অন্য দলৰ আভ্যন্তৰীণ বিষয়ত মাত মতাৰ কোনো অধিকাৰ নাই... I DON’T CARE, অখিল গগৈক উভতি ধৰিলে ভূপেন বৰা

  Рет қаралды 20,751

News Live

News Live

Күн бұрын

অন্য দলৰ আভ্যন্তৰীণ বিষয়ত মাত মতাৰ কোনো অধিকাৰ নাই... I DON’T CARE... অখিল গগৈক উভতি ধৰিলে ভূপেন বৰাই
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 78
@dilahmed9461
@dilahmed9461 2 ай бұрын
Congress big zero 2026
@rajukonwar6089
@rajukonwar6089 2 ай бұрын
মুখখন বন্ধ কৰিব লাগে অখিল গগৈ ডাঙৰীয়াই
@RojitaDas
@RojitaDas 2 ай бұрын
Bhupen borah k bhal napau.. Akhil daa jindabad 🖐️🖐️🖐️🖐️🖐️🖐️
@saytanathtamuli9975
@saytanathtamuli9975 2 ай бұрын
এনেকৈ খেলিলে ভুপেন বৰা হাৰিব
@manjubarman1855
@manjubarman1855 2 ай бұрын
কংগ্ৰেছক এইজনেই শেষ কৰিছে।বৰ অহংকাৰী।
@chandraborah8125
@chandraborah8125 2 ай бұрын
Bjp jindabad
@7gc970
@7gc970 2 ай бұрын
কংগেছ দলে কাকো সুবিধাৰ নিদিয়ে । অখিল গগৈৰ মন্তব্য কংগেছ দলে গোৰোপ্ত নিদিয়ে । অখিল গগৈৰ লোৰিণ গগৈৰে কংগেছ দলৰ নেগোট ধৰি উসা নিখা লোৱা সপোন দেখি আছে।
@SewaliDas-s6f
@SewaliDas-s6f 2 ай бұрын
ভুপেন বৰা হঠাও Congress বচাও
@RukunAhmed-qj5sw
@RukunAhmed-qj5sw 2 ай бұрын
হঠাও নহয় হতাও। অসমীয়া শব্দ নাজানা গৰু।
@deboborah5858
@deboborah5858 2 ай бұрын
কংগ্ৰেছৰ চৰিত্ৰ এনেকুৱাই ।বহুত লোভী পাৰ্টি।
@robinchangmai9312
@robinchangmai9312 2 ай бұрын
গতবন্ধন যদি আছে । ভাবিব লাগিছিল যে বিৰোধী ৰ লগতো কিছু কথা পাতি লব লাগে। কাৰণ বৰ্তমান কংগ্ৰেছ অসমত অকলে চৰকাৰ গঠন কৰিবৰ সম্ভৱ নহয় । অখিল গগৈ দেৱৰ কিছু কথা শুদ্ধ । কংগ্ৰেছে আলোচনা কৰিলে ভাল আছিল আৰু অনুৰোধ কৰাটো উচিত আছিল । কাৰণ হৈ যোৱা লোক সভা নিৰ্বাচনত তেওঁ লোকৰ বহুতো অবদান আছিল । তেতিয়া এনে মতবিৰোধ নহয় । বাৰু যি হওক ৰাজনীতিৰ পাকচক্ৰ আৰু টলা নলা পোৱা টান , ।
@lakhikurmi3144
@lakhikurmi3144 2 ай бұрын
Fixing amount কম হৈছে চাগে...
@Wooooooo_.41
@Wooooooo_.41 2 ай бұрын
ভূপেনে দুবিব
@ashutdutta2698
@ashutdutta2698 2 ай бұрын
অখিল ঠাকিলে শেষ হব কংগ্ৰেছৰ ।
@SanjibGogoi-t9f
@SanjibGogoi-t9f 2 ай бұрын
যুজ খন ভাল লাগিছে।।
@RukunAhmed-qj5sw
@RukunAhmed-qj5sw 2 ай бұрын
নিউজ লাইফ পগলা হব এতিয়া.কাম নাই আৰু
@rupdutta3305
@rupdutta3305 2 ай бұрын
Akhil Gogoi thik kotha koise...mathu kotha tu hol j Bhupen Bora mani lobo pora nai... Bhupen Bora besi hawa t uri lav nai...
@Wooooooo_.41
@Wooooooo_.41 2 ай бұрын
ভূপেন সভাপতি থাকিলে উজনি ভোত নাপাই
@RojitaDas
@RojitaDas 2 ай бұрын
Gourav gogoi kio nimat hoi ase.. Akhil Gogoi or poramorkho louk..nohole 26ot sesh hobo.. Congress
@deboborah5858
@deboborah5858 2 ай бұрын
সৱ একেই হে
@ashutdutta2698
@ashutdutta2698 2 ай бұрын
সভাপতিয়ে ঠিক কথা কৈছে ।
@BasantaKumarNeog-nl5wo
@BasantaKumarNeog-nl5wo 2 ай бұрын
Congress zindabad
@anupamngo1456
