All Times Hits of Jitul Sonowal Vol. I

  Рет қаралды 2,054,690

Assamese Golden Collections

Assamese Golden Collections

Күн бұрын

Пікірлер: 790
@assamesegoldencollections6639
@assamesegoldencollections6639 6 жыл бұрын
Please subscribe (free) the channel for beautiful collections kzbin.info/door/N-llGwEjDYz0aO8cYXSpyQ?view_as=subscriber
@babugogoi5126
@babugogoi5126 5 жыл бұрын
Assamese Golden Collections b
@ashisbora5314
@ashisbora5314 4 жыл бұрын
Volume I , r pisot aru volume ase jodi ,dibo...please
@pktaye4081
@pktaye4081 4 жыл бұрын
Nice for future.
@pktaye4081
@pktaye4081 4 жыл бұрын
@@babugogoi5126 keep up it for future generation records and development
@pktaye4081
@pktaye4081 4 жыл бұрын
@@ashisbora5314 krishti hol apun homajor chinakir bathkatia. Apunar hadhanai axomia jatir unnatit harihana jugauok.
@pallabideka335
@pallabideka335 4 жыл бұрын
ছোৱালী অবস্থা ত জিতুল দা ৰ গান শুনি শুনি কেছেট বেয়া হৈ গৈছিল, ৰিল বোৰ ছিগি যায় আকৌ ঠিক কৰো তাৰ পাছত ভালেই নোহোৱা হয় -------জিতুল দা ---এতিয়াও শুনো আপোনাৰ গান ----বুজাব নোৱাৰা এক অনুভৱ
@sangeetabaruah5311
@sangeetabaruah5311 2 жыл бұрын
সঁচাকৈ ।আমিও কেছেটৰ ৰীল ৰিৱাইন্ড কৰি কৰি শুনিছিলোঁ। আমাৰ বৰদেউতাৰ ছোৱালীৰ লগৰছোৱালীৰ এটা গেংগ আছিল। সিহঁতে জিতুল-জুবিনৰ প্ৰগ্ৰেম য'তেই আছে বুলি গম পাই তাতে উপস্থিত হৈছিলগৈ চাবলৈ।
@uddhabrajbangshi1648
@uddhabrajbangshi1648 2 жыл бұрын
Love you
@hellowen_gamer3608
@hellowen_gamer3608 8 ай бұрын
Love. U
@BontilaskarBontilaskar
@BontilaskarBontilaskar 4 ай бұрын
Kiman bedona no
@RJ-ns6gf
@RJ-ns6gf 2 ай бұрын
Baido apunar etia age
@manashpratimpatar4810
@manashpratimpatar4810 5 жыл бұрын
জিতুল সোনোৱাল ....নামেই যাৰ পৰিচয় ৷ আামিবোৰ জিতুল দাৰ গান শুনি শুনিয়েই ডাঙৰ হ’লো ৷ He is a true Rockstar... A Legend of modern assamese songs....হয়তো সকলোৰে মনত আছে ...সেই দিনবোৰত জিতুল সোনোৱালৰ গীতৰ বাবেই অসমীয়া কেছেটৰ ইণ্ডাষ্ট্ৰী আৰ্থিকভাবে টনকিয়াল হৈ উঠিছিল ৷ Love You & You are My altime favorite.
@ramuroy8078
@ramuroy8078 3 жыл бұрын
thik kotha Jitul,Bijoy Luna,Snadhya,.....
@auralife1500
@auralife1500 3 жыл бұрын
Budhe hogaye tumlog
@jayantanath2011
@jayantanath2011 2 жыл бұрын
Jitul moro ejan anyatam all-time super favourite. He should start singing again.
@arunimadevi4577
@arunimadevi4577 2 жыл бұрын
সচা কথা
@boradavlogs343
@boradavlogs343 Жыл бұрын
90 kids are like here
@nazmulkarimborbhuyan6694
@nazmulkarimborbhuyan6694 4 жыл бұрын
Jitul Sonowal - first singer to introduce westernisation in Assamese songs. Evergreen songs.
@bitupankonwar2500
@bitupankonwar2500 3 жыл бұрын
Yes👍
@auralife1500
@auralife1500 3 жыл бұрын
Bhupen hajarika kya hai phir
@geetanjaleesaikia1894
@geetanjaleesaikia1894 Жыл бұрын
​@@auralife1500 Dr Bhupen Hazarika was not a so called westernized singer/composer..no one can be more intellectually creative than him.
