুহ আঁতৰাব বিচাৰোঁ এটা পিয়াজ মূৰ্খ আৰু দ্বিতীয় জন জয়ন্ত গৰু
@vandyavlogs
@vandyavlogs 2 ай бұрын
একদম ।
@pranjitkalita189
@pranjitkalita189 Ай бұрын
Right. Murkho manhu
@dipanjalibaishya3059
@dipanjalibaishya3059 3 ай бұрын
পৰ্যটক বাঢ়িছে ভাল হৈছে , কিন্তু মেডিকেল কলেজ বোৰত বিল্ডিংৰ বাহিৰে চিকিৎসাৰ বাবে কিমান ভাল সুবিধা আছে হে ডাঙৰীয়া ?
@jayantanath4945
@jayantanath4945 3 ай бұрын
Personal bur kiya aiyat siyori asa ..val bur kouk
@mriduljx8769
@mriduljx8769 3 ай бұрын
Right
@jhoondeka8568
@jhoondeka8568 3 ай бұрын
জুবিনে আপোনাক গৰু বুলি কোৱাৰ যুক্তি আছে
@anilpayan8131
@anilpayan8131 3 ай бұрын
ইযাকে কলে নেকি জুবিনে গৰু বুলি?
@monimonsterofficial7112
@monimonsterofficial7112 3 ай бұрын
ঠিকে কৈছে
@BLGEntertainmentASSAM
@BLGEntertainmentASSAM 3 ай бұрын
​@@anilpayan8131hoi
@pratimgogoi8649
@pratimgogoi8649 3 ай бұрын
🥸বগা ৰঙৰ গৰু এটা হেৰাইছে ক'ত গ'ল ক'ত আছে কালিৰ পৰা বিচাৰি ফুৰিছো 🥺 🤔
@BishnuDas-s9l
@BishnuDas-s9l 3 ай бұрын
😂😂
@jayantaboruah2442
@jayantaboruah2442 3 ай бұрын
বিধান সভাৰ মজিয়াত কিহৰ ব্যক্তিগত আক্ৰমণ মূৰ্খ। তোৰ মুখটটো শিৱসাগৰ শব্দ টোৱে ভালকৈ উচ্চাৰণ হোৱা নাই
@srimantadutta1018
@srimantadutta1018 3 ай бұрын
মন্ত্ৰীত্ব নামত কলংক উঠি অহা প্ৰজন্মক কি দেখুৱাব। মাল মানে কি মহাশয়? বাপেক চাই পুতেক ইয়াতকৈ আৰু কি আশা কৰিব পাৰি? নিউজ চেনেললৈ এটা অনুৰোধ কৰো যে উপৰৰৰ মাল আৰু এইজনক কেমেৰা আগত নেদেখুৱাই। নহলে ২৬ত ত্ৰিমূৰ্তিৰ কাৰনে বিজেপিৰ ধংস অনিবাৰ্য্য।
@palsroy1
@palsroy1 3 ай бұрын
Ihot bozoruawa...
@utpalbdas
@utpalbdas 3 ай бұрын
অৰ্কিড উদ্যান খনে বহুত নিবনুৱা ৰ সংস্থাপন দিবলৈ সক্ষম হৈছে। আপুৰুগীয়া সম্পদ ৰে ভৰপূৰ এই অৰ্কিড উদ্যান হিচাপে আমি গৌৰৱ কৰোঁ! 🎉
@morisika4730
@morisika4730 3 ай бұрын
মাল শব্দৰ অৰ্থ কি? মন্ত্ৰী বোৰে ইমান লেতেৰা ভাষা কিয় কয়? উঠি অহা প্ৰজন্ম ক কি শিক্ষা দিব এই সকল নেতাই?
@palsroy1
@palsroy1 3 ай бұрын
Aibilak basically Uneducated aru Slang.....
