অম্বুবাচী#Bhagawat||Namti Lunpuria||Padma kakoti||@jyotimoy6018 ||Pranjit Gogoi||

  Рет қаралды 1,165,664

জ্যোতিময় Jyotimoy

2 жыл бұрын

#ভাগৱতপাঠ #pranjitgogoi #bhagawatpath#pranjalprotimborah
ভাগৱত পাঠ ব্যাখ্যা
স্থান--নামতি লোনপুৰিয়া।
পদ্ম কাকতি বাপজনাৰ বাসগৃহ।
পাঠ আৰু ব্যাখ্যা-প্ৰাণজিৎ গগৈ,খনামুখ।
ভিডিঅ এডিট-প্ৰাঞ্জল প্ৰতীম বৰা।
শব্দযন্ত্ৰ-ভাই চাউণ্ড চাৰ্ভিচ,খনামুখ।
অনুষ্ঠানটি আত ধৰোতে আমি মহা অধমে জ্ঞাতে বা অজ্ঞাতে কৰা ভুলৰ বাবে আপোনাসৱ মহা মহন্তৰ চৰ#sibsagar ণত সেৱা জনাইছো...🙏🙏🙏

Пікірлер: 1 706
@debojanibhattacharjya7385
@debojanibhattacharjya7385 Ай бұрын
জয় মা কামাখ্যা। এই মহাপণ্ডিত ৰ জ্ঞান অপৰিসীম যেন পাওঁ
@ArunaBhuyan-ob1ey
@ArunaBhuyan-ob1ey Ай бұрын
Apunar he Gyan oprikhim diok . Eman hundorkoi Sastro honmotto kotha kuar pisotu eyake Buji pale
@bhusansarma8073
@bhusansarma8073 Ай бұрын
শংকৰদেৱে সকলোকে সমান বুলি ভাৱিছিল কিন্তু এতিয়া ৰ শংকৰী বোৰে ধৰ্ম টোৰ মাজত বিভেদ অনা বুলি পৰিলক্ষিত হয় | ভগৱানৰ ওপৰত কোনো হব নোৱাৰে | জয় শ্ৰী ৰাম জয় মা কামাখ্যা ❤
@Jaanrdas6364
@Jaanrdas6364 Ай бұрын
Val lagile huni krishno.. Mi kotha ata janib bisaru j Dev devi Ku puja koru Aru bisakh Koru ! Mi namghor logot tu jorit vogwank bisakh koru.! Kotha2 hol atia mi kak Ki korim kak manim.? Aru ata kouk beleg Dev Devir murtik sab korib napay ! Kintu krishno murti sab pay kio..? Krishno murtitu, murti nohoy neki ?
@ArunaBhuyan-ob1ey
@ArunaBhuyan-ob1ey Ай бұрын
Krishnak pujile Puja hokolure hoi . Prithoke pujile Puja kehu nolovoiyo. Buji louk
@pujapanservice3710
@pujapanservice3710 Ай бұрын
@@ArunaBhuyan-ob1ey Tur baperok Puj okol marok nupujibi , marok khedi de gharor pora . Krishna k pujile hokoluke Puja hoi kotha kobole aaho . Krishna i koisile nki ? Muke pujibi belegok nupujibi buli . Ninda kora kotha eibur tohotor . Beleg rajyar krishna bhaktaitu hokluke Mane. Tohoti pabot joga adharmi mohapapi tohot.
@user-ug5xk3dg9o
@user-ug5xk3dg9o Ай бұрын
Apuni debi puja kore ki paise
@pujapanservice3710
@pujapanservice3710 Ай бұрын
@@user-ug5xk3dg9o Toi Sankar dharma loi ki bal dal paiso, musolane Allah Mane ki paise , Christian a jishuk Mane hihote ki paise . Anor dharmak kamurai Kam tohotor . Tohotor dharma tu a hatya nki ei prithibit hajarta dharma ase . Tohotor sankari dharma harbe harba nohoi.
