অনা মিচিং গাঁও মিচিং স্বায়ত্ত শাসিত পৰিষদত অন্তৰ্ভুক্তিৰ প্রতিবাদত ধেমাজিত উত্তাল প্রতিবাদ

  Рет қаралды 47,585

Pratidin Time

Pratidin Time

Күн бұрын

Пікірлер: 425
@bhobeshdoley9642
@bhobeshdoley9642 Ай бұрын
যদি থাকিবলৈ মন নাই নিজে আঁতৰি যোৱাটো ভাল । জনজাতিৰ সংৰক্ষিত এলেকাত থাকি এনে চিঞৰ-বাখৰ কৰি লাভ নাই।
@DMedok-t9r
@DMedok-t9r Ай бұрын
Mising sixth shedule zindabad ❤
@neelnarah4692
@neelnarah4692 Ай бұрын
@manisankarnarzary6763
@manisankarnarzary6763 Ай бұрын
Tik
@sadiyashantipurvlogs2532
@sadiyashantipurvlogs2532 Ай бұрын
@rainbowrajbongshi
@rainbowrajbongshi Ай бұрын
Durr 😂
@StKo-w9z
@StKo-w9z Ай бұрын
💯
@ptentertainment5744
@ptentertainment5744 Ай бұрын
অসমীয়া কেকোঁৰা জাতি বুলি এনে নকয়!
@JyotiPegu-s4u
@JyotiPegu-s4u Ай бұрын
মিচিং মানুহক বেছি অন্দোলন কৰিলে কথা বেয়া হব খই দিছে অসম
@Gpegu1990
@Gpegu1990 Ай бұрын
জনজাতি লোকসকলৰ লগত বিৰোধিতা কৰিলে আপোনালোকৰো ভৱিষ্যতে ভয়ানক হব
@KrishnakantaPatir-kr2no
@KrishnakantaPatir-kr2no Ай бұрын
GOOG
@krishnaktmedak1924
@krishnaktmedak1924 Ай бұрын
হয়
@ThomashMorang-iq2bk
@ThomashMorang-iq2bk Ай бұрын
যদিহে মিচিং জাতীৰ মাজত থাকিব নিবিচাৰে। তালি টোপলা বান্ধী ধেমাজি জিলাৰ পৰা গুচি যোৱাগৈ। ইয়াত কোনো অনা জনজাতিৰ লোকে মাত মাতিব নালাগে। জয় আই অসম।
@Tutaktutak6415
@Tutaktutak6415 Ай бұрын
তেনেহলে অমিও কব পাৰো যিমান মিচিং যোৰহাট , Dibrugarh, tinisukia , গোলাঘাট ত আছে চব তালি টোপোলা বান্ধি যা গৈ
@Tutaktutak6415
@Tutaktutak6415 Ай бұрын
এনেকৈ যদি কথা হয় সংঘাত হববৈ, ভালকৈ বিবেচনা কৰক কথা পাতক, আমৰা ইয়াতে মিচিং মানুহৰ ঘৰ আছে আজিলৈকে আমি কাকো আমনিও কৰা নাই আৰু ইচ্ছা ও নাই কথা টো হল আপুনি এনেকৈ কৈছে যেন তেওঁলোক আজি হে তালৈ গৈছে
@bitulmili7161
@bitulmili7161 Ай бұрын
আগৰ ইতিহাসবোৰ অধ্যয়ন কৰা প্ৰয়োজন আছে। বৰ্তমান আহোম সংগঠনৰ কিছুমান নেতা দুৰ্বল বাবে অসমত আজি আহোমৰ অস্তিত্ব নাইকিয়া হব ধৰিছে । আহোমক সদায় মই সম্মান কৰোঁ আৰু ভৱিষ্যত আন্তৰিগতা থাকিব । পিছে কিছুমান দুষ্টলোকে নেতৃত্বত কাৰণে ভাল নলগা হল অসমত প্ৰতিটো প্ৰাথমিক বিদ্যালয়ত আহোম ভাষাৰ কাৰণে দাবী হব লাগে অসম চৰকাৰক হৈছে নে । ৰংঘৰ, তলাতল, কাৰেংঘৰ, চৰাইদেউ মদ্যাম ইত্যাদি আহোম লৰাক চাকৰি নিযুক্তি কাৰণে দাবী কৰিছেনে আজিলৈকে নাই কৰা এনেই নলগা কামত ৰাইজক বিপৰীতে পৰিচালনা কৰি নিজৰ ভিতৰতে আন্দোলন আন্দোলন ।
@ThomashMorang-iq2bk
@ThomashMorang-iq2bk Ай бұрын
@@Tutaktutak6415 মই অসমৰ ভূমিপুত্রক উদ্দেশ্য কৰি কথাটা কোৱা নাই । মাথোঁ বাংলাদেশীবিলাকক কৈছো। ভূল নুবুজিব।
@NumalKhangia
@NumalKhangia Ай бұрын
অলপ ভাবি চিন্তি কথা কবি ভাই,,,,
@biswajitbasumatary2229
@biswajitbasumatary2229 Ай бұрын
Mising councilot homai thakilehe uponalokor suraksit habo onnyatha miyar agrationot aponar bheti mati uson jabo
@JayPegu321
@JayPegu321 Ай бұрын
Right...