@jugalsarmah5574
@jugalsarmah5574 4 жыл бұрын
শিশু জিতুল সোনোৱালে বিহু মঞ্চত গীত গোৱাৰ পৰা যুৱক জিতুল সোনোৱালে কেচেটত সুন্দৰ সুন্দৰ ৰোমাণ্টিক গীত উপহাৰ দিয়া লৈকে সকলোবোৰ মনৰ দাপোণত ভাঁহি উঠিছে | ইমান দৰদী কণ্ঠ !
@rupjyotigogoi9744
@rupjyotigogoi9744 3 жыл бұрын
Hoi hoi ratulmoni da.
@dr.rupshikhadutta2873
@dr.rupshikhadutta2873 2 жыл бұрын
Plz encourage him to start rendering beautiful numbers again. We always love his music😊
@prasurjyabaruah1412
@prasurjyabaruah1412 4 жыл бұрын
আমাৰ সময়ৰ গান। এই গীতবোৰত ডুবি থকা সময়ৰ গান। সদায় চিৰ নতুন, ভাললগা 💗💗💗💗
@phuleshwarikalita8018
@phuleshwarikalita8018 5 жыл бұрын
আপোনাৰ গান বহুত ভাল পাওঁ ।ছোৱালী অবস্থাত এইবোৰ গান চিঞৰি চিঞৰি গাইছিলো।তেতিয়া মই ভাবিছিলোঁ যে মই মোৰ সন্তানক গান শিকাম ।
@aparajitlalmazumdar7983
@aparajitlalmazumdar7983 4 жыл бұрын
i Nice
@mukuldas2884
@mukuldas2884 4 жыл бұрын
Dhuniya
@ramdhenu5399
@ramdhenu5399 3 жыл бұрын
ভন্তী, পিচে তোমাৰ মৰমৰ সন্তানক গান শিকালানে গম নাপালোঁ। বহুত ধন্যবাদ।
@BontilaskarBontilaskar
@BontilaskarBontilaskar 4 ай бұрын
Etya reel hikay noo
@nagendeka6625
@nagendeka6625 3 жыл бұрын
দৰদী কণ্ঠেৰে নিগৰা এই মনপৰশা গীতবোৰ সদায় চিৰযুগমীয়াহৈ ৰৱ অসমীয়া সংগীত জগতত।
@pallabimorang7757
@pallabimorang7757 5 жыл бұрын
কি শব্দ,কি সুৰ,কি কণ্ঠ.......কি গভীৰতা...কি বেদনা....চিৰযুগমীয়া গীত...
@mrinalchetia3873
@mrinalchetia3873 3 жыл бұрын
😪😪😪
@dulumonirajbongshi9253
@dulumonirajbongshi9253 Жыл бұрын
সুন্দৰ কন্ঠ, সুন্দৰ গীত চিৰযুগমিয়া
@muktabhussain9416
@muktabhussain9416 5 жыл бұрын
বহাগ বিহুৰ বিহু সন্মিলনত দেখা পাম বুলি আশা কৰিলো মহাশয়। বিশেষকৈ আমাৰ উজনিৰ শিবসাগৰ জিলাত
@ramuroy8078
@ramuroy8078 3 жыл бұрын
bihu commite bilag Jitul, Bijoy ,.....k namate atiya
@jalendranathdoley8412
@jalendranathdoley8412 5 жыл бұрын
এই গানটো শুনিলে মোৰ কানৈ কলেজত পঢ়ি থকা দিনবোৰলৈ মনত পৰে। feeling nostalgic.
@ashokbhattacharjee2933
@ashokbhattacharjee2933 3 жыл бұрын
100/Right Brother
@pranabkumardutta4114
@pranabkumardutta4114 4 жыл бұрын
আমাৰ সময়ৰ LoveSong |50+ হলো যদিও শুনি আমনি নালাগে |আকৌ ২৫ বছৰ আগলৈ ওভতি যোৱাযেন লাগে | Something evergreen.