@animasaikia3305
@animasaikia3305 Ай бұрын
Pranjt gogoj bap janaloi pranam
@user-jr6dp5ge2q
@user-jr6dp5ge2q Ай бұрын
Bohut dhuniya baap
@kamalsharma2034
@kamalsharma2034 Жыл бұрын
ভগৱন্ত আৰু আমাৰ মনুষ্যৰ মাজত বহুত পার্থক্য আছে। আমি শ্রীমন্ত শঙ্কৰ দেৱ আৰু মাধৱ দেৱৰ জন্ম আৰু মৃত্যু তিথি পালন কৰোত অথচ তেওঁলোক তো আমাৰ বংশৰ নহয়। কিয় পালন কৰো তেওঁলোক গুৰু দুজনা আমাৰ পিতৃ স্বৰূপ। ঠিক তেনেকৈ মা কামাখ্যা ৰজশ্বলা হ'লে আমি মাতৃ দেৱী হিচাপে হে মান্যতা দিও ৷ তেওঁ দেৱী .মানৱ নহয় ৷ ভগৱতত কোৱা মতেই যেনেকৈ বসুমতি আৰু বৰাহৰ সঙ্গমৰ ফলত নৰকাসুৰৰ জন্মৰ কথা কৈছে 'ঠিক তেনেকৈ মাতৃ বসুমতিৰ সৈতে যেতিয়া আমাৰ সান্নিধ্য স্থাপন হয় অর্থাৎ আমি বসুমতিত হাল বাও , কোৰ মৰা হয়, গছ পুলি ৰোৱা হয় তেতিয়া বেয়া প্রভাৱ পৰে বুলি পৌৰাণিক কালৰে পৰা বিশ্বাসক লৈ চলি আহিছে। মই মোৰ মনৰ ভাৱহে প্রকাশ কৰিলোঁ৷ ভুল হ'লে ক্ষমা কৰিব ৷
@mamilabhuuyan6391
@mamilabhuuyan6391 Ай бұрын
পুৰনি কাল নাই,বৰতমান যুগত ভাগৱত ধৰ্ ম পালন কৰিব লাগে তেতিয়া জীৱনত মুকুতি লাভ কৰিব পাৰি
@hemantakumardatta284
@hemantakumardatta284 Ай бұрын
Aeku bhul kowa nai.
@manashhazarika076
@manashhazarika076 Ай бұрын
বসুমতী আহাৰ মাহত ৰজচলা বুলি আপুনি কেনেকৈ গম পালে । আহাৰ মাহত টো কামাখ্যা দেৱীহে ৰজচলা হৈ চোৱা হ'ল। তেন্তে হাল কোৰ কিয় নমাৰিব । যদি বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চোৱা যায় তেন্তে আহাৰ মাহত টো হাল বাবলৈ, কোৰ মাৰিবলৈ নাপায় বুলি পোৱা নাই ।
@baikunthagagai7359
@baikunthagagai7359 Ай бұрын
Vul hoise akou,val dore bislyekhon kora buji paba
@pujapanservice3710
@pujapanservice3710 Ай бұрын
Tohotor dharma branchat khula account. Hindu nohoi tohot
@dhrubajyotigogoi2269
@dhrubajyotigogoi2269 Жыл бұрын
কৃষ্ণ প্ৰভু🙏, কৃষ্ণ প্ৰভু🙏, কৃষ্ণ প্ৰভু🙏,
@assamk.kramdhenu3255
@assamk.kramdhenu3255 Ай бұрын
Har har mahadev
@gitikadevi6970
@gitikadevi6970 Жыл бұрын
Best god help you guruji.