@elishmedak5354
@elishmedak5354 Ай бұрын
Mar khuwa jat aibur aku nubuje abar Miya pra abar bihari, maruwari pra mar khuwa hoi ai sb kt bujib
@sekhartaye8500
@sekhartaye8500 Ай бұрын
Yes bro❤
@Axm_Tagaru
@Axm_Tagaru Ай бұрын
মিচিং সকল অসমৰ ভূমিপুত্ৰ নহয়নেকি ? মিচিং সকল বংলাদেশী মুছলমান নেকি ? কিহৰ অনামিচিং সুৰক্ষা সমিতি ? নালাগে আমাক অনামিচিং সুৰক্ষা সমিতি ৷ আমাক লাগে অনা অসমীয়া সুৰক্ষা সমিতিহে ৷
@muktiboro334
@muktiboro334 Ай бұрын
"অনা অসমীয়া " সংগঠন অতি শীঘ্ৰে গঠন হ'লে কি হ'ব? অনা বড়ো, অনা ৰাভা,অনা মিচিং সংগঠনৰ নেতা বোৰে নিজকে অসমীয়া বুলি পৰিচয় দিয়ে।
@hnd8030
@hnd8030 Ай бұрын
@@muktiboro334 অনা অসমীয়া ট্ৰাইবেল সংঘ বনাব লাগিব। 😆😆
@pranabjyotidoley8153
@pranabjyotidoley8153 Ай бұрын
Peticut Pindi bohitak
@umolaghar8438
@umolaghar8438 Ай бұрын
Missing khinie goru piton khabo kela😂😂😂 tohotok g lage loi thak nijor jegat...tat Ahom,chutia r gao kihor antorbhukta kariso....bor beya mar khabi dei tohoti kela😅😅
@umolaghar8438
@umolaghar8438 Ай бұрын
​@@muktiboro334aare bhai nijor tribal gaot loi thak 6 schedule.amar aku apatti nai....tat Ahom, chutia r 200 man gao include karise....bom piton khabo kela...😅😅
@MohanPegu-x1i
@MohanPegu-x1i Ай бұрын
আমাৰ মিচিং সমাজক ৬ অনুসূচীৰ লগতে ২৪৪(ক) লাগে।
@tileswartahu8675
@tileswartahu8675 Ай бұрын
সকলোবোৰ MACৰ দিশ ভালদৰে অধ্যয়ন কৰি শান্তি শৃঙ্খলা বৰ্তাই ৰাখি আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ চিন্তা কৰক,আক্ৰোশমূলক বা পৰিকল্পিতভাৱে বিৰোধিতা কৰাৰ মানসিকতা ত্যাগ কৰক🙏নহ'লে আমিবোৰ ভাবিবলৈ বাধ্যহম আপোনাসবসকলো জাতিয়েই মিছিং বিৰোধী
@BabluBorah-x4y
@BabluBorah-x4y Ай бұрын
আগতে আপুনি নিজেই জানি লওক
@BabluBorah-x4y
@BabluBorah-x4y Ай бұрын
আপোনা লোকৰ মনোভাৱ, আলোচনা কৰি ঠিক নহল
@tileswartahu8675
@tileswartahu8675 Ай бұрын
@@BabluBorah-x4y MACৰ চেয়াৰমেনে স্পষ্টকৰণ দিয়াৰ পিছতো...
@Chiranjibpegu-d7h
@Chiranjibpegu-d7h Ай бұрын
Apunalukor monubab beya jodi nhy,tenehoke onamising buli kio nam2 dib logiya hoise,blg MAC buliu2 dib parilehtn
@abhipanging-fu3zt
@abhipanging-fu3zt Ай бұрын
​@@BabluBorah-x4yTumalukor Manuh bure nijor axomiya axomiyak (Ami hokoluwe axomiya)hate korute bangladeshi manuhe aikhon axomkhonk rajotto koribo loise.aru tumalukor Manuh bure ai mising,ai bíro,su deori,ai Sonowal kachari buli bhag kore.hokol nijoke axomiya buli koi anok ghina kore
@bimanvlog6564
@bimanvlog6564 Ай бұрын
Mishing Jindabad 💪
@JYOTISHMili-sh6od
@JYOTISHMili-sh6od Ай бұрын
Missing ❌ Mising ✅
@BikashBori-it6zs
@BikashBori-it6zs Ай бұрын
𝙈𝙞𝙨𝙞𝙣𝙜 𝙧𝙚́𝙣𝙜𝙖𝙢 𝙄́𝙧𝙤𝙞́❤
@Axm_Tagaru
@Axm_Tagaru Ай бұрын
২০১৩ ত বহুখিনি মিচিং গাওঁ MAC ত অন্তৰ্ভুক্ত হোৱা নাছিল ৷ সেই থাকি যোৱা মিচিং গাওঁসমূহক সামৰিহে এতিয়া ৪ খন বৃদ্ধি কৰা হৈছে ৷ ইয়াতনো অনা-মিচিং ৰাইজৰ কিহৰ জ্বলন ৷ আচঁলতে ৰাইক দোষ দিলে ভূল হব কেইজনমান মুষ্টিমেয় লোকেহে নিজৰ ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে ৰাইজক এনেকৈ ৰ’দত দেহ-পুৰি মাৰিছে ৷
@rupkantapatar9071
@rupkantapatar9071 Ай бұрын
Right
@muktiboro334
@muktiboro334 Ай бұрын
বড়ো সকলে অনামিচিং সংগঠনত থাকিব নালাগে। সিহঁতেই অনা বড়ো, অনা ৰাভা, অনা তিৱা সংগঠনো কৰে। সিহঁত অনা থলুৱা। সিহঁতৰ সংগঠনত বহিৰাগতৰে (ভাৰতীয়) ভৰা। বেল্ট আৰু ব্লক হোৱাৰ আগত সিহঁত নাছিল। আমাৰ অস্তিত্বৰ কাৰনেহে আমাক স্বায়ত্ব লাগে। সিহঁতৰ কৰণে গোটেই অসমখনই আছে।
@JayPegu321
@JayPegu321 Ай бұрын
যিমান tribal জাতি আছে সকলোৱে এক হৈ থাকিব লাগে,আমাৰ tribal সকলে যিয়েই নিবিচাৰক হিহত সদায় প্ৰতিবাদ অকল প্ৰতিবাদ...
@muktiboro334
@muktiboro334 Ай бұрын
@@JayPegu321 মই একমত। সেই কাৰণেই উদয়াচল দাবী কৰিছিল।
@JayPegu321
@JayPegu321 Ай бұрын
​@@muktiboro334 হয়...❤❤❤
@UtpaltaidTaid
@UtpaltaidTaid Ай бұрын
Hokolukini ahom mangu Jen lagise six sichudul welcome devaid assam 50 /50 dhemaji misingland
@dilakmili9277
@dilakmili9277 Ай бұрын
😂😂😂
@J_boruah.