@milonrajkhowa3414
@milonrajkhowa3414 3 жыл бұрын
চিৰযুগমীয়া গান,সদায় মনৰ ভিতৰত সতেজ অনুভৱ হয় এবাৰ শুনিলে,ধন্যবাদ জিতুল দা,আৰু যেন সুন্দৰ গীত উপহাৰ পাও আপোনাৰ পৰা শুনিবলৈ।
@moyurborthakur5306
@moyurborthakur5306 2 жыл бұрын
Jitul da r program saisu xority wahh ki je smiri ..A GOLDEN VOICE JITUL DA WE LUV U AND UR ALL GOLDEN SONGS.🙏🏻
@maximdogs1983
@maximdogs1983 Жыл бұрын
আজি ২০২৩ চনৰ ৫ মে' , শুনিছোঁ জিতুলদাই বোলে আকৌ মঞ্চত গীত গাইছে। সেয়েহে তেখেতৰ গান শুনিবলৈ মন গ'ল আৰু এই চেনেলটোত এই গীতকেইটি বিচাৰি পাই তেখেতৰ মধুৰ কন্ঠৰ সোৱাদ ল'লোঁ। ধন্যবাদ। মেক্সিম ডগছ, ভিডিঅ'গেমাৰ।
@RinkuRiyan905
@RinkuRiyan905 3 жыл бұрын
ৰেডিঅত আপোনাৰ গীত শুনি শুনি শুনি ডাঙৰ হৈছো কিমান যে মধুৰ স্মৃতি আছিল সেইবোৰ কি দৰদী কন্ঠ আপোনাৰ জিতুল সোণোৱাল দা আপুনি আকৌ অসমীয়া সংগীত জগতলৈ ঘুৰি আহক বহু দিন হল আপোনাৰ গীত পোৱা নাই আৰু টিভি চেনেল বোৰত ও নেদেখা কিয়? এনেকুৱা গীত আৰু লাগে আমাক ❤️❤️❤️❤️প্ৰতিটো শব্দই অন্তৰ চুই যায় 😍😍💖💖💖💖💖ৰিংকু ৰিয়ান ✍️from বাইহাটা চাৰিআলি
@DAYDREAMING1234321
@DAYDREAMING1234321 4 жыл бұрын
Why nobody tributes this legend nowadays. News channels are stuck with bhupen Hazarika and Zubeen Garg. I know they are great. But sometimes talk about other artists too.
@somnathchanda1250
@somnathchanda1250 3 жыл бұрын
Jitul da is our hearts.... No public recognition of needed
@jayantanath2011
@jayantanath2011 2 жыл бұрын
I simply love Jitul Xonowal's songs tremendously. He should start singing again immediately.
@sauravjyotinath6822
@sauravjyotinath6822 2 жыл бұрын
Still he is not getting the privilege though.... Etc etc
@safikurrahman1605
@safikurrahman1605 2 жыл бұрын
I think legends don't need any recognition
@lionelprk4088
@lionelprk4088 2 жыл бұрын
Xosa kotha
@muktabhussain9416
@muktabhussain9416 5 жыл бұрын
চিৰ সেউজী সেই তাহানিৰ গীত সদায় সজীৱ হৈ আছে আমাৰ প্ৰত্যেকৰে অন্তৰত। মন মতলীয়া হৈ পৰিল গীত কেইটা বহু দিনৰ মূৰত শুনি ।
@putulgayan648
@putulgayan648 5 жыл бұрын
ঠিকেই কৈছে হুচেইনদা ইমানযে মনপৰশা অসমীয়া ৰোমান্তিক গীত , সৰুকালৰ পৰাই শুনি আহিছো বাৰে বাৰে শুনিলেও হেপাঁহ নপলায় ।
@Samarvlogs.jorhat
@Samarvlogs.jorhat 5 жыл бұрын
Assamese Golden collection.... Love you bro... Thank you so much
@sahcindrasonowal7292
@sahcindrasonowal7292 6 жыл бұрын
জিতুল দা আপুনি গানৰ আৰু সুৰৰ মাজলৈ আকৌ ওভতি আহক
@hemangapatowary7397
@hemangapatowary7397 Жыл бұрын
Well come
@dinohazarika8189
@dinohazarika8189 3 жыл бұрын
অসমৰ সঙ্গীত জগতৰ এক ধ্ৰুৱ তৰা,যেন অলেখ তৰাৰ তিৰ বিৰণিৰ মাজত নীলা আকাশত নয়নাভিৰাম ভাৱে পোহৰৰ ফিৰিঙতি বিলাই মনত আনন্দ দিয়ে ।
@jurimonibora6407
@jurimonibora6407 2 жыл бұрын
From my Childhood i use to listen Jitul Sonowal Songs..... Jitul Sonowal Rocks all time...His songs have great meaning 😊😊😊 Love u Jitul Sonowal da.