@user-kaushikvlog
@user-kaushikvlog 2 жыл бұрын
বৰ ভাল লাগিল শুনি, 🙏🙏🙏
@rumigogoi8881
@rumigogoi8881 2 жыл бұрын
কৃষ্ণ কৃষ্ণ ভাগৱতত উপবিষ্ট সমস্ত জনলৈ ভক্তি ভৰা সেৱা নিবেদিলো কৃষ্ণ। আপোনাসবৰ অমৃত ময় বাখ্যা সময় উপযোগী শ্রৱণ কৰি পৰম সন্তুষ্টি লভিছো।
@lakhyagayan734
@lakhyagayan734 2 жыл бұрын
কৃষ্ণ কৃষ্ণ বা প। সেৱা জনাই ছো🙏🏻🙏🏻🙏🏻🙏🏻
@prativabora3555
@prativabora3555 Жыл бұрын
Yes GB
@sayanikadeori9672
@sayanikadeori9672 Жыл бұрын
​@@lakhyagayan734² Cc
@KishanBordoloi-md9cq
@KishanBordoloi-md9cq Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@simantakalita3171
@simantakalita3171 Жыл бұрын
JAY MAA KAMAKHYA 🙏🙏🙏
@amritnath1156
@amritnath1156 Жыл бұрын
জয় মা কামাখ্যা🙏🌺🌺🌺🙏 🚩
@mpofficial4972
@mpofficial4972 Жыл бұрын
ব্যাখ্যা সুন্দৰ হৈছে ৷ শুনি ভাল লাগিল ৷কিন্ত যুক্তিৰ ওপৰত সামান্য সন্দেহ আছে
@Tonmoy911
@Tonmoy911 Жыл бұрын
Bohut val lagise ap Krishna.
@bibekanandabora4843
@bibekanandabora4843 Жыл бұрын
🙏কৃষ্ণ কৃষ্ণ বাপ বহুত সুন্দৰ ব্যাখ্যা
@kirangogoi8937
@kirangogoi8937 Жыл бұрын
ভাগৱতৰ বাই ক্ষা ভাগ শুনি বৰ ভাল লাগে,কৃষ্ণ
@jibonchborah3819
@jibonchborah3819 Жыл бұрын
বসুমতী এগৰাকী মাতৃ বুলি ভাগৱতে কৈছে। বসুমতী ৰজস্বলা হয়। ৰজস্বলা অৱস্থাত বৰাহৰুপী বিষ্ণুৱে বসুমতীক উদ্ধাৰ কৰোঁতে ৰমণ কৰাৰ বাবে নৰকৰ জন্ম , এগৰাকী মাতৃ ৰজস্বলা মাতৃৰ যোনীমণ্ডলেদিয়েই হয় , পৃথিৱীৰ মাতৃৰ যোনী সেয়েহে এঠাইতেই থাকিব সেয়েহে গোটেই পৃথিবীয়েই অম্বুবাচীত অশুচী হয় ,,পাৰে যদি আমাৰ দ্বাৰা ৰচিত পৰম ব্ৰহ্মৰ সন্ধানত কিতাপ খনি পঢ়িব ,, আপুনি যে ক'লে শিব ই ভাং খাই, সেই তথ্য ক'ত পালে জনাব চোন,,আমি সেই তথ্য বিচাৰি কতো নাপালোঁ,,
@jodujunakakashmusical266
@jodujunakakashmusical266 9 ай бұрын
শিৱ‌ই ভাং খোৱা বুলি আমি আজিলৈকে পোৱা নাই 🙏🏻। আৰু জোতিময় বাপেও আজিলৈকে কোৱা নাই কৃষ্ণ ।
@anant8469
@anant8469 6 ай бұрын
আৰু কব গ'লে সকলো জীৱৰ পাৰ্বতী মা হয় । কোন মাকে নিজৰ সন্তানৰ বলি নিবিচাৰে।
@PratapKalita-xc7bb
@PratapKalita-xc7bb Ай бұрын
​@@anant8469jn ni
@bnjn5135
@bnjn5135 Ай бұрын
​@@anant8469 ঠিকেই কৈছে আপুনি।
@sourabhborah9418
@sourabhborah9418 Ай бұрын
কামাখ্যা দেৱী আৰু বসুমতি একে গৰাকী নহয়
@user-oj2mt1fq5x
@user-oj2mt1fq5x Ай бұрын
Val lagesa ❤❤❤❤❤
@swapstarsgamer1858
@swapstarsgamer1858 Жыл бұрын
Krishna 🙏🙏🙏🙏
@Tacnical-w5y
@Tacnical-w5y 2 жыл бұрын
কৃষ্ণ মই বহুত দিনৰ পৰা ভাবি আছিলো এই বাখ্যা টো শুনি বৰ বাবে ভাল লাগিল
@tonmoinath275
@tonmoinath275 2 жыл бұрын
হৰ হৰ মহাদেৱ সকলোকে আমি সমান বুলি ভাবো আগতে ত্তত্ব বুজি লবা তাৰ পিছত ব্যত্ত কৰিবা । হৰ হৰ মহাদেৱ জয় মা কাম্যাখা
@jyotimoy6018
@jyotimoy6018 2 жыл бұрын
কৃষ্ণ
@Littlemissperfect369
@Littlemissperfect369 2 жыл бұрын
5gp9 5th 3D was Xu Fu 9h tf@@jyotimoy6018 3 ||}
@niramchandrahaloi1871
@niramchandrahaloi1871 2 жыл бұрын
"আগতে তত্ত্ব বুজি লবা" এইখিনি অনুকৰণ কৰিলেই হব। কৃষ্ণ--- কৃষ্ণ----।
@Mrbeatsshorts01263
@Mrbeatsshorts01263 2 жыл бұрын
Har har mahadev🙏
@SurprisedBaseball-nx7xw
@SurprisedBaseball-nx7xw Ай бұрын
Toi nijake bahut maha pandit buli vabisa neki?