@J_boruah. Ай бұрын
😂😂😂😂
@SrabanBasumatary-ie1hm
@SrabanBasumatary-ie1hm Ай бұрын
We want bodoland separate state ✊✊✊
@NumalKhangia
@NumalKhangia Ай бұрын
আৰে ভাই আহোমে ৰক্ষা নকৰা হলে আজিৰ তাৰিখত ইতিহাস হলি হয়,, আকৌ কৱ আহোমে তহঁতক হিংসা কৰিছে,,
@gautamanjaluboro6325
@gautamanjaluboro6325 Ай бұрын
They are Onabodo,Onamising,Onarabha then we are Onaassamese🎉❤
@krishnaktmedak1924
@krishnaktmedak1924 Ай бұрын
Right
@Rajdeep-birdug
@Rajdeep-birdug Ай бұрын
একো লাভ নহব তহঁতৰ ইমান গৰমত এনে ৰাজপথত ওলাই প্ৰতিবাদ নকৰাই ভাল।
@ramenmedhi6180
@ramenmedhi6180 Ай бұрын
অনামিছিং সংগ্ৰাম অৰ্থহীন। কাৰণ মন্তব্য দিয়া ব্যক্তিসকল প্ৰকৃতে অসমীয়া সংস্কৃতিৰ আদৰ্শ আছেনে নাই , কিন্তু সন্দেহ আছে। যিসকল অসমীয়া মিচিংসকল নহয় নেকি?তাৰ ওপৰত প্ৰতিবাদ কৰি নিজৰ নাক কাণ মুখ ক'ত ৰাখিবি। মিছাকৈ সময় নষ্ট নকৰিবলৈ আহ্বান জনালোঁ।সদৌ শেষত জয় আই অসম।
@DibyajitDoley-h1o
@DibyajitDoley-h1o Ай бұрын
Xokol dhemajite nohoy sadiyar pora jiyabharoliloi,kiman mising area district ase,adin miri rajya hobo non mising xokol thakibo nubaribo😮😮
@BKonwar-n9x
@BKonwar-n9x Ай бұрын
Miri rajyo aku nasil, ahom rajyo asil jot pisot mising ahele
@karsangpagagofficial
@karsangpagagofficial Ай бұрын
প্ৰতিবাদ কৰা ৰাইজৰ মাজত গৰম হোৱানাই নেকি?
@Jahnu734
@Jahnu734 Ай бұрын
😂😂😂😂😂😂😂❤
@UmeshMorang-og2ij
@UmeshMorang-og2ij Ай бұрын
MISSING JANAJATI JINDABAD 👍👍❤❤
@hnd8030
@hnd8030 Ай бұрын
MAC ভিতৰত নাথাকিলে আহোম সকল জনজাতিৰ মৰ্যাদা পাব যে। এটা কথা মনত ৰখা ভাল ধেমাজি খন জনজাতিৰ সংৰক্ষিত এলেকা। আপোনালোক জনজাতি সংৰক্ষিত এলেকাৰ ভিতৰত আছা বুজিছ।এনেকৈ যদি চকু চৰহা হলে অনাগত দিনত এক বৃহৎ ... হোৱাৰ আশংকা আহিব। অন্য জনগোষ্ঠী য়ে বিৰুদ্ধিতা কৰা নাই , অসমক পূর্বে একত্ৰিত কৰিব বিচৰা আজি অসম খনক অসমতা সৃষ্টি কৰা জনগোষ্ঠীটোয়ে কৰিছে।
@RonjitaDoley
@RonjitaDoley Ай бұрын
Ahom jatik khedibor hol
@BhaiDip
@BhaiDip Ай бұрын
​@@RonjitaDoleytur 14 gustri holyu nwaribi
@JayPegu321
@JayPegu321 Ай бұрын
​@@ThevedicGamerআমি অৰুণাচলৰ পৰা আহিছোঁ তোমালোক কৰ পৰা আহিছা কোৱাছোন..😦😦😦
@hnd8030
@hnd8030 Ай бұрын
@@ThevedicGamer তোমালোক চীনৰ য়ুনানৰ পৰা ব্ৰহ্মদেশৰ হৈ অসমত প্ৰৱেশ কৰিছিলা, ঠিক একেদৰে আমিও চীনৰ পৰা হোৱাংহো নদীৰ পাৰ কৰি অৰুণাচল হৈ অসমত প্ৰৱেশ কৰা। একেটা পুখুৰীৰ মাছ।আমাৰ মাজত এটাই প্ৰাৰ্থক্য আমি আজি পৰ্যন্ত ভাষা , সংস্কৃতি জীয়াই ৰাখিব পাৰিছো, কিন্তু তোমালোক আধা বাঙালি ভাষা সংস্কৃতি আমদানি কৰিলে। 🤣🤣🤣🤣
@J_boruah.
@J_boruah. Ай бұрын
​@@hnd8030মিচিং অৰুণাচলৰ , আহোম চীনৰ কিন্তু কলিতা, চুতীয়া,কেওট আদি অসমীয়া মানুহ বোৰ হাজাৰ হাজাৰ বছৰ আগৰ পৰাই ভাৰতৰ ,অসমৰ বাসিন্দা।
@asmigomgaming7960
@asmigomgaming7960 Ай бұрын
তোমালোক সিমানে কৰ কাম নাই মিচিং মানুহ ধেমাজি জিলা আৰু লখিমপুৰ জিলা আৰু মাজুলী জিলাৰ আৰু গহপুৰৰ ‌আমাক লাগীব
@aitarajlimbu3522
@aitarajlimbu3522 Ай бұрын
Loija didisu hunkale loija, atia nolale akou past napabi, loi voralat thobige ja
@BirenParja
@BirenParja Ай бұрын
Okl Lakhimpurr মিচিং jati thoka gaon hee pabo ...
