My heart is crying for Ukrainian people but support always Russia
@sirazul2 жыл бұрын
Same as me
@lingdocreation67172 жыл бұрын
Same
@suproverajkonwar62492 жыл бұрын
Why u all support russia
@suproverajkonwar62492 жыл бұрын
Puutin id doing wrong things against ukerine civilised people
@lingdocreation67172 жыл бұрын
@@palashrevengeryt6475 are rasiya amr India k kiman hohai korexa najana nki 2nd war r homoyot vhal k jani lowa youtube r pora bujisa rasiya India r old best frnd
@nayanmoniborkotoky66092 жыл бұрын
Love you dimpu data😘😘😘👍 যুদ্ধৰ পক্ষপাতী মই নহয়। কিন্তু এই যুদ্ধ খনৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰ সম্পূৰ্ণ ভূল আছে। ইউক্ৰেইন ৰ নাটোৰ সদস্য ৰাষ্ট্ৰ হোৱাৰ মনৰ ভাবৰ বাবেই যুদ্ধৰ বাবেই সকলো হৈছে। কাৰণ তেনে স্থলত ৰাছিয়াৰ বাবে ইউক্ৰেইন ৰ এই সিদ্ধান্তই চিন্তাত পেলাইছে। যুদ্ধৰ পৰিসমাপ্তিৰ বাবে ইউক্ৰেইনে আমেৰিকা তথা নাটোৰ পৰা আতৰি অহাই মংগলজনক। আমেৰিকা পৃথিৱীৰ বাবে এক চতুৰ জাতি। যিয়ে পৃথিৱীৰ সৰ্বোৎকৃষ্ট জাতি বুলি পৰিগনিত হ'বলৈ নিজৰ লগতে এক সাম্ৰাজ্য বিস্তাৰৰ দৰে কৰাৰ চেষ্টা কৰে।।
@@chandanneog1965 ohonkarei potonor mul.....President hoi zelensky a aie kotha bujibo lagisil......As like as india vs Pakistan .....Pakistan aji amar sotru rastra akhn r logot besi mitirali hole Indiai kiba kora tu kunu asorit kotha nhoi.....same condition...... Americai u Russia k bht voi kore....mukhere haa pek pek......Ukrainian a u America k blv kori fight koribole mon meli di vul korile....... 1:30 pm (alop agot) Russiai kiyev t enter koribo loise......live telikash from aaj tak news
mangal jbo lgibo aru bhagawan e Mangal nkore aii koli jugat💥
@banditapatgiri15812 жыл бұрын
dimpu da আপোনাৰ দৰে চাগে কোনো আন বেলেগ ব্যক্তিও চাগে বুজাব নোৱাৰিব। ইমান ভালকৈ details t বুজাই দিয়ে 🙏। we all hope the war will stop soon 🙏 ..
@asrufabibi48922 жыл бұрын
Vidio tu bohut val lagil Dimpu da 😊
@kapilphukanzp63792 жыл бұрын
Video টো চাই বহুত ভাল লাগিল আৰু যুদ্ধ ও যাতে সোনকালে শেষ হয় তাৰে কামনা কৰিলো ৷
@bvlogs84152 жыл бұрын
সহজ ভাষাত বুজাই দিয়া বাবে ভাল লাগে তোমাক 😍
@creativezilla2 жыл бұрын
😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭Dada আমি HS ২ nd year ৰ ছাত্ৰ/ ছাত্ৰী ।। Dada আপোনাক আমি অনুৰোধ কৰিছোঁ যে আমাৰ ১২ মাহত হব লগীয়া পাঠদান কভিড পৰিস্থিতিৰ বাবে ৩ /৪ মাহ হে হৈছে ।।।.. সেইবাবে এক বহল পৰিসৰৰ syllebus ৩/৪ মাহত শেষ কৰাটো অসম্ভব ।।। বিশেষকৈ বিজ্ঞান শাখা আৰু বাণিজ্য শাখা ।।। কলেজ বিলাকতো syllebus শেষ নোহোৱাকৈ বিদায় দিব লগা হল।।। গতিকে Dada ৰ ওচৰত পাৰ্থনা যে আমাক সঁহাৰি দিয়ে যেন , নহলে আমাৰ ভবিষ্যত অন্ধকাৰৰ দিশে ।।। এয়ে Dada k কাকুতি মিনতি ।।।😥😭😭😭😭😭😭😭😭😭
@harsheetaadhikari41032 жыл бұрын
Really
@sonmonikalita82482 жыл бұрын
ইমান ধুনীয়া আৰু সুন্দৰ পৃথিৱী খনত কি যে হৈ আছে এইবোৰ জিও হক অতি সোনকালে বুজা বুজি হৈ সকলো বোৰ যাতে ভাল হৈ পৰে আৰু এই পৃথিৱী খনক আৰু সুন্দৰ কুৰি তুলে ❤️❤️😌😌🙏🙏
@mridupawanart81482 жыл бұрын
ইমান ধুনীয়া কৈ বুজোৱা বাবে। thank you 👌👌
@jahnobeekohar82242 жыл бұрын
Val lge apunar video bur ❤️ Love from Golaghat Dergoan ❤️
@magicanjan3552 жыл бұрын
Apuni a amar main sir,, kuku master a anekoi bujai nidiye 💕
The war will end. The leaders will shake hands. The old woman will keep waiting For her martyred son. That girl will wait for Her beloved husband. And those children will wait For their heroic father. Don't know who sold Our motherland, But I saw Who paid the price -_Mahmoud Darwish_
@adityakaushik10172 жыл бұрын
Try something new
@i_sahill062 жыл бұрын
Copy 😂
@NoobPlayerMCOfficial2 жыл бұрын
@@i_sahill06 bhai tolot likha a ase nam tu June likhisil
@NoobPlayerMCOfficial2 жыл бұрын
@@adityakaushik1017 ki
@kaushikbatista40972 жыл бұрын
@@NoobPlayerMCOfficial mane toi 1 ta copy cat...
@pkgshots97742 жыл бұрын
Love from dhemaji 😭❤️❤️.
@Nitengohain2 жыл бұрын
The way you talk in your accent sounds so mysterious. I love your voice. And overall you shared facts about assam. Loved it.
আমি প্রতিবন্ধী বেকার ছেলে। কিন্তুু পৃথিবীর মানুষের কর্ম দেখে খুব দুঃখিত হলাম। মানুষ কেন এত নিষ্ঠুর হয়। ,,, শুভকামনা করি সবাই যেন সুখে শান্তিতে বসবাস করে। এবং সান্তি বর্ষিত হয়। যুদ্ধ শব্দ মানেই ভয়ংকর ,,, যুদ্ধ হলে সবার ক্ষতিগ্রস্ত। হে প্রভু তুমি সকলের উপর সান্তি দাও।