শনিবাৰে গোলাঘাট গৌৰৱময় হোৱাৰ পিছত শংকিত হৈছে নেকি শাসকীয় বিজেপি?

  Рет қаралды 48,258

Pratidin Time

Pratidin Time

Күн бұрын

Пікірлер: 138
@dipakgogoi5084
@dipakgogoi5084 2 ай бұрын
পৰৱৰ্তী মুখ্যমন্ত্ৰী অসমৰ গৌৰৱ গগৈ।
@rishirajomivaidya5648
@rishirajomivaidya5648 2 ай бұрын
Nhoi pm Nhole president
@HirakDeka-t9y
@HirakDeka-t9y 2 ай бұрын
Female fish CM hbo 2090,t
@chowlungjyotigogoi5755
@chowlungjyotigogoi5755 2 ай бұрын
​@@HirakDeka-t9y bamun sage
@HappyLife-v1z
@HappyLife-v1z 2 ай бұрын
২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়া ✅🇮🇳 জয় আই অসম ❤️😊
@RanjitLahon-b2g
@RanjitLahon-b2g 2 ай бұрын
১০০/ হূয়
@relaxeverythingisfine5154
@relaxeverythingisfine5154 2 ай бұрын
Next CM Gaurav Gogoi 2026.
@HirakDeka-t9y
@HirakDeka-t9y 2 ай бұрын
2090,t CM hbo female fish
@DilipChakraborty-j6b
@DilipChakraborty-j6b 2 ай бұрын
অজন্তা নেওগ হৰা টো আমি কামনা কৰোঁ, কাৰণ তেওঁ কংগ্ৰেছৰ লগত মিৰ্জাফৰ যেনে ধৰণৰ কাম কৰিছিল ঠীক তেনে ধৰণৰ কাম কৰিছে অজন্তা ডাঙৰীয়ানি গতিকে আমি হৰা টো কামনা কৰোঁ
@rajassam1822
@rajassam1822 2 ай бұрын
Gaurav Gogoi Zindabad
@Fakaruddin-x9i
@Fakaruddin-x9i 4 күн бұрын
গৌরব গগৈই জিন্দাবাদ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@bakulboruah2026
@bakulboruah2026 2 ай бұрын
গৌৰৱ ২০২৬ ত অসমৰ মূখ‍্যমন্ত্ৰী।কোনোবাই ইচ্ছা কৰিলে লিখি থব পাৰে।হিমন্ত, পিযুছ,মল্ল, দিগন্ত, মাৰ্ঘেৰিটা,ৰূপজ‍্যোতি ইত্যাদি দাদা বিগ্ৰেডৰ মানুহে হাজাৰ অপচেষ্টা কৰিলেও গৌৰৱক মূখ‍্যমন্ত্ৰী হোৱাৰ পৰা ৰখাব নোৱাৰা।কাৰণ গৌৰৱৰ লগত যুৱ প্ৰজন্ম আছে,সাধাৰণ ৰাইজ আছে।মই কোনো কংগ্ৰেছী নহয়।মই যুৱচামৰ এজন সচেতন ভোটাৰ।
@kusumsarma6702
@kusumsarma6702 2 ай бұрын
আপোনাৰ লগত একমত। 25--35 ৰ মাজৰ কোনো নাগৰিক bjp ৰ লগত নাই।
@sohidali9025
@sohidali9025 2 ай бұрын
Val khotha
@ajaymech5797
@ajaymech5797 2 ай бұрын
​@@kusumsarma6702kotha khar hoxa janu... Gogoi dangoriya dekhun na khelonjiya lgt ase na hindu hoke kisu maat mate...
@bishaldas3964
@bishaldas3964 2 ай бұрын
Right
@Nyapar424
@Nyapar424 2 ай бұрын
Yes 100%
@AAMIRKHANAHANAOFFICIAL
@AAMIRKHANAHANAOFFICIAL 2 ай бұрын
আমাৰ দৃঢ় বিশ্বাস আৰু আশাবাদী 2026ত গৌৰৱ দাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰো❤
@MuziburRahman-c4h
@MuziburRahman-c4h 2 ай бұрын
Gaurav zindabsd
@ilakshidekabordoloi4510
@ilakshidekabordoloi4510 2 ай бұрын
অসমৰ অসমীয়া উন্নয়নৰ বাবে গৌৰৱ গগৈ অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী হওক । জিন্দাবাদ গগৈ ডাঙৰীয়া ৷🙏🙏
@HirakDeka-t9y
@HirakDeka-t9y 2 ай бұрын
2090,t CM hbo female fish
@gh12138.