@BornaliTaye-y7e
@BornaliTaye-y7e Ай бұрын
​@@aitarajlimbu3522toi majot kun hoi.. Nepal lor ticket Katibo Mon goise niki tohotor😂
@RenukaPatir
@RenukaPatir Ай бұрын
যি সকলে আন্দোলন কৰি সেই সকল মানুহে একোৱে নাজানে। মূৰ্খ মানুহ।
@RijumoniPegu-jq2mo
@RijumoniPegu-jq2mo Ай бұрын
আমাৰ মিচিং জাতিৰ অধিকাৰ বিচৰাটো আমাৰ ভুলনেকী । ধেমাজিৰ কেইজনমান দালালে আমাৰ জাতিটোক বিপতে পৰিচালিত কৰিব খুজিছে । আমিও অসমৰ ভূমিপূএ জাতি । আমাক বেচী অপমান কৰিব নালাগে । তোমালোকৰ কাৰনে অসমখন বহু ভাগত বিভক্ত হব । ২০০৪ চন আমাৰ মনত আছে । ধেমাজি তিনি আলিৰ পৰা মৰিডললৈ আমাক শিল গুটি নিকেপ কৰিছিল ! তহতৰ বাপেৰৰৰ সম্পটি বিচৰা নাই দেই ।
@swapnagogoigogoi287
@swapnagogoigogoi287 Ай бұрын
Val hoise
@DineshPegu-r8r
@DineshPegu-r8r Ай бұрын
Ho bout val Kam jidinakon mising axomoya boro bag bag hobo tetiya gom pavi
@Surajkonwar2737
@Surajkonwar2737 Ай бұрын
​@@DineshPegu-r8rkeneke vag hbo vai 😂😂
@Regional-i7b
@Regional-i7b Ай бұрын
Birat val hoise, Eibar Asomiya a jagise, Joy ai Asom ❤❤❤❤
@rpedit3400
@rpedit3400 Ай бұрын
Toy bengoli kotha nokobi sub tak kukur ​@@Regional-i7b
@BijoyPegu-py9lb
@BijoyPegu-py9lb Ай бұрын
​@@Regional-i7bHmm.. অসমীয়া জগিছে ঠিক আছে বাৰু। যেতিয়া অসমৰ সকলো tribel মনুহে একেলগে জাগিব তেতিয়া কি হব ভালকৈ কল্পনা কৰি চাব। কিন্তু আমি tribel মানুহবোৰ শান্তি প্ৰীয় মানুহ সদাই শান্তিত থাকিব বিচাৰোঁ যাতে সেই কথা সকলোৱে বুজি পায়...!
@Axm_Tagaru
@Axm_Tagaru Ай бұрын
২০১৩ ত বহুখিনি মিচিং গাওঁ থাকি যোৱা বাবে সেইখিনিক পুনৰ একগোট কৰি নিৰ্বাচন আয়োগে আজি ৪ খন আসনে বৃদ্ধি কৰিছে ৷ আৰু ইয়াৰ ভিতৰত কোনো খিলঞ্জীয়া অনা অসমীয়া গাওঁ অন্তৰৰ্ভূক্ত হোৱা নাই ৰাইজ ৷ আপোনালোকক ভূল পথে নি নিজৰ ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰহে প্ৰয়াস কৰিছে ৰাইজ ৷
@Lil-m9z
@Lil-m9z Ай бұрын
No sixth schedule no rest... mising réngam írroi ✊
@NavakantaPegu-x1j
@NavakantaPegu-x1j Ай бұрын
Tmpk jindabad mising re'gam jindabad😬🙏
@gboys7573
@gboys7573 Ай бұрын
মই এইটো গম নাপাওঁ, আপোনালোকে জনজাতি মানুহৰ প্ৰতি জ্বলন সিমান কিয় হয় বাৰু। আমি আমাৰ পাবলগিয়াখিনিহে বিচাৰিছোঁ। আমি কাৰোবাৰ মাটি অধিগ্রহণ কৰি থকা নাই অসমত। মিছিং, দেউৰী, কছাৰী, গাৰো, ডিমাছা সকলোৱে Six scheduleত অন্তর্ভুক্ত হব লাগে। আপোনালোকে বহিৰাগতক ভয় কৰে আৰু আমাৰ ওপৰত দাদাগিৰি দেখুৱাব খুজিলে , কি আমি তোমালোকৰ মত উঠা -বহা কৰিম নেকি বে 😂😂😂। আমি পাবলগীয়াখিনি চৰকাৰে আমাক দিবই লাগিব। আমাৰ বিৰুদ্ধে টেটুফালি একো লাভ নাই এই গেলা গৰমত ভাইহঁত।
@iuniun9530
@iuniun9530 Ай бұрын
ঠিক আছে আপোনালোকৰ প্ৰাপ অধিকাৰ আপোনালেকে চৰকাৰৰ পৰা বিচাৰক আনৰ ক্ষতি নোহোৱাকৈ আমাৰ কাৰোৰে একো আপত্তি নাই কিন্তুু আমিবোৰে যেতিয়া ভাৰত চৰকাৰৰ পৰা সংবিধান অনোযায়ি ST stutas ৰ ডিমান্ড কৰো তেতিয়া মিচিং আৰু Current ST সংগঠৰ পৰা কিয় বাধা আৰোপ কৰা হয় ইয়াৰ কাৰন কি আমিবোৰে টু আপোনালোকৰ একো অনিস্ত কৰা নাই বা কৰিব যোৱা নাই খিলাঞ্জীয়া সকলোবোৰে যদি ST ৰ মৰ্য্যদা পাই Six sidual ৰ অন্তৰভূক্ত হয় তেনেহলে অসমখন সূৰক্ষিত হব আৰু বাংলাদেশীয়ে আগ্ৰাহন চলাব নোৱাৰিব এই কথাবোৰ আপোনালোকে কিয় বুজি পায়ও নিজৰ জাতি মূনাফা আদায়ৰ বাবে বাৰে বাৰে বাধা আৰোপ কৰে.
@elishmedak5354
@elishmedak5354 Ай бұрын
​@@iuniun9530kiy Bharat swadhin houte tmlkok ST morjoda disile tetiya kiy nolole hour jate buli ghin kre hole aru atiya st lge huu
@Pslv3kb
@Pslv3kb Ай бұрын
@@iuniun9530 right
@manisankarnarzary6763
@manisankarnarzary6763 Ай бұрын
Tik
@rupkantapatar9071
@rupkantapatar9071 Ай бұрын
​@@iuniun9530st je 10% reserve ase, apunaluk st hole kuntu % t bhorabo apunalukok
@AyanPatgiri
@AyanPatgiri Ай бұрын
চাই আছোঁ আমি
@derhacharnarzary4555
@derhacharnarzary4555 Ай бұрын
Sonowal+hajong+boro+rabha +Mising= mising autonomous council❤, .... Ahom+kalita+nath+ kochrajbhongsi+adivasi+ nepali+ chutia +bengali+marwari+bihari etc will opposed....