@KUSUNGTRADERS
@KUSUNGTRADERS 3 ай бұрын
এইবিলাক মুৰত মাল নথকা মানুহ কেনেকৈ বিধায়ক হৈছে বাৰু।।। বুজি নাপালো।
@ashiqahmed1375
@ashiqahmed1375 Ай бұрын
DO POLITICS FOR EARNING MAAL MOW......
@RatulAhom
@RatulAhom 3 ай бұрын
পিযুজ আৰু জয়ন্ত এই দুটাক দেখিলে মাথা গৰম হৈ যায়। গৰু গৰুৱে।
@Libra-9rr
@Libra-9rr 2 ай бұрын
Ihot dutak goru buli koi amar goruk laj nidibo gorui kiman help kore hal bai gakhir diye..aei sudurvai dutay ki kore dalal kore
@NabadeepGogoi-mn2ys
@NabadeepGogoi-mn2ys 3 ай бұрын
জুবিন দাই ইনেই কোৱা নাই জয়ন্ত মল্ল এটা গৰু বুলি, কত কি শব্দ প্ৰয়োগ কৰিব লাগে না জানে নি, মাল কি মাল ?
@RanjitLahon-b2g
@RanjitLahon-b2g 3 ай бұрын
জুবিন দা ই গৰু বুলি ঠিকেই কৈছিল। এইটো কথা কোনে শোনে।
@ddhemali2.040
@ddhemali2.040 3 ай бұрын
এইটোৰ কথা শুনিলে গাত এলাৰ্জি উঠে।
@arupborah4833
@arupborah4833 3 ай бұрын
এইটোতকৈ গৰু বহুত ভাল । গৰুৰ লগত তুলনা কৰি গৰুক অসন্মান কৰাহে হ'ব ।
@asomiaasom6008
@asomiaasom6008 3 ай бұрын
এই জয়ন্ত মল্ল বৰুৱাটোৱে অখিল গগৈয়ে পিন্ধা চেন্দেল চেলেকাৰহে যোগ্য ।থুই জয়ন্তমল্ল বৰুৱা থুই ।অখিল গগৈ জিন্দাবাদ ।
@AK__JIT
@AK__JIT 3 ай бұрын
জুবিন দাই যিটো কৈছিল তই সেইটো হয়😂😂 তই এনে পঢ়া মানুহটো😂😂
@tri____beni
@tri____beni 3 ай бұрын
কাৰ বাপেৰৰ মূৰটো ভিদিঅ এইবোৰ অখিল গগৈয়ে একো কবই নাপালে বালৰ এইবোৰ নিদিবি গৰু টো এইটো 😂
@mintukalita8164
@mintukalita8164 3 ай бұрын
জয়ন্ত ইটো এটা আল্যাগদ্যা
@NirmolRay1996
@NirmolRay1996 3 ай бұрын
আজিহে গম পালো যে অসম বিধানসভাত ব্যক্তিগতভাৱে আক্ৰমণ কৰি কথা কব পাৰি।।।অসম বিধান সভাৰ মৰ্যাদা শেষ হব।
@axompapuyt5483
@axompapuyt5483 3 ай бұрын
গৰু হে এইতো
@bishwadeepgogoi5436
@bishwadeepgogoi5436 3 ай бұрын
এইজনে খাই খাই মাতটোকে ভালদৰে উলিয়াব পৰা নাই
@rathindranathphukan7237
@rathindranathphukan7237 3 ай бұрын
বিধান সভাৰ মজিয়াখন ব্যক্তিগত কাজিয়া ৰ স্থান হৈছেগৈ।
@NilaSarmah-t2n
@NilaSarmah-t2n 3 ай бұрын
জুবিনে যি কৈছিল সেইটোই
@tahimabegum5896
@tahimabegum5896 3 ай бұрын
জয়ন্ত মল্ল মহাশয়, যদি ইমানেই উণ্ণতি করিছে তেন্তে মূল্যবৃদ্ধি কিয় রোধ করিব পারা নাঈ?কিয় প্রতিমাহে ধারর বোজা বাঢ়ি গৈআছে?অখিল গগৈ জিন্দাবাদ!