@gh12138. 2 ай бұрын
Only congress❤
@deadlydrax2711
@deadlydrax2711 2 ай бұрын
Gourav Gogoi will change the politics in Assam.
@ImdadRahman-lo2tr
@ImdadRahman-lo2tr 2 ай бұрын
গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী❤❤❤
@rselectronics1140
@rselectronics1140 2 ай бұрын
Next CM❤❤❤
@HirakDeka-t9y
@HirakDeka-t9y 2 ай бұрын
Next female fish
@GoneshPatowary
@GoneshPatowary 2 ай бұрын
এই এইবাৰ গৰু হাৰন দিব
@chowlungjyotigogoi5755
@chowlungjyotigogoi5755 2 ай бұрын
Vai nalbari nhoi jorhat hoi
@amarsinghnarah4632
@amarsinghnarah4632 2 ай бұрын
নামে - কামেই সদায় গৌৰব হৈ ৰাইজৰ মাজত গৌৰৱোজ্জ্বল হওক।
@RajibRajkhowa-p9f
@RajibRajkhowa-p9f Ай бұрын
এইজনে কথা কলে গোলাঘাটৰ মানুহে যোৰহাটৰ অৱস্থা দৰে কৰিব।
@simantagogoi6563
@simantagogoi6563 2 ай бұрын
Golaghat gourov gogoi jekebo
@madiniranjankonwar5675
@madiniranjankonwar5675 2 ай бұрын
সুন্দৰ দাদা
@bishaldas3964
@bishaldas3964 2 ай бұрын
Very good..ajantai jail khuwar pora basi thakibor babe bjp r nisina dukhiyar tez pi khuwa dolot joine korisil..
@debenborsaikia4624
@debenborsaikia4624 2 ай бұрын
অজন্তাৰ দশা বেয়ালৈ আহিল ৷
@7gc970
@7gc970 2 ай бұрын
১১ গল আৰু ৩ গল কি যুদ্ধ হব ।কংগেছ দলৰ উন্নতিৰ কৌট হৈছে ৰাইজে দেখিছে ।
@mainudavi9510
@mainudavi9510 2 ай бұрын
তুহ জুই উমি2 জলে মহাশয়।ভূকুতে কল নপকে।এইবাৰৰ পরা ভোটকেনদত দাদাগিরি নচলিব
@samudranathdeka4879
@samudranathdeka4879 2 ай бұрын
কোনোবা এজনৰেই ওপৰত কিয় ইমান ভৰসা কৰিব লগীয়া হৈছে ! কংগ্ৰেছে কি এনেকুৱা কাম কৰি থৈছে যে কংগ্ৰেছকই ভোট দিব লাগে ! মানুহে বিবেচনা কৰিব যে কোন কাৰ ওচৰত কিমান সুৰক্ষিত !
@nayankumarpawe2671
@nayankumarpawe2671 2 ай бұрын
২০২৬ত কংগ্ৰেছ বুলি কোনেও ভোট নিদিয়ে ভোট দিব গৌৰৱ গগৈক লৈ আপোনালোকে যিমান সাম্প্ৰদায়িক কথা নকওঁক অসমৰ ৰাইজ এতিয়া বুৰ্বক নহয়।
@mainudavi9510
@mainudavi9510 2 ай бұрын
আন কথা বাদ দিয়ক,,,,,আপোনাৰ মোৰ আই বোপাই কংগেছৰ ।ভাৰতত কংগেছ দলৰ সাভিমান আছে।ঠিকাদাৰৰ শাসন আমাক নালাগে।14 বছৰৰ আগত থকা পপাৰতি বিলাক কাৰ?কংগেছৰ নীতি আদৰশরে দেশ গঠন হৈছিল ।দেশৰ স়ংবিধান কংগেছে ৰচনা করিছিল।
@DipjyotiGogoi-uw9zz
@DipjyotiGogoi-uw9zz 2 ай бұрын
Next cm gaurav gogoi 💯🦚 2026 Assam 🛕😊🩷
@jadumonihazarika6091
@jadumonihazarika6091 2 ай бұрын
Go back 2026 ot BJP sarkar ahibo Congress Sarkar
@SahjahanAhmed-t9o
@SahjahanAhmed-t9o 2 ай бұрын
Golaghat goorab going jikibo 100/
@MussabirAlom-iu3sl
@MussabirAlom-iu3sl 2 ай бұрын
👍👍
@KangkanaBorah-dp5kt
@KangkanaBorah-dp5kt 2 ай бұрын
Next cm Gaurav Gogoi 2026
@RatulGogoi-t9o
@RatulGogoi-t9o 2 ай бұрын
Gourav Gogoi Zindabad
@songsmedia-tl3vl
@songsmedia-tl3vl 2 ай бұрын
Gorob gogoi cm hola sakori dam ten lakh hobo
@ajaymech5797
@ajaymech5797 2 ай бұрын
Olop bikhak lukor dopdoponi o besi hbo... Aijone aako khilonjiya, hindu hoke aku mota a huna nai..