@krishnaktmedak1924
@krishnaktmedak1924 Ай бұрын
100% 👌
@Mimbrangboro4589
@Mimbrangboro4589 Ай бұрын
Kisuman kalita, deka, das khokole , O boro kori kori kisuman O khilongiyak he encourage kori aahi aase khubhidha lobo karone
@JulukiMaas
@JulukiMaas Ай бұрын
Sixsidull jindabad sixsidulljindabad Demaji lakhimpur majoli amar missing manur heriya
@JYOTISHMili-sh6od
@JYOTISHMili-sh6od Ай бұрын
Missing ❌ Mising ✅
@iuniun9530
@iuniun9530 Ай бұрын
তোমাৰ আৰু তোমাৰ দৰে একেই মানসিকতা থকা লোকসকলৰ বাবেই এই প্ৰতিৱাদ যেনেদৰে China য়ে Arunachal Pradesh ক দখল কৰি আজি লম কাইলৈ লম কৰি থকাৰ দৰে তোমালোকেও ধেমাজী লক্ষীমপূৰ মাজুলী দখল কৰি লম বুলি যে কৈছা তাৰেই প্ৰতিৱাদ এইবোৰ. ইয়াৰ পৰিবৰ্তে আন ৰাইজক এইবুলি হে বুজাব লাগে আমি সকলো খিলঞ্জীয়া এক লগ হৈ বহিৰাগত তথা বাংলাদেশীক অসম দখলৰ সুবিধা নিদিয়ো বুলি
@biplovmanjublogs211
@biplovmanjublogs211 Ай бұрын
Amar gaon 1 ghar mising manuh nai amar gaon khon kio lobo,
@krishnaktmedak1924
@krishnaktmedak1924 Ай бұрын
​@@biplovmanjublogs211 gutei demaji tribal area hoi
@meyumpegujonai5079
@meyumpegujonai5079 Ай бұрын
অনা মিচিং বুলি আঁতৰত থাকিব বিচাৰে যদি শদিয়াৰ পৰা বোৰুলিলৈ কোনো অনা মিচিং লোকে বাস কৰিব নোৱাৰিব অন্যথা মিচিং সকলেও হাত উঠাবলৈ সংকোশ নকৰিব TMPK MMK TMMK MBK
@PriyajitDoley-l3h
@PriyajitDoley-l3h Ай бұрын
মিচিং বুলিলে মিপাপ কেটাই কিয় জলে। মিচিং সকলে অসমৰ খিলনজিয়া হয় । তহতৰ মিপাকগে একোদাল কৰিব নোৱাৰে আমি মিচিং আমাৰ যি পাব লগিয়া অধিকাৰ আছে এইটুহে বিচাৰিছে তহতৰ তাত জ্বলিব কোনো দৰকাৰ নাই TMPK জিন্দাবাদ
@SatyaramKumbang-gg6rv
@SatyaramKumbang-gg6rv Ай бұрын
সাংবিধানিক বাবে নিবা'চন কৰিব, তাত মিচিং অনামিচিং ষড়যন্ত্র নকৰিবলৈ জনালো।
@ParthaPanging-xf4ro
@ParthaPanging-xf4ro Ай бұрын
Mojja Lagise
@RiyanDoley-xd4pg
@RiyanDoley-xd4pg Ай бұрын
মিংচিং ❤❤❤❤
@Rana-hg8hg
@Rana-hg8hg Ай бұрын
বামূণ ৰজাই অসমৰ জনগোষ্ঠীয় লোক সকলক ভাগ ভাগ কৰি অধিকাৰ সমূহ খৰ্ব কৰাৰ ষড়যন্ত্র হে চলাই আছে,
@BISWAKAMAN-il8tv
@BISWAKAMAN-il8tv Ай бұрын
MAC jindabad 👍
@AbhijitPatiri
@AbhijitPatiri Ай бұрын
ভূৱন পেগু আৰু তিলক দলেৰ বাঃতাক কেবাং গাঁৱে গাঁৱে বি জে পি বাদে অন্য ৰাজনীতিৰ দ'ল কৰিব নোৱাৰিব প্ৰচাৰ কৰিছিল আপোনালোকে বিৱেকত ধৰা উচিত। এদিন কংগ্ৰেছ চৰকাৰ সময়ত নিজৰ নিজৰ মিছিং জনগোষ্ঠীৰ মাজত সংঘাত চৰাইছিল। ছিক চিদুল মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰে। সিমান অসুবিধা পাইছে বিশ্বনাথ জিলাত আৰু এখন সংসদীয় সমষ্টি ঘোষনা কৰিব পৰা নাই কিয়।
@tutumoni4432
@tutumoni4432 Ай бұрын
মিয়াৰ লগত থাগ। তহঁতে।
@Regional-i7b
@Regional-i7b Ай бұрын
Good Job
@SurujPannging-pv5qt
@SurujPannging-pv5qt Ай бұрын
Mising sixth shedule zindabaad👍👍👍👍👍❤❤❤❤❤
@RipunDoley-so2qs
@RipunDoley-so2qs Ай бұрын
Dhemaji,lakhimpur,majuli,jonai,dhakua khana, gahpur,sadiya sob amar ja etia ki koro kor.