@sunalibaruah1632
@sunalibaruah1632 3 ай бұрын
কথা কব আহিছে আন্দোলন কৰী লোকচান কৰিছে মহাত্মা গান্ধীয়ে আন্দোলন নকৰা হলে আজি এইখণ অসম অসম হৈ নাথাকে।
@sunalibaruah1632
@sunalibaruah1632 3 ай бұрын
আন্দোলন নকৰাকৈ আজিলৈকে সাধাৰণ জনতাই একুৱে পোৱা নাই গতিকে সাধাৰণ জনতাই নিজৰ পাবলগীয়া বিচাৰি আন্দোলন কৰিবই লাগিব
@undisputedinfo4867
@undisputedinfo4867 3 ай бұрын
M.K Gandhir krone desh 2 tukda hol. M.K Ghandhi krone nhoi Hajar hajar jone swahid huar folot desh ase. M.K Gandhir krone nhoi history gom nupua jodi vl dre study kora
@babul8718
@babul8718 3 ай бұрын
😅😅😅Bal Singha
@carshorts7621
@carshorts7621 3 ай бұрын
​@@undisputedinfo4867পিছে দেশৰ স্বাধীনতা আন্দোলনত RSS অৱদান কি? ইংৰাজৰ চোৰাংচোৱা কৰি দেশৰ স্বাধীনতা আন্দোলনৰ বিৰোধিতা কৰা দল হয় RSS.লগতে আলী জিন্নাৰ মুছলিম লীগো একেই ইংৰাজৰ চোৰাংচোৱা কৰা।এই RSS আৰু মুছলিম লীগ দেশ বিভাজনৰ বাবে দায়ী।ইংৰাজ যোৱাৰ পিছত দেশভক্তিৰ চোলা পিন্ধি দেশপ্ৰেম চেলাব আহিছে এই RSS.
@raghaworld2322
@raghaworld2322 3 ай бұрын
zubeen dai anei goru buli kua nasil
@chaofu_konsurajit5482
@chaofu_konsurajit5482 3 ай бұрын
মলোৱাই ব্যক্তিগত কথা কবলৈহে সদনত যায় নেকি... দালাল👎🏿👎🏿
@hridoybabuassampolice2591
@hridoybabuassampolice2591 3 ай бұрын
Akhiluddin bohut val manuh dada😂😂😂😂😂😂😂
@nayakinfo4613
@nayakinfo4613 3 ай бұрын
মালটো খাই দিয়ে টো মাতটো ভালদৰে নোলায় চোন। জুবিন দাই ঠিকেই কৈছিল। কোন কি আমি চব জানোঁ এতিয়াৰ public ও ইমান মূৰ্খ নহয়
@ajitnarah6687
@ajitnarah6687 3 ай бұрын
নিজৰ পকেটত কিমান মাল সোমাইছে বৰুৱাই নিজে গম নাপাই।
@digantamoran7710
@digantamoran7710 3 ай бұрын
এইটো গৰুটো এইয়াত গৈ কি আলোচনা কৰিচে এইবোৰ ?
@tapankonwar9927
@tapankonwar9927 3 ай бұрын
মন্ত্ৰী কথা ৰাইজৰ মাজত দিয়ে কিন্তু বিৰুধী বিধায়ক জনৰ ভাষন ৰাইজৰ মাজত কিয় নিদিয়ে
@GitanjaliBoruah-b9u
@GitanjaliBoruah-b9u 3 ай бұрын
I would like to ask Mr Jayanta Malla Boruah where is the development project of twin tower Guwahati.