@dannitanti3409
@dannitanti3409 4 жыл бұрын
You are proud of Asssam..I Love you,I Like you and also your melodious song. God bless you My lovely jitul da.jitul da log live
@bedi767
@bedi767 5 жыл бұрын
Apunar live function saisilu...ajir pora 20 years ago...apuni hatot guitar loi gaixil....best live performance I have ever seen...in my life... really u r the best
@entersb
@entersb 3 жыл бұрын
I saw him 25 years back last time !
@bontiburagohainchetia1953
@bontiburagohainchetia1953 2 жыл бұрын
কি কণ্ঠ কি সুৰ তাহানিৰ এই গীত বিলাক শুনিলে আজিও মন জু ৰ পৰি যায়...... ,🙏🙏
@tapandas4787
@tapandas4787 4 жыл бұрын
শৈশৱ কালত শুনিছিলো জিতুল দাৰ গান,আকৌ আজি 20বছৰ মান পিচত শুনিলো|
@ankurphukan3632
@ankurphukan3632 3 жыл бұрын
বহুত দিনৰ পাছত শুনিলো, ভাল লাগিল । গানবোৰ শুনি পুৰণি দিনবোৰলৈ মনত পৰি গল ।
@azizahmed9075
@azizahmed9075 6 жыл бұрын
Salute to Jitul daa apunar ganor govirota akebare beleg .Love U Sir
@mollikvlogs9248
@mollikvlogs9248 5 жыл бұрын
মন পৰশা এই কালজয়ী গীতবোৰ চিৰতৰে যুগমীয়া হৈ থাকিব ৷ সৰুতে ৰেডিঅ'ত এইবোৰ গানৰ প্ৰেমত পৰিছিলোঁ ; আজিও সেই একেই আমেজ...
@ranjitsonowal7960
@ranjitsonowal7960 3 жыл бұрын
পুনৰ গান বোৰ শুনিবলৈ পাই ভাল লাগিল।মনত পৰিছে আগৰ কলেজলৈ ৰোৱা দিন বোৰ লৈ। দিন বোৰৰলৈ
@utpalsarmah5681
@utpalsarmah5681 3 жыл бұрын
জিতুল আধুনিক অসমীয়া ‌গীতৰ বাটকটীয়া আছিল। মিঠা কন্ঠ লগতে।
@sujaypatranabish794
@sujaypatranabish794 4 жыл бұрын
Meaningful, soulful, melodius voice of Jitul sonowal is unforgettable. you will always be loved.
@jadabnath6830
@jadabnath6830 Жыл бұрын
বহুত দিনৰ পিছত গীত কেইটা শুনিবলৈ পায় বহুত বেছি ভাল লাগিল, আবেগিক হৈ গলো 👌👌❤️💙💙
@juriborah2098
@juriborah2098 3 жыл бұрын
Mon golei jitul dar gaan ajiu gai thaku...ki xur ki Melody...akow jitul dar gan xuniboloi roi thaku ...parile ghuri aha jitul da....ami xodai asu
@rglike
@rglike 2 жыл бұрын
New generation bohut lora xuwali a jitul da sini npai... news channel & Assamese youtuber jiman khini ase hokoluk loi anurudh ..apunaluke jitul da'o j ajon legend hoi ei bikhoi to olp guruto diye jen.....