@skrillexdly8140
@skrillexdly8140 Ай бұрын
Mising sixth shedule zindabad
@SwarupKutum
@SwarupKutum Ай бұрын
Mising village or manu ana mising nohoi misingland mising oi aru misinglend hobo🇮🇳🇮🇳💪
@RtTt-y6c
@RtTt-y6c Ай бұрын
Missing regam irroi
@pgaxom435
@pgaxom435 Ай бұрын
এই গেলা গৰমত কেলা শান্তিৰে গছৰ তলত বহিও শান্তি পোৱা নাই 😂 আৰু আনহাতে এইবোৰ কি দেখিছো MAC ফালৰ পৰা সাহাৰ্য্য দিওতে নলও বুলি কথাষাৰ ওলোৱা নাছিল এতিয়া কৰ পৰা আকৌ প্ৰতিবাদৰ গোন্ধ
@JayPegu321
@JayPegu321 Ай бұрын
Ha haa haaa,এইয়াই প্ৰতিবাদ বৰ লাজৰ কথা দেই এতিয়াও হিহতেই আমাতকৈ আগবাঢ়ি আহি বস্তু লব...😮😮😮
@gyankumarkardong7344
@gyankumarkardong7344 Ай бұрын
Amar dabi maniboi lagibo!!! Onamising go back
@ShishuramPayeng
@ShishuramPayeng Ай бұрын
অজতা আন্দোলন কোনো অনা মিচিং গাওঁ অন্তৰ্ভুক্ত হোৱা নাই
@Surajkonwar2737
@Surajkonwar2737 Ай бұрын
Vai bahut Thai loi loise jot 50% t ke besi ana missing manuh ase ... So andulan hoise.. Ane kunu manuh ulai nahe .. Kothabur alop vabi sinti koba
@abhipanging-fu3zt
@abhipanging-fu3zt Ай бұрын
​@@Surajkonwar2737Tumi kor Bihari ako Amar axomiyar majot humabole Mising hoi not missing
@pranjallahan1930
@pranjallahan1930 Ай бұрын
Mur gaoon ajonu missing nai, kintu nam varti karile 😢😢
@hnd8030
@hnd8030 Ай бұрын
​সমস্যা টো কি তোমালোকৰ MAC ভিতৰত কিয় থাকিব নিবিচাৰ? আধা বঙালী,আধা বিহাৰী তহঁতৰ নিজস্ব বুলি কি আছে ? না ভাষা আছে ,না ৰীতি নাতি ধৰ্ম সংস্কৃতি আছে,সব আমদানিকৃত।যিমানেই লোলোকাই কিয় আমদানি কৰা ভাষা সংস্কৃতিৰ গোন্ধ পোৱা যায়েই।জনজাতি সকলৰ বেলেগ শত্রু নাই।নিজস্ব বোলা নথকা আমদানিকৃত ভাষা,সংস্কৃতি গোষ্ঠীৰ লোক হে কাৰণ জনজাতি সকলৰ নিজস্ব ভাষা সংস্কৃতি আছে ভাবে আমাৰ প্ৰতি খেৰা চকু দি চাবই।আমাক আমদানিকৃত ভাষা সংস্কৃতি জাপি দিব বিচাৰিলেও আমি কোনো পদ্যেই গ্ৰহণ নকৰো। @@Surajkonwar2737
@monjitmedak3807
@monjitmedak3807 Ай бұрын
😅😅😅😅​@@pranjallahan1930এনে কমেন্ট কৰিব পাইছো বুলি কমেন্ট কৰিছে আৰু,
@nirjayislary6260
@nirjayislary6260 Ай бұрын
Thats the reality of Assam....Misfortune Tribals strugling for their servival ....See....If It is Bodoland the ONA BORO, IF Karbianglonc than ONA KARBI, IF DIMA HASAO than ONA DIMASA 😢😢😢
@sanjibpegu3501
@sanjibpegu3501 Ай бұрын
সেই প্ৰতিবাদত কোন কোন জাতি জৰিত ভাল দৰে চাই লোৱা । আমাৰ মিচিং সমাজৰ সংগঠন লোকৰ জাতিক ভাল পোৱা TMPK,MMK । এতিয়া অলপ বুজি পাবা নে । আনৰ জাতি বোৰে বাংলা দেশৰ পৰা আৰু নেপালৰ পৰা সহা বাংলা দেশী বিদেশী সকলে কিমান আমাক জ্বলে । অসমৰ বা ভাৰতৰ ভূমিপুত্ৰ জাতি সকলে প্ৰতি বাদ কৰিলেও অলপ ভাল লাগে। কিন্তু তাত বেছি ভাগ বাংলা দেশৰ আৰু নেপালৰ পৰা অহা বোৰকেই দেখিবলৈ পোৱা গৈছে।
@BhisnuMili
@BhisnuMili Ай бұрын
Mc​@@ThevedicGamer
@JayPegu321
@JayPegu321 Ай бұрын
​@@ThevedicGamer তুমি কোন নিজৰ পৰিচ়য় দি comment কৰিব , তোমাৰ tittle না নাম আছে কোৱা তাৰ পাছত comment কৰিব মই জানো তুমি বাংলাদেশী...😄😄😄
@JayPegu321
@JayPegu321 Ай бұрын
@@ThevedicGamer মোৰ পৰা তোমাক কি identity লাগে, মোৰ tittle লিখা আছে দেখিছা চাগে... এতিয়া তোমাৰ tittle দি comment কৰ...
@kankanp1736
@kankanp1736 Ай бұрын
​@@ThevedicGamerolp pha huna korile eneke nokole heten😂 boiniyek suda tu akk tuii mathat eku mall nai
@ukeswarTaye-n7r
@ukeswarTaye-n7r Ай бұрын
​@@ThevedicGamer maksuda miya tur ki eman jolixe dhemaji tur mar hompoti ha..dhemaji mising tribal ariya hoi..maksudu pitit tel hani toh besi din nii
@DINESHTAYE
@DINESHTAYE Ай бұрын
Ami Mising Manu Hoi Amak Six Schedule Lagiboi Mising Regam Irroi Tmpk Zindabad 💪🔥
@RanikumariNarah-g7u
@RanikumariNarah-g7u Ай бұрын
Missing regam jindabad 💪💪💪💪💪✊✊✊✊✊✊✊✊✊💪💪💪
@mimangajon9894
@mimangajon9894 Ай бұрын
দুলাল বৰুৱা তোমাৰ বেয়াকৈ হাৰিব আমি নিৰ্বাচনত চাই লম
@bolindrapegu6119
@bolindrapegu6119 Ай бұрын
B j p jindabat Ronuj pegu jindabat
@ranojkardong9125
@ranojkardong9125 Ай бұрын
TMPK jindabad missing iroi❤
@shyamkanukutum2845
@shyamkanukutum2845 Ай бұрын
Missing jindabad❤❤❤
@DenishKutum
@DenishKutum Ай бұрын
Mising regam iroi✊️💪
@dhoneswarboro9122
@dhoneswarboro9122 Ай бұрын
Tribal birodhi....
@JayPegu321
@JayPegu321 Ай бұрын
@@dhoneswarboro9122 100% right...