@mainudavi9510
@mainudavi9510 2 ай бұрын
Bjp ভকতবিলাকে পগলা বলকিব লৈছে।পলাপ বকি এতিয়া লাভ নাই মহাশয়
@miganggegongolumpegu9669
@miganggegongolumpegu9669 2 ай бұрын
26 চি এম❤ হব
@FarukAbdullah-nt4su
@FarukAbdullah-nt4su 2 ай бұрын
Same proprty distribution also saod by akhil gogoi.
@mdroisuzzaman8348
@mdroisuzzaman8348 2 ай бұрын
Next cm
@SankarSil-he7fm
@SankarSil-he7fm 2 ай бұрын
Next cm Gogoi
@chiranjibburagohain9867
@chiranjibburagohain9867 2 ай бұрын
Jindabaad🎉
@SakaUllah-s
@SakaUllah-s 2 ай бұрын
Gourav da Gahori mangkho khabo bohut val. Gahori mangkho puri khai o val lage. Gahori mangkho hajo logot khai besi val lage..
@rashnaChutia
@rashnaChutia 2 ай бұрын
Congress Jndabad
@radheradhe14542
@radheradhe14542 2 ай бұрын
Axom Bangladesh hobo cm hole
@thepoliticalawareness1021
@thepoliticalawareness1021 2 ай бұрын
1st Part. অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক। ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব। আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি। এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়। অসমৰ Future Generation সংকটত আছে। ৰাভা ছোৱালী কেইজনীক কিদৰে হত্যা কৰি গছত ওলোমাই থৈছিল analyze কৰক? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়। যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।* Note: *আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে।* ৰাজনৈতিক দল জিকিব হাৰিব কিন্তু অসমীয়া জাতি হাৰিব অসমিঞাৰ হাতত?? কিছুমান Secular এ খুব উজনি অসমৰ কথা কয় কিন্তু আপুনি আচৰিত হব উজনি মানে কেবল যোৰহাট আৰু শিৱসাগৰ চাগে????? 2nd Part in reply section
@thepoliticalawareness1021
@thepoliticalawareness1021 2 ай бұрын
2nd Part. যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া অসম ভাৰতৰ এখন আগশাৰী ৰাজ্য আছিল Revenue দিশত। ডিব্ৰুগড় Asia ৰ দ্বিতীয় ধনী জিলা আছিল। কিন্তু আগৰ তেতিয়াৰ কেন্দ্ৰ চৰকাৰে অসমৰ টকাৰে বাহিৰৰ ৰাজ্যত কাম কৰিব ধৰিলে। তাৰ ফলত বাহিৰৰ ৰাজ্যত ভাল Highway হল, ৰেল হল, University হল, Research Institution হল, Industry হল। কিন্তু অসমৰ ৰাইজে Central University ৰ বাবেও আন্দোলন কৰিব লগীয়া হৈছিল। সেই সময়চোৱাত যিহেতু অসমীয়া মানুহে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি মোহভংগ হৈছিল, সেইসময়ত Secular