@user-sy5ro6zh7c
@user-sy5ro6zh7c Жыл бұрын
SUNNI BOUT VAL. LAGIL🙏🙏🙏🙏
@NirupomaDas-do7zw
@NirupomaDas-do7zw Жыл бұрын
Bohut bhal lagil baap... Hare Krishna
@bantideka823
@bantideka823 Жыл бұрын
বহুত ভাল লাগিল আপোনাৰ অমৃতময় কথা শুনি কৃতাৰ্থ হৈছোঁ।
@anantadoley4009
@anantadoley4009 Жыл бұрын
অমৃতময় কথা ভাল লাগিছে
@animadutta4133
@animadutta4133 2 жыл бұрын
Krishna bapjona bohut val lagil sewa jonalu .
@pranitachoudhury-my4do
@pranitachoudhury-my4do 8 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@ADas-ys5zn
@ADas-ys5zn Жыл бұрын
KRISHNA KRISHNA KRISHNA Bahut val lagil
@mousamhazarika8972
@mousamhazarika8972 2 жыл бұрын
সকলো সুন্দৰ ভাগৱতৰ বাখ্যা,কিন্ত এটা কথাই সদায় মনত বিভান্তি কৰে,শঙ্কৰ সংঘৰ সমাজে কি নিয়মত তিনি দিনৰ ৰাতিৰ পৰা সেৱকীৰ ঘৰত শাষ্ট পাঠ কৰিৱ পাৰে,পৰিয়ালৰ সকলোৰে সকাম নোহোৱালৈকেটো ব্ৰতট থাকে,ভূল হ'লে ক্ষমা কৰিৱ ।
@jyotimoy6018
@jyotimoy6018 2 жыл бұрын
কৃষ্ণ পাৰিলে ফোন এটা কৰিব
@lifeetc4679
@lifeetc4679 2 жыл бұрын
@@jyotimoy6018 প্ৰভু বৰ সুন্দৰ ব্যাখ্যা ।বহু উপকৃত হলো।
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 2 жыл бұрын
Si ekodal najane dharma ki
@AnilTantibhagawat
@AnilTantibhagawat Жыл бұрын
Hongat nuhumai bahirar para gale lav ni
@simantakalita3171
@simantakalita3171 Жыл бұрын
Ki nis manar vakat . Mahadev ok Driver or lagat tulna . Har Har Mahadev 🙏🙏🙏
@gautamadhikary6547
@gautamadhikary6547 Ай бұрын
Pagol hoy re seitu ,kam nai
@akhomiyasanskritrivaunanat6510
@akhomiyasanskritrivaunanat6510 2 жыл бұрын
কৃষ্ণ কৃষ্ণ
@binitaborah9125
@binitaborah9125 Жыл бұрын
কৃষ্ণ কৃষ্ণ🙏 বাপ বৰ সুন্দৰ লাগিল।
@ramaborah3940
@ramaborah3940 2 жыл бұрын
কৃষ্ণ সেৱা জনালোঁ🙏🙏
@saralabaruah5084
@saralabaruah5084 Жыл бұрын
Krisna kisna🙏🙏🙏🙏
@BojenBaruah-st5wz
@BojenBaruah-st5wz Жыл бұрын
Krishna🙏🙏🙏
@yourgamingyt469
@yourgamingyt469 2 жыл бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম 🙏🙏🙏
@sukhamtamuli5759
@sukhamtamuli5759 2 жыл бұрын
কৃষ্ণ বাপ বহুত ভাল লাগিল বহুতো নজনা কথা জনিলো🙏🙏🙏
@anirbanbaruah867
@anirbanbaruah867 Ай бұрын
Gahori khua bap aaijon
@bollywoodsongo7583
@bollywoodsongo7583 Жыл бұрын
Kishono kishoni bhut bhal lagil ❤❤❤❤❤❤❤kishono kishono
@champakdas7745
@champakdas7745 2 жыл бұрын
val lagil bhu bhu dhynabad thakil
@biswajitbaruah3564
@biswajitbaruah3564 2 жыл бұрын
Koti koti pranam prabhu