@mujiburhussain3294
@mujiburhussain3294 3 ай бұрын
এইবিলাক ফকতিয়া মানুহক ৰাইজে এহেকা দিলে নথৈ আনন্দিত হ'ম।
@pranjal6304
@pranjal6304 3 ай бұрын
জয়ন্ত আপোনাৰ কথাবোৰ কিবা হজম নহয়
@manashpratimdas4744
@manashpratimdas4744 3 ай бұрын
আন্দোলন নকৰিলে এতিয়া ৰাস্তাত গড়ী লৈ যাবলৈ ও জেগাই জেগাই পইছা দিব লাগিব কাৰণ উজনি নামনি চবতে হোৱাই নোহোৱাই টল গেট বোৰ বনাই হোৱাই নোহোৱাই টকাবোৰ লুটি শেষ কৰি পেলাইছে
@BLGEntertainmentASSAM
@BLGEntertainmentASSAM 3 ай бұрын
জুবিন দাই এনে কোৱা নাছিল ঠিকেই কৈছিলে 😂😂😂সচাঁকৈ দেই।
@ArjunRajbongshi-ht2xs
@ArjunRajbongshi-ht2xs 3 ай бұрын
অসমে যি পাইছে আন্দোলন কৰিয়েই পাইছে।
@madhurjyaborah255
@madhurjyaborah255 3 ай бұрын
জয়ন্ত হাম্বা
@hridyanshugogoi2943
@hridyanshugogoi2943 3 ай бұрын
ৰাইজৰ বাবে বৰ কথা শুনে অখিলে
@ranjonbora3092
@ranjonbora3092 3 ай бұрын
জল‌ জিবন‌ মিছন‌ আছনি‌ বোৰ‌ বনাই‌ কমিছন‌ কিমান পাৰছেন‌ টকা‌ খাইছে‌ । এনেই‌ বনালি‌ নিবনুৱা লৰা‌ বোৰক‌ 6500 টকা‌ দি‌ থগি‌ আছ‌ ত ই‌ এই‌ বোৰ‌ উঠাই‌ লৈ‌ যা‌ কাম‌ নাই‌ ছালা‌ ।
@RajKumarPegu-lp9ht
@RajKumarPegu-lp9ht 2 ай бұрын
জয়ন্ত মল্ল আৰু ত্যাগ হাজৰিকা দুজনে অখিল গগৈ Sir ৰ লগত ৰাজনৈতিক বিষয়ত Tuition কৰা , সৰু সৰু কথা কৈ নাথাকিব আৰু ত্যাগ হাজৰিকা আপোনাক মানিব লাগিব ।😂
@rajukuli142
@rajukuli142 2 ай бұрын
হায় অসম, এই গৰু, অনভিজ্ঞ মানুহবোৰেই এতিয়া অসমৰ নেতা।
@janapriyasatula
@janapriyasatula 3 ай бұрын
Akhil gogoi jindabad jindabad
@utpalgoswami1990
@utpalgoswami1990 Ай бұрын
"মাল" মানে ছোৱালীকো বুজায় আপোনাৰ ভনীয়েক, ভাগিনীয়েক, মাইকী সেইবিলাককো মাল বুলি কয় । এতিয়া কাজিৰঙাত পোৱা মাল মানে কি ?, হেৰৌ ফপলু মিছলিয়াৰ দল কিমান চিয়ৰিবা ---
@Rakesh6199
@Rakesh6199 3 ай бұрын
মল্লোৱা 🤣🤣🤣
@kamalkaammaaal
@kamalkaammaaal 3 ай бұрын
Ee blue poha manuh Zubeen daai ako kole e eta goru 😂
@rekhamoniPhukon-u9e
@rekhamoniPhukon-u9e 3 ай бұрын
গৰু বুলি কোণে কাক কৈছিল ৰঘুমলা বিজেপি ৰ ডাবল ইঞ্জিন চৰকাৰ থাকোতে কিয় তদন্ত কৰি জেলত ভৰাব পৰা নাই নোৱাৰে অৰ্কিড পাৰ্ক সমবায় সমিতিৰ দ্বাৰা পৰিচালিত বুলি সকলোৱে জানে
@gumragpegu4306
@gumragpegu4306 3 ай бұрын
আন্দোলন হʼল উন্নয়ন, প্ৰাপ্য আৰু অধিকাৰ প্ৰদান কৰাৰ বাবে কৰা ক্ষোভ। অসমৰ ৰাইজ অন্ধভক্ত নহয়। সম্প্ৰতি সময়ত অসমৰ উন্নতিৰ ধাৰাসমূহ আন্দোলনৰেই ফল। মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ অখিল গগৈ ডাঙৰীয়াৰ ওপৰত মাল শব্দ ব্যৱহাৰ কৰি কৰা আক্ৰমণাত্মক ভাষণটো বিধান সভা মজিয়াৰ গৰিমা বিনষ্ট কৰিছে। বিজেপি চৰকাৰ যে একপক্ষীয়, বৈষম্যবাদী এয়া বৰুৱা ডাঙৰীয়াৰ মন্তব্যটোত সু স্পষ্ট ৰূপত প্ৰকাশ পাইছে।
@ghanashyamborah1063
@ghanashyamborah1063 3 ай бұрын
Very good deliberations of Hon'ble Minister Tourism.Thanks.