মানুহৰ মৰমৰ বাংলাদেশী মূলৰ মানুহ খিনি আগবাঢ়ি আহিছিল নিৰ্বাচনত সহায় কৰিবলৈ। অসমৰ ৰাইজে বিভিন্ন সমষ্টিত অস্বাভাবিক ভোটাৰ বাঢ়ি যোৱা দেখা পাইছিল? চৰকাৰী মাটি, বনাঞ্চলৰ মাটি, বিলৰ মাটি কতো বাদ নপৰিল দখল হবলৈ? ডুবাইত অথবা UAE ত তাৰ লোকেল মানুহ কেবল 11.6%। বাকী 88.4% বিদেশী। কিন্তু তেওঁলোকে কেতিয়াও citizenship নিদিয়ে বিদেশীক। আনকি ঘৰ/Flat কিনিলেও তাৰ ownership নাপাই। 99 years ৰ lease হে পাই। যদি বেয়া কাম কৰে তেনেহলে চৰকাৰে lease agreement cancel কৰি দিব পাৰে? আমাৰ অসমত অসমীয়াৰ জনসংখ্যা সাংঘাটিক কম গতিকে অসমত বাহিৰৰ মানুহক (হিন্দু + মুছলিম) Work Permit হে দিব লাগিছিল না কি Citizenship। বাংলাদেশত বৰ্তমান হিন্দু সকলক ৰাক্ষসৰ দৰে আক্ৰমণ কৰিছে কোনো কাৰণ নোহোৱাকৈ। ভাবি চাওক অসমত যেতিয়া অসমীয়াৰ জনসংখ্যা 50% ত কৈ কমি যাব তেতিয়াৰ পৰা কি হব। ভাৰত যদি Secular দেশ হল হয় তেনেহলে ভাৰতত কিয় Uniform Civil Code নাই। বাকী Secular দেশত UCC আছে আৰু Muslim Personal Law Board নাই। ভাৰতৰ দৰে Secular দেশত কিয় আছে? নে Secular শব্দ টো মানুহক বিভ্ৰান্তি কৰিব আছে নেকি? Secular মানুহক বুজাই একো লাভ নাই। জোৰ পুৰি হাত পালে, এতিয়া হাতো জ্বলি আছে তথাপিও। কিছুমান জাতীয়তাবাদী সংগঠনে ৪৫ বছৰ ৰাইজক কলে অসমত বাংলাদেশী আছে বুলি কিন্তু আজিকালি তেওঁলোকে ভোটৰ আশাত বাংলাদেশী আহিব হে বুলি কয়?
@ArnibanHandique
@ArnibanHandique 2 ай бұрын
Next cm Gaurav Gogoi axom
@Crxxaxe010
@Crxxaxe010 2 ай бұрын
Gourab gogoi welcome to Golaghat
@nobulahmed4631
@nobulahmed4631 2 ай бұрын
Gaurav gogoi zindabad Ji
@chandandeka5633
@chandandeka5633 2 ай бұрын
একতাই পৰম বল
@kamaltalukdar46
@kamaltalukdar46 2 ай бұрын
atiya aru g a nakok kio g a nakorok kio NEX CM Gourov gogoi a hb
@babulsingh7048
@babulsingh7048 2 ай бұрын
100% hobo
@dipenbhuyan3956
@dipenbhuyan3956 2 ай бұрын
Gaurav Gogoi... zindabad....
@DeepjyothiGogoi
@DeepjyothiGogoi 2 ай бұрын
Kun ai2
@rokenphesha2223
@rokenphesha2223 2 ай бұрын
Mama misa kotha koi
@ApuChakraborty-dq3dg
@ApuChakraborty-dq3dg 2 ай бұрын
Himanta Biswa jindabad
@AbhijitChutia-n2u
@AbhijitChutia-n2u 2 ай бұрын
❤❤❤গৌৰৱ গগৈ ❤❤
@CreeperSangam
@CreeperSangam 2 ай бұрын
Golaghat t gole nissoi jikibo
@puspadhardowarah1932
@puspadhardowarah1932 2 ай бұрын
অজন্তা গুহা আৰু গৌৰৱ গগৈৰ মাজৰ খেল"খন বেচ আকৰ্ষণীয় হৈ পৰিব!