@anupamngo1456 2 ай бұрын
Akhil Gagoi is right
@sofikulislam7533
@sofikulislam7533 2 ай бұрын
তহতে একেলগে বহি আলোচনা কৰিব নোৱাৰা ।দেই সব কথা মেডীয়াৰ আগত
@Manash.player.official
@Manash.player.official 2 ай бұрын
Congress .mundabad .ziro
@dulendoley4043
@dulendoley4043 2 ай бұрын
মিত্ৰতা থাকিলে যে অন্য দলৰ প্ৰাৰ্থী বিচাৰিব বুলি সভাপতি ডাঙৰীয়ে ভাবিব পাৰে ।
@bitulphukan2812
@bitulphukan2812 2 ай бұрын
Bhupen Borah is great
@deboborah5858
@deboborah5858 2 ай бұрын
agbor the great
@dpvlog5158
@dpvlog5158 2 ай бұрын
BJP য়ে বেয়া কাম কৰা নাই তো ৰাইজে চাই আছে । দক্ষ মূখ্যমন্ত্ৰী এজন আছে ভাল কাম কৰি আছে। 2026 congres 23 খন আসন পাব।
@kumudbaruah2001
@kumudbaruah2001 2 ай бұрын
২৩ খনো নাপাই। মিঞ মুছলমানৰ সমষ্টি কেইটা পাব পাৰে। কাৰণ কংগ্রেস মিঞাৰ সাম্প্রদায়িক দল হয়।
@jagatpegu6295
@jagatpegu6295 2 ай бұрын
Bhupen Borahk hunkale hobapoti podorpora Hotorai de manoniyo Gourov gogoi sir nohole borbad hobo.kota kobo nejane heket .moi kongress dolore manu.
@d.d.bossassam5851
@d.d.bossassam5851 2 ай бұрын
Bhupen nor ako kam nai......
@moshmibarman7661
@moshmibarman7661 2 ай бұрын
ভূপেন ব ৰা না ম ৰ মা নু হ জ ন ৰ পৰা পু ন ৰ কংগ্ৰেছ পতন হোৱা অনিবাৰ্য। এই জনে কি লৈ ahankar Kari থাকে নিজকে কি বুলি ভাবি থাকে ।
@ratulsaikia4348
@ratulsaikia4348 2 ай бұрын
অখিল উদ্দিনৰ লাজ নাই নিলাজ
@nituali1449
@nituali1449 2 ай бұрын
Next pm Rahul Gandhi
@Anilbora-d8e
@Anilbora-d8e 2 ай бұрын
Akhil pagol or kotha Kune sune.
@FarjulAli-e1y
@FarjulAli-e1y 2 ай бұрын
B j p zindabad😊
@renudeka8391
@renudeka8391 2 ай бұрын
Bhupen bora karone congress nijikibo
@bababorah9085
@bababorah9085 2 ай бұрын
আকৌ এবাৰ মামাৰ চৰকাৰ ।
@DF1111DM
@DF1111DM 2 ай бұрын
😂 😂😂😂 lukoloi buli xuul puti nijei more phuti... NDA bhangibo bhangibo buli roi thakute nijore phaat melise...😅😅
@ShorifUddin-o3t
@ShorifUddin-o3t 2 ай бұрын
Bhupenor akahot sang pota sobabtu arok.
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 2 ай бұрын
😂alliance gol aru😂😂😂😂😂
@BodolandYouthBPF
@BodolandYouthBPF 2 ай бұрын
Bora 2 number
@BituHandique-f8u
@BituHandique-f8u 2 ай бұрын
লাজ 😂পালেনে গগৈদা😊
@mahimaranjan3420
@mahimaranjan3420 2 ай бұрын
যাৰ জহত শাঁখা সেন্দূৰ , তাকে কৰে ভেকুৰা এন্দুৰ ! হাঃ হাঃ ! অখিল লুৰিনৰ সহায়ৰ বাবে বিগত চিট কেইটাত জিকি এতিয়া খাইপাত ফলাৰ দৰে সিহঁতকেই ’মাত মতাৰ অধিকাৰ নাই ! I don't care বুলি উফৰাই দিছে ! বাঃ সাংঘাতিক ৰাজনীতি চলে দেশখনত 😂 সহায়কাৰী সকলে ইয়াৰ পৰা শিক্ষালৈ অনাগত সময়ৰ বাবে সাৱধান হ'লে ভাল !
@Fakerahmed-i8q
@Fakerahmed-i8q 2 ай бұрын
Bhupenborarbabecongressmaikiahoigoiase
@joyseppegu8403
@joyseppegu8403 2 ай бұрын
কথাটো নগেন হৈছে
@TarunPayeng