@monjyotinath6891
@monjyotinath6891 2 ай бұрын
Wright akhil uddin jindabad
@MbMb-r8y
@MbMb-r8y 3 ай бұрын
এয়া কেনেকৈ বাকযুদ্ধ অকল এজনৰ কথা খিনি শুনিলে অখিলৰ মন্তব্য নাই। পক্ষপাতিত্ব
@binudas8708
@binudas8708 3 ай бұрын
এই কথা শুনিও অসমৰ ৰাইজে এওলোকক বিচাৰিব নেকি?????অসমীয়া জাতীৰ বাবে বৰ দুখৰ দিন আহিছে। এইবিলাকে আমাৰ নতুন প্ৰজন্ময়ে কি শিক্ষা লাভ কৰিব।
@mrinmoychakraborty8426
@mrinmoychakraborty8426 3 ай бұрын
গৰুটোৱে কি হেম্বেলিয়াই আছে
@debajitdutta8178
@debajitdutta8178 3 ай бұрын
কোনঅ গৰুটো এইটো
@dipengogoi5076
@dipengogoi5076 3 ай бұрын
মাল শব্দ অসমীয়া ভাষাত বেয়া শব্দ জিভাৰ আগত লেকাম লগাব লাগে।
@Jugaldas-sn3do
@Jugaldas-sn3do 3 ай бұрын
:vikkhya. Buli koute mat dile nohoi..plz.plz
@bijuchangmai5839
@bijuchangmai5839 3 ай бұрын
Faltu the Great Moluwa Bandor
@kalpajh3809
@kalpajh3809 2 ай бұрын
কথা খিনি ত ovodrami ৰে ভৰপুৰ হৈ আছে। এইজন আমাৰ জনপ্ৰতিনিধি লাজ লাগে 😢
@jitsvlogs4373
@jitsvlogs4373 3 ай бұрын
Umm apuni bhut poha manuh 😂😂 hai babe zubeen da apunak novel awards di thoise 😂😂
@dekasvlog8438
@dekasvlog8438 3 ай бұрын
Akhil gogoi parkt sob bastur dam besi .blo najai khabo tat akhan bihari saru hotel ase sikhan Val sole..
@user-tz8rm5tr5g
@user-tz8rm5tr5g 3 ай бұрын
Joyato mollo এটা গৰু. Eituk vote দি jikuwa মানুহbur তাতকৈ ডাঙৰ এটা এটা গৰু.