@bishaldas3964
@bishaldas3964 2 ай бұрын
Amar gaurab 🇮🇳🚩🙏🏻
@FarukAbdullah-nt4su
@FarukAbdullah-nt4su 2 ай бұрын
He got more views than prime minister
@jahidbora
@jahidbora 2 ай бұрын
2026 gauravgogoi facle pothaboo abar
@rajibsarma982
@rajibsarma982 2 ай бұрын
Please advive mem
@AbowFengte
@AbowFengte 2 ай бұрын
Oh my God Gaurav election jikile rajnity erimbuli kuajon etiyaloike eranaije nirloj
@riturajofficial3751
@riturajofficial3751 2 ай бұрын
Gaurav Gogoi jindabad❤❤
@pinkuutpal6032
@pinkuutpal6032 2 ай бұрын
সব কা বদলা লেগা ৰে তেৰা গৌৰৱ 😂😂😂 বাপ কা দাদা কা ভাই কা সব কা 😂😂
@rajibsarma982
@rajibsarma982 2 ай бұрын
How cani join in congress
@songsmedia-tl3vl
@songsmedia-tl3vl 2 ай бұрын
Kollia borot gorob gogoia ki korila ten years
@songsmedia-tl3vl
@songsmedia-tl3vl 2 ай бұрын
Combol vs congress doll
@mousumBaishya
@mousumBaishya 2 ай бұрын
Your super younger leader next cm 2026
@thelosthuman688
@thelosthuman688 2 ай бұрын
Bamunor jukti labh nai
@SaifulIslam-y7d6b
@SaifulIslam-y7d6b 2 ай бұрын
অজন্তা নেওগ অসমৰ অন্যতম গোচখোৰ নেতাৰ ভিতৰত এজন. তেখেতে বছৰৰ পিছত বছৰ গোলাঘাট জিলাৰ ৰাইজক ৰাম ঠগন দি আহিছে.
@thelosthuman688
@thelosthuman688 2 ай бұрын
Know the difference where is Ajanata Neog ma'am and where is stupid Piyaj nonsense...Ajanta ma'am be careful from Piyaj Randwa and his wife Daini Baruah
@goneswarboro7312
@goneswarboro7312 2 ай бұрын
Gaurav gogoi zindabad Gaurav gogoi jalukbarir khelibo lage
@Nyapar424
@Nyapar424 2 ай бұрын
Himmat dangriya moha chor r captain Assam politics r
@hemantamahanta8384
@hemantamahanta8384 2 ай бұрын
Kam nai
@Bidyutboruah-v4g
@Bidyutboruah-v4g 2 ай бұрын
Nice ❤❤❤❤❤❤❤💺💺💺💺
@Nyapar424
@Nyapar424 2 ай бұрын
Himmat dangriya nhy congres rt nhy London after election 😮 karan moha chor family r captain 😢
@sumitddey7705
@sumitddey7705 2 ай бұрын
Mama r dol tu miyar dol nohoi love u Mama
@bakulboruah2026
@bakulboruah2026 2 ай бұрын
তহঁতৰ মোমাইৰ দল অনা অসমীয়া বিহাৰী, মাৰোৱাড়ী আৰু বেংগলী ল'ভাৰ দল।
@ajaymech5797
@ajaymech5797 2 ай бұрын
​@@bakulboruah2026ji candidate a khilonjiya, oxomiya hoke maat matibo.. Justice babe maat matibo ta ke vote diya hbo... Na miya lgt thoka hokolok na RSS lgt thoka hokolok
@biplovgogoi2856
@biplovgogoi2856 2 ай бұрын
mama r dol bangladeshi r dol 😂😂
@babuldas4341
@babuldas4341 2 ай бұрын
আজি বৰপেটাত হিন্দু অসমীয়াক মুছলিম এ মাৰিলে তাৰ বিষয় একো মন্তব্য নিদিলে দেখোন 😂
@mrinaldutta3949
@mrinaldutta3949 2 ай бұрын
Piyaj r mukhn bor kutchit
@songsmedia-tl3vl
@songsmedia-tl3vl 2 ай бұрын
Rahul gandhi pm holna baru dada gob কংগ্ৰেছ কাম নাই গৌৰৱ cm hobo nuyara
@spiritualiq-n8g
@spiritualiq-n8g 2 ай бұрын
Jodi pratidin time r sot sahokh ase tnte borpeta r khilonjiya r uprt Bangladeshir akromon news tu dekhaok,, Jodi nedekhai tnte vbi lom apunalokr niropekhyota compromise kora hoise
@bakulboruah2026
@bakulboruah2026 2 ай бұрын
উজনিত বিহাৰী-মাৰোৱাড়ী মানুহে খিলঞ্জীয়া অসমীয়া ছোৱালীৰ গাত হাত দিছে।তহঁতি কত মৰি থাক তেতিয়া
@spiritualiq-n8g
@spiritualiq-n8g 2 ай бұрын
@@bakulboruah2026 pratidin time ah sei2 news cover korise, kintu barpeta r news tu dekhabo kolijat dom nai
@Publicfigure-u6k
@Publicfigure-u6k 2 ай бұрын
Golaghatr ajloika aku unoti howa ni emen bosor
@probirsharma3703
@probirsharma3703 2 ай бұрын