@jyotirekhahazarika9276
@jyotirekhahazarika9276 Жыл бұрын
Aponar mukhar ai amrit banie antar atma sui gol. Bahut val lagil. Vogobank prathana korisu apuni dirghau, nirogi aru ajiban Krishna r kirtan kori xukhat thakok. Krisna
@ritugogoi2907
@ritugogoi2907 Жыл бұрын
Bohut hundr..
@mouchumigogoi5024
@mouchumigogoi5024 2 жыл бұрын
প্ৰাণজিৎ প্ৰভু ভাল লাগিলে
@hkbarman5216
@hkbarman5216 2 жыл бұрын
জয় গুৰু শংকৰ ।
@hemantadas2936
@hemantadas2936 Жыл бұрын
জয় প্ৰভু শ্ৰী কৃষ্ণ
@chitrakumarhazarika9224
@chitrakumarhazarika9224 2 жыл бұрын
কৃষ্ণ বাপ..বৰ সুন্দৰ ব্যাখ্যা ভাগৱতৰ আশ্ৰয়ৰ, অৰ্থৰ।
@ratulHandique10
@ratulHandique10 Ай бұрын
হৰ হৰ মহাদেৱ। জয় মা কামাখ্যা।
@apurbajyoti.deka.12
@apurbajyoti.deka.12 2 жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@goutamyein3833
@goutamyein3833 Ай бұрын
সকলো ‌ভগৱানে্‌্সমান্‌্
@souravbora20
@souravbora20 Жыл бұрын
বৰ সুন্দৰ বাপ ,
@biplabray8437
@biplabray8437 Жыл бұрын
Krishna kotha mor suni bor bhal lagil
@mridulasonowal7096
@mridulasonowal7096 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভু। সেৱাহে🙏🙏
@pasantagogoi5463
@pasantagogoi5463 2 жыл бұрын
আপোনক শতকুটি প্ৰণাম জনাইছো বাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@munindrasweetydas4236
@munindrasweetydas4236 Ай бұрын
ওম শান্তি
@sikhamoon8318
@sikhamoon8318 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু
@rupasmagicalworld1662
@rupasmagicalworld1662 2 жыл бұрын
Krishna Krishna 🙏🙏
@user-id4ov8zs9f
@user-id4ov8zs9f 2 жыл бұрын
কৃষ্ণ কৃষ্ণ,,,,
@DKNath-oe2ts
@DKNath-oe2ts 2 жыл бұрын
কৃষ্ণ বাপ জন ভক্তিভৰা সেৱাভাগি নিবেদিলো 🙏🙏🙏🙏
@ajitbailung4781
@ajitbailung4781 2 жыл бұрын
Apunar kathakhini huni bhal lagil Krisna
@sanjitdeka7950
@sanjitdeka7950 Жыл бұрын
Bahriya verry verry nice
@abmonty7274
@abmonty7274 2 жыл бұрын
হে প্ৰভুসকল প্ৰণাম জনালো🙏🙏🙏 কৃষ্ণ অঞ্জলি দাস
@ruprampatar2446
@ruprampatar2446 2 жыл бұрын
সুন্দৰ বাখ্যা হৈছে গুৰু জনাই আপোনাক কূপা কৰক
@thunukalita6191
@thunukalita6191 Жыл бұрын
Oti sundor krishna kotha
@axomiyasangskritikjogot
@axomiyasangskritikjogot Жыл бұрын
Hundor bap jon 🙏
@Papu_Hhazarika
@Papu_Hhazarika Жыл бұрын
Ram bhi uska ravan uska jibon uska Maron bhi uska tandav hai or dhiyan bhi woh hain agyani ka gyan bhi woh hain 🕉️
@jeetakotoky876
@jeetakotoky876 Жыл бұрын
Joi shri krishna.