@debojani1219
@debojani1219 3 ай бұрын
Toi he gyani
@user-tz8rm5tr5g
@user-tz8rm5tr5g 3 ай бұрын
@@debojani1219 toiu eekei mane
@dare2know765
@dare2know765 3 ай бұрын
অহংকাৰ ৰ বাবেই ই হাৰিলে।ইয়াৰ মূৰত গোবৰ আছে।
@lalithazarika0110
@lalithazarika0110 3 ай бұрын
Dress val holei gentleman nohoi,ghor nothoka gari nothoka manuh he besi bhodra educated
@mikudutta1735
@mikudutta1735 3 ай бұрын
Goru tu aitu buli zg koisil neki
@JyotishKumar-fz6sf
@JyotishKumar-fz6sf 3 ай бұрын
জয়ন্ত মল্লষ ভাষণ বন্ধ কৰিব লাগে কাৰণ তেওঁৰা বিভাগ ভাল দৰে পৰিচালন কৰিব পাৰা নাই বন্ধকৰ ক ভাষণ
@ChandanBorah-xx8fn
@ChandanBorah-xx8fn 3 ай бұрын
Akhil gogoi❤❤❤❤❤
@AjoyKalita-x2z
@AjoyKalita-x2z 2 ай бұрын
সুন্দৰ ভাল লাগিল।
@MyLifelines...
@MyLifelines... 3 ай бұрын
কোনোবাই যে কৈছিল গৰু বলি, I am confuse গাই গৰু নে দমৰা গৰু!
@khageswarmahili4044
@khageswarmahili4044 3 ай бұрын
পেটটো ডাঙৰ হোৱা মানুহক খুব হাইচমেন কৰিব লাগে,,,,এটা সময়ত ঘড়ীৰ কাটা বন্ধ হয় যাব। অখিল গগৈ keep it up 😘😘
@binud7695
@binud7695 3 ай бұрын
Akhil gogoir dangoriar vorir kera angulir pani khoaro aponar okat nai mohakhoi aponar apuni janene.. 😂😂😂😂
@harmohansaud134
@harmohansaud134 3 ай бұрын
মৌলাই কি সাধুকথা কৈ আছে
@jollywoodworld7395
@jollywoodworld7395 3 ай бұрын
Jayantai vl dise uppar assamr fotua tuk😂
@Ranidas5280
@Ranidas5280 3 ай бұрын
Right😂😂
@brokenbrookie6943
@brokenbrookie6943 2 ай бұрын
Akhil goir dore nohoi.Akhil gogoi zindabad.
@IndrajeetRoy-cy1ic
@IndrajeetRoy-cy1ic 3 ай бұрын
E ajon haluya guru
@MJToonz11
@MJToonz11 3 ай бұрын
Vaal dise
@hiteswarboro6011
@hiteswarboro6011 3 ай бұрын
Akhil dar reply lage*"
@hiranyaray5665
@hiranyaray5665 3 ай бұрын
অখিলক ভাল ধুইছে ।
@bonomalipegu508
@bonomalipegu508 3 ай бұрын
Mamar nokoli amar Goru Jayanta😂
@khargeswarkalita4630
@khargeswarkalita4630 3 ай бұрын
আক্ৰহত কথা কব নোৱাৰা হৈ গৈছে দল বাগৰা নেতা ই
@biswajitrabha2488
@biswajitrabha2488 3 ай бұрын
এনে এজন মানুহক মন্ত্ৰী দিয়ে নেকি তুৰ দৰে মূৰ্খ মানুহ নাই।। তোক এনে গৰু বুলি কোৱা নাই zubeen দাই।
@amu536
@amu536 3 ай бұрын
এইটো পেকেটত কিমান মাল আছে।ই টকা নঘটে অলগৰ্ধ😅
@ritumonideka5120
@ritumonideka5120 3 ай бұрын
গৰু.
@manashdasram7468
@manashdasram7468 3 ай бұрын
Akhil gogoi murat aku nai.... Mal olp puwar pst mone mone thake..... Bjp zindabad.....
@mridulkonwar7476
@mridulkonwar7476 3 ай бұрын
Are u capable to create such a precious park ,mr Malla ??Ar u comparable with Akhil Gogoi?You don't have quality or talent to criticize Akhil..atleast we thnk so..