Tarun Gogoi Nahin aur Mani Mohan Singh Milkar to Asam ko America banaa diya tha lagta hai abhi dollar chalta hai Samne😅😅 Jab Aadha Asam Garibi Rekha se niche Ji Raha Hai vahan ka Unka Ladka jakar England Australia per kya angreji Mein Humse shaadi karta hai😅😅 Yahan Asam Mein Aadha Asam Mein bijali Nahin Hai😅 aur tea garden labour office uska Baap Ne 77 salary 8 Ghanta Mein Milta tha😅 aur aap Jorhat ko lagta hai Dubai banane wala hai revolver Chala Gaya😅 Main To Chinta karta hun ke Aadhar status per kam Karke Jo Paisa Le Jaenge vah Rubal aur dollar Mein convert karna padega lagta hai tu hai aisa media😅😅😅
@spiritualiq-n8g
@spiritualiq-n8g 2 ай бұрын
Itihas sakhyi ase Namoni axom khn congress ah miyak besile, barpeta, dhuburit aji khilonjiya asurokhit , pratidin time ah seibur news nedekhai , Totha kothito birodhi oikyo manchai sodai miyak support kore, teolokr aibar target ujonir khali mati homuh, tat congress ah miya Bangladeshi bohuabu, dhuburi khnt jnk miyai nirnayok bhumika loi keibosor man paasot jorhat, dibrugarh to eke obostha HBO,
@bakulboruah2026
@bakulboruah2026 2 ай бұрын
উজনি অসমত BJP আৰু RSS ৰ ছত্ৰছায়াত দিনক দিনে বৃদ্ধি পোৱা অনা অসমীয়াৰ দপদপনি চলিবলৈ দিয়া নহব।প্ৰয়োজনত বিহাৰী, বেংগলী, মাৰোৱাড়ীক দৌৰাই দৌৰাই অসম বাহিৰ কৰি দিয়া হব।মিঞাঁক উজনি অসমত ভড়ি থবলৈও দিয়া নহব।
@biplovgogoi2856
@biplovgogoi2856 2 ай бұрын
bjp ru himanta bapere kaita miya khadile bapere hoti bangladesi he anise 😂😂😂
@spiritualiq-n8g
@spiritualiq-n8g 2 ай бұрын
@@biplovgogoi2856 gorukhutit sai aah , birodhi keitai tato kaka korisil
@biplovgogoi2856
@biplovgogoi2856 2 ай бұрын
@@spiritualiq-n8g Dhekeri mori ja Bangladeshi Bengali loi 🤣🤣🤣🤣
@kumudbaruah2001
@kumudbaruah2001 2 ай бұрын
গৌৰব গগৈয়ে সংসদত অভিজিৎ গাংগুলিৰ এটা ধাক্কাতে গোলাঘাট পালেহি। যোৱা দহটা বছৰ ছামগুৰি, মৈৰাবাৰি, জুৰিয়াত লুংগি, টুপি পিন্ধি নামাজ পঢি থাকোতেই গ'ল। এতিয়া অভিজিৎ গাংগুলিৰ এটা ধাক্কাত হে সম্বিত পাইছে আৰু সংসদ এৰি বিধান সভালৈ মন মেলিছে।
@ankurchetia765
@ankurchetia765 2 ай бұрын
Toi bengulir samsa neki
@dipakgogoi5084
@dipakgogoi5084 2 ай бұрын
এনে কথা হিন্দু বাংলাদেশী আৰু কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়াই কয়।
@latifali9650
@latifali9650 2 ай бұрын
Abhijit Ganguly ye ji kotha koise heya murot mal nothoka 10 tokiya it cell gu seleka gitai he support korise..... Sudur Bhai It cell kame hol akl Mia r kotha koi Axomiyak bhoy dekhai Bjp nirbason joy koruya....... Luera kela Mia Muslim khed amiyu support korim kintu kela vote r karone kihor gutir rajniti kori asa
@spiritualiq-n8g
@spiritualiq-n8g 2 ай бұрын
Itihas sakhyi ase Namoni axom khn congress ah miyak besile, barpeta, dhuburit aji khilonjiya asurokhit , pratidin time ah seibur news nedekhai , Totha kothito birodhi oikyo manchai sodai miyak support kore, teolokr aibar target ujonir khali mati homuh, tat congress ah miya Bangladeshi bohuabu, dhuburi khnt jnk miyai nirnayok bhumika loi keibosor man paasot jorhat, dibrugarh to eke obostha HBO,
@himangsumasrong3945
@himangsumasrong3945 2 ай бұрын
👍
@bidubhushanbarman3483
@bidubhushanbarman3483 2 ай бұрын
Congress r din thakote Dormoha dibo pra nai sakoriyal og , akou congress?? Congress ahile ei channel r lv hbo . Raizor nhy
@mainudavi9510
@mainudavi9510 2 ай бұрын
এতিয়া পগলা বলকি লাভ নাই ।দেশৰ কুটি2 জনতাই গৌৰব গগৈক ভাল পাই আমি অসমীয়া চোআচেলেকা দুটামানে বেয়া কমেন করিলে লাভ হব জানো?