@purabinath4607
@purabinath4607 Жыл бұрын
Jai shree krishnna 🙏🙏❤️🙏🌼❤️🌼🍀
@yourchoiceyourmind7015
@yourchoiceyourmind7015 Жыл бұрын
Vgbane apunak aru kripa krak lagate xunuta sakalaku .xchakoiy vagwat xunile mur vuk gusi jai xuni thakib mn jai .🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@prahladchetia4233
@prahladchetia4233 2 жыл бұрын
কৃষ্ণ, ভাগৱত ৰ ৰস ভাগি শুনি ভাল লাগিল ।
@Pallobjyoti8913
@Pallobjyoti8913 2 жыл бұрын
জয় গুৰু্ শংকৰ
@brahmaputraservice6112
@brahmaputraservice6112 2 жыл бұрын
Bahut val lagile huni.
@pallablaskar3724
@pallablaskar3724 Жыл бұрын
Bor val lagil
@modanborah2333
@modanborah2333 Жыл бұрын
🙏🙏 কৃষ্ণ কৃষ্ণ,বাপজন সেৱা নিবেদিছো।বৰ সুন্দৰ ব্যাখ্যা কৰা হৈছে। গুৰু জনাৰ কৃপা মিলক। কৃষ্ণ
@lombitmoranofficial7781
@lombitmoranofficial7781 2 жыл бұрын
কৃষ্ণ 🙏
@prasenjittalukdar9492
@prasenjittalukdar9492 Жыл бұрын
Krishna 🙏🙏🙏
@rizrajborah4533
@rizrajborah4533 Жыл бұрын
krishna Ram 🙏🙏🙏🙏🙏🙏🙏
@paruldutta5898
@paruldutta5898 2 жыл бұрын
Krishna krishna krishna
@jatnarabha9323
@jatnarabha9323 Жыл бұрын
কৃষ্ণ বাপ 🙏🙏 সুন্দৰ
@nabakantagogoi5610
@nabakantagogoi5610 Жыл бұрын
🙏🙏
@bashantiborah2411
@bashantiborah2411 2 жыл бұрын
বৰ সুন্দৰ ব্যাখ্যা । সকলোৱে বুজিবলৈ চেষ্টা কৰক ।
@himangshugogoi3419
@himangshugogoi3419 2 жыл бұрын
Krishna Krishna 🙏🙏🙏
@anantarajkhowa6613
@anantarajkhowa6613 Жыл бұрын
কাৰো মনত আঘাত দিব নেপাই ।যিজন মানুহক আপুনি ভাল নেপাই হেই বুলি মানুহ জনৰ বদনাম গাব নেকি ।যেতিয়া সমুদ্ৰ মুনথন হৈ চিলে তেতিয়া প্ৰথমে বিহ ওলাইছিল জি বিহ সমগ্ৰ জীৱ কুল পতি বিপদ নামি আহিছিল আৰু হেই বিহ পান কৰিছিল মহাদেৱ । আৰু হেই বিহ পান কৰা পিছত তেওঁ হৰি তাপ বাহি গৈছিল তেওঁ কৈলাসত গৈ শান্তি পোৱা নাছিল । তেতিয়া সকলো দেৱ দেৱী তেওঁক হেই বিহ পৰা মুক্ত হব কাৰণে কেঁচা গাখীৰ আৰু ভাং বেল তেওঁক খুৱাইছিল হেই কাৰণে তেওঁৰ পূজাত বিবহাৰ কৰা হয় ভাং বেল পাত আৰু গাখীৰ । মানুহক নিছাৰ পয়োজন হয় ভগৱানক নহয় ।কৃষ্ণ শিৱ পূজা কৰিছিল। ৰাম অৰ্জুন ৰাৱণ সকলৰ শিৱ পূজা কৰিছিল। যেতিয়া কৃষ্ণ জন্ম হৈছিল তেতিয়া শিৱ বাবা গৈছিল তেওঁ চাবলৈ বামুণৰ ৰূপ ধাৰণ কৰি । আৰু যেতিয়া কৃষ্ণ ১৬গোপী লগত বিন্দাবনত আছিল । তাত বেলেগ পুৰুষ প্ৰবেশ কৰিবলে দিয়া নাছিল । কিন্তু শিৱ গৈছিল নাৰী ৰূপ ধাৰণ কৰি।