@monjitlahon3963
@monjitlahon3963 5 жыл бұрын
জিতুল দা অসমৰ প্রথমজন ৰক,সংগীত গোৱা শিল্পী| খুব সুন্দৰ গায়নশৈলী,আৰু কন্ঠ|
@himangshugoswami8652
@himangshugoswami8652 6 жыл бұрын
অসম ৰ আধুনিক সুৰৰ জনক সোনোৱালদা ৰ গান চিৰ সেউজ।
@paragkonwar6466
@paragkonwar6466 6 жыл бұрын
yes, u r right friend
@himangshugoswami8652
@himangshugoswami8652 6 жыл бұрын
@@paragkonwar6466 thnx actually he was the pioneer in modern Assamese songs but not getting due recognisation
@Babuldailydairy07
@Babuldailydairy07 5 жыл бұрын
জীতুল দা আপুনি সদায় চিৰসেউজ
@mridupabandas8794
@mridupabandas8794 5 жыл бұрын
@@himangshugoswami86529
@jayantanath2011
@jayantanath2011 2 жыл бұрын
Moio tenedare bhaabu. Axamiaa aadhunik xurar gaanar janak Jitul Xonowal. Tneor gaan bur etaa etaa ati mulyabaan xampad. Xeibur xadaay chira xeujiaa hoi thaakiba aaru maanuhak mugdha kari thaakiba. Kintu tneo aakou gaan gaabaloi aarambha karaa tu uchit natun udyomere. Aaru bahut bahut gaan tneor paraa aami bisaaru.
@sobnamsultanabegum4576
@sobnamsultanabegum4576 5 жыл бұрын
জিতু দা গান মই আগৰ পৰাই ভাল পাওঁ এতিয়াও আজৰি পালে শুনোI গানবোৰ মানুহৰ জীৱনৰ লগত সংগতি দেখা পাওঁ I
@pktaye4081
@pktaye4081 4 жыл бұрын
Jitul tumi ghuri aha axomor hongeet jogotoloii. Shistri kora , govexona kora janagustya kristi. prasar aru prashar kora bisara bukut. Tumar partiwar niswhash ase.
@rupalidas1082
@rupalidas1082 5 жыл бұрын
১৯৯৫ চনৰ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোনোৱাৰ দাৰ কণ্ঠৰ ধুনীয়া গীতৰ এলবাম।
@RinkuRiyan905
@RinkuRiyan905 Жыл бұрын
Yes moi 2001 jamana paiso 2006 r pora jitul dar song xuni aso
@MONSUMDUTTA-kb1hk
@MONSUMDUTTA-kb1hk Жыл бұрын
Evergreen legend of Assam wish you good luck and good health. Long live jitul da.
@iveehazarika3737
@iveehazarika3737 2 жыл бұрын
jitul Sonowal Assam's no 1 Singer. Late Jayanta Hazarika no 2. Jubin Garg no 3.My choice.
@jayantasarmah9028
@jayantasarmah9028 Жыл бұрын
You are one of the pioneer of modern song. Amazing👍👍
@ankur200977
@ankur200977 6 жыл бұрын
We are with u Jitulda....Rough patches are part of life.....we wanna more creations from you in future...just don't give up.....
@pankajsarmabarua785
@pankajsarmabarua785 5 жыл бұрын
জিতুল দাৰ গানৰ সেই মৃদু ৰোমাঞ্চ এতিয়াৰ কোনো গীততেই নাপাওঁ। শিল্পী জনাই গান গাবলৈ এৰি দিলে নেকি? উভতি আহক জিতুল দা।
@gautamtheMINER
@gautamtheMINER 3 жыл бұрын
Greatest singer of an era... Those who gave dislike are may be alien. 👹
@rituvikash
@rituvikash 8 ай бұрын
Loved reading the comments from decent fans of a decent artist❤LOVE YOU DADA❤
@ashikmohammad3217
@ashikmohammad3217 Жыл бұрын
চিৰযুগমীয়া গীত,এনে গীত সদায়ে জনপ্ৰিয় হৈ ৰব ৷ আমি আজিও শুনো, আগলৈও শুনি থাকিম
@badanbadan7438
@badanbadan7438 4 жыл бұрын
বৰ ভাল লাগে আপোনাৰ গান শুনি মোক মই আজি 14 বছৰ হল আপোনাৰ গান শুনি থকা
@manashjr.karjee5512
@manashjr.karjee5512 6 жыл бұрын
The new Assamese songs are nothing before these jewels. Absolute gems.
@hemantaborah5639
@hemantaborah5639 4 жыл бұрын
জিতুল দা ; really ; You are evergreen Artist
@subratasarma84
@subratasarma84 Жыл бұрын
Jitul sonowal is one of my all time favourite singer. Ki maat, ki shoor, ki lyrics...xodai xunileu amoni nelage gaan bur
@uttamdoley7986
@uttamdoley7986 2 жыл бұрын
Jitul Sonowal the King of Assamese Modern Song 👍👍
@lachitborphukanelectrical5348
@lachitborphukanelectrical5348 5 жыл бұрын
অসমৰ সংগীত জগতৰ মেলডিৰ ৰজা জন ..