@Mechanicboys395x
@Mechanicboys395x 3 ай бұрын
Akhil Gogoi jindabad
@JyotiManab
@JyotiManab 3 ай бұрын
Goru
@babusaikia7886
@babusaikia7886 3 ай бұрын
বৰুৱা তুমি হব্দ ভাল কৰা
@rajivgogoi5499
@rajivgogoi5499 3 ай бұрын
Aku nojana
@jollywoodworld7395
@jollywoodworld7395 3 ай бұрын
Akhil gogoi o val nhoi ..moi support nkoru .teu o same nijor lav to bisari thake but dekhai thake j axom r krne kam kori ase.
@himantadas379
@himantadas379 2 ай бұрын
Actually জয়ন্ত মাল বৰুৱা মগজ নোহোৱা , ইয়াক গৰু বুলি কোৱাৰ সম্পূৰ্ণ যুক্তি আছে
@raihanraihanagrwal6407
@raihanraihanagrwal6407 3 ай бұрын
Tr babohart e gom pai jee....tou kiman pora joyonto
@JayantaChangmai-bs3py
@JayantaChangmai-bs3py 2 ай бұрын
অধ্যক্ষ ইয়াৰ ফলীয়া,সেইবাবে অসীলদাক একো কবলৈ সুবিধা নিদি ভেৰা ছাগলীটোক চেলবেলাই থাকিবলৈ দিছে,
@gutungdipakpegu2134
@gutungdipakpegu2134 2 ай бұрын
জয়ন্ত মল্ল , আপুনি , হিন্দী জানে , English জানে ???? জয়ন্ত মল্ল , এজন গৰু , গৰু হয় ।( জুবিন গাৰ্গ ) নিলাজি ।
@prafullabora6845
@prafullabora6845 3 ай бұрын
Mr Beketamukhia , mukhkhan thakil buliei photuami bilak boki nathakibo . Apunak dekhilei bohut manuhor vomiting tendency ahey . Akhil Gogoi Asomor xompod , apuni Asomor KOLONKA .
@DipokDas-r9r
@DipokDas-r9r 2 ай бұрын
পবিত্ৰ সদনত এনেকৈয়ে নহয় এজন হালোৰাই ভাল
@hiramaggi
@hiramaggi 3 ай бұрын
আপোনাৰ কথা শুনিবলৈ ইচ্ছা নাযায় হে ! জুবিন দাই থিকেই কৈছে !
@PurnimaKalita-t3q
@PurnimaKalita-t3q 3 ай бұрын
Kthabor isposto nhy apunar ...sdai olp olp mitha tel khowa kribo apuni ... Anekuwa mat xunibloi osanti lage ..
@jharnadevi5217
@jharnadevi5217 2 ай бұрын
অংগবাডী দৰমহা কথাটো তেখেতেকৈ সেইটো বকিব লাগিচিল কি ফালটো বকিচে ভোত O
@jhoondeka8568
@jhoondeka8568 Ай бұрын
ঐ মেডিকেল বনাই বনাই কি কৰ ? Comisson খাই খাই অসমখন শেষ কৰি দিলি । ৰজভঁৰাল উদং কৰি অসমক ধাৰুৱা কৰিলে । বেং কথা বকিব নালাগে।
@GautamKumar-cb7mg
@GautamKumar-cb7mg 3 ай бұрын
Apunat koi akhil gogoi bohut val
小天使和小丑太会演了!#小丑#天使#家庭#搞笑
00:25
家庭搞笑日记
Рет қаралды 26 МЛН
Пришёл к другу на ночёвку 😂
01:00
Cadrol&Fatich
Рет қаралды 11 МЛН
escape in roblox in real life
00:13
Kan Andrey
Рет қаралды 93 МЛН
Ozoda - Lada ( Ko’k jiguli 2 )
06:07
Ozoda
Рет қаралды 15 МЛН
小天使和小丑太会演了!#小丑#天使#家庭#搞笑
00:25
家庭搞笑日记
Рет қаралды 26 МЛН