@shyemontagogoi584
@shyemontagogoi584 Жыл бұрын
Hundor Krishna Krishna Krishna
@gorkhafocus620
@gorkhafocus620 Жыл бұрын
কৃষ্ণ কৃষ্ণ হৰি হৰি
@daisyrabha2343
@daisyrabha2343 2 жыл бұрын
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏🙏🙏
@keshabbora7742
@keshabbora7742 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@nayanakakati1593
@nayanakakati1593 Жыл бұрын
🙏🙏🙏
@subhamjyotiborah5179
@subhamjyotiborah5179 2 жыл бұрын
কৃষ্ণ 🙏 বাপ আপোনাক ধন্যবাদ 🙏
@nipendas7287
@nipendas7287 Жыл бұрын
Bohut bhal lagil 🙏🙏🙏🙏
@Ridipaxom
@Ridipaxom 2 жыл бұрын
কৃষ্ণ কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ
@jaganathsonowal2365
@jaganathsonowal2365 2 жыл бұрын
🙏 কৃষ্ণ 👣👈🙌
@gunjanpator2111
@gunjanpator2111 Жыл бұрын
সুন্দৰ বাপ কৃষ্ণ
@norakonwarcentralgolaghat3191
@norakonwarcentralgolaghat3191 2 жыл бұрын
Krishna Krishna
@ikklive5333
@ikklive5333 2 жыл бұрын
সেৱা হে কৃষ্ণ
@suddhaadhyatmikgyan5325
@suddhaadhyatmikgyan5325 Жыл бұрын
Bahut duniya... Hare Krishna🙏
@paragsaikia2670
@paragsaikia2670 Жыл бұрын
Krishna bup 🙏🙏❤️
@alukdas2951
@alukdas2951 2 жыл бұрын
জয় শঙ্কৰ গুৰু।
@kabitasaikia1476
@kabitasaikia1476 2 жыл бұрын
বাপ আপোনাৰ সুমধুৰ কণ্ঠত সাবলীল ভাষাৰ কথাখিনিয়ে হৃদয় চুই গৈছে। বহুতো নজনা কথা জানিলো। ভগবানে আপোনাক কুশলে ৰাখক।
@jyotimoy6018
@jyotimoy6018 2 жыл бұрын
কৃষ্ণ
@animabharalideka3712
@animabharalideka3712 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@titumoniborah4132
@titumoniborah4132 Жыл бұрын
কৃষ্ণ🙏জয় গুৰু শংকৰ
@indiragogoi7091
@indiragogoi7091 Жыл бұрын
So nice 😊
@bibhikonperme2957
@bibhikonperme2957 Жыл бұрын
অতি সুন্দৰ নিশ্চিত ব্যাখ্যা। আশা কৰিছোঁ ভাগৱত শব্দটো পুনৰ ব্যাখ্যা কৰিব যত ভাগৱতৰ ভা ৰ শব্দটো ব্যাখ্যা হ'ল, গ ৱ ত ৰ শব্দটো ব্যাখ্যাৰ বাকী থাকিল। জয় গুৰু ৰমানন্দ।
@mamonidas4988
@mamonidas4988 2 жыл бұрын
প্ৰভূ আপোনাৰ ভাগৱত পাঠ শুনি বহুত ধন্যহলো ।
@mamonidas4988
@mamonidas4988 2 жыл бұрын
🙏🙏🙏
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকলো লৈকে সেৱা নিবেদন কৰিছো জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