@bidubhushanbarman3483
@bidubhushanbarman3483 2 ай бұрын
@@mainudavi9510 just wait and watch. গৌৰৱ গগৈ তহোতৰ কাৰনে সঠিক লিদাৰ হ'ব পাৰে । আমাৰ কাৰনে নহয় । কংগ্ৰেছ ভাল ৰাজনৈতিক পাৰ্টি হ'ব নোৱাৰে আৰু নহয় । যি দলৰ মূল নেতা ৰাহুল গান্ধীক বেলেগে লিখি দিয়া পঢ়ি ৰাইজক শুনায় সি দেশ চলাব ?? ১ লাখ নিযুক্তি গৌৰৱ গগৈৰ বাপেক থাকোতে দিব পৰা নাই ১৩ বছৰত । APSC কেলেংকাৰী কৰি চাকৰি দিছে ; ধৰিলে কোনে ৰাকেশ পালক ?? অসমৰ ৰাইজক যদি টকা দি চাকৰি আগৰ দৰে লাগে গৌৰৱ গগৈ দৰে লিদাৰক Select কৰা ।
@satyamevajayate1274
@satyamevajayate1274 2 ай бұрын
লেবেল হাজৰিকাৰ লাজ যে লগা নাই এই বিষয়ত মাত দিবলৈ😅😅😅😅😅
@pranabjaibajrangbalideka959
@pranabjaibajrangbalideka959 2 ай бұрын
Aijon k Cm bonai aru miya humuwat nai aami...15 basorot bahut humale.......Bjp Zindabad Mama Zindabad
@bakulboruah2026
@bakulboruah2026 2 ай бұрын
অসমত মিঞাঁও নালাগে আৰু অসমত BJP RSS ৰ সমৰ্থনত অনা অসমীয়া বিহাৰী, মাৰোৱাড়ী,বেংগলীৰ দপদপনিও চলিবলৈ দিয়া নহব।প্ৰয়োজনত দৌৰাই দৌৰাই খেদোৱা হব।অসম কেৱল খিলঞ্জীয়া অসমীয়াৰ।জয় আই অসম।
@ajaymech5797
@ajaymech5797 2 ай бұрын
​@@bakulboruah2026hoi apunar lgt ekmot... Ji jon candidate a khilonjiya, oxomia hoke maat matibo tak a support kora hbo.. Na BJP na congress... Khilonjiya nirjaton, oxomia adhikar hoke aku maat nomota vote bank odhikari hokolok kursi dibo nuwari..
@opnabigaming1365
@opnabigaming1365 2 ай бұрын
৮৫৫ জন তেজাল অসমীয়াৰ ডেকাৰ ছহিদৰ কথা কোনে কনে ধৰণে লয় সেই বিষয়ে আলোচনা হব লাগে।এই বাৰ লোকসভাত গৌৰৱ গগৈ বুলি দিছিল। কিন্তু ----- বুলি দিয়া নাই।
@nayanjyotitamuli9166
@nayanjyotitamuli9166 2 ай бұрын
Next CM❤
@lakshyajitdeka4990
@lakshyajitdeka4990 2 ай бұрын
Next cm
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 275 #shorts
00:29
Elza love to eat chiken🍗⚡ #dog #pets
00:17
ElzaDog
Рет қаралды 11 МЛН
Kluster Duo #настольныеигры #boardgames #игры #games #настолки #настольные_игры
00:47
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 275 #shorts
00:29