@hemprasadgogoi5081
@hemprasadgogoi5081 4 жыл бұрын
Jitul Sonowal keeping his place in Assamese music sea forever through these golden melodious songs but he ought to maintain this line as he can bcz we want more . With regards
@jayantanath2011
@jayantanath2011 2 жыл бұрын
Yes,yes, yes, yes, yes.
@pklife2094
@pklife2094 4 жыл бұрын
Many assamese singers career distroyed by our morom or zubeen daa but its not his fault people shifted to zubeen as his voice was the new generations voice..
@kangkannath2852
@kangkannath2852 3 жыл бұрын
জিতুল দাদাৰ গীতো অসমীয়া সংগীতজগতখনৰ এক অবিচ্ছেদ্য অংশ। আমি তেওঁৰ গীতত এক সুকীয়া সুমধুৰ সুললিত আমেজ পাওঁ।গীতসমূহ বলিষ্ঠ আৰু আত্ম মৰ্যদা সম্পন্ন। গীতত যেন গধুৰতা প্ৰকাশ পায়।মুঠতে ভাল লগা চিৰসেউজ গীত।
@farhanstatus2697
@farhanstatus2697 Жыл бұрын
100% right
@hirokjyotikonwar8121
@hirokjyotikonwar8121 5 жыл бұрын
Moi etiau jitul da, bijoy dar gaan hunu , ru huni thakim jibonor hekh hamay loike . Teulukor gaan bilak jen evergreen hoi rouk .
@melodytunerecords658
@melodytunerecords658 3 жыл бұрын
You are a great legend, jitul da..your song is evergreen, very inspiring , ...its our soul..🙏
@anjankashyap5562
@anjankashyap5562 4 жыл бұрын
2020 amidst all bad days , these songs make it beautiful
@1543530000
@1543530000 5 жыл бұрын
Evergreen. দেহ মন ভাল লাগি যায়
@jayantanath2011
@jayantanath2011 2 жыл бұрын
Jitul Xonowal, aapuni aakou gaan gaabaloi aarambha karak natun udyomere, natun utxaahere. Aapunaar paraa aaru bahut bahut gaan bisaaru. Aapuni gaan goaa bandha karaatu etaa xaangghaatik kshyati.
@navyajitrajsingha7236
@navyajitrajsingha7236 Жыл бұрын
জিতুলদা ঘূৰি আহিছে মনটোত কিবা এটা অবুজ শিহৰণ
@lakhirajdeka
@lakhirajdeka 4 жыл бұрын
94 to 96 ত আমাৰ প্ৰেমৰ গান আছিল।🙏
@rupadas4008
@rupadas4008 4 жыл бұрын
Good song
@KasturiBaruah-jd4iy
@KasturiBaruah-jd4iy 6 ай бұрын
'Jodi ketiyaba bharote' my best song. Actually thekhet dhara asile. Assamese modern anubhutir.
@KasturiBaruah-jd4iy
@KasturiBaruah-jd4iy 6 ай бұрын
Jodi ketiyaba bhagorote
@rimplebordoloi7339
@rimplebordoloi7339 Жыл бұрын
Nostalgic......our most favorite singer of the 90s...
@hp4721
@hp4721 5 жыл бұрын
এই গীতবোৰে এসময়ত মন প্ৰাণ ভৰাই ৰাখিছিল
@umadas1499
@umadas1499 4 жыл бұрын
দাদা এটিয়াও ৰাখে
@hp4721
@hp4721 4 жыл бұрын
@@umadas1499 সময়বোৰ দেখোন সলনি হল । কিবা কিবি বোৰ হেৰাই গল সময়ৰ সোঁতত ।
@shikhasaikia2285
@shikhasaikia2285 4 жыл бұрын
Every song gives me some relief from my internal pain
@Jack-rs3ok
@Jack-rs3ok 3 жыл бұрын
I grew up listening to these songs,today when i hear them i feel soo nostalgic.