@BROGAMING-cg1pf
@BROGAMING-cg1pf Ай бұрын
Hoi specially ahom jati......tu
@Regional-i7b
@Regional-i7b Ай бұрын
কি tribal বিৰোধী ?
@JayPegu321
@JayPegu321 Ай бұрын
​@@Regional-i7b tribal বিৰোধী নহৈ চিঞৰি থকাবোৰ কি কোৱাছোন,কি এনে চিঞৰি আছেনে ...
@dhoneswarboro9122
@dhoneswarboro9122 Ай бұрын
Hoy...tribal birodhi...Miya logot thaki bohwt Val pai...
@MonikantaNarah-x9r
@MonikantaNarah-x9r Ай бұрын
Mising manu jindabaat ronuj pegu jindabaat bubon pegu jindabaat
@sosankadoley2252
@sosankadoley2252 Ай бұрын
Yes
@RanikumariNarah-g7u
@RanikumariNarah-g7u Ай бұрын
💪💪💪👌👌👌
@kampu9301
@kampu9301 Ай бұрын
আমি অসমৰ হয় আৰু আমাৰ জনম অসমত হৈছে। কিন্তু এতিয়া আমি অনা মিচিংৰ দৰে থাকিব লগিয়া হৈছে কিয়
@RashmiPegu-wd5qo
@RashmiPegu-wd5qo Ай бұрын
T M P k jindabad❤❤❤
@IloveIndia-fu4oh
@IloveIndia-fu4oh Ай бұрын
Amar mishing sixe sidul lagi boi lagibo
@Pslv3kb
@Pslv3kb Ай бұрын
Six schedule hole bhal, 6 jonogusthir jonojaati korar baat mukoli hobo.
@IloveIndia-fu4oh
@IloveIndia-fu4oh Ай бұрын
Oh moiu nibisaru axol amar mishing de buli. Amar Axomor jiman tribal sobok dibo lage. Kintu aria bonai dibo lage no
@IloveIndia-fu4oh
@IloveIndia-fu4oh Ай бұрын
​​​@@Pslv3kbapunaluke amar mishing manur mon beya koriso kintu. Jodi amak anekua koriso amiu hanti narakim hihotok. 😡😡😡
@KushalDoley07
@KushalDoley07 Ай бұрын
Tmpk zindabad 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
@birendoley7136
@birendoley7136 Ай бұрын
যদি অনা মিচিং বুলি পৰিচয় দিয়া সকল জনজাতীয় আবেষ্টনিৰ পৰা আঁতৰি যাব লাগে
@Pslv3kb
@Pslv3kb Ай бұрын
Apunanaluk jauk , nijor itihakh sai kotha Kobo.
@leninmilileninmili8923
@leninmilileninmili8923 Ай бұрын
​Apuni Sixth sidule Mane ke jane..Apuni Sixth Sidule bekoy alop janilow@@Pslv3kb
@Indian23537
@Indian23537 Ай бұрын
​@@ThevedicGamerHistory val k porhibi. Anei g t koi nathakibi. Aru toi kun hoi amak arunachali konoloi.
@hnd8030
@hnd8030 Ай бұрын
​​@@Pslv3kbআধা বাঙালি লাজ লাগিব লাগে। কিবা বিষয় কোৱাৰ আগত বুজিছা?
@papukutum5433
@papukutum5433 Ай бұрын
Arunachal u bharatt pre but tmlk to Thailand r pra axa so , bharart thysg kra tmlk ​@@Pslv3kb
@sunildoley6257
@sunildoley6257 Ай бұрын
Mising manuhor logot lagi takile noho bhai hokol miya manuhor karone mat matok tetiya lab hobo buli moi bhabu.
@Parksville
@Parksville Ай бұрын
Takei to eneke amar axomia jati dhongkho hoise. Nijor majote khua kamora
@khirajpatir4721
@khirajpatir4721 Ай бұрын
আচলতে এইকেজন প্ৰকৃত অসমৰ মানুহ নহয় নেকি ? মিচিং মানুহে তেকেতক কি অন্যায় কৰি থৈছে। অসমৰ ভূমি পুএ হিচাপেহে আমাৰ প্ৰাইপ কিনিহে চৰকাৰৰ পৰা বিছাৰিছো.....
@souravrabha9236
@souravrabha9236 Ай бұрын
আচলতে এই অনা মিচিং অনা ৰাভা অনা বড়ো এইবোৰ কেনেকুৱা সংগঠন, কোন জনগোষ্ঠীৰ সংগঠন স্পষ্ট হোৱা প্ৰয়োজন।
@JayPegu321
@JayPegu321 Ай бұрын
হয় ভাই,এই অনামিচিং সংগঠন কোন গোষ্ঠীৰ লোক স্পষ্ট কৰিব লাগে নহলে থানা ভৰাব লাগে...
@RanujTaye-pb7vy
@RanujTaye-pb7vy Ай бұрын
Assam police গুলী মাৰ
@J_boruah.
@J_boruah. Ай бұрын
অনা মিচিং মানে হৈছে যিবোৰ মানুহ মিচিং সম্প্ৰদায়ৰ নহয়। যেনে বড়ো,ৰাভা,দেউৰী,কোচ, কলিতা, চুতীয়া,মৰাণ ,মটক,আহোম আদি । প্ৰতিবাদ কৰা কাৰণটো হল অনা মিচিং ঠাইবোৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে। কাৰণ এই ঠাইবোৰত অসমীয়া মানুহ বেছি আছে।
@JayPegu321
@JayPegu321 Ай бұрын
​@@J_boruah.হয়,কিন্তু boro, দেউৰী,ৰাভা tribal সকল নিশ্চয় প্ৰতিবাদ কৰা নাই ...
@J_boruah.
@J_boruah. Ай бұрын
@@JayPegu321 nokorok ami korimei ami tu bharotor adim odhibashi. Ami tibbet, myanmar,china adi dekhor pora axomot oha nai. Ami axomiya manuhr keot,kalita, bamun, das etc manuhbur hazar hazar bosor agor porai axomot asu.amar keot manuh khini Dravidian hoi aru Dravidian Mane narakashur,baan Raza adir bonghodhor. Ami Mahabharat r jugor porai axomot asu. Ami tribal manuhor birudhita kora nai kintu jibur Thai missing autonomous t humuabo bisarise hei thaiburt axomiya manuh besi ase.