@TarunPayeng 2 ай бұрын
Hokalu tik ase,,বিৰোধী মিলি খেলক
@julhaz3336
@julhaz3336 2 ай бұрын
APCC President, Bhupen Borah=Correct saying. Hon'ble MLA, Akhil Gogoi should consult with APCC President.
@nirensaikia7017
@nirensaikia7017 2 ай бұрын
Regionalism can't be flourish by national party. Self reliant regional political party is required to fulfill the long standing demand of regional interest. All regional party of Assam need to unite to challenge the national party like south Indian politics without having individual interest.
@rijukalita5635
@rijukalita5635 2 ай бұрын
Kam nai aru.3 ta sit paote jika buli vabise
@PrasenjitsaikiaDeho
@PrasenjitsaikiaDeho 2 ай бұрын
2ta team r Kam nai, etau nijike ru, logevage khelok jikibo
@SahabVai-n7j
@SahabVai-n7j 2 ай бұрын
B̺h̺u̺p̺e̺n̺ b̺o̺r̺a̺r̺r̺ k̺a̺m̺ n̺y̺ p̺l̺z̺ t̺h̺e̺k̺h̺e̺t̺o̺k̺ p̺l̺z̺ k̺o̺t̺h̺a̺ k̺o̺b̺o̺ n̺e̺d̺i̺b̺o̺
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 2 ай бұрын
Mama is happy
@mrinalmedhi8346
@mrinalmedhi8346 2 ай бұрын
ভূপেন বৰা, আপোনাৰ উচ্চাকাংশা উচিত নহয়,অসমত বিজেপি খেদিবলৈ ৰাইজৰ দল আৰু জাতীয় পৰিষদক এলাগী কৰিলে কংগ্ৰেছ তৃতীয় স্থানত থাকিব। লোকসভা নিৰ্বাচনত ভূপেন বৰা নহয় আখিল গগৈ আৰু লুৰিনজ্যোতি গগৈ ৰ বাবে আপোনালোকৰ ভোট শ্বেয়াৰ বাঢ়িছে।
@rameshpayang7871
@rameshpayang7871 2 ай бұрын
😂😂😂😂😂😂
@DF1111DM
@DF1111DM 2 ай бұрын
😂😂😂😂
@mainudavi9510
@mainudavi9510 2 ай бұрын
অখিল গগৈ আপোনি Bjpক খাৰ পানী নোযোগাব।মিলিপেলে কাম কৰক।ভাষন বিলাক ভাল নালাগে।আগতে ইমান ইলেকচন গ'ল এবাৰ মান North sideত আহিছেনে?KMSSবাAJPৰ নেতা ঠিক করিছেনে?সেই ফালে থাকি নিউজ বজাই থাকে ।এই ফালে আহিবলৈ ভয় লাগে নেকি?
@yogidevvlog8156
@yogidevvlog8156 2 ай бұрын
Wah wah moja lgise na..BJP pora ahibo ulua Ashok Sarma r bite o lobo lge 😅😅
@parashgogoi2076
@parashgogoi2076 2 ай бұрын
😂😂😂😂bjp hekh hobole goi aase.
@Wooooooo_.41
@Wooooooo_.41 2 ай бұрын
অকলে 26ত 5খন পাবি
@bhargabdeka733
@bhargabdeka733 2 ай бұрын
😅😅😅😂
@KrishnaBaruah-pz3ty
@KrishnaBaruah-pz3ty 2 ай бұрын
Tur murot mal nai
@amulyadeka2201
@amulyadeka2201 2 ай бұрын
অন্ধ আৰু খুৰা লগ লাগি পূৰ্ণাংগ মানৱ হব নোৱাৰে
@Riturajsaikia099
@Riturajsaikia099 2 ай бұрын
Aitu bjp r channel he phrslue dislike kri uvoti juai vl 😂😂 fiuj live
Kluster Duo #настольныеигры #boardgames #игры #games #настолки #настольные_игры
00:47
哈哈大家为了进去也是想尽办法!#火影忍者 #佐助 #家庭
00:33
火影忍者一家
Рет қаралды 115 МЛН
How A Poor Boy Built Oberoi Hotels
17:18
Shivanshu Agrawal
Рет қаралды 3,1 МЛН
Russia calls for a halt in the war / Refusing territory
13:20
NEXTA Live
Рет қаралды 901 М.
Kluster Duo #настольныеигры #boardgames #игры #games #настолки #настольные_игры
00:47