@bhrigu5434
@bhrigu5434 10 ай бұрын
২০২৪ চনতো যদি কোনোবাই শুনিছা , লাইক এটা কৰি দিবা😊
@BontilaskarBontilaskar
@BontilaskarBontilaskar 4 ай бұрын
Hoday hunu like dal dibole ako ki bl ase fewra
@jugantarborsaikia4105
@jugantarborsaikia4105 3 ай бұрын
Attendance loi lua mur
@meghalikonwar9450
@meghalikonwar9450 5 жыл бұрын
Hukh... Aru dukhr... Logori... Andhar aru puhorort Harothi... Jitul da... Apunar ganr hur baji ase hridoiot...
@nijamdoley2203
@nijamdoley2203 6 жыл бұрын
Ultimate song's 😘😘✌️#sonowal da Real Rockstar of Assam...
@dannitanti3409
@dannitanti3409 4 жыл бұрын
Jitul sonuwall's song are evergreen.
@nitumonisarma9410
@nitumonisarma9410 4 жыл бұрын
Bhut Val pow apunr gan bor
@ashoksonam
@ashoksonam 3 жыл бұрын
All time my favourite legendary songs of Jitul Da👍👍
@malayarabha9189
@malayarabha9189 4 жыл бұрын
Best evergreen song, jitul sonowaley axomya geetor hei donor 1st alolonor bat kotia buli Kobo pari.
@habibgoldie3758
@habibgoldie3758 2 жыл бұрын
khub dukh lage, Jitul daa herai thakile.... stage perform u nkre.... akou gabo lage...
@dhannjoytalukdar7990
@dhannjoytalukdar7990 4 жыл бұрын
U will live in the hearts of assamese people.
@PranitaTalukdar-v9u
@PranitaTalukdar-v9u 10 ай бұрын
Namaste jitul da❤ who will see this song 2024 ❤ pleas like for jitul da❤❤❤❤
@diycraftideas1960
@diycraftideas1960 3 жыл бұрын
আই ঔ দেহি এই কেচেট তো ওলাওতে আমাৰ দেউতাই এটা mono tape কিনি আনিছিলে ‍১১০০ টকা দি আমাৰ কাৰণে😘। দেউতা কিন্ত্ত এতিয়া নাই, সেই tape তো আৰু cassette তো এতিয়াও মোৰ লগত আছে🙏
@dhirajmusical4055
@dhirajmusical4055 7 ай бұрын
Kiman yeart released hoisil?
@pradippk5813
@pradippk5813 5 жыл бұрын
সচাই মন প্রাণ চুই যায় ..চিৰ সেঊজ গীত...please come back jitul daa
@buddhakalitakalita7372
@buddhakalitakalita7372 4 жыл бұрын
Jitul Da please come back again ❤
@theassamesedebate1861
@theassamesedebate1861 5 жыл бұрын
২০১৯ চনতো কোনে জিতুলদাৰ এইকেইটা গান শুনিছে?
@jintujonak9046
@jintujonak9046 5 жыл бұрын
Debater Niku গান ভালপোৱা সকলো মানুহে শুনিছে ডাঙৰীয়া
@arishshen7929
@arishshen7929 5 жыл бұрын
aibur gaan hodai evergreen..aru evergreen hoi thakibo....
@niponjyotilaskar6097
@niponjyotilaskar6097 5 жыл бұрын
Ajir pora 30 yeara agor gan, but atiou evergreen...vabile asorit lage...tetiai ki composing korise...Miss u Jitul da
@sonudmjvlog4497
@sonudmjvlog4497 5 жыл бұрын
Moi hunu hadai
@sewaligoswami4673
@sewaligoswami4673 5 жыл бұрын
Jitul dar gan evergreen hoi xadae thakib.
@ArunPurkayastha
@ArunPurkayastha 5 жыл бұрын
Thase songs make me nostalgic everytime I hear....
@surajitrabha8105
@surajitrabha8105 4 жыл бұрын
প্ৰথম প্ৰেমৰ অনুভূতি আনি দিছিলে এইবোৰ গানে মোক
@ashokgogoi6723
@ashokgogoi6723 6 жыл бұрын
Amar dinor super hit gaan.. happy to be at right time.. Jitul da come back
@paragkonwar6466
@paragkonwar6466 6 жыл бұрын
amar dinoru hoi sir
@auralife1500
@auralife1500 5 жыл бұрын
Which year ?