@Noyonmiliofficial1012
@Noyonmiliofficial1012 Ай бұрын
এওঁলোক দেলাল । ইমান গৰমত গছৰ তলত থাকাওঁ শান্তিপোৱা নাই।নিজে নিজে অশান্তুি শৃষ্টি নকৰিবা।MAC য়ে কোনো অনিয়ম নকৰে।কোনোবা উঠালে বুলি এনে জপিয়াই নাথাকে।
@NavaGogoi-q1s
@NavaGogoi-q1s Ай бұрын
জয় আয়
@PujaofficialOfficial
@PujaofficialOfficial Ай бұрын
তেজ দিম six shedule লাগিব ই
@NavajyutiDoley
@NavajyutiDoley Ай бұрын
Mising regam TM PK❤
@Poetry-p2y
@Poetry-p2y Ай бұрын
Mising Rèngam Ìrroi.
@daimarig6076
@daimarig6076 Ай бұрын
It is always better in today's context to remain within tribal councils with modification for benifits of all people. For example if government can identify and evict illegal encroachment other than tribal and protected class in tribal Belt and Block in Assam then only Assam will have free space for All tribal and non tribal indigenous people. Your lands are not safe for futur. But atleast councils with best modification can give you institutionalised assurance
@budirampegu6458
@budirampegu6458 Ай бұрын
Amar Adikar amar kam apunaluke bada koratu oporadhi thanku
@NabakantaCharoh
@NabakantaCharoh Ай бұрын
Amar mising jidabat
@deyapegu4655
@deyapegu4655 Ай бұрын
Nice ❤❤❤❤❤❤
@Ranjith-nb6fo
@Ranjith-nb6fo Ай бұрын
Amar mising sixth lagibo lagibo❤❤❤
@BolinTaw-ql3th
@BolinTaw-ql3th Ай бұрын
Bhubon pegu ranuj pegu bjp zindabad
@HemkantaKaman-nn6sh
@HemkantaKaman-nn6sh Ай бұрын
😂😂😂😂
@peterpr9511
@peterpr9511 Ай бұрын
Mising regam irroi. .
@trinayanmili391
@trinayanmili391 Ай бұрын
TMPK jindabad❤
@RajuDoley-vo1gu
@RajuDoley-vo1gu Ай бұрын
Mising Re'ngam lroi
@DineshAœ
@DineshAœ Ай бұрын
Mising réngam irroi❤❤❤
@ayangappun
@ayangappun Ай бұрын
Siyar bakor kori lab ni
@k.kvlogs487
@k.kvlogs487 Ай бұрын
ঘৰত কাম নাই কাৰণে চিঞৰবাখৰ....... মিচিং ৰৌগাম অ্ ৰই, বিহাৰী মিয়া অনা বিলাক অসমীয়াই
@মানস12
@মানস12 Ай бұрын
ৰাজনৈতিক চক্ৰান্ত ... কোনো এখন অনামিচিং গাঁও অন্তৰ্ভুক্ত কৰা হোৱা নাই। বিজেপি চৰকাৰক হস্তক্ষেপ কৰাৰ পৰিকল্পনা এয়া
@DevojitDoley-t1x
@DevojitDoley-t1x Ай бұрын
মিয়াক ভয় কৰে নিজৰ মানুহক ভয় নকৰে ধেৎ
@SadiyaLonda
@SadiyaLonda Ай бұрын
Mising regam❤❤❤dindabat
@chidananadapegu8225
@chidananadapegu8225 Ай бұрын
Amar praipo lom
@digenpegu-js1gw
@digenpegu-js1gw Ай бұрын
Sixth shedule lagiboi mising rengam lroi ❤
@AbijitPegu-ro3wi
@AbijitPegu-ro3wi Ай бұрын
Tmpk jindad
@Rdewqwrrtt
@Rdewqwrrtt Ай бұрын
Dhemaji se nikol diya jayega q 2026 main ahom l
@Rdewqwrrtt
@Rdewqwrrtt Ай бұрын
Ahom okolok takibo nidu
@TabuRam-w9j
@TabuRam-w9j Ай бұрын
2013 bad diya 2024 ,dada apuni kunto state ba country asa apunni nije nijok gom napai akol Dhemaji te nahoi agote misingor population and voter suhok tar pisot bhujibi, Mising Miya bangladesi nahoi,mising assamor Bhumiputra ,he karone history bihoye monot pelabo lage najane jodi Mising manuhar pora hiki loba de.jai aai assam.
@YoungV94
@YoungV94 Ай бұрын
They don’t know any history, when mishing people first stepped into upper Lohit to Majuli (current name Brahmaputra) , even before the Tai- khamti Jingpho came from Dehong Yunnan.
@pameahpatir8894
@pameahpatir8894 Ай бұрын
৫০খনলৈ বৃদ্ধি কৰা হব। কাম নাই তোমালোকৰ, Sisiborgaon LAC t ontorbugto huwa gutai mising area burok wu korton koribo lagibo..... Bina mising manuhor biporitey k ne koi election patibo paribo sau sun onamising hokol..... Pisey onamising bur kuntu hoi olop boholey koi dibo, tetu phali sihora burey dei.
@PranabTayung-d9h
@PranabTayung-d9h Ай бұрын
Mising rèngam írroi T M P K írroi 💪
How To Choose Mac N Cheese Date Night.. 🧀
00:58
Jojo Sim
Рет қаралды 75 МЛН
Кто круче, как думаешь?
00:44
МЯТНАЯ ФАНТА
Рет қаралды 4,6 МЛН
The Day Ronaldinho Became a Brazilian Legend
12:50
VSP7 FOOTBALL
Рет қаралды 4 МЛН
পা:মে আপ্পূন এলৱাম
35:56
Appun by Ajay mili
Рет қаралды 172 М.
BJP's vote share falls drastically in Upper-Assam....
7:34
Prag News
Рет қаралды 469 М.
MUKSUB II RAJ DOLEY II MAMTA SONAR II FULL MOVIE 2023-24
2:34:59
Raj D official
Рет қаралды 1,7 МЛН