@maheshmedhi6743
@maheshmedhi6743 3 жыл бұрын
All times hits of jitul sonowal sir. 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@ajitdas-jm6cr
@ajitdas-jm6cr 7 ай бұрын
Very very sweet songs. The sweetness of these songs will never end.
@mitalirajbongsi5867
@mitalirajbongsi5867 2 жыл бұрын
Jitul dadar songs live ajiloke xuna nai jibont xeitowe thaki jabo mur
@bobitabordoloi4801
@bobitabordoloi4801 4 жыл бұрын
Hai din bur monot pori jai.I love Sonowal Da❤❤❤❤
@manash263
@manash263 3 ай бұрын
Jitul da was the first one who brought modern Assamese music to the fore. Unfortunately early 90s was very violent and tumultuous for us, lots of his great music got forgotten. Zubeen persisted and got popularity in the early 2000s
@hemangadas262
@hemangadas262 2 жыл бұрын
Zitula da not only a singer he is a legendary singer with a imotion.kot herai gol aijon bikhayat singer Jon bht miss koru zubeen da nahar agot only Assamese manuhe tekhetar gane xunisl. Pls zitul da aru apunar konthat gan lage natun romantic song.
@tarunbaruah5900
@tarunbaruah5900 Жыл бұрын
Your melodious voice is unforgettable.God will be always bless you for a prosperous future.
@sidharthgogoi6249
@sidharthgogoi6249 2 жыл бұрын
Legendary singer... Love you Sir 🙏
@dipankarsarmah9670
@dipankarsarmah9670 Жыл бұрын
When I miss my loved one ... I just come here to listen this evergreen melody.. 😭😔
@jatinboro4816
@jatinboro4816 4 жыл бұрын
Hoikhobor pora jowbonar protham khujot huna eeibur geet hunilei montu hei dinburoloi uramare...... Hoitu ewei akhomia ene geetor protham sarsta..... ❤❤
@bijoybaruah9278
@bijoybaruah9278 Жыл бұрын
❤oh ki je din ashil xai bur.
@aparajitarajkhowa3578
@aparajitarajkhowa3578 6 ай бұрын
এই গীতসমূহ সংৰক্ষণ কৰি ৰখাৰ চেষ্টা কৰাৰ বাবে ধন্যবাদ থাকিল। নৱ প্ৰজন্মৰ ওচৰত এই গীতসমূহ বজোৱাৰ চেষ্টা কৰিলে আৰু ভাল হ'ব।
@abhishekbaruah7027
@abhishekbaruah7027 10 ай бұрын
Listening in 2024❤
@manashsharma7382
@manashsharma7382 Жыл бұрын
All songs are so 😍❤️ and my favorite song was moromi logori Jittul da and kabita Krishnamurti in nilibili Godhuli audio cassette in the year of 1992 music 🎵🎶 makers audio cassette production 🙏🙏😍😍❤️ old is always Gold 🥇🙏🥇❤️❤️ God bless both and best wishes for future endeavors 🙏❤️❤️😍😊😊
@sanjibsingh7502
@sanjibsingh7502 6 жыл бұрын
Really feeling Nostalgia.
Jitul Sonowal hit songs | Assamese golden hit songs #assamesesongs #jitulsonowalsongs
16:47
assam music entertainment world
Рет қаралды 190 М.
Anamika || Best of Zubeen Garg || Top 5 Old Song by Zubeen Garg  || "Old is Gold"
27:59
HiT All Favourite . 84K views . 1 hours ago..
Рет қаралды 928 М.
The Best Band 😅 #toshleh #viralshort
00:11
Toshleh
Рет қаралды 22 МЛН
Zubeen Garg Top 5 Song |Zubeen Garg| Assamese Song
29:22
The Audio Hub
Рет қаралды 532 М.
Bhupen Hazarika golden collection | 5 song | ভূপেন হাজৰিকাৰ গীত | Assamese song Jukebox
18:12
সংস্কৃতিৰ দিগন্ত Culture's Horizon
Рет қаралды 172 М.
Jayanta Hazarika Best Assamese Songs
16:58
Rj Box
Рет қаралды 922 М.
BIPIN CHAWDANG // ASSAMESE #SONG
20:02
Mridu official
Рет қаралды 1,1 МЛН
ANJAN DUTTA LIFETIME TOP 3 HITS || NEVER forgetable
11:35
SOUME'S CREATION
Рет қаралды 2,5 МЛН